< ইসাইয়া 14 >
1 ১ যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
Кэч Домнул ва авя милэ де Иаков, ва алеӂе ярэшь пе Исраел ши-й ва адуче ярэшь ла одихнэ ын цара лор; стрэиний се вор алипи де ей ши се вор уни ку каса луй Иаков.
2 ২ আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ’ব। তাৰ পাছত ইস্ৰায়েল বংশৰ লোকসকলে তেওঁলোকক যিহোৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব, আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব।
Попоареле ый вор луа ши-й вор адуче ынапой ла локуинца лор, ши каса луй Исраел ый ва стэпыни ын цара Домнулуй, ка робь ши роабе. Вор цине астфел робь пе чей че-й робисерэ пе ей ши вор стэпыни песте асуприторий лор.
3 ৩ সেই দিনা দুখ, কষ্ট, আৰু কঠিন বন্দীত্বত থাকি কাম কৰিবলৈ বাধ্য হোৱাৰ পৰা যিহোৱাই তোমালোকক জিৰণী দিব।
Яр кынд ыць ва да Домнул одихнэ дупэ остенелиле ши фрэмынтэриле тале ши дупэ аспра робие каре а фост пусэ песте тине,
4 ৪ তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা, উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল!
атунч вей кынта кынтаря ачаста асупра ымпэратулуй Бабилонулуй ши вей зиче: „Ятэ, асуприторул ну май есте, асуприря а ынчетат,
5 ৫ যিহোৱাই দুষ্টবোৰৰ লাঠি, আৰু সেই শাসনকর্তা সকলৰ ৰাজদণ্ড ভাঙিব,
Домнул а фрынт тоягул челор рэй, нуяуа стэпыниторилор.
6 ৬ যাৰ দ্বাৰাই অবিৰাম ভাৱে ভুকুৱাত ক্রোধেৰে লোকসকল প্রভাৱিত হৈছিল, দেশবাসীসকলক খঙেৰে আক্রমন কৰি শাসন কৰাত অনিয়ন্ত্রিত হৈছিল।
Чел че, ын урӂия луй, ловя попоареле ку ловитурь фэрэ рэгаз, чел че, ын мыния луй, супуня нямуриле есте пригонит фэрэ круцаре.
7 ৭ সমস্ত পৃথিৱী শান্ত আৰু সুস্থিৰ হৈ আছে; তেওঁলোকে গীতেৰে সৈতে উৎসৱ পালন কৰিছে;
Тот пэмынтул се букурэ акум де одихнэ ши паче; избукнеск оамений ын кынтече де веселие.
8 ৮ এনে কি, দেবদাৰু আৰু লিবানোনৰ এৰচ গছবোৰেও আনন্দ কৰিছে, সিহঁতে কৈছে, ‘তুমি পতিত হোৱাৰ পৰা আমাক কাটিবলৈ কোনো খৰিকটীয়া আহা নাই।’
Пынэ ши кипароший ши чедрий дин Либан се букурэ де кэдеря та ши зик: ‘Де кынд ай кэзут ту, ну се май суе нимень сэ не тае!’
9 ৯ তুমি যেতিয়া সেই ঠাইলৈ গৈছিলা, তেতিয়া তোমাক সাক্ষাৎ কৰিবলৈ চিয়োল অধঃস্থানৰ পৰা উৎসুক হৈছে; পৃথিৱীৰ সকলো ৰজাসকল আৰু মৃতবোৰ তোমাৰ বাবে উঠিছে, দেশবোৰৰ সকলো ৰজাক নিজৰ সিংহাসনৰ পৰা উঠাইছে। (Sheol )
Локуинца морцилор се мишкэ пынэ ын адынчимиле ей, ка сэ те примяскэ ла сосире; еа трезеште ынаинтя та умбреле, пе тоць май-марий пэмынтулуй, скоалэ де пе скаунеле лор де домние пе тоць ымпэраций нямурилор. (Sheol )
10 ১০ তেওঁলোক সকলোৱে তোমাৰ সৈতে কথা পাতি ক’ব, ‘তুমিও আমাৰ দৰে দুৰ্ব্বল হৈছা, তুমি আমাৰ দৰেই হৈছা।
Тоць яу кувынтул ка сэ-ць спунэ: ‘Ши ту ай ажунс фэрэ путере ка ной, ши ту ай ажунс ка ной!’
11 ১১ তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিয়োললৈ নমোৱা হ’ল, তোমাৰ চাৰিওফালে পোকবোৰ সিঁচৰিত হ’ল, আৰু কেঁচুবোৰে তোমাক ঢাকিলে।’ (Sheol )
Стрэлучиря та с-а коборыт ши еа ын Локуинца морцилор, ку сунетул алэутелор тале; аштернут де вермь вей авя ши вермий те вор акопери. (Sheol )
12 ১২ তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা!
Кум ай кэзут дин чер, Лучафэр стрэлучитор, фиу ал зорилор! Кум ай фост доборыт ла пэмынт, ту, бируиторул нямурилор!
13 ১৩ তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম, ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম; আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম।
Ту зичяй ын инима та: ‘Мэ вой суи ын чер, ымь вой ридика скаунул де домние май пресус де стелеле луй Думнезеу; вой шедя пе мунтеле адунэрий думнезеилор, ла капэтул мязэнопций;
14 ১৪ মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’
мэ вой суи пе вырфул норилор, вой фи ка Чел Пряыналт.’
15 ১৫ তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল। (Sheol )
Дар ай фост арункат ын Локуинца морцилор, ын адынчимиле мормынтулуй! (Sheol )
16 ১৬ তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’
Чей че те вэд се уйтэ цинтэ мираць ла тине, те привеск ку луаре аминте ши зик: ‘Ачеста есте омул каре фэчя сэ се кутремуре пэмынтул ши згудуя ымпэрэцииле,
17 ১৭ পৃথিৱীখনক মৰুপ্রান্ত স্বৰূপ কৰা, নগৰবোৰ উচ্ছন্ন কৰা, আৰু বন্দীসকলক ঘৰলৈ যাবলৈ নিদিয়া জন সেই জনেই নে?
каре префэчя лумя ын пустиу, нимичя четэциле ши ну дэдя друмул приншилор сэй де рэзбой?’
18 ১৮ দেশবোৰৰ সকলো ৰজা, তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে শুইছে।
Тоць ымпэраций нямурилор, да, тоць се одихнеск ку чинсте, фиекаре ын мормынтул луй.
19 ১৯ কিন্তু ডালবোৰ কাটি পেলোৱাৰ দৰে তোমাক মৈদামৰ পৰা নিক্ষেপ কৰা হৈছে, শিলৰ গাতলৈ নিয়া আৰু তৰোৱালেৰে খোচা মৃতলোকে বস্ত্রৰ দৰে তোমাক ঢাকি ধৰিছে।
Дар ту ай фост арункат департе де мормынтул тэу, ка о рамурэ диспрецуитэ, ка о прадэ луатэ де ла ниште оамень учишь ку ловитурь де сабие ши арункатэ пе петреле уней гропь, ка ун хойт кэлкат ын пичоаре.
20 ২০ মৃত দেহ গচকাৰ দৰে, তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহ’বা; কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা, নিজৰ লোকসকলক বধ কৰা জন তুমিয়ে; অন্যায়কাৰী সকলৰ পুত্রৰ নাম পুনৰ উল্লেখ কৰা নহ’ব।
Ту ну ешть унит ку ей ын мормынт, кэч ць-ай нимичит цара ши ць-ай прэпэдит попорул. Ну се ва май ворби ничодатэ де нямул челор рэй.
21 ২১ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে, তেওঁলোকৰ সন্তান সকলক বধ কৰিবলৈ প্রস্তুত হোৱা, সেয়ে তেওঁলোকে উঠি নাহিব, আৰু পৃথিৱীখন অধিকাৰ কৰিছে, আৰু সমগ্র পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে।
Прегэтиць мэчелэриря фиилор дин причина нелеӂюирий пэринцилор лор! Ка сэ ну се май скоале сэ кучеряскэ пэмынтул ши сэ умпле лумя ку четэць!”
22 ২২ বাহিনীসকলৰ যিহোৱাই কৈছে, “মই তেওঁলোকৰ বিৰুদ্ধে উঠিম” বাবিলৰ নাম, বংশধৰ, আৰু ভাবী বংশ উছন্ন কৰিম” এইয়ে যিহোৱাৰ ঘোষণা।
„Еу мэ вой ридика ымпотрива лор”, зиче Домнул оштирилор, „ши вой штерӂе нумеле ши урма Бабилонулуй, пе фиу ши непот”, зиче Домнул.
23 ২৩ মই তেওঁক ফেঁচাৰ বাসস্থানলৈ, আৰু পুখুৰীৰ পানীলৈ লৈ যাম, আৰু মই তেওঁক সৰ্বনাশৰ বাঢ়নিৰে সাৰি পেলাম” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
„Вой фаче дин ел ун кулкуш де аричь ши о млаштинэ ши ыл вой мэтура ку мэтура нимичирий”, зиче Домнул оштирилор.
24 ২৪ বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে, মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব;
Домнул оштирилор а журат ши а зис: „Да, че ам хотэрыт се ва ынтымпла, че ам пус ла кале се ва ымплини.
25 ২৫ মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
Вой здроби пе асириян ын цара Мя, ыл вой кэлка ын пичоаре пе мунций Мей. Астфел, жугул луй се ва луа де пе ей ши повара луй ва фи луатэ де пе умерий лор.”
26 ২৬ সমগ্র পৃথিৱী বাবে স্থিৰ কৰা অভিপ্রায় এয়ে, আৰু সকলো দেশৰ ওপৰত উঠা হাত এয়ে।
Ятэ хотэрыря луатэ ымпотрива ынтрегулуй пэмынт, ятэ мына ынтинсэ песте тоате нямуриле.
27 ২৭ কাৰণ বাহিনীসকলৰ যিহোৱাই এয়ে পৰিকল্পনা কৰিলে; তেওঁক কোনে বাধা দিব পাৰে? তেওঁৰ হাত দাঙিব; আৰু কোনে তাক তললৈ কৰিব পাৰিব?
Домнул оштирилор а луат ачастэ хотэрыре. Чине И се ва ымпотриви? Мына Луй есте ынтинсэ. Чине о ва абате?
28 ২৮ ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল।
Ын анул морций ымпэратулуй Ахаз, а фост роститэ ачастэ пророчие:
29 ২৯ হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা। কাৰণ সাপৰ গাতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ উৰণীয়া সাপ হ’ব।
„Ну те букура, цара филистенилор, кэ с-а фрынт тоягул каре те ловя! Кэч дин рэдэчина шарпелуй ва еши ун басилиск ши родул луй ва фи ун балаур збурэтор.
30 ৩০ দৰিদ্ৰসকলৰ প্রথমে জন্মাই খাব, আৰু অভাবগ্রস্ত সকলে সুৰক্ষাৰ বাবে শুই পৰিব। আকালৰ দ্বাৰাই মই তোমাৰ মূল নষ্ট কৰিম, আৰু তোমাৰ অৱশিষ্ট ভাগক বধ কৰা হ’ব।
Атунч, чей май сэрачь вор путя паште ши чей ненорочиць вор путя сэ локуяскэ лиништиць, дар ыць вой лэса нямул сэ пярэ де фоаме ши че ва май рэмыне дин тине ва фи оморыт.
31 ৩১ হে পলেষ্টিয়াৰ দুৱাৰ গৰ্জন কৰা, আৰু হে নগৰ ক্রন্দন কৰা, তুমি দ্রৱ হৈ শেষ হৈ যাবা। কাৰণ উত্তৰ দিশৰ পৰা ধুঁৱাৰ দৰে ডাৱৰ আহিব, আৰু তেওঁৰ শ্রেণীত এজনো পথভ্রষ্ট নাথাকিব।
Ӂемь, поартэ! Бочеште-те, четате! Кутремурэ-те, тоатэ цара филистенилор! Кэч ун фум вине де ла мязэноапте ши шируриле врэжмашулуй сунт стрынсе.
32 ৩২ তেনেহলে দেশৰ বাৰ্ত্তাবহক সকলক কেনেকৈ উত্তৰ দিব? সেয়ে যিহোৱাই চিয়োনক সংস্থাপন কৰিলে, আৰু তেওঁৰ লোকসকলৰ নিপীড়িতসকলক আশ্রয়স্থান বিচাৰি দিব।
Ши че ва рэспунде тримишилор попорулуй? Кэ Домнул а ынтемеят Сионул ши кэ чей ненорочиць дин попорул Луй гэсеск ун лок де адэпост аколо.”