< সামসঙ্গীত 113 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, প্ৰশংসা কৰা; যিহোৱাৰ নামৰ প্ৰশংসা কৰা।
Halleluja! Kiittäkäät te, Herran palveliat, kiittäkäät Herran nimeä!
2 ২ এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক।
Kiitetty olkoon Herran nimi, nyt ja ijankaikkisesti!
3 ৩ সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক।
Auringon koitosta hänen laskemiseensa asti olkoon Herran nimi kiitetty!
4 ৪ যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ।
Herra on korkia ylitse kaikkein pakanain, ja hänen kunniansa ylitse taivasten.
5 ৫ আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাহীন,
Kuka on niinkuin Herra meidän Jumalamme, joka niin korkialla asuu?
6 ৬ যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে;
Ja kuitenkin katsoo alimmaisia taivaassa ja maassa;
7 ৭ তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,
Joka köyhän tomusta ylentää, ja vaivaisen loasta korottaa,
8 ৮ যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোক সকলৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে।
Istuttaaksensa häntä päämiesten sivuun, kansansa päämiesten sivuun;
9 ৯ তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Joka hedelmättömät saattaa huoneesen asumaan, että hän riemuiseksi lasten äidiksi tulee. Halleluja!