< মিখা 5 >
1 ১ যিৰূচালেমৰ লোকসকল, এতিয়া একলগ হৈ যুদ্ধলৈ শাৰী পাতি আহাঁ, তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে, কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক লাঠিৰে গালত প্রহাৰ কৰিব।
Mifanontona am-pirimboñañe, ry anak’ ampelam-pirimboñañeo fa vinandro’ iareo tika; nilafàe’ iareo an-kobaiñe ty fiambina’ i Mpizaka’ Israeley.
2 ২ কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;
Fa ihe ry Betlekheme Efràtae, ty loho kede añivo’ o arivo lahi’ Iehodao; boak’ ama’o ty hionjoñe ho ahy, ty ho mpifehe’ Israele, ie haehae añe o fionjona’eo, faha-tsietoimoneñe añe.
3 ৩ এই হেতুকে ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব; যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিব, আৰু তেওঁৰ ভাইৰ অৱশিষ্ট লোকসকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব।
Aa le hatolo’e añe iereo ampara’ te nahatoly anake i mitsongoy, himpoly amy zao ty sehanga’ o longo’eo mb’amo ana’ Israeleo mb’eo.
4 ৪ যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
Hiongake re, le hampiandraze’e ami’ty haozara’ Iehovà, ami’ty volonahe’ i Tahina’ Iehovà Andrianañahare’ey; hiaiñ’ añoleñañe iereo, amy t’ie ho ra’elahy pak’añ’olo’ ty tane toy henane zay.
5 ৫ তেঁৱেই আমাৰ শান্তি হ’ব; যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব, আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব, তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন মেৰ-ছাগ ৰখীয়া, আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।
Ie ty ho fañanintsin-tika, naho maname ty tanen-tika o nte-Asoreo, handialia o anjomban-tikañeo, le hampitroaren-tika ama’e ty mpiarake fito, naho ty mpiaolo valo boak’ am’ondatio.
6 ৬ এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ, আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্রোদৰ দেশ শাসন কৰিব। যেতিয়া অচূৰে আমাৰ দেশত সোমাব, আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব, তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব।
Harahe’ iereo am-pibara ty tane Asore, naho ty tane’ i Nimrode amo lalambei’eo naho havotso’e amo nte-Asoreo tika, ie mivotrak’ an-tanen-tika ao, mandialia añate’ o efe-tanen-tikañeo.
7 ৭ বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, যিহোৱাৰ পৰা অহা নিয়ৰ, আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। সেইবোৰে মানুহৰ, আৰু মনুষ্য সন্তান সকলৰ বাবে অপেক্ষা নকৰে।
Ho añivo’ o kilakila’ondatio añe ty sehanga’ Iakobe, hoe zono boak’ am’ Iehovà, hoe oran-joba amo ahetseo, tsy nitamà’ ondaty, tsy niliñisa’ o ana’ondatio.
8 ৮ দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।
Ho am-po’ o fifeheañeo ty sehanga’ Iakobe añivo’ o kilakila’ ondatio ao, hanahake ty liona añ’ate’ o bibin-alao, naho ty ana-diona añivo’ o añondry lia-raikeo ao, ie miranga ro mandialia naho mandrimidrimitse vaho tsy eo ty handrombake.
9 ৯ তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক, আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব।
Honjoneñe ambone’ o rafelahi’oo ty fità’o, vaho haitoañe iaby o malaiñ’ Azoo.
10 ১০ “সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে, “মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোঁৰাবোৰ ধ্বংস কৰিম, আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম।
Ie amy andro zay, hoe t’Iehovà, te hapitsoko añivo’o ao o soavala’oo, vaho ho rotsaheko o sarete’oo.
11 ১১ মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম।
Haitoako ka o rova’ i taneio, vaho fonga hahotrako ambane o kijoly fatratseo;
12 ১২ মই তোমালোকৰ হাতৰ মায়াকর্ম নষ্ট কৰিম, আৰু তোমালোকৰ কোনো গণক দীৰ্ঘ সময় নাথাকিব।
Haitoako am-pità’o ze atao famorehañe; ihe tsy ho amam-pisikily ka;
13 ১৩ মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ, আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম। তোমালোকৰ নিজৰ হাতৰ কার্যক প্ৰণিপাত কৰি নাথাকিবা;
Ho firaeko o hatae sinoki’oo, naho o vato mitroatse añivo’o aoo, soa tsy hitalahoa’o ka o satam-pità’oo.
14 ১৪ মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম, আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম।
Hombotako boak’ añivo’o ao ka o samposampo’oo; vaho ho rotsaheko o rova’oo.
15 ১৫ যি দেশে মোৰ কথা নুশুনে, সেই দেশৰ ওপৰত মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম।
Le hondrohako amo kilakila’ ondatio ty vale-fate an-kabosehañe, naho am-piforoforoañe amo tsy nañaoñeo.