< যোব 29 >
1 ১ পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে,
Job loh amah kah a pom te a cong tih,
2 ২ অস, আগৰ মাহ কেইটাত, যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল,
“Kai he hlamat kah hla bangla aka khueh tih Pathen kah khohnin bangla kai aka tuem te unim?
3 ৩ যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল, আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, সেই কালত মই যেনেকৈ আছিলোঁ,
Amah loh a hmaithoi te ka lu soah a thangthen tih amah kah vangnah nen ni a. hmuep ah khaw ka caeh.
4 ৪ যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,
Ka cavaa tue vaengah khaw ka dap ah Pathen kah baecenol la ka om.
5 ৫ সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল, আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল,
Tlungthang te kai taengah om pueng tih, ka kaepvai ka ca rhoek om.
6 ৬ যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ, আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল; মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!
Ka khokan te suknaeng neh a hluk tih lungpang loh kai ham situi sokca a long sak.
7 ৭ যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ, চকত মোৰ আসন যুগুত কৰিছিলোঁ,
Vangpuei vongka ah ka thoeng tih toltung ah ka ngolhmuen cikngae sak.
8 ৮ তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল, আৰু বৃদ্ধসকল উঠি থিয় হৈছিল;
Kai m'hmuh uh vaengah cadong rhoek te thuh uh. Patong rhoek khaw thoo uh tih pai uh.
9 ৯ প্ৰধান লোকসকলে কথা কবলৈ এৰি, নিজ নিজ মোখত হাত দিছিল;
Mangpa rhoek loh olthui te a phah uh tih a kut te a ka dongla a khueh uh.
10 ১০ ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল।
Rhaengsang rhoek ol te a phah tih a lai khaw a dang dongla kap.
11 ১১ কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল।
Hna loh a yaak vaengah kai n'uem tih mik loh a hmuh vaengah kai n'rhalrhing sak.
12 ১২ কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।
Mangdaeng loh bomnah a bih tih cadah neh a taengah aka bom aka om pawt khaw ka loeih sak.
13 ১৩ বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।
Hlang milh kah yoethennah te kai soah pai tih nuhmai kah lungbuei khaw ka tamhoe sak.
14 ১৪ মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।
Duengnah te ka bai tih hnikul bangla kai n'khuk. Ka tiktamnah he ka sammuei nah ni.
15 ১৫ মই অন্ধৰ চকু আছিলোঁ; আৰু খোৰাৰ ভৰি আছিলোঁ।
Mikdael taengah mik la, khokhaem taengah kho la ka om.
16 ১৬ মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ। আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।
Kai tah khodaeng taengah a napa la ka om tih ming pawt kah tuituknah te ka khe pah.
17 ১৭ মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।
Boethae kah pumcu te ka thuk pah tih a no lamkah maeh te ka voeih pah.
18 ১৮ তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম, মোৰ দিন বালিৰ দৰে অসংখ্য হব;
Te dongah, “Ka bu ah ka pal mako,” ka ti tih laivin bangla khohnin ka puh.
19 ১৯ আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;
Ka yung loh tui taengla a muk tih buemtui loh ka cangvuei dongah rhaeh.
20 ২০ মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব, আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।
Ka thangpomnah ka taengah thai tih ka lii ka kut dongah tinghil.
21 ২১ লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল, আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল।
Kai taengah a hnatun uh tih a lamtawn uh dongah ka cilsuep ham kuemsuem uh.
22 ২২ মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল; মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল।
Ka ol hnukah talh uh voel pawt tih kai olthui he amih soah tla.
23 ২৩ বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল, আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল।
Kai ham tah khotlan bangla a lamtawn uh tih a ka loh tlankhol bangla a ang uh.
24 ২৪ সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।
Amih taengah ka luem dae n'tangnah uh pawt tih ka maelhmai vangnah dongah khaw yalh uh pawh.
25 ২৫ মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ, আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।
Amih kah longpuei te ka coelh tih boeilu la ka ngol. Caem lakli ah manghai bangla kho ka sak tih rhahdoe cangpoem akhaw a hloep.