< ফিলীমন 1 >
1 ১ আমাৰ প্ৰিয় ভাই আৰু সহকৰ্মী ফিলীমনৰ প্রতি, খ্ৰীষ্ট যীচুৰ বন্দীয়াৰ পৌল আৰু আমাৰ ভাই তীমথিয়;
ଜିସୁ କ୍ରିସ୍ଟନ୍ ଆସନ୍ ବଣ୍ଡିସିଂଲୋଙନ୍ ଆଡ୍ରକୋଲନ୍ ପାଓଲନ୍ ଡ ତିମତି ବୋଞାଙନ୍; ଇନ୍ଲେନ୍ ଡନୁଙ୍ୟମ୍ଡମ୍ ବୋଞାଙ୍ଲେନ୍ ପିଲିମନନ୍ ଆନିନ୍ ସରିନ୍ ଇନ୍ଲେନ୍ ମାୟ୍ଲନ୍ ଏକାବ୍ବାଡ଼ାତନାୟ୍,
2 ২ আৰু আমাৰ ভনী আপ্পিয়া, সহসেনা আর্খিপ্প আৰু তোমাৰ ঘৰত গোট খোৱা মণ্ডলীৰ প্রতি,
ଆରି, ଆପିଆ ତନାନନ୍, ସର୍ସି କାବ୍ବାଡ଼ାମର୍ଲେନ୍ ଆର୍କିପନ୍ ଡ ଅସିଂବେନ୍ ଆ ମଣ୍ଡଡ଼ି ଆ ମନ୍ରାଜି ଆମଙ୍ କେନ୍ ଆ ସିଟି ଇଡ୍ଲେ ଏଆପ୍ପାୟ୍ତାୟ୍ ।
3 ৩ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অনুগ্রহ আৰু শান্তি কামনা কৰিলোঁ।
ଆପେୟ୍ ଇସ୍ୱରଲେନ୍ ଡ ପ୍ରବୁ ଜିସୁ କ୍ରିସ୍ଟନ୍ ଆମଙ୍ ସିଲଡ୍ ସନାୟୁମନ୍ ଡ ସନୟୁନ୍ ଅମଙ୍ବେନ୍ ଅଡ଼ୋଆୟ୍ତୋ ।
4 ৪ মোৰ প্ৰাৰ্থনাত মই তোমাৰ নাম উল্লেখ কৰি, সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ দিওঁ,
ଏ ପିଲିପନ୍ ବୋଞାଙ୍, ଡିତାନ୍ ଞେନ୍ ପରାର୍ତନାତନାଞନ୍ ଆଡିଡ୍ ଆମନ୍ଆଡଙ୍ ମନ୍ନେଡାଲେ ଇସ୍ୱରନ୍ଆଡଙ୍ ସେଙ୍କେତାୟ୍ ।
5 ৫ প্রভু যীচুৰ প্রতি তোমাৰ বিশ্বাস আৰু ঈশ্বৰৰ সকলো পবিত্র লোকৰ প্রতি থকা তোমাৰ প্রেমৰ কথা শুনিবলৈ পালোঁ।
ଇନିଆସନ୍ଗାମେଣ୍ଡେନ୍ ପ୍ରବୁ ଜିସୁନ୍ ଆମଙ୍ ଡର୍ନେନମ୍ ଡକୋ, ଆରି ଇସ୍ୱରନ୍ ଆ ମନ୍ରାଜିଆଡଙ୍ ଆମନ୍ ମାଡ୍ଡ ଡୁଙ୍ୟମ୍ତଜି ଗାମ୍ଲେ ଞେନ୍ ଅମ୍ଡଙ୍ତାୟ୍ ।
6 ৬ তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানত খ্ৰীষ্টৰ অৰ্থে কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ।
କ୍ରିସ୍ଟନ୍ ବୟନ୍ ଆମ୍ରାୟ୍ଲନ୍ବୋ ସିଲଡ୍ଲ୍ଲନ୍ ଇନ୍ଲେଞ୍ଜି ଅଙ୍ଗା ଆସିର୍ବାଦଜି ଞାଙ୍ଲବୋ, ଆରି ଇନ୍ଲେଞ୍ଜି ମାୟ୍ଲନ୍ ଆକ୍ରାବ୍ବାଡ଼ାତନ୍ବୋ ଅଡ଼୍କୋ ଜରୁ ଞନଙଞ୍ଜି ଗନ୍ଲୁଡମ୍ତୋ ଗାମ୍ଲେ ଞେନ୍ ପାର୍ତନାତନାୟ୍ ।
7 ৭ হে ভাই, তোমাৰ প্রেমত মই অতি আনন্দ আৰু সান্ত্বনা পালোঁ, কিয়নো তোমাৰ দ্বাৰা ঈশ্বৰৰ পবিত্র লোক সকলৰ হৃদয় পুনৰাই সজীৱ কৰা হ’ল।
ଏ ବୋଞାଙ୍, ଆମନ୍ ବୟ୍ଲେମରଞ୍ଜି ଆ ଉଗର୍ଲୋଙ୍ ଅବ୍ସର୍ଡାଏଞ୍ଜି, ତିଆସନ୍ ଞେନ୍ ଡନୁଙ୍ୟମ୍ଲୋଙ୍ନମ୍ ମାଡ୍ଡ ସର୍ଡାଡାତିଁୟ୍ ଆରି ଉୟୁବ୍ତିଁୟ୍ ।
8 ৮ গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীচু খ্রীষ্টত মোৰ সাহস আছে,
କ୍ରିସ୍ଟଲୋଙନ୍ ଇନ୍ଲେନ୍ ସର୍ସି ଡର୍ନେମର୍ ଆଡ୍ରେଡେଲଙ୍ତନ୍ ଅଙ୍ଗାଆତେଜି ମନଙ୍ ତିଆତେଜି ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ଞନଙନ୍ ତନିୟନ୍ ଆସନ୍ ଅମଙ୍ଞେନ୍ ଅନୋମଙନ୍ ଡକୋ ।
9 ৯ তথাপি মই তোমাক, তোমাৰ প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছোঁ আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।
ବନ୍ଡ ଞେନ୍ ଡନୁଙ୍ୟମନ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ବାତ୍ତେ ଲବିଡ୍ଡା ବର୍ତବେନ୍, ଞେନ୍ ଆବୁଡାମର୍ ପାଓଲନ୍, କ୍ରିସ୍ଟନ୍ ଆସନ୍ ନମି ଆବଣ୍ଡି;
10 ১০ মোৰ বন্দী অৱস্থাত জন্মা পুত্র ওনীচিমৰ প্রসংগত মই তোমাক অনুৰোধ কৰোঁ;
ଡେଲୋଜନଙ୍ଡେନ୍ ଞେନ୍ ଆବଣ୍ଡି ଡକୋଡାଲନ୍ ଅନିସିମନ୍ ଆସନ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ବର୍ତବେନ୍, କ୍ରିସ୍ଟ ଡର୍ନେଲୋଙନ୍ ଆନିନ୍ ଡାଙ୍ଗଡ଼ାଅନ୍ଞେନ୍ ଅନ୍ତମ୍ ।
11 ১১ তেওঁ আগেয়ে তোমাৰ অনুপকাৰী আছিল কিন্তু এতিয়া তোমাৰ আৰু মোৰ বাবেও উপকাৰী হ’ল।
ଆମ୍ମୁଙ୍ ଅନିସିମନ୍ ଆମ୍ୱେଞ୍ଜି ଆସନ୍ ଇନ୍ନିଙ୍ ବରାଁୟ୍ବାଁୟ୍ ତଡ୍ ଡକୋଲନ୍, ବନ୍ଡ ନମି ଆନିନ୍ ଆମ୍ୱେଞ୍ଜି ଆସନ୍ ଡ ଞେନ୍ ଆସନ୍ ଉପକାରଲଙ୍ତନ୍ ।
12 ১২ যি জন মোৰ প্ৰাণৰ প্ৰিয়, তেওঁকেই মই তোমাৰ ওচৰলৈ উভতাই পঠালোঁ।
ଆନିନ୍ ଉଗର୍ଞେନ୍ ଅନ୍ତମ୍, ଞେନ୍ ଆନିନ୍ଆଡଙ୍ ଅମଙ୍ବେନ୍ ଆବ୍ୟର୍ଲେ ଆପ୍ପାୟ୍ତାୟ୍ ।
13 ১৩ শুভবাৰ্তাৰ কাৰণে হোৱা মোৰ বন্ধনত, তোমাৰ সলনি তেওঁ যেন মোৰ পৰিচৰ্যা কৰে, এই কাৰণে মই তেওঁক লগত ৰাখিব খুজিছিলোঁ৷
କ୍ରିସ୍ଟନ୍ ଆ ମନଙ୍ବର୍ ଅରପ୍ପୁଙ୍ବର୍ତାଞନ୍ ଆସନ୍ ଞେନ୍ଆଡଙ୍ ବଣ୍ଡିଲିଁୟ୍ଜି, ଞେନ୍ କେନ୍ ତେନ୍ନେ ଡିଅଙ୍ଗା ଡିନ୍ନା ଡକୋତନାୟ୍, ଆମ୍ୱେନ୍ ଅମ୍ରେଙ୍ଲେ ଆନିନ୍ କାବ୍ବାଡ଼ାଞେନ୍ ଲୁମେତୋ ଗାମ୍ଲାୟ୍ ।
14 ১৪ কিন্তু তোমাৰ অনুমতি অবিহনে মই একো কৰিবলৈ আৱশ্যক নেদেখিলোঁ, সেয়েহে তোমাৰ সৎ গুণ উপায়ন্তৰ হৈ কৰা নহওক, কিন্তু স্ব-ইচ্ছাৰে হওক।
ବନ୍ଡ କେନ୍ ଆ ବର୍ନେଜି ଆସନ୍ ଆମ୍ୱେଞ୍ଜି ଞେନ୍ଆଡଙ୍ ବଡଗାଁୟ୍ ସାଜଇଁୟ୍ବା ଗାମ୍ଲେ ଅଃବ୍ବର୍ବେନ୍, ଆର୍ପାୟ୍ ଆମ୍ୱେଞ୍ଜି ଅଙ୍ଗାତେ ଲଡୟ୍ତବେନ୍ ତିଆତେ ଲୁମ୍ବା, ଆମ୍ୱେଞ୍ଜି ଏଃନ୍ନଡ଼େଲୋ ଡେନ୍ ଞେନ୍ ତିଆତେ ଅଃଲ୍ଲୁମାୟ୍ ।
15 ১৫ সম্ভৱত: তেওঁক চিৰকাল পাবৰ বাবে, তোমাৰ পৰা কিছু সময়ৰ কাৰণে পৃথক কৰা হৈছিল। (aiōnios )
ଅସମୟ୍ ଆଏଡ଼ର୍ ଆମ୍ୱେଞ୍ଜି ସରିନ୍ ଡକୋତନାୟ୍ ଗାମ୍ଲେ ଅନିସିମନ୍ ଅସୋୟ୍ ଡିନ୍ନା ଆସନ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ଅମ୍ରେଙ୍ଲେ ଜିର୍ରବେନ୍ । (aiōnios )
16 ১৬ এজন দাসৰ দৰে নহয় কিন্তু দাসতকৈ শ্রেষ্ঠ, বিশেষকৈ মোৰ বাবে এজন প্রিয় ভাইৰ দৰে; মাংস আৰু প্রভু উভয়তে তোমালৈ অধিক প্রিয়।
ବନ୍ଡ ନମି ଆନିନ୍ ଅବୟ୍ କମ୍ୱାରିମର୍ ତଡ୍, ନମି କ୍ରିସ୍ଟ ଡର୍ନେଲୋଙନ୍ ଆନିନ୍ ଅବୟ୍ ଡନୁଙ୍ୟମ୍ ବୋଞାଙ୍ଲେନ୍, ନମି ଆନିନ୍ ଆମ୍ୱେଞ୍ଜି ଆସନ୍ ଅବୟ୍ କମ୍ୱାରିମରନ୍ ସିଲଡ୍ ଆରି ଗୋଗୋୟ୍ ଉପକାର ଡେତବେନ୍ ।
17 ১৭ যদি তুমি মোক সহভাগী বুলি গণ্য কৰা তেনেহলে মোৰ তুল্য বুলি তেওঁক গ্ৰহণ কৰিবা।
ତିଆସନ୍ ଞେନ୍ଆଡଙ୍ ମରାୟ୍ନେମର୍ଲେନ୍ ଏଗାମ୍ଲିଁୟ୍ ଡେନ୍, ଞେନ୍ଆଡଙ୍ ଏଙ୍ଗାଲେ ଏଜାତିଁୟ୍ ବନ୍, ଆନିନ୍ଆଡଙ୍ ନିୟ୍ ଏତ୍ତେଲେ ଜାଆୟ୍ବା ।
18 ১৮ আৰু তেওঁ যদি তোমাক কিবা অন্যায় কৰিলে বা ধৰুৱা হৈছে, তেনেহলে তাক মোৰ বুলিয়েই গণনা কৰিবা।
ଆରି, ଆନିନ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ଇନ୍ନିଙ୍ ବଡ୍ଲବେନ୍ ଡେନ୍, କି ଅମଙ୍ବେନ୍ ସିଲଡ୍ ସାଉନ୍ ପାଙ୍ଲେ ଅଣ୍ଡ୍ରଙ୍ ସୁଜ୍ଜାୟ୍ନେ ଡେନ୍, ତିଆତେ ଇସାବଡାଲେ ଅଞୁମ୍ଲୋଙ୍ଞେନ୍ ଇଡ୍ଲେ ଡକ୍କୋବା ।
19 ১৯ মই পৌল, নিজ মনৰ সৈতে নিজ হাতে লিখিলোঁ, মই পৰিশোধ কৰিম। তোমাৰ জীৱনৰ কাৰণে তুমি যে মোৰ ওচৰত ঋণী, সেই বিষয়ে মই নকওঁ।
କେରେ ଗିୟ୍ବା, ଞେନ୍ ଅସିଡମ୍ଞେନ୍ ବାତ୍ତେ ଇଡ୍ଲେ ତିୟ୍ତବେନ୍, ଞେନ୍, ପାଓଲନ୍, ତିଆତେ ଞେନ୍ ସୁଜ୍ଜାୟ୍ତନାୟ୍ । ଆମ୍ୱେଞ୍ଜି ନିୟ୍ ଅମଙ୍ଞେନ୍ ସାଉଡାଲବେନ୍, ବନ୍ଡ ତିଆତେ ଞେନ୍ ଅଃବ୍ବର୍ବେନ୍ ।
20 ২০ হয় ভাই, প্রভুত মোক আনন্দিত হবলৈ দিয়া আৰু খ্রীষ্টত মোৰ প্ৰাণ পুনৰ সতেজ কৰা।
ତିଆସନ୍ ଏ ବୋଞାଙ୍, ଞେନ୍ ଅନ୍ତମ୍ ଅବୟ୍ କ୍ରିସ୍ଟ ଡର୍ନେମର୍ ବୋଞାଙନ୍ଆଡଙ୍ ପ୍ରବୁନ୍ ଆସନ୍ ଜାଆୟ୍, ଏତ୍ତେଲ୍ଡେନ୍ କେନ୍ଆତେ ବାତ୍ତେ ଞେନ୍ ଗୋଗୋୟ୍ ସର୍ଡାତିଁୟ୍ ।
21 ২১ তোমাৰ আনুগত্যতাত আত্মবিশ্বাস আছে, সেয়েহে মই তোমালৈ লিখিলোঁ, তুমি মই কোৱাতকৈও অধিক কৰিবা বুলি জানিছোঁ।
ଆମ୍ୱେଞ୍ଜି ବର୍ନେଞେନ୍ ଏଡକ୍କୋତେ ଗାମ୍ଲେ ଆସାଡାଲନ୍ କେନ୍ ଆ ସିଟି ଇଡ୍ଲେ ଆପ୍ପାୟ୍ତାୟ୍, ଞେନ୍ ଜନା, ଅମଙ୍ବେନ୍ ସିଲଡ୍ ଞେନ୍ ଡିଅଙ୍ଗା ଆସାତନାୟ୍, ଆମ୍ୱେଞ୍ଜି ଡିୟ୍ତେ ସିଲଡ୍ ଆରି ଗୋଗୋୟ୍ ଏଲୁମ୍ତେ ।
22 ২২ কিন্তু সেই একে সময়তে, মোলৈ এটা থকা ঠাই যুগুত কৰি ৰাখিবা; মই আশা কৰোঁ তোমালোকৰ প্ৰাৰ্থনাৰ দ্বাৰাই মই তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি পালোঁ।
ଞେନ୍ ଆରି ଅବୟ୍ ବର୍ନେନ୍ ବର୍ତବେନ୍, ଡରକୋନେଞେନ୍ ଆସନ୍ ଅବୟ୍ ସନ୍ନା ଅସିଙନ୍ ଅବ୍ଜାଡାଲେ ଡକ୍କୋବା, ଇନିଆସନ୍ଗାମେଣ୍ଡେନ୍ ପାର୍ତନାବେନ୍ ଅମ୍ମେଲେ ଞେନ୍ ଅମଙ୍ବେନ୍ ଇୟ୍ତାୟ୍ ଗାମ୍ଲେ ଆସାତନାୟ୍ ।
23 ২৩ খ্ৰীষ্ট যীচুৰ সম্বন্ধে মোৰ লগৰ বন্দীয়াৰ ইপাফ্ৰাই তোমাক মঙ্গলবাদ কৰিছে;
ପ୍ରବୁ ଜିସୁ କ୍ରିସ୍ଟନ୍ ଆସନ୍ ଞେନ୍ ସରିନ୍ ବଣ୍ଡିସିଂଲୋଙନ୍ ଆଡ୍ରକୋତନ୍ ଏପାପ୍ରାନ୍ ଆମ୍ୱେଞ୍ଜିଆଡଙ୍ ଲୋମ୍ତବେନ୍ ।
24 ২৪ আৰু মাৰ্ক, আৰিষ্টাৰ্খ, দীমা আৰু লূক, মোৰ এই সহকাৰী সকলেও মঙ্গলবাদ কৰিছে।
ଆରି, ମାର୍କନ୍, ଆରିସ୍ତାର୍କନ୍, ଦିମାନ୍ ଡ ଲୁକନ୍ ଆମ୍ବେଞ୍ଜିଆଡଙ୍ ଲୋମ୍ତବେଞ୍ଜି ।
25 ২৫ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক। আমেন।
ପ୍ରବୁ ଜିସୁ କ୍ରିସ୍ଟନ୍ ଆ ସନାୟୁମ୍ ଅଡ଼୍କୋନ୍ବେନ୍ ଆମଙ୍ ଡକୋନେତୋ ।