< লূক 13 >
1 ১ সেই সময়ত তাত উপস্থিত থকা কেইজনমান লোকে যীচুক গালীলীয়া লোকৰ বিষয়ে এই সম্বাদ দিলে যে, পীলাতে তেওঁলোকৰ বলিৰ উৎসর্গৰ তেজৰ সৈতে গালীলীয়া সকলৰ তেজ মিহলি কৰিছিল।
Ane gova vreme odori sesa nesave save phende e Isusese tare Galilejcura savengo rat o Pilat mešisada lenđe žrtvencar.
2 ২ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ভাবিছে নে যে, এই গালীলীয়া সকলে দুখভোগ কৰাৰ কাৰণে আন গালীলীয়া সকলতকৈ অধিক পাপী আছিল?
O Isus phenda lenđe: “Tumen li den gođi kaj gola Galilejcura so sesa mudarde si po grešna tare avera Galilejcura?
3 ৩ মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, অাপোনালোক সকলোৱে সেইদৰে বিনষ্ট হব।
Na! Phenav tumenđe, al ako ni irin tumen tare grehura, sa tumen gija ka meren.
4 ৪ চীলোহত এটা ওখ দুর্গৰ পতনত যি ওঠৰ জন মানুহৰ মৃত্যু হৈছিল, আপোনালোকে ভাবে নেকি যে যিৰূচালেমৰ বাকী মানুহতকৈ তেওঁলোক বেছি পাপী আছিল?
Il, so si kole dešohtonecar pe kaste pelo o toranj ano Siloam thaj mudarda len? Tumen li den gođi kaj von sesa po grešna tare sa avera manuša so bešen ano Jerusalim?
5 ৫ মই অাপোনালোকক কওঁ তেনে নহয়; কিন্তু মন-পালটন নকৰিলে, আপোনালোকো বিনষ্ট হব।”
Na! Phenav tumenđe, al ako ni irin tumen tare grehura, sa tumen gija ka meren.”
6 ৬ তাৰ পাছত যীচুৱে এই দৃষ্টান্ত দি ক’লে, “কোনো এজন মানুহৰ দ্ৰাক্ষাবাৰীত এজোপা ডিমৰু গছ ৰোৱা হৈছিল৷ এবাৰ গৰাকীয়ে আহি তাৰ ফল বিচাৰিলে, কিন্তু এটাও ফল নাপালে।
O Isus vaćarda lenđe kaja paramič: “Jekhe manuše sasa smokva sadime ano vinograd. Kana avilo te dičhol dal anda bijandipe, ni arakhlja pe late khanči.
7 ৭ তেতিয়া গৰাকীয়ে বাৰীচোৱাক ক’লে, ‘চোৱা, মই তিনি বছৰ ধৰি এই ডিমৰু গছৰ ফল বিচাৰি আছোঁ, কিন্তু একোৱে নাপাও; সেয়েহে ইয়াক কাটি পেলোৱা। কিয় ইয়াক অযথা মাটি ডৰা নষ্ট কৰিব দিওঁ?’
Tegani vaćarda e manušese savo ćerda bući ko vinograd: ‘Akh, trito berš sar avav te rodav bijandipe pi kaja smokva, al ni arakhav khanči. Čhin la! Sose te šućarol i phuv?’
8 ৮ তাতে বাৰীচোৱাই তেওঁক উত্তৰ দি ক’লে, ‘হে প্ৰভু এই বছৰো থাকিবলৈ দিয়ক। মই ইয়াৰ চাৰিওফালে খান্দি সাৰ দিম৷
Kova manuš lese phenda: ‘Gospodarona! Ačhav la vadži kava berš te hunav paše late thaj te čhudav laće gunoj.
9 ৯ পাছত যদি ফল ধৰে, তেনেহলে ভালেই; নহলে ইয়াক কাটি পেলাব’।”
Šaj ka bijanol aver berš, te na, ka čhine la.’”
10 ১০ এদিন বিশ্ৰামবাৰে এটা নাম-ঘৰত যীচুৱে উপদেশ দি আছিল।
Kana o Isus sikavola ani jekh sinagoga ko savato
11 ১১ তাত এনে এগৰাকী মহিলা আছিল, যি মহিলা গৰাকীয়ে এটা শক্তিহীন কৰা অশুচি আত্মাৰ অধীনত ওঁঠৰ বছৰ ধৰি কষ্ট ভোগ কৰি আছিল আৰু তাই কুঁজী হৈ গৈছিল, একেবাৰে পোন হব পৰা নাছিল।
sasa gothe jekh džuvli savi sasa banđardi dumesa taro bilačho duxo thaj sasa nasvali dešohto berš thaj naštine te ispravil pe.
12 ১২ যীচুৱে তাইক দেখি মাতিলে আৰু ক’লে, “হে নাৰী তোমাৰ শক্তিহীন অৱস্থাৰ পৰা তুমি মুক্ত হোৱা।”
Kana o Isus dikhlja la, dija la vika thaj phenda laće: “Džuvlije! Oslobodimi san tare ćiro nasvalipe!”
13 ১৩ তাৰ পাছত যীচুৱে তাইৰ ওপৰত হাত ৰাখিলে আৰু লগে লগে তাই পোন হৈ ঈশ্বৰৰ স্তুতি কৰিলে।
Čhuta pe late pe vasta, thaj voj sigate ispravisajli thaj hvalisada e Devle.
14 ১৪ কিন্তু যীচুৱে বিশ্ৰামবাৰে সুস্থ কৰাৰ কাৰণে, নাম-ঘৰৰ অধিকাৰী জনে ক্ৰোধিত হৈ লোক সকলক ক’লে, “কাম কৰাৰ কাৰণে ছয় দিন আছে৷ গতিকে সেই ছয় দিনত আহিবা আৰু সুস্হ হবা, বিশ্ৰামবাৰত নহয়।”
Tegani o starešina tari sinagoga but holajlo sose o Isus sastarda ko savato thaj vaćarda e manušenđe: “Isi šov đive ano kurko ke save šaj ćerol pe bući! Aven ke gola đive te sastardon, a na ko savato!”
15 ১৫ প্ৰভুৱে তেওঁক উত্তৰ দি ক’লে, “কপটীয়া সকল! বিশ্ৰামবাৰে আপোনালোক সকলোৱে জানো নিজৰ গাধ বা গৰু গোহালিৰ পৰা মেলি পানী খোৱাবলৈ নিনিয়ে?
O Gospod o Isus tegani phenda lese: “Dujemujenđe! Tumen li ni putren tumare guruve il e here tari jasla thaj ni inđaren le te pijol paj?
16 ১৬ তেনেহলে সুদীর্ঘ ওঠৰ বছৰ ধৰি চয়তানৰ বন্ধনত থকা অব্ৰাহামৰ বংশৰ এই মহিলা গৰাকীক বিশ্ৰামবাৰৰ দিনা এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহয় নে?”
A kala čheja tare Avraamesi kuštik sava o Satana phanglja akh dešohto berš, sose te ma avol oslobodimi ko savato?”
17 ১৭ তেওঁ এইবোৰ কথা কোৱাৰ পাছত, তেওঁৰ বিৰুদ্ধে যি সকল লোক আছিল: সেই লোক সকলে লাজ পালে৷ কিন্তু তেওঁ কৰা সকলো গৌৰৱময় কার্যবোৰ দেখি লোক সকলে আনন্দ কৰিলে৷
Kana kava šunde, ladžajle savore save sesa protiv leste, al sa avera manuša sesa baxtale baše sa e šukar buća so o Isus ćerda.
18 ১৮ তাৰ পাছত যীচুৱে ক’লে, “ঈশ্বৰৰ ৰাজ্য কিহৰ নিচিনা? আৰু কিহৰ লগত মই ইয়াৰ তুলনা দিম?
Tegani o Isus vaćarda: “Savo si o Carstvo e Devleso? Thaj sosa te uporediv le?
19 ১৯ ই হল এটা সৰু সৰিয়হৰ বীজৰদৰে; এজন লোকে সেইবোৰ আনি নিজৰ বাগিছাত সিঁচিলে আৰু তাৰ পৰা গজালি ওলাই বাঢ়ি এজোপা ডাঙৰ গছ হৈ উঠিল; তাতে আকাশৰ চৰাইবোৰে আহি তাৰ ডালবোৰত বাহ সাজিলে।”
Vov si sar seme e gorušicako, savo lol o manuš thaj čhudol le ane piro vrt. Vov barol thaj ćerdol baro kaš thaj e čiriklja aven thaj ćeren pese gnezdura ane lese raja.”
20 ২০ তেওঁ আকৌ কলে, “ঈশ্বৰৰ ৰাজ্যক মই কিহৰ লগত তুলনা কৰিম?
Thaj palem o Isus vaćarda: “Savo si o Carstvo e Devleso? Thaj sosa te uporediv le?
21 ২১ ঈশ্বৰৰ ৰাজ্য খমীৰৰদৰে৷ এগৰাকী মহিলাই তাকে লৈ প্ৰায় তিনি দোণ ময়দাৰ সৈতে মিহলায় আৰু আটাইখিনি ময়দা নুফুলালৈকে ঢাকি থয়৷”
Vov si sar kvasaco savo i džuvli dospil ani bari vangla aresa, sa dži kaj ni šukljol.”
22 ২২ এইদৰে তেওঁ নগৰে নগৰে গাঁৱে গাঁৱে উপদেশ দি দি যিৰূচালেমলৈ গ’ল।
Dok o Isus phirda pe dromesa ano Jerusalim, nakhlo maškare forura thaj maškare gava thaj sikavola e manušen.
23 ২৩ তেতিয়া কোনো এজনে সুধিলে, “প্ৰভু, তাকৰ লোকেহে উদ্ধাৰ পাব নে?” তেতিয়া তেওঁ তেওঁলোকক ক’লে
Khoni pučlja le: “Gospode, dal samo zala ka aven spasime?” O Isus phenda lenđe:
24 ২৪ “ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে যত্ন কৰিব, কিন্তু নোৱাৰিব৷
“Trudin tumen te den ko tesno vudar e neboso, golese kaj but džene, vaćarav tumenđe, ka manđen te den, al ni ka šaj.
25 ২৫ কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই ক’বা, প্ৰভু আমালৈ দুৱাৰ মেলি দিয়ক, তেওঁ উত্তৰ দি আপোনালোকক ক’ব, ‘তোমালোক কোন ঠাইৰ মানুহ, সেই বিষয়ে মই নাজানো৷’;
Kana o čherutno uštol thaj phandol e vudara tare piro čher, ka avol tumenđe but kasno. Tegani ka ačhen avral, ka čalaven ko vudar thaj ka den vika: ‘Gospode! Putar amenđe e vudara!’ Al vov ka vaćarol tumenđe: ‘Ni pindžarav tumen katar sen.’
26 ২৬ তেতিয়া তোমালোকে ক’বা, আপোনাৰ সাক্ষাতে আমি ভোজন-পান কৰিলোঁ আৰু আমাৰ আলি বাটতে আপুনি উপদেশ দিলে।
Tegani ka vaćaren: ‘Amen xaljam thaj piljam tusa thaj pe amare droma sikadan!’
27 ২৭ কিন্তু তেওঁ উত্তৰ দি কব, মই তোমালোকক কওঁ, ‘এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ!’
Al vov ka phenol: ‘Vaćarav tumenđe: Ni pindžarav tumen katar sen. Crden tumen mandar save bilačhipe ćeren!’
28 ২৮ তেতিয়া ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব! তাতে তোমালোকে অব্ৰাহাম, ইচহাক, যাকোব আৰু ভাববাদী সকলক ঈশ্বৰৰ ৰাজ্যত দেখা পাবা, কিন্তু তোমালোকক বাহিৰত পেলোৱা হ’ব৷
Gothe ka roven thaj ka škripin dandencar, kana ka dičhen e Avraame, e Isaako thaj e Jakove thaj sa e prorokuren ano Carstvo e Devleso, a tumen ka aven ikalde avri.
29 ২৯ তেতে পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ পৰা মানুহবোৰ আহি ঈশ্বৰৰ ৰাজ্যত ভোজনত বহিব,
But džene ka aven taro istok thaj taro zapad, taro sever thaj taro jug thaj ka bešen pašo astali ano Carstvo e Devleso.
30 ৩০ আৰু চোৱা যি সকল আগ হব, সেই সকলোবোৰ পাছ পৰিব; আৰু যি সকল পাছ পৰিব তেওঁলোক আগবাঢ়িব৷”
Thaj dikh, kola so si akana anglal odori ka aven empalal, a kola save si empalal odori ka aven emanglal.”
31 ৩১ কিছু সময়ৰ পাছত কেইজনমান ফৰীচীয়ে আহি তেওঁক ক’লে, “তুমি ইয়াৰ পৰা অাতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।”
Ane gova đive avile nesave fariseja te phenen e Isusese: “Iklji thaj dža akatar, golese so o caro o Irod manđol te mudarol tut!”
32 ৩২ যীচুয়ে তেওঁলোকক ক’লে, “যোৱা তোমালোকে গৈ সেই শিয়ালক এই কথা কোৱাগৈ, মই আজি আৰু কাইলৈ ভূত খেদাম নৰিয়াক সুস্থ কৰিম, তৃতীয় দিনা মই মোৰ কার্য সিদ্ধ কৰিম।
O Isus phenda lenđe: “Džan thaj vaćaren gole lisicaće: ‘Akh, ikalav e benđen thaj sastarav ađive thaj theara, a trito đive ka završiv.’
33 ৩৩ যি কি নহওক আজি, কাইলৈ আৰু পৰহিলৈ মই যাত্ৰাত আগবাঢ়ি থাকিব লাগিব; কোনো কাৰণতেই এজনো ভাৱবাদী যিৰূচালেমৰ পৰা দুৰৈত মৃত্যু হব নোৱাৰে৷
Al ađive, theara thaj prektheara trubul te džav mingre dromesa, golese kaj o proroko našti mudardol avral taro Jerusalim.
34 ৩৪ হে যিৰূচালেম! যিৰূচালেম! যি জনে ভাববাদী সকলক বধ কৰে আৰু তোমাৰ ওচৰলৈ পঠোৱা সকলৰ ওপৰত শিল দলিয়াই ৷ বহু বাৰ মই তোমাৰ এই ল’ৰা ছোৱালীবোৰক বচাব খুজিছিলোঁ, কুকুৰাই যেনেকৈ নিজ পোৱালিবোৰক ডেউকাৰ তলত সুৰক্ষা দি ৰাখে তেনেকৈ ৰাখিব খুজিছিলোঁ: কিন্তু আপুনি সন্মত নহ’ল৷
Jerusalime, Jerusalime, tu savo mudare e prorokuren thaj čhude bara pe kola saven bičhalda o Dol tuće! Kobor droma mangljem te ćidav ćire čhavoren sar i khanji pe pujoren tale pe phaka, al ni mangljen!
35 ৩৫ চোৱা, তোমালোকৰ ঘৰ ধ্বংস হৈ গৈছে; মই তোমালোকক কওঁ- যেতিয়ালৈকে তোমালোকে এই কথা নোকোৱা ‘প্ৰভুৰ নামেৰে যি জন আহিছে তেওঁ ধন্য’ তেতিয়ালৈকে তোমালোকে মোক দেখিবলৈ নাপাবা।”
Akh, tumaro čher ka avol pusto. A me vaćarav tumenđe: Ni ka dičhen man sa dok ni vaćaren: ‘Blagoslovimo si kova savo avol ano alav e Gospodeso.’”