< সামসঙ্গীত 134 >
1 ১ হে যিহোৱাৰ দাসবোৰ, তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
Se, lover Herren, alle Herrens Tjenere. I, som staa om Nætterne i Herrens Hus.
2 ২ তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।
Opløfter eders Hænder til Helligdommen, og lover Herren!
3 ৩ যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।
Herren velsigne dig fra Zion, han, som gjorde Himmel og Jord.