< যেরেমিয়া 24 >
1 ১ যিহোৱাই মোক কিবা এটা দেখুৱাইছিল। যিহোৱাৰ মন্দিৰৰ সন্মুখত ৰাখি থোৱা ডিমৰু গুটিৰ দুটা পাচি মোক দেখুৱাইছিল। বাবিলৰ ৰজা নবূখদনেচৰে যিৰূচালেমৰ পৰা কমাৰ, বাঢ়ৈ আদি শিল্পকাৰীয়ে সৈতে যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, আৰু যিহূদাৰ প্ৰধান লোকসকলক বাবিললৈ বন্দী কৰি নিয়াৰ পাছত এই দৰ্শন ঘটিছিল।
Láttatta velem az Örökkévaló, és íme, két kosár füge, odaállítva az Örökkévaló temploma előtt, miután számkivetette Nebúkadnecczár, Bábel királya, Jekhonjáhút, Jehójákim fiát, Jehúda királyát és Jehúda nagyjait és a kovácsokat és lakatosokat Jeruzsálemből és elvitte Bábelbe.
2 ২ এটা পাচিত প্ৰথমে পকা ডিমৰু গুটিৰ নিচিনা অতি উত্তম ডিমৰু গুটি আছিল, আৰু আন পাচিত বেয়াৰ বাবে খাব নোৱাৰা অতি বেয়া ডিমৰু গুটি আছিল।
Az egyik kosár igen jó füge, mint korán érő füge, a másik kosár pedig igen rossz füge, amely nem ehető rosszasága miatt.
3 ৩ তেতিয়া যিহোৱাই মোক সুধিলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “ডিমৰু গুটি; তাৰ মাজত ভাল অতি উত্তম, আৰু বেয়া ইমান বেয়া, যে, বেয়াৰ নিমিত্তে খাব নোৱাৰে।
És szólt hozzám az Örökkévaló: Mit látsz Jirmejáhú? Mondtam: fügét; a jó füge igen jó, a rossz pedig igen rossz, úgyhogy nem ehető rosszasága miatt.
4 ৪ পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল:
És lett hozzám az Örökkévaló igéje, mondván:
5 ৫ বোলে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: এই ঠাইৰ পৰা কলদীয়াসকলৰ দেশলৈ মই বন্দী কৰি পঠোৱা যিহূদাৰ লোকসকলক মই এই উত্তম ডিমৰু গুটিৰ দৰে মঙ্গলৰ অৰ্থে সুদৃষ্টি কৰিম।
Így szól az Örökkévaló, Izrael Istene: Miként megismerik e jó fügét; úgy fogom megismerni Jehúda számkivetettjeit, akiket elküldtem e helyről Kaszdím országába, a jóra;
6 ৬ কিয়নো মই তেওঁলোকৰ মঙ্গলৰ অৰ্থে তেওঁলোকৰ ওপৰত মোৰ চকু ৰাখিম, আৰু মই তেওঁলোকক পুনৰায় এই দেশলৈ আনিম আৰু তেওঁলোকক স্থাপন কৰিম, নাভাঙিম; ৰোপণ কৰিম, নুঘালিম।
rájuk fordítom szememet a jóra és visszahozom őket ez országba; felépítem őket és nem rombolom le, elplántálom őket és nem szakítom ki.
7 ৭ আৰু মই যে যিহোৱা, ইয়াক জানিবৰ মন মই তেওঁলোকক দিম; আৰু তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম; কিয়নো তেওঁলোকে সমস্ত মনেৰে মোলৈ উলটি আহিব।
És szívet adok nekik, hogy megismerjenek engem, hogy én vagyok az Örökkévaló és lesznek nekem népül, én pedig leszek, Istenül nekik; midőn majd visszatérnek hozzám egész szívükből.
8 ৮ আৰু যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ প্ৰধান লোকসকলক, আৰু এই দেশত বাকী থকা যিৰূচালেমৰ অৱশিষ্ট ভাগক, আৰু মিচৰ দেশত প্ৰবাস কৰা লোকসকলক, বেয়াৰ বাবে খাব নোৱাৰা সেই বেয়া ডিমৰু গুটিৰ দৰে মই ত্যাগ কৰিম, ইয়াক যিহোৱাই নিশ্চয়কৈ কৈছে।
És amilyen a rossz füge, mely nem ehető rosszasága miatt – bizony így szól az Örökkévaló, úgy teszem Czidkijáhút, Jehúda királyát és nagyjait és Jeruzsálem maradékát, azokat, kik megmaradtak ez országban és akik Egyiptom országában laknak –
9 ৯ এনে কি, অমঙ্গলৰ অৰ্থে মই তেওঁলোকক পৃথিৱীৰ সকলো ৰাজ্যত ত্ৰাসৰ বিষয় হ’বলৈ, আৰু যি যি ঠাইলৈ তেওঁলোকক খেদিম, সেই সকলো ঠাইত তেওঁলোকক অপমান, দৃষ্টান্ত, বিদ্ৰূপ, আৰু শাওৰ বিষয় হ’বলৈ দিম।
teszem őket iszonyattá, veszedelemmé, mind a föld királyságainak, gyalázattá és példabeszéddé, gúnnyá és átokká mindazon helyeken, ahová eltaszítom őket.
10 ১০ আৰু মই তেওঁলোকক আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশৰ পৰা তেওঁলোক উচ্ছন্ন নোহোৱালৈকে, তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠাই থাকিম।
És rájuk bocsátom a kardot, az éhséget és a dögvészt, míg el nem tűntek a földről, melyet adtam nekik és őseiknek.