< ইসাইয়া 10 >
1 ১ অন্যায় বিধি স্থাপন কৰা সকল আৰু অসাধু আজ্ঞা লিখা সকলৰ সন্তাপ হ’ব।
Voi niitä, jotka vääriä säädöksiä säätävät, jotka turmiollisia tuomioita kirjoittelevat,
2 ২ তেওঁলোকে অভাৱী লোকসকলৰ ন্যায় বিচাৰ বঞ্চিত কৰে, আৰু মোৰ দৰিদ্রলোক সকলৰ স্বত্ব কাঢ়ি লয়, বিধৱা সকলক লুট কৰে, আৰু পিতৃহীন সকলক তেওঁলোকৰ লুট কৰা বস্তু যেন কৰে!
vääntääksensä vaivaisten asian ja riistääksensä minun kansani kurjilta oikeuden, että lesket joutuisivat heidän saaliiksensa ja orvot heidän ryöstettäviksensä!
3 ৩ বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
Mutta mitä te teette koston päivänä, rajumyrskyssä, joka tulee kaukaa? Kenen turviin pakenette apua saamaan ja minne talletatte tavaranne?
4 ৪ একোৱেই অৱশিষ্ট নাথাকিব, আৰু তোমালোক বন্দীসকলৰ মাজত কুঁচিমুচি হৈ বহি থাকিবা বা মৃতলোকৰ মাজত থাকিবা। এই সকলোৰ বাবে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত তেতিয়াও উদ্যত হৈ আছে।
Ei muuta kuin vaipua vangittujen joukkoon tai kaatua surmattujen sekaan. Kaikesta tästä ei hänen vihansa ole asettunut, ja vielä on hänen kätensä ojennettu.
5 ৫ অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰোঁ!
Voi Assuria, joka on minun vihani vitsa ja jolla on kädessään minun suuttumukseni sauva!
6 ৬ মই তেওঁক এখন অহংকাৰী দেশৰ বিৰুদ্ধে, আৰু মোৰ প্রচুৰ ক্ৰোধ সহ্য কৰা লোকসকলৰ বিৰুদ্ধে পঠালোঁ। মই তেওঁক লুটদ্রব্য ল’বৰ বাবে লুট কৰিবলৈ, আৰু বাটৰ বোকাৰ দৰে গচকিবলৈ আদেশ দিলোঁ।
Minä lähetän hänet jumalattoman kansakunnan kimppuun, käsken hänet vihastukseni kansaa vastaan saalista saamaan ja ryöstöä ryöstämään ja tallaamaan sitä kuin katujen lokaa.
7 ৭ কিন্তু তেওঁ মনস্থ কৰা অথবা তেওঁ ভবাৰ দৰে এইটো নহয়। কিন্তু তেওঁ বহুতো দেশ বিনষ্ট কৰি ত্যাগ কৰিবলৈ চিন্তা কৰে।
Mutta hän ei ajattele niin, se ei ole hänen sydämensä aivoitus, vaan hänen sydämensä halu on hävittää ja tuhota kansoja paljon.
8 ৮ কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?
Sillä hän sanoo: "Eivätkö minun päämieheni ole kaikki kuninkaita?
9 ৯ কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?
Eikö käynyt Kalnon niinkuin Karkemiin, eikö Hamatin niinkuin Arpadin ja Samarian niinkuin Damaskon?
10 ১০ যি ৰাজ্যবোৰৰ কটা-প্ৰতিমাবোৰ যিৰূচালেম আৰু চমৰিয়াৰ মূৰ্ত্তিবোৰতকৈ উত্তম আছিল, সেই মূৰ্ত্তিপূজক সকলৰ ৰাজ্যবোৰ মোৰ হাতেৰে পৰাজিত কৰিলোঁ।
Niinkuin minun käteni on saavuttanut epäjumalien valtakunnat, joiden jumalankuvat olivat paremmat kuin Jerusalemin ja Samarian-
11 ১১ যিদৰে মই চমৰিয়া আৰু তেওঁৰ মূল্যহীন মূৰ্ত্তিবোৰক কৰিছিলোঁ, সেই একেদৰে যিৰূচালেম আৰু তেওঁৰ প্ৰতিমাবোৰকো মই নকৰিম নে?”
niin enkö minä tekisi Jerusalemille ja sen epäjumalankuville, samoin kuin minä tein Samarialle ja sen epäjumalille?"
12 ১২ যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
Mutta kun Herra on päättänyt kaiken työnsä Siionin vuorella ja Jerusalemissa, niin minä kostan Assurin kuninkaalle hänen sydämensä ylpeyden hedelmän ja hänen kopeitten silmiensä korskan.
13 ১৩ কাৰণ তেওঁ কৈছে, “মোৰ শক্তি আৰু জ্ঞানেৰে মই কাৰ্য কৰিলোঁ, মোৰ সহানুভূতি আছে; আৰু মই লোকসকলৰ সীমা গুচালোঁ। মই তেওঁলোকৰ সঞ্চিত সম্পদ হৰণ কৰিলোঁ, আৰু সিংহাসনত বহাসকলক মই বীৰ পুৰুষৰ দৰে তললৈ নমালোঁ।
Sillä hän sanoo: "Oman käteni voimalla minä sen tein ja viisaudellani, sillä minä olen ymmärtäväinen. Minä siirsin kansojen rajat ja ryöstin heidän aarteensa ja puskin kumoon kuin härkä valtaistuimella-istujat.
14 ১৪ মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম, এজনে পৰিত্যক্ত কণী গোটোৱাৰ দৰে, মই সমগ্র পৃথিৱী একত্রিত কৰিম। ডেউকা জোকাৰিবলৈ, বা মুখ মেলিবলৈ, নাইবা চিঁচিঁয়াবলৈকো কোনো নাথাকিব।”
Minun käteni tavoitti kansojen rikkaudet niinkuin linnun pesän; ja niinkuin hyljätyt munat kootaan, niin minä olen koonnut kaikki maat, eikä ketään ollut, joka olisi siipeä räpyttänyt tai nokkaa avannut ja piipittänyt."
15 ১৫ কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব।
Korskeileeko kirves hakkaajaansa vastaan, tai suurenteleeko saha heiluttajaansa vastaan? Ikäänkuin vitsa heiluttaisi kohottajaansa ja sauva saisi koholle sen, joka ei ole puuta!
16 ১৬ এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
Sentähden Herra, Herra Sebaot, lähettää hänen lihavuuteensa näivetystaudin, ja hänen kunniansa alle syttyy tuli niinkuin tulipalo.
17 ১৭ যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব; সেই দিনতে তেওঁৰ কাঁইটীয়া বন আৰু কাঁইটীয়া বননি জ্বলাই গ্রাস কৰিব।
Israelin valkeus on tuleva tuleksi ja hänen Pyhänsä liekiksi, joka polttaa ja kuluttaa hänen ohdakkeensa ja orjantappuransa yhtenä päivänä
18 ১৮ যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব।
ja hänen metsänsä ja puutarhansa ihanuuden, hamaan luihin ja ytimiin, ja hän tulee riutuvan sairaan kaltaiseksi.
19 ১৯ তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।
On helppo lukea ne puut, jotka jäävät hänen metsästänsä jäljelle; poikanen voi ne kirjoittaa muistiin.
20 ২০ সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।
Sinä päivänä ei Israelin jäännös eivätkä Jaakobin heimon pelastuneet enää turvaudu lyöjäänsä, vaan totuudessa he turvautuvat Herraan, Israelin Pyhään.
21 ২১ যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
Jäännös palajaa, Jaakobin jäännös, väkevän Jumalan tykö.
22 ২২ কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
Sillä vaikka sinun kansasi, Israel, olisi kuin meren hiekka, on siitä palajava ainoastaan jäännös. Päätetty on hävitys, joka tulee, vanhurskautta tulvillaan.
23 ২৩ কাৰণ বাহিনীসকলৰ প্ৰভু যিহোৱাই সমগ্র পৃথিৱীত ধ্বংস আনিবলৈ সিদ্ধান্ত লৈছে।
Sillä hävityksen ja tuomiopäätöksen panee Herra, Herra Sebaot, toimeen kaikessa maassa.
24 ২৪ এই হেতুকে বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে মোৰ চিয়োন-নিবাসী লোকসকল, যদিও অচুৰে তোমালোকক দণ্ডৰে প্ৰহাৰ কৰিব, আৰু মিচৰনিবাসী সকলে কৰাৰ দৰে তোমালোকৰ বিৰুদ্ধে লাখুটি দাঙিব, তথাপি অচুৰলৈ ভয় নকৰিবা।
Sentähden sanoo Herra, Herra Sebaot, näin: "Älä pelkää, minun kansani, joka Siionissa asut, Assuria, kun hän sinua vitsalla lyö ja kohottaa sauvansa sinua vastaan Egyptin tavalla.
25 ২৫ তেওঁলোকক ভয় নকৰিবা, কাৰণ ক্ষন্তেক সময়ৰ পাছতেই তোমালোকৰ বিৰুদ্ধে থকা মোৰ ক্রোধৰ অন্ত পৰিব, আৰু মোৰ ক্ৰোধ তেওঁৰ বিনাশলৈ গতি কৰিব।
Sillä lyhyt hetki vielä, niin suuttumus täyttyy, ja minun vihani kääntyy hävittämään heidät."
26 ২৬ ওৰেবৰ শিলত যেতিয়া মিদিয়নক পৰাজিত কৰিব, তেতিয়া বাহিনী সকলৰ যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে চাবুক ব্যৱহাৰ কৰিব। তেওঁ সাগৰৰ ওপৰত তেওঁৰ লাখুটি দাঙিব, আৰু তেওঁ মিচৰত দঙাৰ দৰে তাক দাঙিব।
Ja Herra Sebaot heiluttaa ruoskaa häntä vastaan, niinkuin silloin, kun Midian lyötiin Oorebin kalliolla, ja hänen sauvansa on ojennettuna meren yli, ja hän kohottaa sen niinkuin muinoin Egyptiä vastaan.
27 ২৭ সেই দিনা তোমালোকৰ কান্ধৰ পৰা তেওঁৰ বোজা আৰু তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি তোলা হ’ব, আৰু তোমালোকৰ ডিঙি অধিক শকত হোৱাৰ কাৰণে যুৱলি ধ্বংস হ’ব।
Sinä päivänä heltiää hänen kuormansa sinun hartioiltasi ja hänen ikeensä sinun niskaltasi, sillä ies särkyy lihavuuden pakosta.
28 ২৮ শত্রুবোৰ অয়ৎলৈ আহিল, আৰু মিগ্ৰোণৰ মাজেদি আহিল; তেওঁ মিকমচত তেওঁ বিধান সংৰক্ষিত কৰিলে।
Hän tulee Aijatiin, kulkee Migronin kautta, jättää kuormastonsa Mikmaaseen;
29 ২৯ তেওঁলোকে ঠেক পথ অতিক্রম কৰিলে, আৰু গেবাত অস্থায়ীভাৱে থাকিলে। ৰামা কঁপিছে, চৌলৰ গিবিয়া পলাইছে।
he kulkevat solatien poikki: "Geba on yöpaikkamme". Raama vapisee, Saulin Gibea pakenee.
30 ৩০ হেগল্লীম জীয়াৰী, তুমি জোৰকৈ চিঞৰা! হে লয়িচা, মনোযোগ দিয়া! হে দুর্ভগীয়া অনাথোত!
Huuda kimakasti, tytär Gallim! Kuuntele, Laisa! Poloinen Anatot!
31 ৩১ মদমেনা পলৰীয়া; গেবিম নিবাসীসকল নিৰাপত্তাৰ কাৰণে দৌৰা।
Madmena menee pakoon, Geebimin asukkaat saattavat tavaransa turviin.
32 ৩২ এই বিশেষ দিনত তেওঁ নোবত ৰ’ব; চিয়োন জীয়াৰীৰ পৰ্ব্বতত, যিৰূচালেমৰ পাহাৰত হাতৰ মুঠি জোকাৰিব।
Vielä samana päivänä hän pysähtyy Noobiin, hän kohottaa kätensä tytär Siionin vuorta, Jerusalemin kukkulaa, vastaan-
33 ৩৩ চোৱা বাহিনী সকলৰ যিহোৱা প্ৰভুৱে ভয়ানক মৰ মৰ শব্দেৰে ডাল কাটি পেলাব; ওখ গছবোৰ কাটি পেলোৱা হ’ব, আৰু সূউচ্চবোৰক তল কৰা হ’ব।
katso, silloin Herra, Herra Sebaot, katkaisee hänen latvansa kauhistavalla voimalla, vartevat rungot kaadetaan, ja korkeat kukistuvat.
34 ৩৪ যিহোৱাই কুঠাৰেৰে ঘন অৰণ্য কাটি পেলাব, আৰু তেওঁৰ মহত্বত লিবানোন পতিত হ’ব।
Metsän tiheikkö hakataan kirveellä maahan, ja Libanon kaatuu Voimallisen edessä.