< যোশুয়া 15 >
1 ১ দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল।
Партя кэзутэ прин сорць семинцией фиилор луй Иуда, дупэ фамилииле лор, се ынтиндя спре хотарул Едомулуй пынэ ла пустиул Цин, ла мязэзи. Ачеста а фост хотарул чел май де мязэзи.
2 ২ তেওঁলোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল।
Астфел, хотарул лор де мязэзи порня де ла капэтул Мэрий Сэрате, де ла сынул каре каутэ спре мязэзи.
3 ৩ অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷
Ешя спре мязэзи де суишул Акрабим, тречя прин Цин ши се суя ла мязэзи де Кадес-Барня; де аколо тречя ынаинте прин Хецрон, суя спре Адар ши се ынторчя ла Каркаа;
4 ৪ পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷
тречя апой прин Ацмон, мерӂя пынэ ла пырыул Еӂиптулуй ши ешя ла маре. Ачеста сэ вэ фие хотарул де мязэзи.
5 ৫ যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷
Хотарул де рэсэрит ера Маря Сэратэ пынэ ла ымбукэтура Йорданулуй. Хотарул де мязэноапте порня де ла сынул мэрий каре есте ла ымбукэтура Йорданулуй.
6 ৬ এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷
Суя спре Бет-Хогла, тречя пе ла мязэноапте де Бет-Араба ши се ридика пынэ ла пятра луй Бохан, фиул луй Рубен;
7 ৭ পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।
суя май департе ла Дебир, ла о депэртаре буничикэ де валя Акор, ши се ындрепта спре мязэноапте ынспре Гилгал, каре есте ын фаца суишулуй Адумим ла мязэзи де пырыу. Тречя пе лынгэ апеле Ен-Шемеш ши мерӂя пынэ ла Ен-Рогуел.
8 ৮ তাৰ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷
Суя де аколо прин валя Бен-Хином, ынспре мязэзи де Иебус, каре есте Иерусалимул, апой се ридика пынэ ын вырфул мунтелуй, каре есте ын дрептул вэий Хином ла апус ши ла капэтул вэий рефаимицилор ла мязэноапте.
9 ৯ পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷
Дин вырфул мунтелуй, хотарул се ынтиндя пынэ ла изворул апелор Нефтоах, ешя ла четэциле мунтелуй Ефрон ши тречя прин Баала, сау Кириат-Иеарим.
10 ১০ পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷
Дин Баала се ынторчя ла апус спре мунтеле Сеир, тречя прин партя де мязэноапте а мунтелуй Иеарим, сау Кесалон, се кобора ла Бет-Шемеш ши тречя прин Тимна.
11 ১১ আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।
Апой ешя ын латура де мязэноапте а Екронулуй, се ынтиндя спре Шикрон, тречя прин мунтеле Баала, ажунӂя пынэ ла Иабнеел ши ешя ла маре.
12 ১২ পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা।
Хотарул де апус ера Маря чя Маре ши цэрмул ей. Ачестя ау фост, де жур ымпрежур, хотареле фиилор луй Иуда, дупэ фамилииле лор.
13 ১৩ পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷
Луй Калеб, фиул луй Иефуне, й-ау дат о парте ын мижлокул фиилор луй Иуда, кум порунчисе луй Иосуа Домнул; луй й-ау дат Кириат-Арба, адикэ Хебронул: Арба ера татэл луй Анак.
14 ১৪ কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
Калеб а изгонит де аколо пе чей трей фий ай луй Анак: Шешай, Ахиман ши Талмай, копиий луй Анак.
15 ১৫ পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল পূৰ্বতে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল৷
Де аколо с-а суит ымпотрива локуиторилор Дебирулуй: Дебирул се нумя май ынаинте Кириат-Сефер.
16 ১৬ সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷”
Калеб а зис: „Челуй че ва бате четатя Кириат-Сефер ши о ва луа, ый вой да де невастэ пе фийкэ-мя Акса.”
17 ১৭ তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।
Отниел, фиул луй Кеназ, фрателе луй Калеб, а пус мына пе еа; ши Калеб й-а дат де невастэ пе фийкэ-са Акса.
18 ১৮ সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”
Дупэ че а интрат еа ла Отниел, л-а сфэтуит сэ чарэ де ла татэл ей ун огор. Еа с-а коборыт де пе мэгарул ей, ши Калеб й-а зис: „Че врей?”
19 ১৯ তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।
Еа а рэспунс: „Фэ-мь ун дар, кэч мь-ай дат ун пэмынт сечетос; дэ-мь ши извоаре де апэ.” Ши ел й-а дат извоареле де сус ши извоареле де жос.
20 ২০ এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।
Ачаста а фост моштениря фиилор луй Иуда, дупэ фамилииле лор.
21 ২১ ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
Четэциле ашезате ын цинутул де ла мязэзи, ла марӂиня чя май депэртатэ а семинцией фиилор луй Иуда, спре хотарул Едомулуй, ерау: Кабцеел, Едер, Иагур,
22 ২২ কীনা, দীমোনা, অদাদা,
Кина, Димона, Адада,
23 ২৩ কেদচ, হাচোৰ, যিৎনন,
Кедеш, Хацор, Итнан,
24 ২৪ জীফলম, টেলন, বালোৎ৷
Зиф, Телем, Беалот,
25 ২৫ হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
Хацор-Хадата, Кериот-Хецрон, каре есте Хацор,
27 ২৭ হচৰ-গদ্দা, হিচ্মোন বৈৎ-পেলট,
Хацар-Гада, Хешмон, Бет-Палет,
28 ২৮ হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷
Хацар-Шуал, Беер-Шеба, Бизиотия,
30 ৩০ ইল্টুলদ, কচীল, হৰ্মা,
Елтолад, Кесил, Хорма,
31 ৩১ চিক্লগ, মদ্মন্না, চন্চন্না,
Циклаг, Мадмана, Сансана,
32 ৩২ লবায়োৎ, চিল্হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷
Лебаот, Шилхим, Аин ши Римон. Тоате четэциле: доуэзечь ши ноуэ, ымпреунэ ку сателе лор.
33 ৩৩ পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্না,
Ын кымпие: Ештаол, Цорея, Ашна,
34 ৩৪ জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
Заноах, Ен-Ганим, Тапуах, Енам,
35 ৩৫ যৰ্মূত, অদুল্লম, চোকো, অজেকা,
Иармут, Адулам, Соко, Азека,
36 ৩৬ চাৰয়িম, অদীথয়িম আৰু গদেৰা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷
Шаараим, Адитаим, Гедера ши Гедеротаим; патрузечь де четэць ши сателе лор.
37 ৩৭ চনান, হদাচা, মিগ্দল-গাদ,
Ценан, Хадаша, Мигдал-Гад,
38 ৩৮ দিলিয়ন, মিস্পি, যক্তেল,
Дилеан, Мицпе, Йоктеел,
39 ৩৯ লাখীচ, বস্কৎ, ইগ্লোন৷
Лакис, Боцкат, Еглон,
40 ৪০ কব্বোন, লহমম, কিৎলীচ,
Кабон, Лахмас, Китлиш,
41 ৪১ গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷
Гедерот, Бет-Дагон, Наама ши Македа; шайспрезече четэць ши сателе лор.
43 ৪৩ যিপ্তহ, অস্না, নচীব,
Иифтах, Ашна, Нециб,
44 ৪৪ কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল।
Кеила, Акзиб ши Мареша; ноуэ четэць ши сателе лор.
45 ৪৫ ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
Екрон, четэциле ши сателе луй;
46 ৪৬ ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ।
де ла Екрон ши ла апус, тоате четэциле де лынгэ Асдод ши сателе лор,
47 ৪৭ অচ্দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা, তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷
Асдод, четэциле ши сателе луй; Газа, четэциле ши сателе ей, пынэ ла пырыул Еӂиптулуй ши ла Маря чя Маре, каре служеште ка хотар.
48 ৪৮ পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
Ын мунте: Шамир, Иатир, Соко,
49 ৪৯ দন্না, কিৰিয়ৎ-চন্না,
Дана, Кириат-Сана, каре есте Дебирул,
50 ৫০ অনাব, ইষ্টিমোৱা, আনীম,
Анаб, Ештемо, Аним,
51 ৫১ গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷
Госен, Холон ши Гило; унспрезече четэць ши сателе лор.
52 ৫২ অৰাব, দুমা, ইচিয়ন,
Араб, Дума, Ешеан,
53 ৫৩ যানীম, বৈৎ-তপ্পূহ, অফেকা,
Жанум, Бет-Тапуах, Афека,
54 ৫৪ হুম্টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷
Хумта, Кириат-Арба, каре есте Хебронул, ши Циор; ноуэ четэць ши сателе лор.
55 ৫৫ মায়োন, কৰ্মিল, জীফ, যুত্তা,
Маон, Кармел, Зиф, Иута,
56 ৫৬ যিজ্ৰিয়েল, যক্দিয়াম, জানোহ,
Иизреел, Иокдеам, Заноах,
57 ৫৭ কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷
Каин, Гибея ши Тимна; зече четэць ши сателе лор.
58 ৫৮ হল্হূল, বৈৎ-চুৰ, গদোৰ,
Халхул, Бет-Цур, Гедор,
59 ৫৯ মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷
Маарат, Бет-Анот ши Елтекон; шасе четэць ши сателе лор.
60 ৬০ কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷
Кириат-Баал, каре есте Кириат-Иеарим, ши Раба; доуэ четэць ши сателе лор.
61 ৬১ মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
Ын пустиу: Бет-Араба, Мидин, Секака,
62 ৬২ নিব্চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷
Нибшан, Ир-Хамелах ши Ен-Геди; шасе четэць ши сателе лор.
63 ৬৩ কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।
Фиий луй Иуда н-ау путут изгони пе иебусиций каре локуяу ла Иерусалим; ши иебусиций ау локуит ку фиий луй Иуда ла Иерусалим пынэ ын зиуа де азь.