< সামসঙ্গীত 133 >
1 ১ ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!
Davut'un hac ilahisi Ne iyi, ne güzeldir, Birlik içinde kardeşçe yaşamak!
2 ২ তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, যি তললৈ দাঢ়িলৈকৈ নামি আহে, হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!
Başa sürülen değerli yağ gibi, Sakaldan, Harun'un sakalından Kaftanının yakasına dek inen yağ gibi.
3 ৩ সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা, যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল; কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে, অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।
Hermon Dağı'na yağan çiy Siyon dağlarına yağıyor sanki. Çünkü RAB orada bereketi, Sonsuz yaşamı buyurdu.