< বিচারকচরিত 21 >
1 ১ ইস্ৰায়েলৰ লোকসকলে মিস্পাত এই প্রতিজ্ঞা কৰিলে, “আমাৰ কোনেও বিন্যামীনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে।”
Torej možje iz Izraela so v Micpi prisegli, rekoč: »Nihče izmed nas svoje hčere ne bo dal Benjaminu za ženo.«
2 ২ পাছত ইস্রায়েলৰ লোকসকল বৈৎএল চহৰলৈ গ’ল, তাতে ঈশ্বৰৰ সন্মুখত সন্ধ্যালৈকে সেই ঠাইত বহি থাকি বৰ মাতেৰে ক্ৰন্দন কৰি ক’লে,
Ljudstvo je prišlo k Božji hiši in tam so ostali do večera pred Bogom in povzdignili svoje glasove in bridko jokali
3 ৩ “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আজি ইস্ৰায়েলৰ মাজৰ এক ফৈদ লুপ্ত হ’ল; ইস্ৰায়েলৰ মাজত কিয় এনে ঘটিল?”
in rekli: »Oh Gospod, Izraelov Bog, zakaj se je to zgodilo v Izraelu, da danes manjka en rod v Izraelu.«
4 ৪ পাছদিনা লোকসকলে পুৱাতে উঠি এটা যজ্ঞ-বেদি সাজি সেই বেদিত তেওঁলোকে হোম-বলি আৰু মঙ্গলাৰ্থক নৈবেদ্য উৎসৰ্গ কৰিলে।
Pripetilo se je naslednji dan, da je ljudstvo zgodaj vstalo, tam zgradilo oltar in darovalo žgalne daritve in mirovne daritve.
5 ৫ তাৰ পাছত ইস্ৰায়েলৰ সন্তান সকলে ক’লে, “ইস্রায়েলীয় সকলৰ মাজত এনে কোন জাতি আছে যি সকল প্রভুৰ কাষলৈ আমাৰ এই প্রার্থনালৈ অহা নাই?” কিয়নো মিস্পাত যিহোৱাৰ গুৰিলৈ যি জন নাহিব, “তেওঁৰ প্ৰাণ দণ্ড অৱশ্যে হ’ব” এই বুলি তেওঁলোকে প্রতিজ্ঞা কৰিছিল।
Izraelovi otroci so rekli: »Kdo je tam med vsemi Izraelovimi rodovi, ki s skupnostjo ni prišel gor h Gospodu?« Kajti sklenili so veliko prisego glede tistega, ki ne pride gor h Gospodu v Micpo, rekoč: »Ta bo zagotovo usmrčen.«
6 ৬ ইস্ৰায়েলৰ সন্তান সকলে নিজ ভাই বিন্যামীনৰ অৰ্থে বেজাৰ কৰি ক’লে, “ইস্ৰায়েলৰ মাজৰ পৰা আজি এক ফৈদ উচ্ছন্ন হ’ল;
Izraelovim otrokom je bilo žal zaradi Benjamina, njihovega brata in rekli so: »Ta dan je iz Izraela iztrebljen en rod.
7 ৭ এতিয়া তাৰ অৱশিষ্ট থকা লোকসকলৰ বিয়াৰ বিষয়ে কি কৰা উচিত? কিয়নো আমাৰ নিজ নিজ জীহঁতক সিহঁতৰে সৈতে বিয়া নিদিওঁ বুলি কৈ আমি যিহোৱাৰ নামেৰে শপত খালোঁ।”
Kako bomo storili zaradi žena za tiste, ki so ostali, glede na to, da smo pri Gospodu prisegli, da jim ne bomo dali izmed svojih hčera za žene?«
8 ৮ এই হেতুকে তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজৰ এনে কোন আছে, যি ফৈদ মিস্পাত যিহোৱাৰ কাষত উপস্থিত হোৱা নাই?” তেতিয়া তেওঁলোকে জানিব পাৰিলে যাবেচ গিলিয়দৰ পৰা কিছুমান মানুহ সেই সমাবেশত উপস্থিত হোৱা নাই।
Rekli so: »Kateri izmed Izraelovih rodov je, ki ni prišel v Micpo h Gospodu?« Glej, iz Jabéš Gileáda ni nihče prišel v tabor k zboru.
9 ৯ কিয়নো লোকসকলৰ গণনা কৰাৰ সময়ত তেওঁলোকে দেখিলে যে যাবেচ গিলিয়দ নিবাসীসকলৰ এজনো সেই ঠাইলৈ অহা নাই।
Kajti ljudstvo je bilo prešteto in glej, tam ni bilo nobenega prebivalca iz Jabéš Gileáda.
10 ১০ তেতিয়া তেওঁলোকে সাহসী লোকসকলৰ মাজৰ পৰা বাৰ হাজাৰ সৈন্যক এই আজ্ঞা দি পঠালে যে “তেওঁলোকে যাবেচ গিলিয়দলৈ গৈ সৰু সৰু ল’ৰা-ছোৱলী আৰু মহিলাকে ধৰি সকলোকে আক্রমণ কৰি বধ কৰক।”
Skupnost je tja poslala dvanajst tisoč mož izmed najhrabrejših in jim zapovedala, rekoč: »Pojdite in udarite prebivalce Jabéš Gileáda z ostrino meča, z ženskami in otroki.
11 ১১ “তোমালোকে এইদৰে কৰা; প্ৰতিজন পুৰুষ আৰু পুৰুষেৰে সৈতে শয়ন কৰা প্ৰতিগৰাকী মহিলাকে বধ কৰিবা।”
To je stvar, ki jo boste storili: ›Popolnoma boste uničili vsakega moškega in vsako žensko, ki je ležala z moškim.‹«
12 ১২ সৈন্যসকলে যাবেচ-গিলিয়দ নিবাসী লোকসকলৰ মাজত কেতিয়াও পুৰুষৰে সৈতে শয়ন নকৰা চাৰিশ যুবতীক অবিবাহিতা পালে। তেওঁলোকে সেই যুবতীসকলক কনান দেশত থকা চীলোৰ ছাউনিলৈ লৈ গ’ল।
Med prebivalci Jabéš Gileáda so našli štiristo mladih devic, ki nobenega moškega niso spoznale z ležanjem s katerimkoli moškim. Privedli so jih v tabor do Šila, ki je v kánaanski deželi.
13 ১৩ তাৰ পাছত ইস্রায়েলীয়াসকলে ৰিম্মোন শিলত থকা বিন্যামীনীয়া লোকসকললৈ বার্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে।
Celotna skupnost je poslala nekatere, da govorijo Benjaminovim otrokom, ki so bili v Rimónovi skali in da miroljubno kličejo k njim.
14 ১৪ এই বার্তা শুনি বিন্যামীনীয়াসকল ইস্রায়েললৈ উলটি আহিল। যাবেচ-গিলিয়দীয়া মহিলাসকলৰ মাজৰ জীয়াই ৰখা যুৱতীসকলক তেওঁলোকৰে সৈতে বিয়া কৰাই দিলে; তথাপি তেওঁলোকলৈ ছোৱালীৰ সংখ্যা নাটনি হ’ল।
Ob tistem času je ponovno prišel Benjamin in izročili so jim žene, ki so jih žive rešili izmed žensk Jabéš Gileáda in vendar jim to ni zadoščalo.
15 ১৫ ইস্ৰায়েলৰ লোকসকলে বিন্যামীন ফৈদৰ কাৰণে দুখ কৰিবলৈ ধৰিলে, কাৰণ যিহোৱাই ইস্রায়েলৰ ফৈদ সমূহৰ মাজত এক বিভাজন আনি দিছিল।
Ljudstvo se je pokesalo zaradi Benjamina, zato ker je Gospod naredil vrzel v Izraelovih rodovih.
16 ১৬ ইস্ৰায়েলৰ বৃদ্ধ নেতাসকলে ক’লে, “বিন্যামীনীয়া স্ত্ৰীসকলক বধ কৰা হ’ল। এতিয়া অৱশিষ্ট বিন্যামীনীয়া যি সকল আছে, তেওঁলোকৰ বিবাহৰ কাৰণে আমি ক’ৰ পৰা স্ত্রী পাম?”
Potem so starešine skupnosti rekli: »Kako bomo storili glede žena za tiste, ki ostanejo, glede na to, da so ženske uničene iz Benjamina?«
17 ১৭ তেওঁলোকে ক’লে, “ইস্রায়েলীয়া সকলৰ মাজৰ পৰা যেন এটা ফৈদ লুপ্ত হৈ নাযায়, সেয়ে জীয়াই থকা বিন্যামীনীয়াসকলৰ বংশ ৰক্ষা কৰিবলৈ সন্তানৰ অৱশ্যেই প্রয়োজন আছে।
Rekli so: » Mora biti dediščina za tiste, ki pobegnejo iz Benjamina, da iz Izraela ne bo uničen rod.«
18 ১৮ আমাৰ ছোৱালীবোৰকতো তেওঁলোকৰ লগত বিয়া দিব নোৱাৰো, কিয়নো আমি শপত খাইছিলো যে, কোনোৱে যদি বিন্যামীনীয়াক ছোৱালী দিয়ে, তেন্তে তেওঁ অভিশপ্ত হ’ব।”
Vendar jim ne moremo dati žene izmed svojih hčera, kajti Izraelovi otroci so prisegli, rekoč: »Preklet bodi, kdor daje ženo Benjaminu.«
19 ১৯ তেতিয়া তেওঁলোকে ক’লে, “তোমালোকে জানা যে, প্রতি বছৰে চীলোত যিহোৱাৰ উদ্দেশ্যে এক উৎসৱ হয়; এই চীলো চহৰখন বৈৎএলৰ উত্তৰ ফালে, যি পথ বৈৎএলৰ পৰা চিখিমৰ ফালে উঠি গৈছে তাৰ পূৱফালে আৰু লেবোনাৰ দক্ষিণ ফালে আছে।”
Potem so rekli: »Glej, tam je letno Gospodovo praznovanje v Šilu, na kraju, ki je na severni strani Betela, na vzhodni strani glavne ceste, ki gre gor od Betela do Sihema in na vzhodni strani Lebóne.«
20 ২০ তেওঁলোকে বিন্যামীনীয়া লোকসকলক এই পৰামর্শ দিলে যে, “তোমালোকে গৈ দ্ৰাক্ষাবাৰীবোৰত লুকাই অপেক্ষা কৰি থাকিবা।
Zato so Benjaminovim otrokom zapovedali, rekoč: »Pojdite in prežite v zasedi v vinogradih.
21 ২১ যেতিয়া চীলোৰ ছোৱালীবোৰে নাচত যোগ দিবলৈ ওলাই আহিব, তেতিয়া তোমালোক দ্ৰাক্ষাবাৰীৰ পৰা দৌৰি বাহিৰ ওলাই তেওঁলোকৰ মাজৰ পৰা যাকে ইচ্ছা তেওঁকে ধৰি লৈ বিন্যামীন এলেকালৈ গুচি যাবা।
Glejte in opazujte, če hčere iz Šila pridejo ven, da plešejo v plesih, potem pridite iz vinogradov in zgrabite vsak mož svojo ženo izmed hčera v Šilu in pojdite v Benjaminovo deželo.«
22 ২২ তেওঁলোকৰ বাপেক বা ভায়েক-ককায়েকসকলে যেতিয়া আমাৰ ওচৰত গোচৰ দিবলৈ আহিব, তেতিয়া আমি তেওঁলোকক ক’ম, ‘আপোনালোকে এই সকলো ছোৱালীকে দান কৰি তেওঁলোকৰ প্রতি দয়া কৰক; কিয়নো যুদ্ধৰ সময়ত আমি তেওঁলোকৰ কাৰণে যথেষ্ট যুৱতী নাপালোঁ। শপতৰ বিষয়ত আপোনালোকে একো দোষ কৰা নাই; কাৰণ আপোনালোকেতো আপোনালোকৰ ছোৱালীবোৰক নিজে তেওঁলোকলৈ বিয়া দিয়া নাই’।”
Zgodilo se bo, da ko pridejo k nam njihovi očetje ali njihovi bratje, da se pritožujejo, jim bomo rekli: »Bodite jim naklonjeni zaradi nas, ker v vojni nismo prihranili vsakemu možu svoje žene, kajti ob tistem času jim jih vi niste dali, tako ste sedaj krivi.«
23 ২৩ তাতে বিন্যামীনীয়াসকলে তেনেকৈয়ে কৰিলে। ছোৱালীবোৰে যেতিয়া নাচি আছিল তেতিয়া তেওঁলোক প্রত্যেকেই বিয়া কৰিবৰ কাৰণে এগৰাকিকৈ ছোৱালী ধৰি লৈ গ’ল। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ নিজৰ ঠাইলৈ উলটি গৈ নগৰ সাজি তাতে বাস কৰিবলৈ ধৰিলে।
Benjaminovi otroci so tako storili in si vzeli žene, glede na njihovo število izmed tistih, ki so plesale, ki so jih ujeli in odšli ter se vrnili v svojo dediščino in popravili mesta in prebivali v njih.
24 ২৪ সেই সময়ত ইস্ৰায়েলীয়াসকলে সেই ঠাই এৰি নিজ নিজ ফৈদ আৰু বংশৰ ঠাইলৈ প্ৰস্থান কৰিলে।
Ob tem času so Izraelovi otroci odšli od tam, vsak mož k svojemu rodu in k svoji družini in odšli so od tam, vsak mož k svoji dediščini.
25 ২৫ এই সময়ত ইস্ৰায়েলৰ মাজত কোনো ৰজা নাছিল; সেয়ে যিহকে ভাল দেখিছিল তেওঁলোকে তাকেই কৰিছিল।
V tistih dneh ni bilo kralja v Izraelu. Vsak mož je počel to, kar je bilo pravilno v njegovih lastnih očeh.