< সামসঙ্গীত 131 >
1 ১ হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়, নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই, নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহও।
«Жуқириға чиқиш нахшиси»; Давут язған күй: — И Пәрвәрдигар, көңлүм тәкәббур әмәс, Нәзиримму үстүн әмәс; Мән чоң ишлар биләнму, Яки чамим йәтмәйдиған карамәт ишлар биләнму мәшғул болмаймән;
2 ২ কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলোঁ, যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে; মোৰ ভিতৰত থকা প্রাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে।
Бәрһәқ, анисиниң қучиғида ятқан әмчәктин айрилған балидәк, Өз җенимни бесивелип тиничландурдум; Көңлүм ичимдә әмчәктин айрилған балидәктур.
3 ৩ হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা, এতিয়াৰ পৰা অনন্ত কাললৈকে।
Исраил Пәрвәрдигарға үмүт бағлисун; Һазирдин башлап, әбәдил-әбәткичә!