< যোহন 21 >
1 ১ এই সকলোবোৰ ঘটি যোৱাৰ পাছত যীচুয়ে নিজকে তিবিৰিয়া সাগৰৰ দাঁতিত শিষ্য সকলৰ সন্মুখত দেখা দিলে৷ এই ভাবে যীচুৱে পুনৰ শিষ্য সকলক দৰ্শন দিলে:
Pa aga, Yesu kawalawiriti kayi wafundwa wakuwi kumbwega ku litanda lya Tiberiya. Ilawiriti hangu.
2 ২ চিমোন পিতৰ আৰু যাক দিদুমো বোলে, সেই থোমা, আৰু গালীল প্ৰদেশৰ কান্না নগৰত থকা নথনেল আৰু চিবদিয়ৰ পুতেক দুজন আৰু আন দুজন যীচুৰ শিষ্য, এওঁলোক সকলোৱে একে ঠাইতে আছিল।
Simoni Peteru, Tomasi yawamshema wamawira na Nataniyeri mwenikaya gwa kana mu Galilaya wana wawili wa Zebedayu na wafundwa wakuwi wamonga wawili, waweriti woseri pamuhera.
3 ৩ চিমোন পিতৰে তেওঁলোকক ক’লে, “মই মাছ মাৰিবলৈ যাওঁ”। তেওঁলোকে ক’লে, “আমিও, তোমাৰ লগত যাওঁ”। এই বুলি তেওঁলোক ওলাই গৈ নাৱত উঠিল; কিন্তু সেই ৰাতি তেওঁলোকে একোকে নাপালে।
Simoni Peteru kawagambira wamonga, “Nankugenda kulowa wasomba.” Womberi wamgambira, “Hatugendi na gwenga.” Su wawuka na wakweniti mtumbwi, kumbiti pashiru poseri wapatiti ndiri shintu.
4 ৪ পাছত ৰাতি পুৱালত, যীচু বামত থিয় হ’ল; কিন্তু তেওঁ যে যীচু, ইয়াক সেই শিষ্যকেইজনে নাজানিলে।
Payanjiti kushiya, Yesu kagolokiti pampeku pa litanda, kumbiti wafundwa wavimaniti ndiri kuwera yomberi ndo Yesu.
5 ৫ তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “হেৰ যুৱক সকল, তোমালোকৰ লগত কিবা খোৱা বস্তু আছে নে?” তেওঁলোকে তেওঁক উত্তৰ দিলে, “নাই”।
Su, Yesu kawakosiya, “Wantemba, mlowa ndiri shintu shoseri?” Womberi wamwankula, “Tupata ndiri shintu.”
6 ৬ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “নাৱৰ সোঁফালে জাল পেলোৱা, তেতিয়াহে পাবা”। তাতে তেওঁলোকে জাল পেলালে আৰু বহুত মাছ লাগিল, মাছৰ ভৰত, জাল টানি তুলিবই নোৱাৰিলে।
Yesu kawagambira, “Mwasi zinyavu zyenu uwega wa kumliwu mwa mtumbwi, hamlowi wasomba.” Su waziyasa zinyavu na waweziti ndiri kuzinika, toziya zinyavu ziweriti na wasomba yawamemiti nduu.
7 ৭ তেতিয়া যীচুৰ প্ৰিয় শিষ্যই পিতৰক ক’লে, “এৱেঁই প্ৰভু”। যেতিয়া চিমোন পিতৰে এই কথা শুনিলে যে, এৱেঁই ঈশ্বৰ, তেতিয়া তেওঁ গাত চোলা পিন্ধি নিজেই জাঁপ মাৰি সাগৰত পৰিল (কিয়নো তেওঁ সাধাৰণভাবে কাপোৰ পিন্ধি আছিল)।
Mfundwa yakafiritwi na Yesu kamgambiriti Peteru, “Ayu Mtuwa” Simoni Peteru pakapikaniriti kuwera ayu ndo Mtuwa, kavala weri nguwu yakuwi toziya kaweriti kavala upati, su kingiriti mumashi.
8 ৮ কিন্তু আন শিষ্যকেইজনে, মাছে সৈতে জাল টানি টানি নাৱেৰে আহিল; তেওঁলোক বাম পাবলৈ বেছি দুৰ নাছিল, কিয়নো তেওঁলোক বামৰ পৰা দুশ হাত মানৰ অধিক আতৰত নাছিল।
Su wafundwa wamonga wiziti kumbwega ku litanda pawawera mumtumbwi, wanikiti zinyavu zyaziweriti zimema wasomba. Waweriti ndiri patali na kuisi, iweriti handa utali wa mita malongu lilongu kulawa kumpeku.
9 ৯ পাছত তেওঁলোক বামত উঠিল, তাতে কয়লাৰ জুইৰ ওপৰত মাছ আৰু পিঠা দেখিলে৷
Pawasokiti muisi wawoniti motu gwa makala gukoziwa na kuweriti na somba pamuhera na libumunda.
10 ১০ যীচুৱে তেওঁলোকক ক’লে, “এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কিছুমান মাছ আনাগৈ”।
Shakapanu Yesu kawagambira, “Mjegi panu wasomba wamu wamuwalowiti.”
11 ১১ তেতিয়া চিমোন পিতৰে নাৱত উঠি, এশ দুইকুৰি তেৰ টা; বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে; ইমানবোৰ মাছ লাগিলতো, জাল নাফাটিল।
Simoni Peteru kakwena mumtumbwi, kazinika zinyavu zilii kuisi zaziweriti zimema wasomba wakulu miya na malongu muhanu na tatu, tembera wasomba waweriti wavuwa zinyavu zidegeka ndiri.
12 ১২ যীচুৱে তেওঁলোকক ক’লে, “আহা তোমালোকে পুৱাৰ আহাৰ ভোজন কৰাহি”। তেতিয়া তেৱেঁই যে প্ৰভু, ইয়াকে জানি ‘তুমি নো কোন?’ এই বুলি সুধিবলৈ শিষ্য সকলৰ মাজৰ কোনো এজনৰ সাহস নহ’ল।
Yesu kawagambira womberi, “Mwizi mlii.” Kwahera mfundwa ata yumu gwawu yakajeriti kumkosiya, “Gwenga gwa gaa?” Toziya womberi wavimaniti kaweriti Mtuwa.
13 ১৩ পাছত যীচুৱে আহি, পিঠা আৰু মাছ লৈ তেওঁলোকক দিলে।
Su Yesu kiza, katola libumunda, kawapananiti, katenda hera hangu kwa wasomba walii.
14 ১৪ মৃত লোকৰ মাজৰ পৰা উঠাৰ পাছত, এইদৰে তৃতীয় বাৰ যীচুৱে শিষ্য সকলক দৰ্শন দিলে।
Ayi iweriti mala ya tatu Yesu pakawalawiriti wafundwa pakazyukiti kala.
15 ১৫ তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এই সকলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে”। যীচুৱে তেওঁক ক’লে, “মোৰ মেৰ-পোৱালি সকলক চৰোৱা।”
Pawamaliriti kuliya, Yesu kamkosiyiti Simoni Peteru, “Simoni, mwana gwa Yohani! Hashi, gunfira neni kuliku womberi awa?” Peteru kamwankula, “Yina Mtuwa, guvimana kuwera neni nukufira.” Yesu kamgambira, “Guloleri wakondolu waneni.”
16 ১৬ পুনৰ দ্বিতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন তুমি মোক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; আপোনাক মই প্ৰেম কৰোঁ, এই বিষয়ে আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰ প্ৰতিপালন কৰা।”
Yesu kamkosiya mala ya pili, “Simoni mwana gwa Yohani! Hashi, gunfira neni?” Peteru kamwankula, “Yina Mtuwa guvimana kuwera nukufira.” Yesu kamgambira, “Guloleri wakondolu waneni.”
17 ১৭ তৃতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?” পিতৰে অসন্তোষ কৰি ক’লে, ‘তেওঁ কিয় আকৌ তৃতীয় বাৰ এই কথা সুধিলে, তুমি মোক ভাল পোৱা নে?’ ইয়াকে ভাবি তেওঁ ক’লে, “হে প্ৰভু, আপুনি সকলো জানে; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰক চৰোৱা।
Mala ya tatu Yesu kamkosiya Peteru, “Simoni mwana gwa Yohani! Hashi, gunfira?” Palii Peteru kahinginikiti toziya kamkosiya mala ya tatu, “Gunfira?” Yomberi kamwankula, “Mtuwa, gwenga guvimana vyoseri, gwenga guvimana kuwera neni nukufira.” Yesu kamgambira, “Guloleri wakondolu wa neni!
18 ১৮ মই তোমাক সঁচাকৈ কওঁ, তুমি ডেকা কালত, নিজে নিজৰ কঁকাল বান্ধি, য’লৈকে ইচ্ছা ত’লৈকে গৈছিলা; কিন্তু যেতিয়া তুমি বুঢ়া হ’বা, তেতিয়া হাত মেলিবা আৰু অান লোকে তোমাৰ কঁকাল বান্ধি, তোমাৰ য’লৈ যাবৰ ইচ্ছা নাই, ত’লৈকে তোমাক লৈ যাব।”
Nakaka nukugambira, paguweriti muntemba guweriti gwankali kugenda koseri kwagufira kugenda, kumbiti paguwera mgogolu, hagukolwi liwoku na muntu gwingi pakakujega paala pagufira ndiri kugenda.”
19 ১৯ তেতিয়া যীচুৱে এই সকলো কথাৰে বুজাই দিলে যে, তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব। এইদৰে কোৱাৰ পাছত যীচুৱে তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।”
Kwa kutakula hangu, kulanguziyiti ntambu Peteru pakahowa na kumkwisa Mlungu. Shakapanu Yesu kamgambiriti yomberi, “Gunfati neni!”
20 ২০ তেতিয়া পিতৰে মূখ ঘূৰাই, যি জনে ৰাতিৰ ভোজনৰ সময়ত, যীচুৰ বুকুলৈ হাউলি গৈ সুধিছিল, ‘হে প্ৰভু, আপোনাক শত্ৰুৰ হাতত কোনে শোধাই দিব?’ যীচুৰ সেই প্ৰিয় শিষ্যক পাছে পাছে অহা দেখিলে।
Peteru kagalambuka, kamwoniti ntumintumi ulii yakafiritwi na Yesu, kankumfata. Mfundwa ayu ndo mweni ulii shipindi sha kuliya shiboga sha pamihi, kalivagiti pakwegera nentu na Yesu pakamkosiya Yesu, “Mtuwa ndo gaa hakakugalambuki?”
21 ২১ তাতে পিতৰে তেওঁক দেখি, যীচুক সুধিলে, “হে প্ৰভু, এই মানুহ জনৰ কি অৱস্থা হ’ব?”
Peteru pakamwoniti ayu kamkosiya Yesu, “Mtuwa! Na ayu hashi?”
22 ২২ তেতিয়া যীচুৱে ক’লে, “‘মই অহালৈকে তেওঁ যদি জীয়াই থাকে’, মই যদি এনেদৰে থকাটো ইচ্ছা কৰোঁ, তেনেহলে তাৰ পৰা তোমাৰ কি হ’ব? তুমি মোক অনুসৰণ কৰা।”
Yesu kamwankula, “Handa panfira kalikali mpaka panizaku, shikuusu shishi gwenga? Gwenga gunfati neni!”
23 ২৩ এই কথা ভাই সকলৰ মাজত বিয়পি গ’ল; সেই শিষ্য নমৰিব বুলি যীচুৱে তেওঁক কোৱা নাই; কিন্তু ‘মই অহালৈকে তেওঁ যদি জীয়াই থাকে, মই যদি এনেদৰে থকাটো বিচাৰো, তেনেহলে তাত তোমাৰ কি কাম?’ অকল ইয়াকেহে কৈছিল।
Shisoweru shili shyeniyiti pakati pa walongu kuwera wafundwa ulii hapeni kahowi. Kumbiti Yesu kamgambiriti ndiri kuwera wafundwa ulii hapeni kahowi, ira katakuriti, “Handa panfira kalikali mpaka panizaku shi kuusu shishi gwenga?”
24 ২৪ যি জনে এইবোৰৰ বিষয়ে সাক্ষ্য দিছে আৰু এইবোৰ লিখিলে, এৱেঁই সেই শিষ্য; আমি জানো যে, তেওঁৰ সাক্ষ্য সত্য।
Ayu ndo mfundwa ulii yakapitawuliti vitwatira avi na kuvilemba. Natwenga tuvimana kuwera gakatakuliti ndo ganakaka.
25 ২৫ ইয়াৰ বাহিৰেও যীচুৱে বহু কৰ্ম কৰিলে৷ সেই সকলোকে এটা এটাকৈ লিখিবলৈ গ’লে, যিমানবোৰ পুস্তক হ’ব, বোধ কৰোঁ, সিমানবোৰ পৃথিৱীতো নধৰিব।
Kwana vitwatira vyamonga vivuwa vyakatenditi Yesu, handa vyangalembwiti vyoseri, shimu kwa shimonga, meiweri pasipanu kwahera pahala pa kutula vintola vyavilembitwi.