< নেহেমিয়া 7 >

1 দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল,
Bayan an sāke gina katangar na kuma sa ƙofofi a wurarensu, sai aka naɗa masu tsaro, da mawaƙa, da Lawiyawa.
2 মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
Na sa ɗan’uwana Hanani tare da Hananiya shugaban fada aikin riƙon Urushalima, domin shi Hananiya mutum mai mutunci ne, mai tsoron Allah fiye da yawancin mutane.
3 মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।”
Na ce musu, “Kada a buɗe ƙofofin Urushalima da sassafe sai rana ta fito sosai. Yayinda matsaran ƙofofi suna aiki, a kulle ƙofofin a sa musu sakata kafin matsaran su tashi, wajen fāɗuwar rana. Ku kuma naɗa mazaunan Urushalima a matsayin masu tsaro, waɗansunsu a wuraren aiki, waɗansun kuma kusa da gidajensu.”
4 এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
Birnin Urushalima kuwa tana da fāɗi da girma, amma mutanen da suke zama a cikinta kaɗan ne, ba a kuma gina gidaje da yawa ba tukuna.
5 প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।
Sai Allahna ya sa a zuciyata in tara manyan gari, shugabanni da talakawa don a rubuta su bisa ga iyalansu. Na sami littafin asali na waɗanda suka fara dawowa. Ga abin da na tarar an rubuta a ciki.
6 “প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।
Waɗannan su ne mutanen yankin da suka dawo daga zaman bautar da Nebukadnezzar sarkin Babilon ya kame (sun dawo Urushalima da Yahuda, kowanne zuwa garinsa.
7 তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে।
Sun dawo tare da Zerubbabel, da Yeshuwa, da Nehemiya, da Azariya, da Ra’amiya, da Nahamani, da Mordekai, da Bilshan, da Misfar, da Bigwai, da Nehum da kuma Ba’ana). Ga jerin mutanen Isra’ila.
8 পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।
Zuriyar Farosh mutum 2,172
9 চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন।
ta Shefatiya 372
10 ১০ আৰহৰ বংশধৰ ছশ বাৱন্ন জন।
ta Ara 652
11 ১১ যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎ-মোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন।
ta Fahat-Mowab (ta wurin Yeshuwa da Yowab) 2,818
12 ১২ এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন।
ta Elam 1,254
13 ১৩ জত্তুৰ বংশধৰসকল আঠশ পঞ্চলিশ জন।
ta Zattu 845
14 ১৪ জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন।
ta Zakkai 760
15 ১৫ বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন।
ta Binnuyi 648
16 ১৬ বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন।
ta Bebai 628
17 ১৭ অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।
ta Azgad 2,322
18 ১৮ অদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন।
ta Adonikam 667
19 ১৯ বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।
ta Bigwai 2,067
20 ২০ আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।
ta Adin 655
21 ২১ হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।
ta Ater (ta wurin Hezekiya) 98
22 ২২ হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন।
ta Hashum 328
23 ২৩ বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন।
ta Bezai 324
24 ২৪ হাৰীফৰ বংশধৰসকল এশ বাৰ জন।
ta Harif 112
25 ২৫ গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন।
ta Gibeyon 95.
26 ২৬ বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।
Mutanen Betlehem da na Netofa 188
27 ২৭ অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন।
na Anatot 128
28 ২৮ বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন।
na Bet-Azmawet 42
29 ২৯ কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।
na Kiriyat Yeyarim, Kefira da na Beyerot 743
30 ৩০ ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।
na Rama da na Geba 621
31 ৩১ মিকমচৰ লোকসকল এশ বাইশ জন।
na Mikmash 122
32 ৩২ বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।
na Betel da na Ai 123
33 ৩৩ অন্য নবোতৰ লোকসকল বাৱন্ন জন।
na ɗayan Nebo 52
34 ৩৪ অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন।
na ɗayan Elam 1,254
35 ৩৫ হাৰীমৰ লোকসকল তিনি শ বিশ জন।
na Harim 2 320
36 ৩৬ যিৰীহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন।
na Yeriko 345
37 ৩৭ লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন।
na Lod, da na Hadid, da na Ono 721
38 ৩৮ চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন।
na Sena’a 3,930.
39 ৩৯ পুৰোহিতসকল: যিদয়াৰ বংশধৰসকল (যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন।
Ga zuriyar Firistoci. Zuriyar Yedahiya (ta wurin iyalin Yeshuwa) 973
40 ৪০ ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন।
ta Immer 1,052
41 ৪১ পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন।
ta Fashhur 1,247
42 ৪২ হাৰীমৰ বংশধৰসকল এক হাজাৰ সোঁতৰ জন।
ta Harim 1,017.
43 ৪৩ লেবীয়াসকল: হোদবাৰ বংশধৰ কদ্মীয়েল, আৰু কদমীয়েলৰ যেচুৱাৰ বংশধৰসকল চৌসত্তৰ জন।
Ga zuriyar Lawiyawa. Zuriyar Yeshuwa da Kadmiyel (ta wurin Hodeba) 74.
44 ৪৪ গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন।
Mawaƙa. Zuriyar Asaf mutum 148.
45 ৪৫ চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন।
Ga zuriyar Matsaran Ƙofofi. Zuriyar Shallum, Ater, Talmon, Akkub, Hatita da Shobai 138.
46 ৪৬ মন্দিৰৰ দাসবোৰ: চীহা, হচুফা, টব্বায়োৎ,
Ma’aikatan haikali. Zuriyar Ziha, Hasufa, Tabbawot,
47 ৪৭ কেৰোচ, চীয়া, পাদোন,
da ta Keros, da ta Siya, da ta Fadon,
48 ৪৮ লবানা, হগাবা, চলম্য়,
da ta Lebana, da ta Hagaba, da ta Shalmai,
49 ৪৯ হানন, গিদ্দেল, গহৰ,
da ta Hanan, da ta Giddel, da ta Gahar,
50 ৫০ ৰায়া, ৰচীন, নকোদা,
da ta Reyahiya, da ta Rezin, da ta Nekoda,
51 ৫১ গজ্জম, উজ্জা, পাচেহ,
da ta Gazzam, da ta Uzza, da ta Faseya,
52 ৫২ বেচয়, মিয়ূনীম, নফূচীম,
da ta Besai, da ta Meyunawa, da ta Nefussiyawa,
53 ৫৩ বকবুক, হকুফা, হৰ্হূৰ,
da ta Bakbuk, da ta Hakufa, da ta Harhur,
54 ৫৪ বচলীৎ, মহীদা, হৰ্চা,
da ta Bazlit, da ta Mehida, da ta Harsha,
55 ৫৫ বৰ্কোচ, চীচৰা, তেমহ,
da ta Barkos, da ta Sisera, da ta Tema,
56 ৫৬ নচীহ, আৰু হটীফাৰ বংশধৰসকল।
da ta Neziya, da kuma ta Hatifa.
57 ৫৭ চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা,
Ga zuriyar bayin Solomon. Zuriyar Sotai, da ta Soferet, da ta Ferida,
58 ৫৮ যালা, দৰ্কোণ, গিদ্দেল,
da ta Ya’ala, da ta Darkon, da ta Giddel,
59 ৫৯ চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল।
Shefatiya, Hattil, Fokeret-Hazzebayim, da Amon.
60 ৬০ সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল।
Zuriyar ma’aikatan haikali da ta bayin Solomon su 392.
61 ৬১ এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।
Waɗansu sun hauro daga garuruwan Tel-Mela, Tel-Harsha, Kerub, Addon da Immer, amma ba su iya nuna cewa iyalansu su zuriyar Isra’ila ce ba,
62 ৬২ দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন।
zuriyar Delahiya, Tobiya, da Nekoda 642.
63 ৬৩ পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।
Na wajen firistoci kuwa su ne, Zuriyar Hobahiya, da ta Hakkoz, da ta Barzillai (wani mutumin da ya auri’yar Barzillai mutumin Gileyad, aka kuma kira shi da wannan suna).
64 ৬৪ বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
Waɗannan ne aka nemi sunayensu a cikin tarihin asalin iyalai, amma ba a same su a ciki ba, saboda haka aka hana su shiga cikin firistoci, sun zama kamar marasa tsarki.
65 ৬৫ আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।
Sai gwamna ya umarce su kada su ci wani abinci mafi tsarki, sai akwai firist da zai nemi nufin Ubangiji ta wurin Urim da Tummim.
66 ৬৬ সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল।
Yawan jama’ar duka ya kai mutum 42,360,
67 ৬৭ তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল।
ban da bayinsu maza da mata 7,337. Suna kuma da mawaƙa maza da mata 245.
68 ৬৮ তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ,
Akwai dawakai 736, alfadarai 245
69 ৬৯ চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল।
raƙuma 435, da kuma jakuna 6,720.
70 ৭০ পূৰ্বপুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে।
Waɗansu shugabannin iyalai suka ba da kyautai domin taimakon aiki. Gwamna ya ba da darik 1,000 na zinariya, kwanoni 50, da riguna 530 don firistoci.
71 ৭১ পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে।
Waɗansu shugabannin iyalai sun ba da darik 20,000 na zinariya da mina 2,200 na azurfa don aiki.
72 ৭২ অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্ঠি খন বস্ত্ৰ দিলে।
Jimillar da sauran mutane suka bayar ta kai darik 20,000 na zinariya, minas 2,000 na azurfa, da riguna sittin da bakwai don firistoci.
73 ৭৩ পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।
Firistoci, da Lawiyawa, da matsaran ƙofofi, da mawaƙa, da ma’aikatan haikali tare da waɗansu mutane da kuma sauran mutanen Isra’ila, suka zauna a garuruwansu. Da wata na bakwai ya zo, Isra’ilawa kuwa sun riga sun zauna a garuruwansu,

< নেহেমিয়া 7 >