< লেবীয় পুস্তক 20 >
1 ১ পাছে যিহোৱাই মোচিক ক’লে,
Nagsao ni Yahweh kenni Moises, kinunana,
2 ২ “তুমি ইস্ৰায়েলৰ সন্তানসকলক পুনৰ কোৱা, ‘ইস্ৰায়েলৰ সন্তান সকলৰ যিকোনোৱে বা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব।
Ibagam kadagiti Israelita, 'Siasinoman kadagiti tattao ti Israel, wenno siasinoman a ganggannaet nga agnanaed iti Israel a mangted iti siasinoman kadagiti annakna kenni Moloc, ket masapul a mapapatay. Masapul a batuen isuna dagiti tattao iti dayta a daga.
3 ৩ ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
Ilisikto met ti rupak iti dayta a tao ken ilaksidkonto isuna manipud kadagiti tattaona gapu ta intedna ti anakna kenni Moloc, tapno laeng marugitan ti nasantoan a lugarko ken saan a maraem ti nasantoan a naganko.
4 ৪ আৰু যি সময়ত সেই মানুহে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰে, সেই সময়ত যদি দেশীয় লোকসকলে সেই মানুহৰ কাৰ্যলৈ চকু মুদে আৰু তেওঁক বধ নকৰে,
No ikidem dagiti tattao iti dayta a daga dagiti matada iti dayta a tao inton intedna ti siasinoman kadagiti anakna kenni Moloc, no saanda isuna a papatayen,
5 ৫ তেন্তে ময়েই সেই মানুহলৈ আৰু তেওঁৰ গোষ্ঠীলৈ কোন্দোৱাকৈ চাই তেওঁক আৰু মোলক দেৱতাৰে সৈতে ব্যভিচাৰ কৰিবৰ অৰ্থে তেওঁৰ অনুগামী হোৱা আটাই ব্যভিচাৰীক আৰু তেওঁলোকক, লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম।
ket ibaw-ingkonto ngarud ti rupak a maibusor iti dayta a tao ken iti pulina, ket ilaksidkonto isuna ken dagiti isuamin a nangaramat iti bagina iti dakes tapno agbalin a balangkantis para kenni Moloc.
6 ৬ আৰু যি কোনো মানুহে ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ অনুগামী হৈ ব্যভিচাৰ কৰিবলৈ তেওঁলোকৰ ফাললৈ মুখ কৰিব, মই সেই মানুহলৈ কোন্দোৱাকৈ চাই, তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।
Ti tao a mapan kadagiti makisasao kadagiti natay, wenno kadagiti makisasao kadagiti espiritu tapno aramatenda dagiti bagida kadakuada iti dakes, Ibaw-ingkonto ti rupak a maibusor iti dayta a tao; ilaksidkonto isuna manipud kadagiti tattaona.
7 ৭ এই হেতুকে তোমালোকে তোমালোকক পবিত্ৰ কৰি পবিত্ৰ হোৱা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
Ngarud, idatonyo dagiti bagiyo kenni Yahweh ket agbalinkayo a nasantoan, gapu ta siak ni Yahweh a Diosyo.
8 ৮ তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ পবিত্ৰকাৰী যিহোৱা।
Masapul a salimetmetanyo dagiti bilbilinko ken masapul a tungpalenyo dagitoy. Siak ni Yahweh, ti nangilasin kadakayo a maipaay kaniak.
9 ৯ কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক শাও দিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। পিতৃ-মাতৃক শাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ গাতে থাকিব।
Dagiti amin a mangilunod iti amana wenno iti inana ket awan duadua a masapul a mapapatay. Inlunodna ti amana wenno inana, isu a nagbasol isuna ket maikari a mapapatay.
10 ১০ যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ কৰিব, যি লোকে ওচৰ-চুবুৰীয়াৰ মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
Ti lalaki a makikamalala iti asawa iti sabali a lalaki, dayta ket, siasinoman a makikamalala iti asawa ti kaarubana—ti nakikamalala a lalaki ken ti nakikamalala a babai ket awan duadua a masapul a mapapatay.
11 ১১ আৰু যি মানুহে নিজ পিতৃ-ভাৰ্য্যাৰে সৈতে শয়ন কৰিব, তেওঁ নিজ পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
Ti lalaki a makikaidda iti asawa ti amana ket imbabainna ti bukodna nga ama. Ti anak a lalaki ken ti asawa ti amana ket agpada a masapul a mapapatay. Nagbasolda ket maikarida a mapapatay.
12 ১২ যদি কোনো লোকে নিজ নিজ পো-বোৱাৰীয়েকৰ লগত শয়ন কৰে, তেন্তে অৱশ্যে তেওঁলোক দুয়োৰো প্ৰাণদণ্ড হ’ব। তেওঁলোকে স্বভাৱৰ বিৰুদ্ধে কাৰ্য কৰে। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
No makikaiddda ti maysa a lalaki iti manugangna a babai, isuda a dua ket awan duadua a masapul a mapapatay. Nakaaramidda iti kinaderrrep. Nagbasolda ket maikarida a mapapatay.
13 ১৩ আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিণ লগীয়া কৰ্ম কৰে। তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
No ti maysa a lalaki ket makikaidda iti sabali a lalaki, kasta met iti babai, agpadada a nakaaramid iti maysa a banag a makarimon. Awan duadua a masapul a mapapatayda. Nakabasolda ket maikarida a matay.
14 ১৪ কোনো লোকে যদি কোনো মহিলাক আৰু তাইৰ মাকক গ্ৰহণ কৰে, তেন্তে সেয়ে কুকৰ্ম; তোমালোকৰ মাজত যেন এনে কুকৰ্ম নহয়, এই কাৰণে তেওঁক আৰু তেওঁলোকক তিনিওটাকে জুইত পুৰি ভস্ম কৰা হ’ব।
No ti maysa a lalaki ket mangasawa iti babai ken inasawana met laeng ti inana, daytoy ket kinadangkes. Masapul a mapuoranda, isuna ken iti babai, tapno awanen ti kinadangkes kadakayo.
15 ১৫ যদি কোনো লোকে পশুত পতিত হয়, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। আৰু তোমালোকে সেই পশুকো বধ কৰিবা।
No ti maysa a lalaki ket makikaidda iti maysa nga ayup, awan duadua a masapul a mapapatay isuna, ken masapul a patayenyo ti ayup.
16 ১৬ যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা। তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
No ti maysa a babai ket umasideg ti aniaman nga ayup tapno kaiddaenna daytoy, masapul a papatayenyo ti babai ken ti ayup. Awan dua dua a masapul a mapapatayda. Nagbasolda ket maikarida a matay.
17 ১৭ যদি কোনো লোকে নিজৰ বায়েক কি ভনীয়েক, অৰ্থাৎ বাপেকৰ জীয়েক বা মাকৰ জীয়েকক গ্ৰহণ কৰি উভয়ে উভয়ৰ উলঙ্গতা দেখে, তেন্তে সেয়ে বৰ লাজৰ বিষয়। তেওঁলোক নিজ জাতিৰ সন্তান সকলৰ সাক্ষাতে উচ্ছন্ন হ’ব। তেওঁ নিজ বায়েক কি ভনীয়েকৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
No makikaidda ti maysa a lalaki iti kabsatna a babai, anakman a babai ti amana wenno iti anak a babai ti inana— no makikaidda isuna kenkuana ken ti babai ket makikaidda met kenkuana, nakababain daytoy a banag. Masapul a mailaksidda iti imatang dagiti tattaoda, gapu ta nakikaidda isuna iti kabsatna a babai. Masapul nga ikarona ti basolna.
18 ১৮ যদি কোনোবাই মাহেকীয়া অশৌচ হোৱা মহিলাৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাইৰ উলঙ্গতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাইৰ ভুমুক অনাবৃত কৰাত আৰু সেই মহিলায়ো নিজৰ তেজৰ ভুমুক অনাবৃত কৰাত, তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
No makikaidda ti maysa a lalaki iti maysa a babai kabayatan iti panagreglana ket nakikaidda kenkuana, inikkatna ti abbong ti pagayusan ti darana, ti pagtataudan ti darana. Agpada a masapul a mailaksid ti babai ken lalaki kadagiti tattaoda.
19 ১৯ তুমি নিজ মাতৃৰ বা পিতৃৰ বায়েক কি ভনীয়েকৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰিবা। কিয়নো ইয়াকে কৰিলে, নিজ ওচৰ-সম্বন্ধীয়াৰ উলঙ্গতা অনাবৃত কৰা হয়; তেওঁলোক দুয়ো নিজ নিজ অপৰাধৰ ফল ভোগ কৰিব।
Masapul a dika makikaidda iti babai a kabsat ti inam wenno amam, gapu ta ibabainmonto ti asideg a kabagiam. Masapul nga ikarom ti bukodmo a basol.
20 ২০ আৰু যদি কোনো মানুহে নিজ বৰ-মাক বা খুৰীয়েকেৰে সৈতে শয়ন কৰে, তেন্তে তেওঁ নিজ বৰ-বাপেকৰ বা দদায়েকৰ উলঙ্গতা অনাবৃত কৰা হয়। তেওঁলোক নিজ নিজ পাপৰ ফল ভোগ কৰিব; তেওঁলোক নিঃসন্তান হৈ মৰিব।
No ti maysa a lalaki ket makikaidda iti asawa ti ulitegna, imbabainna ti ulitegna. Masapul nga ikaroda iti nagbasolanda ket matayda nga awanan iti anak.
21 ২১ আৰু যদি কোনোবাই নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাক গ্ৰহণ কৰে, তেন্তে সেয়ে অশুচি কৰ্ম। নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁলোক নিঃসন্তান হৈ থাকিব।
No ti maysa a lalaki ket asawaenna ti asawa ti kabsatna a lalaki, daytoy ket kinarugit gapu ta naaddaan isuna iti pakainaigan a mangsalungasing ti panangasawa ti kabsatna a lalaki, ket saandanto a maaddaan iti anak.
22 ২২ এই হেতুকে তোমালোকে বাস কৰিবৰ বাবে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বতিয়াই নেপেলায় এই কাৰণে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা।
Masapul ngarud a salimetmetanyo dagiti amin nga alagadek ken dagiti amin a lintegko; masapul a tungpalenyo dagitoy tapno saanakayo nga isarwa iti daga a pangipanak kadakayo a pagnaedanyo.
23 ২৩ মই তোমালোকৰ সন্মূখৰ পৰা যি জাতিক খেদিম, তেওঁলোকৰ ৰীতি-নীতিৰ দৰে তোমালোকে আচৰণ নকৰিবা, কিয়নো তেওঁলোকে সেই সকলো কাৰ্য কৰাত, মই তেওঁলোকক ঘিণ কৰিলোঁ।
Masapul a saanyo a suroten iti kaugalian dagiti nasion a paksiatekto iti sangoananyo, gapu ta inaramidda amin dagitoy a banbanag, ket karimonko ida.
24 ২৪ কিন্তু মই তোমালোকক ক’লোঁ, তোমালোকেই তেওঁলোকৰ দেশ অধিকাৰ কৰিবা; মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ আৰু মৌ-জোল বৈ থকা দেশ দিম। আন জাতি সমূহৰ পৰা তোমালোকক পৃথক কৰা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
Imbagak kadakayo, “Tawidenyonto ti dagada; itedkonto kadayo tapno tagikuaenyo, maysa a daga nga addaan ti agay-ayus a gatas ken diro. Siak ni Yahweh a Diosyo, a nangisina kadakayo manipud kadagiti dadduma a tattao.
25 ২৫ এতেকে তোমালোকে শুচি অশুচি পশুৰ, আৰু শুচি অশুচি পক্ষীৰ প্ৰভেদ কৰিবা। মই যি যি পশু, পক্ষী আৰু ভুচৰ পোক পৰুৱা আদি জন্তু অশুচি বুলি তোমালোকৰ পৰা পৃথক কৰিলোঁ, সেইবোৰৰ কোনো এটাৰ দ্বাৰাই তোমালোকে নিজক ঘিণলগীয়া নকৰিবা।
Masapul ngarud nga mailasinyo ti nadalus ken narugit nga ayup ken ti nadalus a billit ken saan a nadalus. Masapul a saanyo a rugitan dagiti bagbagiyo babaen kadagiti narugit nga ayup wenno billit wenno aniaman nga agkarkarayam iti daga, nga inlasinko a kas narugit manipud kadakayo.
26 ২৬ তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হব লাগে; কিয়নো মই যিহোৱা পবিত্ৰ আৰু তোমালোক মোৰ হবলৈ মই তোমালোকক আন জাতিৰ পৰা পৃথক বেলেগ কৰিলোঁ।
Masapul a nasantoankayo, ta siak, a ni Yahweh, ket nasantoan, ken inlasinakayo manipud kadagiti sabali a tattao, gapu ta kukua kayo.
27 ২৭ যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ’ব, তেওঁৰ প্ৰাণদণ্ড হ’ব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হব; লোকসকলে তেওঁলোকক শিল দলিয়াই বধ কৰিব; তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব’।”
Ti lalaki wenno babai a makitungtong iti natay wenno makitungtong kadagiti espiritu ket awan duadua a masapul a mapapatayda. Masapul a batoen ida dagiti tattao. Nagbasolda ket maikarida a matay.”