< যেরেমিয়া 3 >
1 ১ মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
“Nếu một người nam ly dị một người nữ rồi người ấy đi và lấy chồng khác, thì người nam không thể lấy nàng trở lại, vì điều đó chắc chắn sẽ làm ô uế xứ. Nhưng ngươi đã thông dâm với nhiều người tình, vậy tại sao ngươi còn định trở lại với Ta?” Chúa Hằng Hữu hỏi.
2 ২ “চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম কৰিলা। কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম আৰু কুকৰ্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা।
“Hãy xem các miếu thờ trên các đỉnh đồi. Có nơi nào ngươi chưa làm vẩn đục bởi sự thông dâm của ngươi với các thần đó không? Ngươi ngồi như gái mãi dâm bên vệ đường chờ khách. Ngươi ngồi đơn độc như dân du cư trong hoang mạc. Ngươi đã làm nhơ bẩn cả xứ với những trò dâm dục của ngươi và những trò đồi bại của ngươi.
3 ৩ সেইবাবেই বছৰৰ নিৰূপিত সময়ত হ’ব লগীয়া বৃষ্টি মই আটক কৰিলোঁ, যেতিয়া তোমালোকে ইয়াৰ প্রয়োজন বোধ কৰিছিলা। তথাপি তুমি বেশ্যাৰ মুখ ধাৰণ কৰি, লজ্জিত হবলৈ অস্বীকাৰ কৰিলা।
Đó là tại sao không một giọt mưa rơi xuống cho đến cuối mùa. Vì ngươi là một gái mãi dâm trơ tráo, không chút thẹn thuồng.
4 ৪ তুমি আজিৰ পৰা মোৰ আগত প্ৰাৰ্থনা কৰি নকবা নে, যে, ‘হে মোৰ পিতৃ! তুমি মোৰ যৌৱনকালৰ পথদৰ্শক!
Từ nay, ngươi sẽ kêu xin Ta: ‘Thưa Cha, Ngài đã dìu dắt con khi con trẻ dại.
5 ৫ তুমি জানো চিৰকাললৈকে তোমাৰ ক্ৰোধ মোৰ ওপৰত ৰাখিবা!’ চোৱা, তুমি মন্দ কথা ক’লা, আৰু কুকৰ্মও কৰি আছা আৰু নিজ ইচ্ছামতে তাক সিদ্ধও কৰি আছা!”
Lẽ nào Ngài nổi giận mãi mãi! Chắc Ngài sẽ không quên điều đó!’ Tuy ngươi nói như thế, nhưng ngươi vẫn tiếp tục làm điều tội ác, chiều theo dục vọng.”
6 ৬ যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম কৰিলে।
Vào thời cai trị của Vua Giô-si-a, Chúa Hằng Hữu phán bảo tôi: “Con có thấy những tội ác của Ít-ra-ên đã làm không? Như một người vợ phạm tội ngoại tình, Ít-ra-ên đã thờ phượng các thần trên mỗi ngọn đồi và dưới mỗi cây xanh.
7 ৭ মই ভাবিছিলোঁ যে এইবোৰ কাম কৰাৰ পাছত তেওঁলোক মোৰ ওচৰলৈ উলটি আহিব, গতিকে মই ক’লোঁ, ‘মোলৈ ঘূৰি আহাঁ!’ কিন্তু তেওঁলোকে উলটি নাহিল। আৰু তেওঁলোকৰ বিশ্বাস-ঘাতকিনী যিহূদাই তাক দেখিলে।
Ta vẫn nhẫn nhục tự bảo: ‘Sau khi nó làm xong mọi việc này, nó sẽ quay về với Ta.’ Nhưng nó chẳng trở về, em gái Giu-đa bất trung của nó đã trông thấy.
8 ৮ আৰু মই দেখিলোঁ, যে, বিপথদগামিনী ইস্ৰায়েলে ব্যভিচাৰ কৰিলে, এই কাৰণে মই পত্নীক ত্যাগ-পত্ৰ দি এৰি দিয়াৰ দৰে, অন্য দেশলৈ পঠিয়াই দিলোঁ। মই তেওঁলোকক কি কৰিলোঁ, বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সেই সকলো দেখিও ইস্রায়েলৰ দৰেই বেশ্যাকৰ্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰোঁ, তালৈ যিহূদাই ভয় নকৰিলে, কিন্তু স্ত্রীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ-দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমূখ কৰিলে।
Nó thấy Ta ly dị Ít-ra-ên bất trung vì tội ngoại tình. Nhưng em gái Giu-đa phản trắc của nó vẫn không sợ, và bây giờ cũng vậy, nó đã bỏ Ta để tiếp tục hành dâm như gái điếm.
9 ৯ তেওঁলোকে বেশ্যাকৰ্ম লঘু জ্ঞান কৰি তেওঁলোকে শিল আৰু কাঠেৰে সজা দেৱ-দেৱীৰ উপাসক হৈ দেশখন অশুচি কৰিলে।
Ít-ra-ên coi thường sự gian dâm, nó đã làm nhơ bẩn đất nước và hành dâm cả với đá, với gỗ.
10 ১০ ইস্রায়েলৰ বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপটভাৱেৰে মোলৈ উলটিল। এয়েই সত্য হোৱাৰ বাবে মই, যিহোৱাই ইয়াকে ক’লো।”
Gương đã sờ sờ ra đó mà Giu-đa, đứa em gái phản trắc của nó, vẫn không hết lòng quay về với Ta. Nó chỉ giả vờ hối lỗi. Ta, Chúa Hằng Hữu, phán vậy!”
11 ১১ তেতিয়া যিহোৱাই মোক ক’লে, “ইস্ৰায়েলৰ লোকসকলে মোৰ পৰা ঘূৰি গ’ল, কিন্তু বিশ্বাস-ঘাতকিনী যিহূদাই বিপদ-ঘামিনী ইস্ৰায়েলতকৈ নিকৃষ্টতৰভাৱে বিপথে গ’ল।
Rồi Chúa Hằng Hữu phán bảo tôi: “Ngay cả Ít-ra-ên bất trung cũng ít tội hơn Giu-đa phản trắc!
12 ১২ গতিকে তুমি গৈ ইস্রায়েলৰ লোকসকলক কোৱাগৈ: ‘তেওঁৰ পৰা উলটি যোৱা হে ইস্রায়েলৰ লোকসকল, যিহোৱাই এই কথা তোমালোকক কৈছে: মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম। কিয়নো যিহোৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে ক্ৰোধ নাৰাখোঁ। গতিকে তোমালোক মোলৈ উলটি আহাঁ।
Vì thế, hãy đi và rao những lời này cho Ít-ra-ên. Đây là điều Chúa Hằng Hữu phán: Ôi Ít-ra-ên, dân bất trung của Ta, hãy trở về nhà Ta, vì Ta đầy lòng thương xót. Ta sẽ không căm giận ngươi đời đời.
13 ১৩ তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আঁতৰি গ’লা।
Chỉ cần nhận biết tội lỗi mình. Thừa nhận đã phản trắc chống lại Chúa Hằng Hữu, Đức Chúa Trời ngươi, và phạm tội thông dâm chống nghịch Ngài qua việc thờ thần tượng dưới mỗi bóng cây xanh. Ngươi đã không lắng nghe tiếng Ta. Ta, Chúa Hằng Hữu, phán vậy!”
14 ১৪ যিহোৱাই কৈছে, হে বিপদ-ঘামিনী সন্তান সকল, মোলৈ উলটি আহাঁ; কিয়নো ময়েই তোমালোকৰ স্বামী! তোমালোক উলটি আহিলে, মই এখন নগৰৰ পৰা এজন আৰু এক গোষ্ঠীৰ পৰা দুজনকৈ লৈ চিয়োনলৈ অৰ্থাৎ যিৰূচালেমলৈ তোমালোকক আনিম।
Chúa Hằng Hữu phán: “Hãy trở về, hỡi con cái bướng bỉnh, vì Ta là Chúa Tể của các ngươi. Ta sẽ đem các ngươi đến Si-ôn— mỗi thành một người và mỗi gia tộc hai người— từ bất cứ nơi nào ngươi lưu lạc.
15 ১৫ তোমালোকে এইদৰে কৰিলে, মই তোমালোকক মোৰ মনৰ দৰে এজন ৰখীয়া দিম; তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব, কাৰণ তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ জানে আৰু বুজে।
Ta sẽ cho các ngươi những người chăn vừa lòng Ta, họ sẽ lấy tri thức và sáng suốt mà nuôi các ngươi.”
16 ১৬ যিহোৱাই কৈছে, সেই দিনত, যেতিয়া তোমালোক বাঢ়ি বহুপ্ৰজা হ’বা, তেতিয়া, “যিহোৱাৰ নিয়ম চন্দুক” এই কথা মানুহে আৰু নকব, আৰু সেয়ে মনত নপৰিব, লোকে তাক সোঁৱৰণ নকৰিব, সেয়ে নোহোৱাত লোকে বেজাৰ নাপাব আৰু তাক পুনৰায় সজা নাযাব।
Chúa Hằng Hữu phán: “Khi các ngươi sinh sản và gia tăng dân số trong xứ, ngươi sẽ không còn nuối tiếc ‘những ngày xưa tốt đẹp’ khi ngươi chiếm giữ Hòm Giao Ước của Chúa Hằng Hữu. Ngươi sẽ không lưu luyến những ngày ấy hay trí ngươi không còn nhớ chúng, và cũng không cần đóng một Hòm khác nữa.
17 ১৭ সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।
Đến thời ấy, người ta sẽ gọi Giê-ru-sa-lem là ‘Ngôi Chúa Hằng Hữu.’ Các dân tộc sẽ tập họp tại đó để vinh danh Chúa Hằng Hữu. Họ sẽ không còn đi theo sự cứng cỏi của lòng gian ác mình nữa.
18 ১৮ সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্বপুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।
Đến thời ấy, người Giu-đa và Ít-ra-ên sẽ cùng nhau trở về từ xứ lưu đày ở phương bắc. Họ sẽ trở về xứ mà Ta đã ban cho tổ phụ họ làm cơ nghiệp đời đời.
19 ১৯ আৰু ময়েই কৈছিলোঁ, তোমালোক ইস্রায়েলৰ লোকসকল, মই তোমালোকক গ্রহণ কৰিবলৈ তোমালোক মোৰ সন্তান হোৱা। কাৰণ মই তোমালোকক এক মনোহৰ দেশ দিম। আন জাতিৰ দেশতকৈ এই দেশ অধিককৈ মনোহৰ! মই ইচ্ছা কৰিছোঁ যেন তোমালোকে মোক ‘পিতৃ’ বুলি সন্বোধন কৰা, আৰু মোৰ পাছত চলাৰ পৰা কেতিয়াও উলটি নাযাবা।
Ta tự nghĩ: ‘Ta vui lòng đặt các ngươi giữa vòng các con Ta!’ Ta ban cho các ngươi giang sơn gấm vóc, sản nghiệp đẹp đẽ trong thế gian. Ta sẽ chờ đợi các ngươi gọi Ta là ‘Cha,’ và Ta muốn ngươi sẽ chẳng bao giờ từ bỏ Ta.
20 ২০ কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা। সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।
Nhưng ngươi đã bất trung với Ta, hỡi dân tộc Ít-ra-ên! Ngươi như một người vợ phụ bạc từ bỏ chồng mình. Ta, Chúa Hằng Hữu, phán vậy.”
21 ২১ “গছশূন্য পৰ্ব্বতত ইস্ৰায়েলৰ সন্তান সকলৰ কান্দোন আৰু কাকুতি-মিনতি শুনা গৈছে; কাৰণ, তেওঁলোক বিপদগামী হৈছিল আৰু তেওঁলোকে নিজৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈছিল বুলি স্বীকাৰ কৰিছে।
Có tiếng than khóc vang dội trên các nơi cao, đó là tiếng năn nỉ của dân tộc Ít-ra-ên. Vì họ đã đi vào đường quanh quẹo, gian tà mà quên Chúa Hằng Hữu là Đức Chúa Trời của họ.
22 ২২ যিহোৱাই তেওঁলোকক ক’ব, “হে বিপথগামী ইস্রায়েলৰ সন্তান সকল, মোলৈ উলটি আহাঁ! তেনে কৰিলে মই তোমালোকৰ বিপথগমনস্বৰূপ ৰোগ সুস্থ কৰিম।” তেতিয়া লোকসকলে উত্তৰ দি ক’ব, “চোৱা, আমি তোমাৰ ওচৰলৈ আহিছোঁ; কিয়নো তুমিয়েই আমাৰ ঈশ্বৰ যিহোৱা।
Chúa Hằng Hữu phán: “Hỡi con cái bội nghịch, hãy trở về với Ta, Ta sẽ chữa lành sự bội nghịch của ngươi.” Dân chúng đáp: “Chúng con xin đến với Chúa vì Ngài là Chúa Hằng Hữu, Đức Chúa Trời chúng con.
23 ২৩ স্বৰূপেই গিৰিবোৰৰ পৰা আশা কৰা সহায় আৰু পৰ্ব্বতবোৰৰ ওপৰত দেৱ-দেৱীৰ আগত কৰা কঢ়াল মিছা। স্বৰূপেই উপলদ্ধি কৰিছোঁ যে, আমাৰ ঈশ্বৰ যিহোৱাইহে ইস্ৰায়েলৰ পৰিত্ৰাণ!
Các cuộc thờ phượng tà thần trên đồi và các cuộc truy hoan trác táng trên núi cũng chỉ lừa gạt chúng con. Chỉ có Chúa Hằng Hữu, Đức Chúa Trời chúng con, là Đấng giải cứu Ít-ra-ên.
24 ২৪ কিন্তু সেই লজ্জাজনক বাল দেৱতাই, আমাৰ লৰা কালৰে পৰা আমাৰ পিতৃসকলৰ শ্ৰমেৰে অৰ্জ্জা সম্পত্তি, তেওঁলোকৰ গৰু, মেৰ আদি জাক আৰু তেওঁলোকৰ লৰা-ছোৱালী সকলক গ্ৰাস কৰিলে।
Từ lúc còn niên thiếu, chúng con đã thấy mọi thứ mà tổ phụ chúng con đã lao nhọc— các bầy bò và bầy chiên, con trai và con gái của họ— đã bị các tà thần nuốt chửng.
25 ২৫ সেয়ে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্বপুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলোঁ।”
Chúng con nằm rạp trong sỉ nhục và bị bao trùm trong nỗi hoang mang xao xuyến, vì chúng con và tổ phụ chúng con đã phạm tội nghịch với Chúa Hằng Hữu, Đức Chúa Trời chúng con. Từ khi còn niên thiếu đến nay, chúng con chưa bao giờ vâng theo Ngài.”