< ইসাইয়া 16 >
1 ১ মৰুপ্রান্তৰ চেলাৰ পৰা চিয়োন-জীয়াৰীৰ পৰ্ব্বতলৈ দেশৰ শাসনকৰ্ত্তাৰ ওচৰলৈ মেৰ-ছাগ পোৱালিবোৰ পঠাই দিয়া।
Sila moilai bai bagade da Moua: be hafoga: i soge amo ganodini gala. Amoga, Moua: be dunu da Yelusaleme ouligisu dunu ilima sibi mano iasisa.
2 ২ ভ্রমি ফুৰা চৰাই আৰু সিঁচৰিত হৈ থকা বাহঁৰ দৰে, মোৱাবৰ মহিলাসকল অৰ্ণোন নদীৰ পাৰত আছে।
Ilia da Anone Hano amo ea bega: ouesalebe ba: sa. Ilia da udigili lalebe. Ilia da sio amo da enoga ilia bibi amoga sefasi agoai ba: sa.
3 ৩ “পৰামৰ্শ দিয়া, ন্যায় বিচাৰ কৰা, দুপৰীয়া ৰাতি হোৱাৰ দৰে ছাঁ প্রদান কৰা; পলাতক লোকসকলক লুকুৱাই ৰাখা, আৰু তেওঁলোকক বিশ্বাসঘাত নকৰিবা।
Ilia da Yuda dunuma amane adole ba: sa, “Ninia adi hamoma: bela: ? Dilia adoma! Nini gaga: ma! Ifa da gia: i esomogoa amoga ougi iaha. Amo defele, ninia da dilia ougiga helefimusa: dawa: lala. Ninia da mugululi asi dunu. Dunu eno da nini mae ba: ma: ne, dilia nini wamolegema.
4 ৪ মোৱাবৰ পৰা অহা শৰণাৰ্থী সকলক তোমালোকৰ লগত বাস কৰিবলৈ দিয়া; বিনাশৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বাবে লুকাই থকা ঠাই হোৱা।” কিয়নো অত্যাচৰ, আৰু ধ্বংস বন্ধ কৰা হ’ব; অপমান কৰা সকল দেশৰ পৰা অদৃশ্য হ’ব।
Ninia da dilia soge ganodini esaloma: ne, dilia logo fodoma. Eno dunu nini mae wadela: ma: ne, dilia gaga: ma. (Fa: no amo se nabasu amola soge wadela: su hou da dagoiwane ba: mu. Wadela: lesisu dunu da asi dagoi ba: mu.
5 ৫ বিশ্বাসযোগ্য নিয়মেৰে এখন সিংহাসন স্থাপিত হ’ব, আৰু দায়ূদৰ তম্বুৰ পৰা এজন বিশ্বাসী তাত বহিব। তেওঁ ন্যায় বিচাৰ বিচৰা দৰে তেওঁ বিচাৰ কৰিব, আৰু ধাৰ্মিকতাৰে কাৰ্য কৰিব।
Amasea, Da: ibidi egaga fi dunu afae da Hina Bagade ba: mu. E da moloidafa amola asigiwane, Ea fi dunu ouligimu. E da hedolo hou ida: iwane fawane hamomu, amola E da ouligibiba: le, moloidafa fofada: su hou da ba: mu.)
6 ৬ আমি মোৱাবৰ অহংকাৰ, আৰু তেওঁৰ গৰ্বৰ কথা শুনিলোঁ, তেওঁৰ আত্মগৌৰৱ, আৰু তেওঁৰ ক্রোধৰ বিষয়েও শুনিলো; কিন্তু তেওঁৰ আত্মগৌৰৱ মূল্যহীন।
Yuda dunu da amane sia: sa, “Ninia da nabi dagoi. Moua: be dunu da gasa fili ilila: hou gaguia gadosa. Ilia da gasa fili hidasa, be ilia hidasu hou da hamedei.”
7 ৭ সেয়ে মোৱাবৰ বাবে মোৱাব প্ৰতিজনে বিলাপ কৰিছে; আৰু সম্পূৰ্ণভাৱে ধ্বংস হৈ যোৱা কীৰ-হেৰচতৰ বাবে বিলাপ আৰু শোক কৰিছে।
Moua: be dunu da se bagade nababeba: le, bagadewane dimu. Ilia da musa: Geha: lasede moilai bai bagadega ha: i manu ida: iwane nasu, amo dawa: beba: le dimu. Ilia da baligiliwane da: i diomu.
8 ৮ হিচবোনৰ পথাৰবোৰ আৰু চিবমাৰ দ্ৰাক্ষালতা শুকাই গ’ল। দেশৰবোৰৰ শাসনকৰ্ত্তাসকলে উত্তম দ্রাক্ষাগুটি গচকিব, সেইবোৰে যাজেৰ গৈ পাইছিল; আৰু মৰুভুমিত বিয়পি পৰিছিল। ইয়াৰ পোখাবোৰ বিদেশলৈকে বিস্তাৰিত হৈছে; সেইবোৰ সাগৰৰ ওপৰেৰে গৈছে।
Ifabi amo Hesiabone gadenei, amola Sibima moilai waini sagai (Moua: be ouligisu dunu da amoga waini nanu, feloale asi) amo da wadela: lesi dagoi. Musa: amo waini sagai da soge amo da Ya: isa moilai bai bagade asili, gusudili asili, hafoga: i sogega doaga: i, amola gududi asili, Bogoi Hano Wayabo ea na: iyado bega: doaga: i - soge bagade.
9 ৯ বাস্তৱিকতে মই চিবমাৰ দ্রাক্ষাবাৰীৰ কাৰণে যাজেৰৰ সৈতে কান্দিম। হে হিচবোন, আৰু ইলিয়ালি, মই মোৰ চকুলোৰে পানী দিম; তোমাৰ পথাৰৰ গ্রীষ্মকালৰ ফল আৰু শস্য দোৱাৰ কাৰণে মই আনন্দৰ উচ্চধ্বনি সমাপ্ত কৰিম।
Wali, na da Sibima waini sagai amola Ya: isa moilai bai bagade amo dawa: beba: le, disa. Na da Hesiabone amola Ilia: ile amo moilai dawa: beba: le, disa. Bai dunu hahawane ba: ma: ne, waini fage amola ha: i manu faisu da hame ba: sa.
10 ১০ আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ’ব; আৰু তোমাৰ দ্ৰাক্ষাবাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ’ব; দ্ৰাক্ষাকুণ্ডত গচকি দ্ৰাক্ষাৰস উলিয়াবলৈ কোনো গচকা লোক নাথাকিব; মই দ্ৰাক্ষাবাৰীৰ গচকা আনন্দ ধ্বনি থমালোঁ।
Wali amo nasegagi ifabi ganodini, haha dunu da hame ba: sa. Waini sagai ganodini dunu afae da hame wele sia: sa o gesami hame hea: sa. Amola waini hano hamoma: ne, dunu afae da waini fage amoga hame osa: gisa. Hahawane wele sia: su da dagoi.
11 ১১ সেয়ে মোৰ হৃদয়ৰ শ্বাসনিশ্বাস মোৱাবৰ বাবে আৰু মোৰ অন্তৰৰ ভাগবোৰ কীৰ-হেৰচতৰ বাবে এখন বীণাৰ দৰে বাজিছে।
Na da Moua: be amola Geha: lasede dawa: beba: le, da: i dioiba: le, gogonomosa.
12 ১২ যেতিয়া মোৱাবে ওখ স্থানত নিজকে পৰিধান কৰিব, আৰু প্ৰাৰ্থনা কৰিবলৈ তেওঁৰ মন্দিৰত সোমাব, তেতিয়া তেওঁৰ প্রাৰ্থনা কৃতকাৰ্য নহ’ব।
Moua: be fi dunu da ilia goumi sema sogebi amola sia: ne gadosu diasu amoga ilia ogogosu ‘gode’ liligi amoma sia: ne gadomusa: ahoasea, helei bagade naba. Be amo da ili fidimu hamedei.
13 ১৩ এয়ে যিহোৱাই মোৱাবৰ বিষয়ে পূৰ্বতে কোৱা বাক্য;
Amo sia: huluane Hina Gode da Moua: be fi ilia hou olelema: ne, musa: sia: i dagoi.
14 ১৪ পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।
Amola wali Hina Gode da amane sia: sa, “Ode udiana da gidigili, amo esodafa Moua: be fi ilia bagade gagui hou da ebelei dagoi ba: mu. Wali ilia da dunu bagohame esala, be bagahamedafa da esalebe ba: mu, amola amo bagahame esalebe da gasa hame ba: mu.”