< যোনা 3 >
1 ১ তাৰ পাছত দ্বিতীয়বাৰৰ বাবে যিহোৱাৰ বাক্য যোনাৰ ওচৰলৈ আহিল।
Anante Ra Anumzamo'a mago'ene Jonana anage huno asami'ne,
2 ২ তেওঁ ক’লে, “তুমি উঠি সেই মহানগৰ নীনবিলৈ যোৱা আৰু মই যি কথা তোমাক ক’বলৈ দিম, সেই কথা তাত ঘোষণা কৰিবা।”
Mensintfa otinka, tusi'a kumate Ninive vunka, Nagrama kasmisua nanekea vahera ome zamasamio.
3 ৩ তেতিয়া যোনাই যিহোৱাৰ কথা অনুসাৰে নীনবিলৈ গ’ল। নীনবি এখন অতি ডাঙৰ নগৰ আছিল; গোটেই নগৰখন ঘূৰিবলৈ তিনি দিনৰ সময় লাগে।
Anage higeno, Jona'a otino Ra Anumzamo'ma asamia kante anteno Ninive vu'ne. Ninive kumara tusi'a ranku'ma me'negeno ana kumapina tagufa zagegna rukitagi'za mago atuparega kana nevaze.
4 ৪ যোনাই সেই নগৰত সোমাই এদিনৰ বাট গ’ল আৰু এই কথা ঘোষণা কৰিলে, “চল্লিশ দিনৰ পাছত নীনবি ধ্বংস হৈ যাব।”
Jona'a ana kumapi agafa huno, magoke zagegnafi vuno, agra kezatino anage hu'ne, 40'a zagegna evanigeno Ninive kumamo'a haviza hugahie.
5 ৫ তেতিয়া নীনবিৰ লোকসকলে ঈশ্বৰক বিশ্বাস কৰিলে আৰু তাৰ কাৰণে উপবাস ঘোষণা কৰিলে; ডাঙৰৰ পৰা সৰুলৈকে সকলোৱে চট্ কাপোৰ পিন্ধিলে।
Anante Ninive vahe'mo'za Anumzamofo kere zamentinti nehu'za, zamagra ne'zana a'o nehu'za, ranteti vuno osite'ma vu'nea vahe'mo'za zamasunku kukena (sek klos) eri hankre'naze. (Mat 12:41, Luk 11:31-32.)
6 ৬ শীঘ্রেই সেই খবৰ গৈ ৰজাৰ কাণত পৰিল। তেতিয়া তেওঁ সিংহাসন এৰি উঠি আহিল আৰু গাৰ পৰা ৰাজবস্ত্ৰ সোলোকাই চট্ কাপোৰ পিন্ধি ছাঁইত বহিল।
Ana nanekemo'ma Ninive kini nete'ma uhanatigeno'a, kini tratetira otiazamo, kini kukena'a atova hutreno, asunku kukena erino antaniteno, ta'nefapi mani'ne.
7 ৭ তাৰ পাছত তেওঁ নীনবিত তেওঁৰ আৰু তেওঁৰ মন্ত্ৰীসকলৰ যোগেদি এই আদেশ ঘোষণা কৰালে: “মানুহ বা পশু, গৰু বা মেৰ-ছাগৰ জাক কোনেও একো বস্তুৰ আস্বাদ নলওক; আহাৰ কি পানী নাখাওঁক।
Anante kinine, kagota eri'za naga'ane amage'ma antesaza naneke atrageno ran kumapi vahe'zagare vuno eno higeno, kinimo'a huno magore hunka kagro, zagagafaka'a, atregeno ne'zane, tinena one'tfa hino, huno hu'ne.
8 ৮ মানুহ আৰু পশু সকলোৱে গাত চট্ কাপোৰ পিন্ধক আৰু ঈশ্বৰৰ আগত উচ্চ স্বৰেৰে কাতৰোক্তি কৰক। প্ৰত্যেকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰক আৰু হিংস্রতাৰ কার্য এৰি দিয়ক।
Mago mago'moka kasunku kenage eri nehunka, hagi ana zanke hunka zagagafaka'a asunku kukena eri hunto. Kagranena Anumzantega kagu'areti hunka nunamuna nehunka, kumi hu'zane, ha' fra huno vahe azeri haviza hu'zana atreho.
9 ৯ কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
Ontahi'none, Anumzamo'a nentahino asuragi ranteno Agra'a rimpa ahe'zana atresigeta ofri manigahune.
10 ১০ পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে, সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে, তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল, তাক তেওঁ নকৰিলে।
Kefo avu'ava zama nehaza zama atre'za zamagu'a rukrahe hazageno, Anumzamo'a negeno, Agra asunku huzmanteno zamahe frigahuema hia agu'agesa atre'ne.