< মাৰ্ক 12 >
1 ১ পাছত যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙি সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গ’ল।
Jesu go den maadi leni ba leni mi kpanjama. O joa den ŋuni o dunven kuanu. O den lindi u leni li konkonnagili, ki gbiidi ku buogu, ki maa u bilinu, ki guuni bi koaguudiba ki ǹani u dogu nni.
2 ২ পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে।
O jetaagu yogunu o den soani o nacemo bi koaguudiba kani ke wan gaa u biinu u kuanu n luoni yaala.
3 ৩ কিন্তু তেওঁলোকে সেই দাস জনক ধৰি, কোবাই মেলি শুদা-হাতে পঠিয়াই দিলে।
Bi den cuo o ki puo o ki ŋa o i nikuomi.
4 ৪ পাছত আন এজন দাসক পঠোৱা হ’ল, তাতে তেওঁলোকে সেই দাসক মূৰত আঘাত কৰিলে আৰু অপমানো কৰিলে।
O go den soani nacentoa bi kani ke bi pua o yuli ki poagili o.
5 ৫ পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে৷ এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে।
O den soani o taalo ke bi ku o, ke o go soani toaba boncianla ke bi pua ba ki kpa ba.
6 ৬ পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেই জন হ’ল তেওঁৰ প্ৰিয় পুত্ৰ৷ অৱশেষত তেওঁ, তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠাই দিলে৷ তেওঁ ক’লে, ‘তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব৷’
O go den pia o bijoa buadiga; o den juodi ki soano ki yedi: Bi ba ya pia li fangili n bijoa po.
7 ৭ কিন্তু সেই খেতিয়ক সকলে পৰস্পৰে আলোচনা কৰি কলে, ‘এই জনেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁ; তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ’ব’।
Ama laa koaguudiba den yedi biyaba: diidi ki le o faajielo n kpendi yeni, tin kpa o, ke li faali n tua ti yaali.
8 ৮ তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে।
Lani bi den cuo o, ki ku o, ki kandi ki luni o o duven tiidi kuanu puoli po.
9 ৯ এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি, সেই খেতিয়ক সকলক সংহাৰ কৰি সেই বাৰী আন লোকক দিব।
Moala, o duven kuanu daano baa tieni be? O ba cua, ki bolini laa koaguudiba, ki teni o duven kuanu toaba.
10 ১০ এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে? ‘ঘৰ-সজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’;
Naani yi cogi laa maama i diani nni: ya tanli ke bi tanmaaba den luni n tua u tanjigu.
11 ১১ এয়ে প্ৰভুৰ পৰা হ’ল আৰু আমাৰ দৃষ্টিত আচৰিত;”
Li tie U TIENU yanbuama po yo ke laa tanli tua yeni, ti nuni po mo li tie bonlidinkaala.
12 ১২ তেতিয়া তেখেত সকলে যীচুৰ সেই দৃষ্টান্তটো তেখেত সকলৰ বিপক্ষে কোৱা বুলি জানিবলৈ পাই তেওঁক বন্দী কৰিব খুজিলে কিন্তু লোক সকলকলৈ ভয় কৰি তেওঁক এৰি গুচি গ’ল।
Bi den lingi ki bua ki cu o, ama ki nan jie ku niligu. Bi den bandi ke Jesu maadi laa kpanjama bi yapo yo. Bi den ǹani o kani ki ban caa.
13 ১৩ পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেখেত সকলে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়া লোকক তেওঁৰ ওচৰলৈ পঠালে।
Bi den soani nitianba yaaba n tie falisieninba leni elodo buakaabaJesu kani, ke ban ludi o o maceli nni.
14 ১৪ তেওঁলোকে আহি তেওঁক ক’লে, “হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ চীজাৰক কৰ আদায় দিয়াটো বিধান সন্মত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?”
Bi den cua ki yedi o: canbaa ti bani ke a tie moamoandaano, kaa go yagini a yama niloba kuli po; kelima ŋaa nua bi nisaaliba n tie maama, ama a bangi U TIENU sani leni i moamoani. Naani li puni u sanu bi laa puni, tin pa Sesa ti lubidi?
15 ১৫ কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ ক’লে, “আপোনালোকে কিয় মোক পৰীক্ষা কৰিছে? মোৰ ওচৰলৈ এটা আধলিআনক, মই চাওঁ৷”
ti baa pa, bi ti kan pa? Jesu den bandi bi yankpaagibiada, ki tuo bipo ki yedi: be jaapo ke yi bigidi nni? cuani mani n po li kujapienli ke min la li.
16 ১৬ তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ?” তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ।”
Bi den cuani yenli, Jesu den buali ba: ŋmee nannanli leni ŋmee ya diani yo? bi den guani ki yedi Sesa.
17 ১৭ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক; আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।” তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।
Lanwani o den yedi ba: teni mani Sesa wan die yaala, ki teni U TIENU mo wan die yaala. Lani bi den noanlo leni li paakili.
18 ১৮ পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
Sadusieninba yaaba n tua ke bi tinkpiba fiima ki ye den cua Jesu kani ki buali o ya buali n tie na.
19 ১৯ “হে গুৰু, মোচিয়ে আমাৰ বাবে লিখিলে ‘কোনো ভাইৰ যদি নিজ ভার্যা জীয়াই থাকোতে মৃত্যু হয়, কিন্তু তেওঁৰ সন্তান নাই; তেনেহলে তেওঁ এৰি যোৱা ভার্যাক তেওঁৰ ভায়ে গ্ৰহন কৰিব আৰু তেওঁক সন্তান দিব৷’
Canbaa, diidi Muusa n diani ti po ya diani: O nilo cuamo ya kpe, ki ŋa o pua ki naa pia a bila, o waalo ba taa o kpepuoli ki baa o ciamo po o buolu.
20 ২০ সেই ঠাইত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ’ল।
Ki sua li den pia nataanjaba lele. O kpialo den ta pua ki kpe ki naa ŋa buolu.
21 ২১ তাতে দ্বিতীয় জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ’ল; পাছত তৃতীয় জনৰো সেইদৰেই হ’ল।
Olielo den ta li kpepuoli ke li tua o pua, ki mo den kpe ki naa ŋa o buolu. Li den tua yenma o bontaalo po.
22 ২২ সেইদৰে সাত জনেই সন্তান নথকাকৈ মৃত্যুবৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতা গৰাকীৰো মৃত্যু হ’ল।
Bani bonbi lele yeni o ba kuli naa den ŋa buolu. bikuli ya puoli po o pua moko den kpe.
23 ২৩ এতিয়া পুনৰুত্থানত তাই তেওঁলোকৰ মাজৰ কোন জনৰ ভাৰ্যা হ’ব? কিয়নো তাইক সাত জনেই বিয়া কৰাইছিল।”
Bi tinkpiba fiima daali bi siiga ŋme ba die o pua? kelima bani bonbi lele yeni kuli taa o ke o tua o pua
24 ২৪ যীচুৱে তেওঁলোকক ক’লে, “ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাতোৱেই হৈছে আপোনালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে?
Jesu den guani ki yedi ba, yi ye mi tudima nni, kelima yii bani i diani, yii go bani u TIENU paalu.
25 ২৫ কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰাই বা বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।”
Kelima bi tinkpiba fiima yogunu bi jaba kan go taa bi puoba bi puoba mo kan go kuni bi jaba, ama bi baa ya tie nani malekinba yeni tanpoli po.
26 ২৬ “কিন্তু মৃত লোকৰ বিষয়ে অর্থাৎ তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত থকা জোপোহাৰ বৃত্তান্তটোত ঈশ্বৰে যে কৈছিল, ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’ বুলি; ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে?
Yaala n tie bi tinkpiba fiima ya po, naani yii cogi muusa tili nni U TIENU n yedi o yaala yaala n tie ku fatuugu kani: n tie Abalahama TIENU Isaaka TIENU leni Jakoabo TIENU.
27 ২৭ তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; আপোনালোকে বৰকৈ ভুল বুজি আছে।”
U TIENU naa tie yaaba n kpe TIENU ka ama yaaba n fo. Yi ye li tudicianli nni.
28 ২৮ তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে৷ তেতিয়া তেওঁ যীচুক সুধিলে, “কোনটো আজ্ঞা সকলোতকৈ প্রয়োজনীয়?”
Li balimaama diankoa yendo n den gbadi ke bi nia, ki banidi ke Jesu den guani sadusieninba ke li ŋani, o den nagini ki buali o: li bali maama nni mi le n tie mi kpiama?
29 ২৯ যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,
Jesu den tuo o po: diidi mi bonciama, cengi isalele, li Miali Diodo ti Tienu tie yendo.
30 ৩০ আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’।
ŋan bua li miali Diedo a TIENU leni a pali kuli leni a naano kuli leni a yantiali kuli leni a fidu kuli.
31 ৩১ দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।”
Diidi mi bonliema, ŋan bua a nisaalilielo nani ŋan bua a yuli maama. Laa pia ya balimaama n go yabi ki cie yaama n tie na.
32 ৩২ তেতিয়া সেই বিধানৰ অধ্যাপকে তেওঁক ক’লে, “হে সৎ গুৰু! আপুনি সত্য কথাই কৈছে; প্রকৃততে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই;
Li balimaama diankoa n yedi o: li ŋani, canbaa a yedi leni i moamoani ke U TIENU tie yendo, ke toa ki ye kali wani.
33 ৩৩ আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।”
ki bua O leni a pali kuli leni a yantiali kuli leni a naano kuli leni a fidu kuli, ki go bua a nisaalilielo nani a yuli yeni cie apadijukaana leni ban padi ya pada buolu kuli.
34 ৩৪ তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি ক’লে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰৈত নাই।” তেতিয়াৰে পৰা তেওঁক পুনৰ কোনো কথা সুধিবলৈ কাৰো সাহস নহ’ল।
Jesu n laa ke o guani o leni mi yanfuoma, o den yedi o: ŋaa foagi leni U TIENU diema. Obakuli ki go den tuo ki ba buali o mabuali ba.
35 ৩৫ পাছত যীচুৱে মন্দিৰত বহি উপদেশ দিওঁতে, সমিধান দি সেই লোক সকলক ক’লে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, এই বিষয়ে বিধানৰ অধ্যাপক সকলে কেনেকৈ কব পাৰে?
Jesu den suagi o bangima u TIENU diegu nni ki yedi: li ga lede yo ke li balimaama diankaaba tua ke Kilisiti tie Dafidi bijoa?
36 ৩৬ কিয়নো দায়ুদে পবিত্ৰ আত্মাৰে নিজে কৈছিল, ‘প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁ হাতে বহি থাকা, যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰাও৷’
Dafidi wani oba den gbie leni U TIENU fuomi yua ki yedi: oDiedo den yedi n Diedo: kali n jienu po, hali min ba teni a yibalinba n tua a taŋmaakanu.
37 ৩৭ দায়ুদে নিজেই তেওঁক ‘প্ৰভু’ বুলিছিল, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?” আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে।
Dafidi wani oba yini o o Diodo, li nan ga lede yo ke o tie Dafidi biloa? lani ku niligu boncianla den cengi o leni li pamanli.
38 ৩৮ তেতিয়া তেওঁৰ উপদেশৰ মাজত ক’লে, “বিধানৰ অধ্যাপক সকললৈ আপোনালোক সাৱধান হওক; তেখেত সকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ
o den tua ba o bangima nni: fangi mani yi yula leni li balimaama diankaaba yaaba n bua ki ya goadi leni ya liada n foagi, leni ban ya go fuondi ba ku niligu nni;
39 ৩৯ আৰু হাত-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই,
yaaba n lingi u kaankpialu u TIENU diegu nni leni yi kaankpiali i badi nni;
40 ৪০ এই সকলোকে ইচ্ছা কৰে আৰু বাঁৰী মহিলা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে৷ তেখেত সকল অধিক দণ্ডৰ পাত্ৰ হব।”
yaaba n mudi a kpepuona diena ki nan jaandi i jaandifoagi ki bua ki doagidi bi yula. Bi ba jia bi po ya bujiali n bia ki cie.
41 ৪১ পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে।
Jesu den kali ki tiegi ku ligitiagu ki diidi ku niligu n kpiendi i ligi maama. Piada boncianla den kpiendi boŋanla.
42 ৪২ পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে।
O kpepoluodo den cua ki kpieni tanmo lie ke li tie o piama boagidinaama.
43 ৪৩ তেতিয়া যীচুৱে তেওঁ নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোক সকলৰ ভিতৰত এই দৰিদ্ৰ বাঁৰী মহিলা গৰাকীয়ে সকলোতকৈ অধিক দিলে।
Lanwani Jesu den yini o ŋoadikaaba ki yedi ba: n yedi yi moamoani o kpepoluodo ne puni ki cie yaaba n kpieni ku ligitiagu nni kuli.
44 ৪৪ কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত সম্পত্তিৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে ধনৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।”
Kelima bikuli kpieni bi ligijodi yo, ama wan wani kpieni wan pia yaali kulio yema po.