< সামসঙ্গীত 13 >
1 ১ হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি? মোৰ পৰা কিমান দিনলৈ তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?
Przedniejszemu śpiewakowi pieśń Dawidowa. Dokądże Panie? Zapomniszże mię na wieki? dokądże ukrywać będziesz oblicza twego przedemną?
2 ২ কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব? কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?
Dokądże się będę radził w duszy swojej, a trapił w sercu mojem przez cały dzień? Dokądże się będzie wywyższał nieprzyjaciel mój nademną?
3 ৩ হে মোৰ ঈশ্বৰ যিহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।
Wejrzyjże, wysłuchaj mię, Panie, Boże mój! oświeć oczy me, bym snać nie zasnął w śmierci;
4 ৪ মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;” মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।
By snać nie rzekł nieprzyjaciel mój: Przemogłem go; ażeby się nieprzyjaciele moi nie rodowali, gdybym się zachwiał.
5 ৫ কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ; তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।
Ale ja w miłosierdziu twojem ufam: rozraduje się serce moje w zbawieniu twojem;
6 ৬ মই যিহোৱাৰ উদেশ্যে গান গাম, কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।
będę śpiewał Panu, że mi dał wiele dobrego.