< ইব্ৰী 8 >
1 ১ এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷
Éytqanlirimizning bash nuqtisi shuki: Ershtiki ulugh Bolghuchining textining ong teripide olturghan shundaq bir Bash Kahinimiz bar.
2 ২ তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচর্যাকাৰী হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷
U muqeddes jaylarda, shundaqla insan emes, belki Perwerdigar tikken heqiqiy ibadet chédirining hemmiside kahinliq xizmitini qilghuchidur.
3 ৩ প্ৰত্যেক মহা-পুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়৷ এতেকে এই মহা-পুৰোহিত সকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে।
Herbir bash kahin hediye hem qurbanliqlar sunush üchün teyinlinidu. Shuning üchün, [bizning bu bash kahinimizningmu] birer sunidighini bolush kérek idi.
4 ৪ কিন্তু খ্ৰীষ্ট যদি পৃথিৱীত থাকিলহেঁতেন তেওঁ এজন পুৰোহিত হব নোৱাৰিলেহেঁতেন; কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ মানুহ আছে;
Derweqe eger U yer yüzide bolsidi, hergiz kahin bolmaytti; chünki bu yerde Tewrat qanun-tüzümi boyiche hediye sunidighan kahinlar alliburunla bardur
5 ৫ পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, “চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ’ল, ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা।”
(bu [kahinlar] xizmet qilidighan [ibadet chédiri] peqetla ershtiki ishlarning köchürülmisi we kölenggisidur. Musa del bu ibadet chédirini qurushqa bashlighanda, Xudaning wehiysi uninggha kélip: «Éhtiyat qilghinki, bularning hemmisini sanga taghda körsitilgen örnek boyiche yasighin» dep agahlandurghan).
6 ৬ কিন্তু এতিয়া, খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে, সেয়া সেই মহা-পুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম৷ কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ৷ এই বিধান, শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে৷
Lékin hazir U ([kona ehdige ait] wedilerdin ewzel wediler üstige békitilgech) téximu yaxshi bir ehdining wasitichisi bolghachqa, Uninggha bérilgen kahinliq xizmiti bashqa kahinlarningkidin shunche ewzel turidu.
7 ৭ কিয়নো, সেই প্ৰথম বিধান নিৰ্দোষী হোৱা হ’লে, দ্বিতীয়টোৰ কোনো প্ৰয়োজন নহ’লহেঁতেন।
Eger shu deslepki ehde kem-kütisiz bolsa idi, kéyinkisi üchün orun izdeshning héchqandaq hajiti bolmighan bolatti.
8 ৮ কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষ-ক্ৰুটি দেখাত কলে, “‘প্ৰভুৱে কৈছে, চোৱা! সময় আহিছে, মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম,
Lékin, Xuda kona ehdini yétersiz dep qarap, [Israillargha] mundaq dégen: — «Mana, shu künler kéliduki, — deydu Perwerdigar, — Men Israil jemeti we Yehuda jemeti üchün yéngi bir ehdini emelge ashurimen.
9 ৯ যি সময়ত মই মিচৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ-পুৰুষ সকলক হাতত ধৰি উলিয়াই আনিছিলো, সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ, এই নতুন বিধান, সেই বিধান অনুসাৰে নহব৷ তেওঁলোকে মোৰ সেই বিধানত নচলিল বাবে মই আৰু তেওঁলোকলৈ মনোযোগ নিদিলোঁ৷’ প্ৰভুৱে এই কথা কৈছে৷
Bu ehde ularning ata-bowiliri bilen tüzgen ehdige oxshimaydu; shu ehdini Men ata-bowilirini qolidin tutup Misirdin qutquzup yétekliginimde ular bilen tüzgenidim; chünki ular Men bilen tüzüshken ehdemde turmidi, men ulardin nezirimni yötkidim, — deydu Perwerdigar.
10 ১০ প্ৰভুৱে পুনৰ কৈছে, ‘সেই সময়ৰ পাছত, ইস্ৰায়েল-বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম;’ ‘তেওঁলোকৰ চিত্তত মোৰ বিধান দিম, আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম; মই তেওঁলোকৰ ঈশ্বৰ হম আৰু তেওঁলোক মোৰ লোক হ’ব।’
Chünki shu künlerdin kéyin, Méning Israil jemeti bilen tüzidighan ehdem mana shuki: — «Men Öz tewrat-qanunlirimni ularning zéhin-eqlige salimen, hemde ularning qelbigimu pütimen; Men ularning Xudasi bolimen, ularmu Méning xelqim bolidu.
11 ১১ “প্ৰভুক জানা” এই বুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব৷ কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব৷
Shundin bashlap héchkim öz yurtdishigha, yaki öz qérindishigha: — «Perwerdigarni tonughin» dep ögitishining hajiti qalmaydu; chünki ularning hemmisi, eng kichikidin chongighiche Méni bilip bolghan bolidu;
12 ১২ মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই, অধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম; তেওঁলোকৰ সকলো পাপ মই পুনৰ সোঁৱৰণ নকৰিম৷”
chünki men ularning qebihliklirige rehim qilimen hemde ularning gunahliri we itaetsizlikirini menggüge ésimdin chiqiriwétimen».
13 ১৩ ঈশ্বৰে এই নিয়মক “নতুন” বুলি কৈ প্ৰথমটোক পুৰণি কৰিলে। কিন্তু যিটো পুৰণি, সেয়া জীৰ্ণপ্ৰায় বুলি ঘোষণা কৰিলে আৰু ই শীঘ্ৰেই অদৃশ্য হৈ যাব৷
Emdi Xudaning bu ehdini «yéngi» déyishi burunqisini «kona» dégenlikidur; emdi waqti ötken, konirighan ish bolsa uzun ötmey yoqilidu.