< হোসেয়া 3 >
1 ১ পাছত যিহোৱাই মোক ক’লে, “যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাবোৰৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্রেম কৰা।”
I powiedział do mnie PAN: Idź jeszcze, pokochaj kobietę kochaną [przez] innego – cudzołożnicę, tak jak PAN miłuje synów Izraela, choć oni oglądają się za innymi bogami i kochają bukłaki wina.
2 ২ সেয়ে মই পোন্ধৰ চেকল ৰূপ আৰু ডেৰ হোম যৱেৰে তাইক নিজৰ বাবে কিনি ললোঁ।
Więc kupiłem ją sobie za piętnaście srebrników i za półtora chomera jęczmienia;
3 ৩ তাৰ পাছত মই তাইক কলোঁ, “তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।”
I powiedziałem do niej: Pozostaniesz u mnie przez wiele dni. Nie będziesz uprawiała nierządu ani nie będziesz [należała] do [innego] mężczyzny, a ja też [będę] dla ciebie.
4 ৪ কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।
Przez wiele dni bowiem synowie Izraela będą bez króla, bez księcia, bez ofiary, bez posągu, bez efodu i bez terafim.
5 ৫ তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
Potem synowie Izraela nawrócą się i będą szukać PANA, swego Boga, i Dawida, swego króla; a w ostatecznych dniach będą się bać PANA i jego dobroci.