< যোব 14 >
1 ১ তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।
Människan, av kvinna född, lever en liten tid och mättas av oro;
2 ২ তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে;
lik ett blomster växer hon upp och vissnar bort, hon flyr undan såsom skuggan och har intet bestånd.
3 ৩ এনে লোকলৈ তুমি চকু মেলি চাইছা? আৰু মোক তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা?
Och till att vakta på en sådan upplåter du dina ögon, ja, du drager mig till doms inför dig.
4 ৪ অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে।
Som om en ren skulle kunna framgå av en oren! Sådant kan ju aldrig ske.
5 ৫ তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা;
Äro nu människans dagar oryggligt bestämda, hennes månaders antal fastställt av dig, har du utstakat en gräns som hon ej kan överskrida,
6 ৬ ভাড়াতীয়লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে, তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া।
vänd då din blick ifrån henne och unna henne ro, låt henne njuta en dagakarls glädje av sin dag.
7 ৭ কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়।
För ett träd finnes ju kvar något hopp; hugges det än ned, kan det åter skjuta skott, och telningar behöva ej fattas därpå.
8 ৮ যদি মাটিত তাৰ শিপা বুঢ়া হয়, আৰু ভুমিত তাৰ মূঢ়াতো মৰে,
Om än dess rot tynar hän i jorden och dess stubbe dör bort i mullen,
9 ৯ তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে।
så kan det grönska upp genom vattnets ångor och skjuta grenar lik ett nyplantat träd.
10 ১০ কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব?
Men om en man dör, så ligger han där slagen; om en människa har givit upp andan, var finnes hon då mer?
11 ১১ যেনেকৈ জলাহৰ পানী ঢুকাই যায়, আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়,
Såsom när vattnet har förrunnit ur en sjö, och såsom när en flod har sinat bort och uttorkat,
12 ১২ তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে, আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়, আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়।
så ligger mannen där och står ej mer upp, han vaknar icke åter, så länge himmelen varar; aldrig väckes han upp ur sin sömn.
13 ১৩ অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে, তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল! (Sheol )
Ack, att du ville gömma mig i dödsriket, fördölja mig, till dess din vrede hade upphört, staka ut för mig en tidsgräns och sedan tänka på mig -- (Sheol )
14 ১৪ যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।
fastän ju ingen kan få liv, när han en gång är död! Då skulle jag hålla min stridstid ut, ända till dess att min avlösning komme.
15 ১৫ তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা।
Du skulle då ropa på mig, och jag skulle svara dig; efter dina händers verk skulle du längta;
16 ১৬ কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা; তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই?
ja, du skulle då räkna mina steg, du skulle ej akta på min synd.
17 ১৭ মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা।
I en förseglad pung låge då min överträdelse, och du överskylde min missgärning.
18 ১৮ কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়; আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়।
Men såsom själva berget faller och förvittrar, och såsom klippan flyttas ifrån sin plats,
19 ১৯ পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া।
såsom stenar nötas sönder genom vattnet, och såsom mullen sköljes bort av dess flöden, så gör du ock människans hopp om intet.
20 ২০ তুমি তেওঁক একেবাৰে মৰমান্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়। তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া।
Du slår henne ned för alltid, och hon far hädan; du förvandlar hennes ansikte och driver henne bort.
21 ২১ তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে; আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়।
Om hennes barn komma till ära, så känner hon det icke; om de sjunka ned till ringhet, så aktar hon dock ej på dem.
22 ২২ কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।”
Hennes kropp känner blott sin egen plåga, hennes själ blott den sorg hon själv får förnimma.