< গণনা পুস্তক 25 >
1 ১ পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,
Isala: ili dunu da Sidimi Fago amoga esaloba, Isala: ili dunu ilia da Moua: be uda hiougili, gilisili golai.
2 ২ কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোকসকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে।
Amo uda ilia da Isala: ili dunu ilia gobele salasu lolo nasu (amogawi ilia da Moua: be ogogosu ‘gode’ amoga nodone sia: ne gadosu) amoga hiougi. Isala: ili dunu da ha: i manu mai amola ogogosu Bio ‘gode’ Ba: ile, amoma nodone sia: ne gadoi.
3 ৩ ইস্ৰায়েল পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱাত, ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।
Amaiba: le, Hina Gode da ougi bagade ba: i.
4 ৪ যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ ইস্ৰায়েলৰ পৰা গুচিবৰ বাবে, তুমি লোকসকলৰ আটাই মূল মানুহক নি, যিহোৱাৰ উদ্দেশ্যে সূৰ্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা।”
E da Mousesema amane sia: i, “Na sia: nabima! Isala: ili ouligisu dunu huluane lale, dunu huluane ba: ma: ne medole legema. Amasea, Na da Isala: ili dunu ilima Na ougi fisimu.”
5 ৫ তেতিয়া মোচিয়ে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোক প্ৰতিজনে পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱা নিজ লোকসকলক বধ কৰা।”
Mousese da ouligisu dunu ilima amane sia: i, “Dilia afae afae amo dilia fi amo ganodini nowa da Bio ogogosu ‘gode’ Ba: ile ema nodone sia: ne gadolala, amo medole legema.”
6 ৬ পাছত ইস্ৰায়েলৰ সন্তান সকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতিসকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে।
Mousese amola Isala: ili dunu huluane da da: i dioiwane, Hina Gode Ea Abula diasu holeiga didiga: lalu. Isala: ili dunu afae da Mousese amola Isala: ili dunu huluane ba: ma: ne, Midia: ne uda hi abula diasu ganodini hiougili asi.
7 ৭ তাকে দেখি, হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল’লে।
Finia: se (Elia: isa egefe amola Elane ea aowa) amo ba: beba: le, wa: legadole, dunu gilisisu yolesiagai. E da goge agei lale,
8 ৮ সেই ইস্ৰায়েলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ, কোঁঠালিত সোমাই সেই দুই জনক, সেই ইস্ৰায়েলীয়া পুৰুষক আৰু সেই মহিলাগৰাকীৰ পেটত খুচি মাৰিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ’ল।
amo dunu amola uda bobogele, abula diasu golili sa: ili, ea goge agei amoga ela gilisili sone, medole legei. Amane hamobeba: le, olo bagade amo da Isala: ili fi wadela: lesilalu, amo da hedofai dagoi ba: i.
9 ৯ আৰু যিসকল মহামাৰীত মৰিল, তেওঁলোক চব্বিশ হাজাৰ লোক আছিল।
Be amo olo ganodini, Isala: ili dunu 24,000 agoane da bogogia: i dagoi ba: i.
10 ১০ যিহোৱাই মোচিক ক’লে,
Hina Gode da Mousesema amane sia: i,
11 ১১ “হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে ইস্ৰায়েলৰ মাজত মোৰ অন্তৰ্জ্বালাৰে জ্বলি উঠি ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তানসকলক বিনষ্ট নকৰিলোঁ।
“Finia: se ea hamobeba: le, Na da Isala: ili dunuma ougi amo gumi dagoi. E da eno ‘gode’ liligi ilima nodone sia: ne gadosu hou higale, Nama fawane nodone sia: ne gadomusa: dawa: i. Amaiba: le Na da ougili Isala: ili dunu huluane hame gugunufinisi.
12 ১২ এই হেতুকে তুমি এই কথা কোৱা, ‘যিহোৱাই কৈছে, চোৱা, মই পিনহচক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ;
Amaiba: le ema adoma. Na da ema gousa: su amo da eso huluanedafa dialoma: ne hamomu.
13 ১৩ সেয়ে তেওঁৰ পক্ষে আৰু তেওঁৰ ভাবি-বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিত পদৰ নিয়ম হ’ব; কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তৰ্জ্বালাৰে জ্বলিছিল আৰু ইস্ৰায়েলৰ সন্তানসকলক প্ৰায়শ্চিত্ত কৰিলে।”
E amola egaga fi da eso huluane mae fisili, gobele salasu dunu fi esalumu. Bai e da eno ‘gode’ liligi mae dawa: le, baligiliwane Na fuligala: i. Amola ea hamobeba: le, Isala: ili dunu da ilia wadela: i hou gogolema: ne olofoi dagoi ba: i.”
14 ১৪ হত হোৱা যি ইস্ৰায়েলীয়া পুৰুষক সেই মিদিয়নীয়া তিৰোতাৰ লগত বধ কৰা হৈছিল, তেওঁৰ নাম চালূৰ পুতেক জিম্ৰী, তেওঁ চিমিয়োনীয়াসকলৰ পিতৃ-বংশৰ এজন অধ্যক্ষ আছিল।
Isala: ili dunu amo da Midia: ne uda gilisili medole legei ba: i amo ea dio da Similai (Sailiu egefe. Sailiu da sosogo fi Simione fi amo ganodini bisilua dunu galu).
15 ১৫ আৰু সেই হত হোৱা মিদিয়নীয়া মহিলাগৰাকিৰ নাম চূৰৰ জীয়েক কজ্বী, চূৰ মিদিয়নৰ মাজত পিতৃ-বংশৰ লোকসকলৰ মূল মানুহ আছিল।
Midia: ne uda ea dio amo da Gosabai. Ea ada da Se. E da Midia: ne fi gilisisu ilia hina esalu.
16 ১৬ গতিকে যিহোৱাই মোচিক কৈছিল আৰু ক’লে,
Hina Gode da Mousesema amane sia: i,
17 ১৭ “তুমি মিদিয়নীয়া লোকসকললৈ শত্ৰুতা আচৰণ কৰি সিহঁতক প্ৰহাৰ কৰা।
“Midia: ne fi amo doagala: le, ili gugunufinisima!
18 ১৮ কিয়নো পিয়োৰ দেৱতাৰ বিষয়ে আৰু সেই পিয়োৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কজ্বী নামেৰে মিদিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি ছলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।”
Bai ilia da Bio sogega dilima ogogoiba: le, Isala: ili fi wadela: lesi. Amola Gosabai amo da olo bagade eso Bio sogega amo ganodini medole legei ba: i, e da ogogoiba: le, Isala: ili dunu da se bagade nabi.”