< সামসঙ্গীত 15 >
1 ১ হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন? তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?
Dávid zsoltára. Uram, kicsoda tartózkodhatik sátorodban, kicsoda lakozhatik szent hegyeden?
2 ২ সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়, ন্যায় কৰ্ম কৰে, সত্য ভৰা অন্তৰেৰে কথা কয়;
A ki tökéletességben jár, igazságot cselekszik, és igazat szól az ő szívében.
3 ৩ যিসকলৰ জিভাই পৰচর্চ্চা নকৰে, বন্ধুৰ ক্ষতি নকৰে, চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,
Nem rágalmaz nyelvével; nem tesz rosszat felebarátjának, és nem szerez gyalázatot rokonainak.
4 ৪ যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
A megbélyegzett útálatos az ő szemeiben, de az Urat félőket tiszteli: a ki kárára esküszik, és meg nem változtatja.
5 ৫ যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।
Pénzét nem adja uzsorára, és nem vesz el ajándékot az ártatlan ellen. A ki ezeket cselekszi, nem rendül meg soha örökké.