< মিখা 3 >
1 ১ মই কলোঁ, “যাকোবৰ মূখ্য লোকসকল, আৰু ইস্রায়েলৰ বংশৰ শাসনকৰ্ত্তাসকল এতিয়া শুনা: ন্যায় বুজি পোৱাটো তোমালোকৰ বাবে উচিত নহয় নে?
Мән мундақ дедим: «Аңлаңлар, и Яқупниң һакимлири, Исраил җәмәтиниң әмирлири! Адил һөкүмни билиш силәргә хас әмәсму?
2 ২ তোমালোকৰ যিসকলে ভাল কৰ্ম ঘিণ কৰে, আৰু পাপক ভাল পায়, তেওঁলোকৰ তোমালোকে ছাল বখলিয়াবা, আৰু তেওঁলোকৰ হাড়ৰ পৰা মাংস এৰুৱাবা,
И яхшилиқни өч көргүчи, Яманлиқни яхши көргүчиләр — Силәр Өз хәлқимдин терисини, Устиханлиридин гөшини юлидиған, Уларниң гөшини йәйдиған, Териси союлғичә үстидин савайдиған, Устиханлирини чақидиған, Уларни қазанға тәйярлиғандәк, Даш қазандики гөшни тоғриғандәк тоғрайсиләр!
3 ৩ তোমালোকে মোৰ লোকসকলৰ মাংসও খোৱা, তোমালোকে মোৰ লোকসকলৰো ছাল বখলিওৱা, তেওঁলোকৰ হাড় ভাঙা, পাত্রৰ বাবে মাংস, আৰু কেৰাহীত দিয়া মাংসৰ দৰে, তোমালোকে তেওঁলোকক টুকুৰা টুকুৰ কৰা আৰু খোৱা।
4 ৪ তেতিয়া শাসনকৰ্ত্তাসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিব, কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব। সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব, কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা।”
Буниңдин кейин улар Пәрвәрдигарға нида қилиду, Бирақ У уларни аңлимайду; Уларниң қилмишлиридики һәр түрлүк қәбиһлиги үчүн, У чағда У йүзини улардин қачуруп йошуриду!».
5 ৫ ভাববাদীসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, মোৰ লোকসকলক কোনে ভ্ৰান্ত কৰে: যিসকলে তেওঁলোকক আহাৰ খুৱাই, তেওঁলোকৰ বাবে তেওঁলোকে ঘোষণা কৰে, ‘তাত উন্নতি হ’ব।’ কিন্তু যিসকলে নিজৰ মুখত একো নলয়, তেওঁলোকৰ বাবে তেওঁলোকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
Пәрвәрдигар Өз хәлқини аздурғучи пәйғәмбәрләр тоғрилиқ мундақ дәйду: — (Улар чишлири билән чишләйду, «Аман-течлиқ!» дәп вақирайду, Кимәрким уларниң гелини майлимиса, Шуларға қарши уруш һазирлайду!)
6 ৬ সেই কাৰণে কোনো দৰ্শন নোহোৱাকৈ তোমালোকলৈ ৰাতি হ’ব; আৰু তোমালোকে ভৱিষ্যৎ গণনা কৰিব নোৱাৰাকৈ তোমালোকলৈ আন্ধাৰ হ’ব; ভাববাদীসকলৰ ওপৰত সূৰ্য মাৰ যাব, আৰু সেই দিনা তেওঁলোকৰ ওপৰত আন্ধাৰ হ’ব।
— Шуңа силәрни «аламәт көрүнүш»ни көрмәйдиған бир кечә, Пал салғили болмайдиған қараңғулуқ басиду; Пәйғәмбәрләр үчүн қуяш патиду, Күн улар үстидә қара болиду;
7 ৭ দৰ্শকসকলক লাজত পেলোৱা হ’ব, আৰু ভৱিষ্যৎ গণনা কৰা সকল বিভ্রান্ত হ’ব। তেওঁলোক সকলোৱে নিজৰ মুখ ঢাকিব; কাৰণ মোৰ পৰা তেওঁলোকলৈ একো উত্তৰ নাহিব;”
«Аламәт көрүнүшни көргүчиләр» шәрмәндә болиду, Палчилар йәргә қаритилиду; Уларниң һәммиси калпуклирини тосуп жүриду; Чүнки Худадин һеч җавап кәлмәйду.
8 ৮ কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।
Бирақ мән бәрһәқ Пәрвәрдигарниң Роһидин күчкә толғанмән, Яқупқа өзиниң итаәтсизлигини, Исраилға униң гунайини җакалаш үчүн, Тоғра һөкүмләргә һәм қудрәткә толғанмән.
9 ৯ সকলো সৎ কৰ্মত বিপথে যোৱা, আৰু ন্যায় ঘৃণা কৰা হে যাকোবৰ বংশৰ মূখ্য লোকসকল, আৰু ইস্ৰায়েল বংশৰ শাসনকৰ্ত্তাসকল, এতিয়া এই কথা শুনা;
Буни аңлаңлар, өтүнимән, и Яқуп җәмәтиниң һакимлири, Исраил җәмәтиниң әмирлири! Адил һөкүмгә өч болғанлар, Барлиқ адаләтни бурмилайдиғанлар,
10 ১০ তোমালোকে ৰক্তপাতেৰে চিয়োন, আৰু পাপেৰে যিৰূচালেম নিৰ্মাণ কৰিলা;
Зионни қан төкүш билән, Йерусалимни һәққанийәтсизлик билән қуридиғанлар!
11 ১১ তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
[Зионниң] һакимлири парилар үчүн һөкүм чиқириду, Каһинлар «иш һәққи» үчүн тәлим бериду; «Пәйғәмбәрләр» пул үчүн палчилиқ қилиду; Бирақ улар «Пәрвәрдигарға тайинар»миш техи, Вә: — «Пәрвәрдигар аримизда әмәсму? Бизгә һеч яманлиқ чүшмәйду» — дейишиду.
12 ১২ এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।
Шуңа силәрниң вәҗәңлардин Зион теғи етиздәк ағдурулиду, Йерусалим дөң-төпилик болуп қалиду, «Өй җайлашқан тағ» болса орманлиқниң оттурисидики жуқури җайлардәкла болиду, халас.