< ইসাইয়া 15 >
1 ১ মোৱাবৰ বিষয়ে ঘোষণা। বাস্তৱিক একে ৰাতিতে আৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল; বাস্তৱিকতে একে নিশাতে কীৰ-মোৱাব উচ্ছন্ন আৰু ধ্বংস হ’ল।
Spriedums par Moabu. Moaba Ara pa nakti postīta, izdeldēta! Tiešām, Moaba Ķire pa nakti postīta, izdeldēta.
2 ২ তেওঁলোক মন্দিৰৰ ওপৰলৈ গ’ল, আৰু দীবোনৰ লোকসকল কান্দিবলৈ ওখ স্থানলৈ গ’ল; নবো আৰু মেদবাৰ ওপৰত মোৱাবে বিলাপ কৰিছে; সকলোৰে মুৰ টকলা কৰা হৈছে, আৰু প্ৰতিজনৰ ডাঢ়ি কটা হৈছে।
Uz Baītu un Dibonu, uz elku kalniem iet raudāt; uz Nebus un uz Medbas Moabs kauc. Visas viņu galvas ir nodzītas plikas un visiem bārda nogriezta.
3 ৩ তেওঁলোকৰ পথত তেওঁলোকে চট কাপোৰ পিন্ধিছে; আৰু কঁকাল বান্ধিছে; আৰু প্রতিজনে চকবোৰত চকু পানী বোৱাই কান্দিছে।
Savās ielās tie iet apjozušies ar maisiem, pa saviem jumtiem un ceļiem visi kauc un plūst asarās.
4 ৪ হিচবোন আৰু ইলিয়ালিয়ে চিঞৰিছে, তেওঁলোকৰ শব্দ যহচৰলৈকে শুনা গৈছে। সেয়ে মোৱাবৰ অস্ত্রধাৰী লোকসকল আৰ্তনাদ কৰিছে; আৰু তেওঁলোকৰ আত্মাই কঁপিছে।
Hešbona un Eleale brēc, viņas balss top dzirdēta līdz Jācai. Tādēļ vaid paši Moaba apbruņotie, dvēsele viņam trīc.
5 ৫ মোৰ হৃদয়ে মোৱাবৰ বাবে কান্দিছে, তাৰ প্ৰধান লোকসকলে চোৱৰলৈ ইগ্লৎ-চলিচিয়ালৈ পলাই গৈছে। তেওঁলোকে লুহীতলৈ উঠি যোৱা বাটেদি কান্দি কান্দি উঠি গৈছে; তেওঁলোকে হোৰোণয়িমলৈ যোৱাৰ বাটত তেওঁলোকৰ বিনাশৰ কাৰণে উচ্চস্বৰে বিলাপ কৰিছে।
Mana sirds brēc par Moabu; viņa bēgļi bēg līdz Coārai, līdz EglatŠilišijai; jo uz Luķitu kāpj ar raudāšanu, un ceļā pret Horonaīm kliedz par izpostīšanu.
6 ৬ কাৰণ নিম্ৰীময়ৰ পানীসমূহ শুকাই গৈছে; ঘাঁহবোৰ শুকাই গৈছে, নতুন ঘাঁহও শুকাই গৈছে, সেউজীয়া একোৱেই নাই।
Jo Nimrim ūdeņi izsīkuši; jo zāle nokaltusi, zaļums iznīcis, nekas vairs nezeļ.
7 ৭ তেওঁলোকে যথেষ্ট ধন বৃদ্ধি কৰিলে, আৰু গোটালে তেওঁলোকে ঝাও গছৰ জুৰিৰ কাষলৈ লৈ গ’ল।
Tāpēc to krājumu, ko sakrājuši, un ko glabājuši, to tie ved pār kārklu upi.
8 ৮ সেই ক্রন্দন মোৱাবৰ সীমাৰ চাৰিওফালে, আৰু তাৰ বিলাপ এগালীমৰ পৰা বেৰ-এলীমমলৈকে শুনা গৈছে।
Jo brēkšana iet pa Moaba robežām, viņa kaukšana līdz Eglaīm, viņa kaukšana līdz Elim akai.
9 ৯ কিয়নো দীমোনৰ পানী তেজেৰে পৰিপূৰ্ণ; কিন্তু মই দীমোনলৈ আৰু বেছি দুখ আনিম। মোৱাবৰ পৰা ৰক্ষা পোৱা লোকসকল, আৰু দেশৰ অৱশিষ্ট থকা লোকসকলক এটা সিংহই আক্রমণ কৰিব।
Jo Dimonas ūdeņi ir pilni asiņu. Jo vēl vairāk Es uzlikšu Dimonai, lauvu tiem, kas Moabā izglābušies un tai zemē atlikuši.