< যোহন 12 >
1 ১ নিস্তাৰ-পৰ্বৰ ছয় দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল।
Mahiku mutandatu ze ikili ipasaka, uYesu ai wendile ku Bethania, kai ukoli uLazaro, nuanso nai umiukilye ku puma mu ashi.
2 ২ সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।
Ila akamuzipilililya indya nia mpindi kuko, nu Martha akamuaiilya, itungo nilanso uLazaro ai watulaa ung'wi ao nua awo nai ikie mu ndya palung'wi nu Yesu,
3 ৩ তেতিয়া মৰিয়মে বহুমুল্য বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেল আনি যীচুৰ চৰণত ঘঁহিলে আৰু নিজৰ চুলিৰে যীচুৰ চৰণ মচি সেই তেল সানি দিলে; তেতিয়া সেই তেলৰ সু-গন্ধই গোটেই ঘৰ জুৰিলে।
Hangi uMariamu akahola i ratili a manyukiilo nai azipigwe ku nadro nziza, ikete nsailo nkulu, akamupuguhila uYesu mu migulu, nu kumupyagula i migulu ku nsingi ni akwe; ito lihi likizula u unyunki nua manyunkiilo.
4 ৪ তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ যি জনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, সেই ঈষ্কৰিয়োতীয়া যিহূদাই মৰিয়মৰ এই কার্যক বিৰোধ কৰিলে আৰু ক’লে,
uYuda Iskariote, ung'wi nua awo ia manyisigwa akwe, naiza yuyo nuika mugumaniilya uYesu, akaligitya.
5 ৫ “আমি এই তেল তিনি শ আধলিত বিক্ৰী কৰি, দৰিদ্ৰ সকলৰ মাজত কিয় দান নকৰিলোঁ?”
Ku niki i manyunkiilo aya shanga aza aguigwe ku dinari magana ataatu nu kinkiiligwa i aula?”
6 ৬ তেওঁ যে দৰিদ্ৰ সকললৈ চিন্তা কৰি এই কথা কৈছিল, এনে নহয়, কিন্তু তেওঁ চোৰ; তেওঁৰ হাতত ধনৰ জোলোঙা আছিল, সেই কাৰণে তাৰ ভিতৰত যি দিয়া যায়, তাকে তেওঁ চোৰ কৰে, এই কাৰণতে তেওঁ এনে কথা কৈছিল।
Nu ng'wenso ai uligitilye nanso shanga kuaisiilya aula, ila ku nsoko ai waatuilee mii; ung'wenso yuyo ai watuile uambiie i mbugulu a mpia hangi ai watuilee wiholaa ing'wi nai aiekilwe mung'wanso kunsoko akwe mukola.
7 ৭ তেতিয়া যীচুৱে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া! মোক মৈদামত থোৱা দিনৰ কাৰণে তেওঁক এই সুগন্ধি ৰাখিবলৈ দিয়া হৈছিল৷
uYesu ai uligiyilye, muleke waike nukete ku nsoko a luhiku nula uikwi nu ane.
8 ৮ কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।”
i aula mukutula nienso mahiku ihi, kuiti shanga mukutula nu nene mahiku ihi.”
9 ৯ ইহুদী সকলৰ বহুতে গম পালে যে, যীচু বৈথনিয়াতে আছে। তেতিয়া তেওঁলোক তালৈ আহিল, কিন্তু যীচুক চাবৰ কাৰণে যে আহিল এনে নহয়, যি জন লাজাৰক মৃত লোকৰ মাজৰ পৰা যীচুৱে তুলিছিল, সেই জন লাজাৰক চাবলৈহে তেওঁলোক আহিল।
Iti gwa i umbi ikulu ni la Ayahudi nai alijaa kulinga nia kina uYesu ukoli kuko, ni eso akapembya shanga kunsoko ang'wa Yesu duu. Ila amihenge nu Petro nai umiulilye kupuma mu ashi.
10 ১০ সেয়েহে প্ৰধান পুৰোহিত সকলে লাজাৰক বধ কৰিবলৈ চক্ৰান্ত কৰিব ধৰিলে;
Ni enso i akulu a kuhani akazipya lukani iti amubulage u Lazaro;
11 ১১ কিয়নো সেই কাৰণে বহুতো ইহুদী লোকে যীচুত বিশ্বাস কৰিছিল।
ndogoelyo kunsoko ayo imakani akwe idu mu Ayahudi ai alongoe yao nu kumuhiila uYesu
12 ১২ পাছদিনা নিস্তাৰপৰ্বলৈ অহা লোক সকলে শুনিবলৈ পালে যে, যীচু যিৰূচালেমলৈ আহিছে ৷
Nu luhiku nula kabiili lakwe i umbi ikulu ai lizile mu siku kuu. Nai akija kina uYesu upembilye ku Yerusalemu,
13 ১৩ তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”
ai ahoile i ntambi nia makota a mitende nu kupuma kunzi kulongola kumusingiilya hangi akakua iyogo, “Hosiana Ukendepilwe nuanso nu pembilye ku lina nila Mukulu, Mutemi nua Israeli.”
14 ১৪ তেতিয়া যীচুৱে এটা গাধ পোৱালি দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে
uYesu ai umuligilye u ng'waa ndogwe akanankila; anga uu nai ukiliseigwe.
15 ১৫ “তোমালোকে ভয় নকৰিবা, হে চিয়োন জীয়ৰী; চোৱা তোমালোকৰ ৰজা আহিছে, তেওঁ গাধ পোৱালিৰ ওপৰত উঠি আহিছে৷”
Leka kitumba munanso nua Sayuni; goza, uMutemi nuako upembilye, unankie ng'waa ndogwe.”
16 ১৬ এই সকলো বিষয় তেওঁৰ শিষ্য সকলে প্ৰথমতে বুজি পোৱা নাছিল; কিন্তু যেতিয়া যীচু মহিমাম্বিত হৈ উত্তোলিত হ’ল, তেতিয়া তেওঁলোকৰ মনত পৰিল যে, শাস্ত্ৰত এই বিষয়ে লিখা আছিল আৰু তেওঁলোকে তেওঁৰ কাৰণে এনে কৰ্ম কৰিছিল।
Amanyisigwa akwe shanga ai amalingile imakani aya apo u ng'wandyo; kuiti uYesu nai wakakuligwa, papo nai akimbukiiye nia kina imakani aya ai ukiliseigwe nuanso nia kina itumile imakani aya kitalakwe.
17 ১৭ যেতিয়া যীচুৱে লাজাৰক মৈদামৰ পৰা উঠি আহিবলৈ কৈছিল আৰু তেওঁক মৃত লোকৰ মাজৰ পৰা জীৱিত কৰি তুলিছিল, সেই সময়ত যি সকল লোক তেওঁৰ লগত আছিল, তেওঁলোকে এই বিষয়ে আন লোকৰ আগত সাক্ষ্য দিবলৈ ধৰিলে।
Uugwa idale ilo nila antu nai akoli palung'wi nu Yesu itungo nai umitangile uLazaro kupuma mu kibiila, aka kuiila ku auya.
18 ১৮ এই কাৰণে লোক সকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে, এই আচৰিত কার্যবোৰ তেওঁ কৰিছে।
Hangi ai ituile ga ni kunsoko iyi kina idale nila antu ai alongoe kumusingiilya ku nsoko ai igulye kina witumile ikilingasiilyo nikanso.
19 ১৯ তাতে ফৰীচী সকলে ইজনে সিজনৰ মাজত কোৱা-কুই কৰি ক’লে, “তোমালোকে দেখিলা, আমাৰ সকলো চেষ্টা ব্যর্থ হল৷ চোৱা, গোটেই জগত খনে তেওঁৰ পাছত গ’ল।”
iAfarisayo akitambulya i enso ku enso, Goza, itungili shanga muhumile kituma kihi; goza, u unkumbigulu walongolaa kitalakwe.”
20 ২০ সেই সময়ত নিস্তাৰ পর্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোক সকল যিৰূচালেমলৈ আহিছিল, তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল।
Itungili ang'wi a Ayahudi ai atulaa mu kati ao mu awo nai atulaa alongoe kipolya mu siku kuu.
21 ২১ তেওঁলোকে গালীল দেশৰ বৈৎ-চৈদা গাওঁৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “হে মহাশয়, আমি যীচুক চাবলৈ ইচ্ছা কৰোঁ।”
Awa ai amuhangile uFilipo, naiza upumiie ku Bethsaida a ku Galilaya, akamulompa aze ligitya, “Mukulu, usese kukete nsula kumihenga uYesu.”
22 ২২ ফিলিপে আহি আন্দ্ৰিয়ক এই কথা ক’লে; তেতিয়া আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীচুক জনালে।
uFilipo akalongola akamutambuila uAndrea; uAndrea nu Filipo akalongola nu kumutambuila uYesu.
23 ২৩ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মানুহৰ পুত্ৰ মহিমান্বিত হ’বৰ সময় হৈছে।
uYesu aka asukiilya, Isaa apika ku nsoko a ng'wana nuang'wa Adamu ku kuligwa.
24 ২৪ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায়, তাতে সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেনেহলে তাত অনেক গুটি ধৰে।
Huiili, huiili, kumutambuila, imbeu a ngano anga ileke kugwa mi ihi nu kusha, ikiee uu ing'wene duu, ila anga ishe, ikupa nkali idu.
25 ২৫ যি কোনোৱে নিজৰ জীৱনক প্ৰেম কৰে, তেওঁ তাক হেৰুৱাই আৰু যি কোনোৱে এই জগতত নিজৰ জীৱনক প্ৰেম নকৰে, তেওঁ অনন্ত জীৱনলৈ তাক ৰক্ষা কৰে। (aiōnios )
Nuanso nululoilwe u likalo nu lakwe ukululimilya; ila nuanso nu lubipiwe u likalo nu lakwe mu unkumbigulu uwu uku uhuja ga u upanga nua kali na kali. (aiōnios )
26 ২৬ কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকোঁ, মোৰ সেৱক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
Muntu wihi anga wanzailye unene, nu antyate, nu nene kunkoli, papo nu munyamilimo nuane nuikatula ukoli. Muntu wihi nuikanzaiilya, uTata ukumukulya.
27 ২৭ এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক’ম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে ক’ম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলোঁ।
Itungili i nkolo ane ahusha: nu nene ndigitye uli? 'Tata, ungune mu saa iyi” kuiti ingi ku isigo ili nimipikiie i saa iyi.
28 ২৮ হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা৷” তেতিয়া স্বৰ্গৰ পৰা এটা বাণী আহিল আৰু ক’লে, “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম”।
Tata, ulikulye i lina ni lako.” Uugwa luli lukaza nu kuligitya “Nalikulyaa nu nene kulikulya hangi.”
29 ২৯ তেতিয়া তাতে লোক সকল থিয় হৈ আছিল আৰু তেওঁলোকে ইয়াক মেঘ-গর্জন বুলি কলে; কিছুমানে কলে, “স্বর্গৰ দূতে তেওঁৰ সৈতে কথা ক’লে।”
Ila ianza nai limikile pakupi ni enso akija, akaligitya nia kina yatula nu mulilo, Auya ai aligitilye, “Malaika witambuuye nu ng'wenso.”
30 ৩০ যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে এই বাণী হোৱা নাই, তোমালোকৰ কাৰণেহে এই বাণী হ’ল।
uYesu akasukiilya nu kuligitya, Luli ulu shanga luzile ku nsoko ane, ila kunsoko anyu.
31 ৩১ এতিয়া এই জগতৰ সোধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ’ব;
Itungili ulamulwa nua unkumbigulu uwu ukoli; Itungili u mukulu nua unkumbigulu uwu ukugung'wa kunzi.
32 ৩২ আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ’লে, সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।”
Nu nene anga nyansulwe migulya ihi, kualuta ihi kitalane.”
33 ৩৩ তেওঁৰ মৃত্যু কেনে ধৰণে হব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা ক’লে।
Ai wituntile nanso azelagiila ingi nshile kii nuikasha.
34 ৩৪ তাতে লোক সকলে তেওঁক উত্তৰ দি কলে, “আমি বিধান-শাস্ত্ৰত শুনিছোঁ, খ্ৰীষ্ট চিৰকাল থাকিব; তেনেহলে এনে কথা আপুনি কেনেকৈ কৈছে যে, ‘মানুহৰ পুত্ৰ উত্তোলিত হব? মানুহৰ পুত্ৰ নো কোন’?” (aiōn )
Ianza likasukiilya, “Usese kigulye mi lagiilyo nia kina uKristo ukikie i kali na kali. Nu ewe kuligitya uli, 'Ng'wana nuang'wa Adamu kusinja wanyansulwe migulya'? uyu u ng'wana nua muntu ingi nyenyu?” (aiōn )
35 ৩৫ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষয়ে নাজানে।
Ila uYesu aka atambuila, “Welu ukoli palung'wi nu nyenye itungo iniino. Longoli nsoko mukete u welu, iti kina i kiti kileke kumuhumiilya. Nuanso nui longolaa mukiti shanga ulingile kulongoe.
36 ৩৬ যেতিয়ালৈ পোহৰ আছে, তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা; যাতে তোমালোক পোহৰৰ সন্তান হোৱা।” যীচুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে।
Mukili mukete u welu.” uYesu ai umaligitilye ni hangi akalongola yakwe akipiha aleke kumihenga.
37 ৩৭ সেই কথা সিদ্ধ হ’বলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে;
Ga ni iti uYesu aiwitumile ilingasiilyo idu kinya nianso ntongeela ao, akili shanga akahuiila.
38 ৩৮ যাতে যিচয়া ভাববাদীৰ সেই কথাষাৰ যেন সম্পূর্ণ হয়, কিয়নো তেওঁ কৈছিল, “হে প্ৰভু, আমি কোৱা সংবাদ কোনে বিশ্বাস কৰিলে? আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ’ব?”
iti lipikiile ikani ni lang'wa Isaya, nai uligitilye; “Mukulu, ingi nyenyu nai uhuiie inkani yitu? Nu mukono nua Mukulu ukunukuiwe nyenyu?”
39 ৩৯ কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল,
Yiyo nsoko ni anso shanga ai ahuiie, ndogoelyo uIsaya ai uligitilye hangi,
40 ৪০ “তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে, নহ’লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন আৰু ঘুৰিলেহেঁতেন আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন।”
“Uapokuuye imiho, nu kuitenda nkaku i nkolo ni ao; aleke kihenga ku miho ao nu kulinga ku nkolo ni ao, nu kugunika nu nene nikaanguna.”
41 ৪১ এইদৰে যিচয়াই এই বিষয়ে ক’লে, কাৰণ যীচুৰ গৌৰৱ তেওঁ দেখিছিল আৰু সেয়েহে তেওঁ কৈছিল।
uIsaya ai uligitilye imakani nanso kunsoko ai wihengile ikulyo nilang'wa Yesu nu kuligitya inkani niakwe.
42 ৪২ তথাপি শাসনকৰ্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম-ঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;
Ga ni iti, ga i akulu idu ai amuhuiie uYesu; kuiti ku nsoko iAfarisayo, shanga ai alapile iti aleke kubagulwa ni Itekeelo.
43 ৪৩ কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা তকৈ মানুহৰ পৰা পোৱা প্ৰশংসাক বেছি প্ৰেম কৰিছিল।
Ai iloile ikulyo ni ana adamu kukila ikulyo nilipembeeye kung'wa Itungo.
44 ৪৪ যীচুৱে অতি উচ্চস্বৰে ক’লে, “যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মোক নহয়, কিন্তু মোক পঠাৱা জনকহে বিশ্বাস কৰে।
uYesu akanyansula ululi nu kuligitya, “Nuanso nunihuiie unene, shanga unihuiie unene duu ila nu ng'wenso nai undagiiye unene,
45 ৪৫ আৰু যি কোনোৱে মোক দেখে, তেওঁ মোক পঠোৱা জনকেই দেখে।
nuanso nunihengile unene umihengile nuanso nai undagiiye.
46 ৪৬ মই এই জগতলৈ পোহৰ হৈ আহিছোঁ, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।
Unene nzile anga welu mu unkumbigulu iti kila muntu nu nihuiie unene waleke kikie mu kiti.
47 ৪৭ কোনোৱে মোৰ কথা শুনিও যদি পালন নকৰে, তথাপি মই তেওঁৰ সোধ-বিচাৰ নকৰোঁ; কিয়নো মই জগতৰ সোধ-বিচাৰ কৰিবলৈ অহা নাই; কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ।
Anga itule umuntu wihi ukija imakani ane kuiti waleke kumaamba, unene shanga kumulamula; ndogoelyo shanga ainzile iti nu ulamule u unkumbigulu, ila nuugune u unkumbigulu.
48 ৪৮ যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
Nuanso nui nihitaa unene hangi shanga wimagombaa imakani ane, ukete nui mulamulaa; lukani nulanso ni nululigitilye lulo nulikamulamula uluhiku nula mpelo.
49 ৪৯ কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই; কিন্তু মোক পঠোৱা পিতৃয়ে মই কি কব লাগে, আৰু কেনেদৰে কব লাগিব, এই বিষয়ে মোক আজ্ঞা কৰিলে।
Ndogoelyo unene shanga ai ndigitilye ku umi nuane du. Ila ingi Tata nai untwae, ng'wenso mukola ai undagiiye ni nikamatambula nu kumaligitya.
50 ৫০ মই জানো যে, তেওঁৰ আজ্ঞাত অনন্ত জীৱন আছে; এই হেতুকে মই যি যি কথা কওঁ, পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।” (aiōnios )
Nu nene ningile nia kina ilagiilyo nilakwe ingi upanga nua kali na kali; ila nanso nikuligitya unene - anga uTata nai umbiie, uu gwa kulingitya kitalao.” (aiōnios )