< ইব্ৰী 1 >

1 পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল।
Makashu Mlungu katakuliti na wambuyi wetu mala zivuwa kwa ntambu zivuwa kwa njira ya wambuyi wakuwi,
2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ড খনো সৃষ্টি কৰিলে। (aiōn g165)
kumbiti mashaka aga ga upeleru, kankutakula na twenga kwa njira ya Mwana gwakuwi ndomweni yakamusyagula kaweri mhala gwa vintu vyoseri, na kwa njira yakuwi Mlungu kanyawiti pasipanu. (aiōn g165)
3 সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
Yomberi ndo mng'ereng'eta gwa ukwisa wa Mlungu, na kalifana nakamu ntambu ya Mlungu mweni, yakavitanga vintu vyoseri kwa shisoweru shakuwi shana makakala. Pakawapunga kala wantu vidoda vyawu, kalikala kumpindi uwega wa kumliwu wa Mlungu mkulu.
4 ঈশ্বৰে তেওঁৰ পুত্রক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূত সকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বর্গৰ দূত সকলৰ তুলনাত অনেক মহান হৈ উঠিল।
Mwana katenditwi mkulu kuliku wantumintumi wa kumpindi, kapananitwi litawu likulu nentu kuliku womberi.
5 কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে, “তুমি মোৰ পুত্ৰ; আজি মই তোমাৰ পিতৃ হ’লো?” আকৌ, তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে, “মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ’ব?”
Mana Mlungu kamgambiriti ndiri nakamu ata yumu gwa ntumintumi gwa kumpindi, “Gwenga gwa Mwana gwangu, neni leru nwera Tati gwaku.” Hakeni takuli visoweru avi kwa ntumintumi gwa kumpindi yoseri “Neni hanweri Tati gwakuwi, Na yomberi hakaweri Mwana gwangu.”
6 পুণৰ, ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক’লে, “ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক।”
Kumbiti pakamujega pasipanu Mwana gwakuwi, mwiwuku gwa kwanja, Mlungu kalonga, “Wantumintumi wa kumpindi woseri wa Mlungu wamguwiri.”
7 স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে, “তেওঁ নিজৰ দুত সকলক বায়ুৰূপে আৰু নিজৰ সেৱক সকলক অগ্নিশিখাৰূপে তৈয়াৰ কৰে।”
Kumbiti kwa wantumintumi wa kumpindi, kalonga, “Mlungu kawatenda wantumintumi wa kumpindi waweri gambira liyega, Na wantumintumi wakuwi kawatenda kuwera gambira mpamba zya motu.”
8 কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন। (aiōn g165)
Kumbiti kuusu Mwana, Mlungu kalongiti, “Ufalumi waku gwee Mlungu, ulikali mashaka goseri! Na luhonga lwa ukolamlima lwalumfiriziya Mlungu haluweri luhonga lwa Ufalumi waku.” (aiōn g165)
9 তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে।”
“Gwenga gufira kumfiriziya Mlungu na gulema makondola. Ndo toziya Mlungu, Mlungu gwaku, kakusyagula gwenga, Na kukuswaga lipaki, lipaki lya nemeru nkulu kuliku wayagu.”
10 ১০ “হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷
Kayi, “Mtuwa gwenga, gutuliti liyanjiru lya pasipanu pakwanja, Mpindi vulaa ndo lihengu lya mawoku gaku.
11 ১১ সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব।
Azi haziperi kumbiti gwenga hagusigali mashaka goseri, Zoseri hazisakali gambira nguwu.
12 ১২ তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”
Haguzipindipindi gambira likoti, Na zyeni hazisakali gambira nguwu ntambu yazisakala, Kumbiti gwenga ndo ulaa uliya mashaka goseri, Na mivinja yaku yahera upeleru.”
13 ১৩ কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে, “মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?”
Mlungu kamgambiriti ndiri nakamu ata yumu gwa ntumintumi gwakuwi gwa kumpindi, “Gulikali uwega wangu wa kumliwu Mpaka nuwatuli wang'ondu waku pasi pamagulu gaku.”
14 ১৪ সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই?
Wantumintumi wa kumpindi ndo washina gaa? Ndo rohu yazimtendera Mlungu na yazilagaliritwi kuwatanga walii hawanki ulopoziya.

< ইব্ৰী 1 >