< লেবীয় পুস্তক 15 >
1 ১ যিহোৱাই মোচি আৰু হাৰোণক কোৱা কথাখিনি এইদৰে ক’লে,
І Господь промовляв до Мойсея й до Ааро́на, говорячи:
2 ২ “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘কোনো পুৰুষৰ শৰীৰৰ পৰা কোনো ধৰণৰ বৈ থকা সোঁচৰা ৰোগ হ’লে, সেই ৰোগৰ কাৰণে তেওঁ অশুচি হ’ব।
„Промовляйте до Ізра́їлевих синів і скажіть їм: Кожен чоловік, коли з його тіла текти́ме те́ча його, — нечистий він.
3 ৩ সেই ৰোগ থকাৰ বাবে তেওঁ অশুচি হৈ থাকিব। তেওঁৰ শৰীৰৰ পৰা সেই ৰোগ বৈ থাকক বা বন্ধ হওঁক, তথাপি তেওঁ অশুচি।
А це буде про нечистість його в течі його: коли тіло його випускає течу свою, або коли в тілі його заде́ржалась те́ча його́, — воно нечистість його.
4 ৪ সেই ৰোগী শোৱা প্ৰত্যেক শয্যা অশুচি আৰু তেওঁ বহা প্ৰত্যেক আসনো অশুচি।
Кожне ло́же, що течи́вий ляже на ньому, буде нечисте, і кожна річ, що він сяде на ній, буде нечиста.
5 ৫ যিজনে তেওঁৰ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
І кожен, хто доторкнеться ложа його, випере свою одежу й обмиється в воді, і буде нечистий аж до вечора.
6 ৬ আৰু সেই ৰোগী বহা আসনত যদি কোনোজনে বহে, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
А хто сяде на річ, що на ній сидів течи́вий, той випере одежу свою й обмиється в воді, і буде нечистий аж до вечора.
7 ৭ আৰু যিজনে সেই ৰোগীৰ গা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
А хто доторкнеться до тіла течивого, той випере одежу свою й обмиється в воді, і буде нечистий аж до вечора.
8 ৮ সেই ৰোগীয়ে যদি কোনো মানুহৰ গা’ত থুই পেলায়, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
А коли течи́вий плюне на чистого, то випере той одежу свою й обмиється в воді, і буде нечистий аж до вечора.
9 ৯ আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অশুচি হ’ব।
І кожен по́віз, що на нім конно їде течивий, буде нечистий.
10 ১০ আৰু যিজনে তেওঁৰ তলত থকা কোনো বস্তু চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু যিজনে সেই বস্তু তুলি বৈ নিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
І кожен, хто доторкнеться до всього, що буде під ним, буде нечистий аж до вечора. А хто їх носить, той випере одежу свою й обмиється в воді, і буде нечистий аж до вечора.
11 ১১ সেই ৰোগীয়ে হাত নোধোৱাকৈ যিজনক চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব, পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
І кожен, кого доторкнеться течивий, — а рук своїх він не обілля́в водою, — то випере він одежу свою й обмиється в воді, і буде нечистий аж до вечора.
12 ১২ আৰু সেই ৰোগীয়ে যি কোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব।
А гли́няний по́суд, що його доторкнеться течи́вий, буде розбитий, а кожен по́суд дерев'яний буде обмитий водою.
13 ১৩ পাছত সেই ৰোগী যেতিয়া নিজ ৰোগৰ পৰা সুস্থ হ’ব, তেতিয়া তেওঁ নিজ শুচিৰ অৰ্থে, সাত দিন বাট চাই থাকি নিজ বস্ত্ৰ ধুব আৰু বোৱতী পানীত গা ধুব লাগিব; তেতিয়া তেওঁ শুচি হ’ব।
А коли течивий стане чистий від течі своєї, то він відлічить сім день на своє очи́щення, — і випере одежу свою, і обмиє тіло своє в живій воді, — і стане чистий.
14 ১৪ অষ্টম দিনা তেওঁ নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব লাগিব।
А восьмого дня він візьме собі дві горлиці або двоє голубенят, та й при́йде перед лице Господнє до входу скинії заповіту, і дасть їх священикові.
15 ১৫ তেতিয়া পুৰোহিতে তাৰ এটা পাপাৰ্থক বলিৰ বলি স্বৰূপে উৎসৰ্গ কৰিব; এইদৰে পুৰোহিতে তেওঁৰ সেই ৰোগৰ কাৰণে যিহোৱাৰ সন্মূখত তাক প্ৰায়শ্চিত্ত কৰিব।
I споряди́ть їх священик: одне — жертвою за гріх, а одне — цілопа́ленням, та й очистить священик його перед Господнім лицем від те́чі його.
16 ১৬ যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্য্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
А чоловік, коли вийде з нього насіння парува́ння, то обмиє в воді все тіло своє, і буде нечистий аж до вечора.
17 ১৭ আৰু যিকোনো বস্তুত বা ছালত বীৰ্য্য লাগিলে, তাক পানীত ধুব লাগিব আৰু সেয়ে সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
А всяка одежа й всяка шкура, що на ній буде насіння парува́ння, то вона буде ви́прана в воді, і буде нечиста аж до вечора.
18 ১৮ আৰু কোনো পুৰুষে স্ত্রীৰ সৈতে শয়ন কৰোঁতে যদি বীৰ্য্যপাত হয়, তেওঁলোক দুয়ো পানীত গা ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
І жінка, що чоловік лежатиме з нею на парува́ння, то обмиються вони в воді, і будуть нечисті аж до вечора.
19 ১৯ যেতিয়া কোনো মহিলাৰ ঋতুস্রাৱ হয়, তেতিয়া সাত দিনলৈ তেওঁ অশুচি হৈ থাকিব আৰু যিজনে তাইক চুব, সি সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
А жінка, коли буде течи́ва, — кров буде те́чею її в тілі її — то сім день буде в своїй нечистості, а кожен, хто доторкнеться її, буде нечистий аж до вечора.
20 ২০ আৰু সেই অশৌচৰ কালত তেওঁ য’ত শুব, সেই ঠাইও অশুচি হ’ব; আৰু য’ত তেওঁ বহিব, সেইবোৰো অশুচি হ’ব।
І все, на чо́му вона лежатиме в нечи́стості своїй, буде нечисте; і все, на чому вона сяде, буде нечисте.
21 ২১ আৰু যিজনে তেওঁৰ শয্যা চুব; তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
А кожен, хто доторкнеться до місця лежа́ння її, той випере одежу свою й обмиється в воді, і буде нечистий аж до вечора.
22 ২২ আৰু যিজনে তেওঁ বহা আসন চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
А кожен, хто доторкнеться до всякої речі, на якій вона сидить, той випере одежу свою й обмиється в воді, і буде нечистий аж до вечора.
23 ২৩ আৰু তাইৰ শয্যাৰ ওপৰত থকা কিবা বস্তু বা যিকোনো বস্তু যদি তেওঁ চোৱে তেন্তে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
А якщо було́ б щось на ложі або на тій речі, що вона сиділа на ній, і він доторкнеться того, то буде нечистий аж до вечора.
24 ২৪ আৰু যদি কোনো পুৰুষে তাইৰে সৈতে শয়ন কৰে আৰু তাইৰ তেজ তেওঁৰ শৰীৰত লাগে, তেন্তে তেওঁ সাত দিনলৈ অশুচি হৈ থাকিব আৰু যিকোনো শয্যাত তেওঁ শুব, সেই শয্যাও অশুচি হ’ব।
А якщо буде лежати чоловік із нею, то нечистість її буде на ньому, і буде він нечистий сім день.
25 ২৫ আৰু মাহেকীয়া অশৌচৰ কালত ৰক্তস্ৰাৱ নহৈ, যদি অসময়ত কোনো স্ত্রী’ৰ বহু দিনলৈকে ৰক্তস্ৰাৱ হয় বা মাহেকীয়া অশৌচৰ কালত যদি অনেক দিনলৈ ৰক্তস্ৰাৱ হয়, তেন্তে মাহেকীয়া অশৌচৰ কালৰ দৰে, সেই অশুচি ৰক্তস্ৰাৱৰ সকলো দিন তাই অশুচি হৈ থাকিব; তাই অশুচি।
А жінка, коли буде текти теча крови її багато днів не в часі нечистости її, або коли буде текти понад нечистості її, то всі дні течі нечистости її буде вона, як за днів нечистости її, — нечиста вона.
26 ২৬ সেই ৰক্তস্ৰাৱৰ সকলো দিন যিকোনো শয্যাত তাই শুব, সেয়ে মাহেকীয়া অশৌচৰ কালৰ দৰে অশুচি হব; আৰু যিকোনো আসনৰ ওপৰত তাই বহিব সেয়ে মাহেকীয়া অশৌচৰ কালৰ অশুচিতাৰ দৰে অশুচি হ’ব।
Кожне ложе, на якому вона лежатиме всі дні течі її, буде для неї, як ложе її нечистости. І кожна річ, на яку вона сяде, буде нечиста, як нечистість місячного очищення її.
27 ২৭ আৰু যিজনে সেইবোৰ চুব, তেওঁ অশুচি হ’ব আৰু তেওঁ বস্ত্ৰ ধুই পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
І кожен, хто доторкнеться до них, буде нечистий, — і випере одежу свою, і обмиється в воді, і буде нечистий аж до вечора.
28 ২৮ পাছত সেই স্ত্রী ৰক্তস্ৰাৱৰ পৰা সুস্থ হ’লে, তাই সাত দিন থাকিব; তাৰ পাছত তাই শুচি হ’ব।
А якщо вона очиститься від течі своєї, то відлічить собі сім день, а пото́му стане чиста.
29 ২৯ পাছত অষ্টম দিনা, তাই নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
А во́сьмого дня ві́зьме собі дві горлиці, або двоє голубенят, та й принесе їх до священика до входу скинії заповіту.
30 ৩০ পুৰোহিতে তাৰ এটা পাপাৰ্থক বলি স্বৰূপে আৰু আনটো হোম-বলিস্বৰূপে উৎসৰ্গ কৰিব; এইদৰে তাই অশুচি ৰক্তস্ৰাৱৰ কাৰণে পুৰোহিতে যিহোৱাৰ সন্মূখত তাইক প্ৰায়শ্চিত্ত কৰিব।
І споряди́ть священик одне — жертвою за гріх, а одне — цілопаленням, та й очистить священик її перед Господнім лицем від течі нечистости її.
31 ৩১ ইস্ৰায়েলৰ সন্তান সকলে তাৰ মাজত থকা মোৰ আৱাস অশুচি কৰি তেওঁলোকে নিজ নিজ অশৌচৰ কাৰণে নমৰিবলৈ এইদৰে তোমালোকে তেওঁলোকক নিজ নিজ অশৌচৰ পৰা পৃথক কৰিবা।
І відді́лите Ізра́їлевих синів від їхньої нечистости, — щоб не повмирали вони в своїй нечистості через занечи́щення їхнє Моєї скинії, яка серед них.
32 ৩২ গা’ৰ পৰা কিবা বৈ থকা ৰোগী, বীৰ্য্যপাতৰ অশুচি হোৱা লোক,
Оце зако́н про течи́вого та про того, що з нього виходить насіння лежа́ння, що ним занечищується,
33 ৩৩ ৰজস্বলা হোৱা কোনো পুৰুষ বা মহিলাৰ শৰীৰৰ পৰা যদি কোনো তৰল পদাৰ্থ বৈ থাকে, আৰু অশুচি স্ত্রী’ৰে সৈতে শয়নকাৰী পুৰুষ, এই লোকসকলৰ বাবে এই নিয়ম’।”
і про хвору в місячнім очищенні її, і про течи́вого на те́чу свою, для чоловіка й для жінки, та для чоловіка, що буде лежати з нечистою“.