< হাবাকুক 3 >
1 ১ ভাববাদী হবক্কুকৰ প্ৰাৰ্থনা:
He inoi na Hapakuku poropiti, ko Hikionoto te waiata.
2 ২ হে যিহোৱা, মই আপোনাৰ বাৰ্ত্তা শুনিলোঁ, আৰু মোৰ ভয় লাগিছে! হে যিহোৱা, এই সময়ৰ ভিতৰত আপোনাৰ কাৰ্য পুনৰ আৰম্ভ কৰক, আৰু এই সময়ৰ ভিতৰতে আমাক জনাওঁক; ক্ৰোধৰ সময়ত আপুনি দয়া সোঁৱৰণ কৰক।
E Ihowa, kua rongo ahau i tou rongo, wehi ana ahau: e Ihowa, kia ora tau mahi i waenganui o nga tau, kia matauria i waenganui o nga tau; i te mea e riri ana, mahara ki te tohu tangata.
3 ৩ ঈশ্বৰ তৈমনৰ পৰা, আৰু পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আহিছে; (চেলা) তেওঁৰ গৌৰৱে আকাশ-মণ্ডল আৱৰি ধৰিছিল, আৰু পৃথিৱী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ হৈছিল।
I haere mai te Atua i Temana, te Mea Tapu i Maunga Parana. (Hera) Hei hipoki tona kororia mo nga rangi; ki tonu te whenua i te whakamoemiti ki a ia.
4 ৪ তেওঁৰ হাতৰ ৰশ্মি জ্বলি থকা পোহৰৰ দৰে, আৰু তাতেই তেওঁ তেওঁৰ পৰাক্রম ধৰি ৰাখে।
Ko tona tiahotanga ano ko te marama; he hihi e puta ana mai i tona ringa: i reira ano te hunanga o tona kaha.
5 ৫ তেওঁৰ আগে আগে মহামাৰী যায়, আৰু তেওঁৰ খোজৰ পাছত ৰোগ যায়।
I mua i a ia te mate uruta e haere ana, i puta ano te mura whanariki i ona waewae.
6 ৬ তেওঁ থিয় হয় আৰু পৃথিৱী জোখে; তেওঁ চাই আৰু দেশবিলাক কম্পমান কৰে! এনে কি চিৰস্থায়ী পৰ্ব্বতবোৰ ছিন্ন-ভিন্ন হৈছে, আৰু চিৰস্থায়ী পাহাৰবোৰ পৰি গৈছে; তেওঁৰ পথ অনন্তকলীয়া।
Tu ana ia, a whanganga ana e ia te whenua; i titiro ia, a titaria ana e ia nga iwi; rerere ana nga maunga onamata, piko ana nga pukepuke o mua: ko ona ara koia ano kei onamata.
7 ৭ মই দেখিলোঁ, কূচনৰ তম্বুবোৰ দুখত আছে; আৰু মিদিয়ন দেশৰ তম্বুৰ কাপোৰবোৰ কঁপিছে।
I kite ahau, kei te tuatea nga teneti o Kuhana; wiri ana nga tauarai o te whenua o Miriana.
8 ৮ নদীবোৰৰ সৈতে যিহোৱাৰ ক্রোধ হৈছে নে? আপোনাৰ ক্রোধ নদীবোৰৰ বা আপোনাৰ উত্তেজনা সাগৰৰ বিৰুদ্ধে নে? যেতিয়া আপুনি আপোনাৰ ঘোঁৰাবোৰৰ ওপৰত উঠে, তেতিয়া আপোনাৰ ৰথে ৰক্ষা পাই নে?
I riri ranei a Ihowa ki nga awa? Ki nga awa ranei tou riri? Ki te moana ranei tou riri? I haere ai koe i runga i au hoiho, i au hariata whakaora?
9 ৯ আপুনি আপোনাৰ ধনু আবৃত নকৰাকৈ লৈ আহিছে; আপুনি আপোনাৰ ধনুত কাঁড় লগাইছে! (চেলা) আপুনি পৃথিবীখন নদীবোৰেৰে ভাগ কৰিছা।
I meinga tau kopere kia noho tahanga: ko nga oati ki nga hapu he kupu pono. (Hera) Wahia ana e koe te whenua ki nga awa.
10 ১০ পৰ্ব্বতবোৰে আপোনাক দেখিছে আৰু ক্লেশত মোচোৰা খাইছে; অগাধ জল সেইবোৰৰ ওপৰেৰে গৈছে; গভীৰ সাগৰে গৰ্জন কৰিছে! ই ওপৰলৈ ঢৌবোৰ উঠায়।
I kite nga maunga i a koe, a wehi ana; i pahemo ake te waipuke o nga wai: i puaki te reo o te rire, a ara ana ona ringa ki runga.
11 ১১ আপোনাৰ উৰি যোৱা কাঁড়ৰ পোহৰ আৰু আপোনাৰ চকমকায় থকা যাঠিৰ উজ্বলতাত, সূৰ্য আৰু চন্দ্ৰ নিজৰ নিজৰ উচ্চ স্থানত স্থিৰ হৈ আছে।
Tu ana te ra me te marama i to raua kainga, haere ana ratou i te marama o au pere, i te wherikotanga o tau tao kanapa.
12 ১২ আপুনি ধিক্কাৰেৰে পৃথিবীৰ মাজেদি যাত্ৰা কৰিছে। আপুনি ক্রোধত দেশবোৰক মৰণা মাৰাদি মাৰিছে।
Haereerea ana e koe te whenua i runga i te aritarita, patua a wititia ana e koe nga iwi i runga i te riri.
13 ১৩ আপুনি আপোনাৰ লোকসকলৰ পৰিত্ৰাণৰ আৰু আপোনাৰ অভিষিক্ত জনৰ পৰিত্ৰাণৰ বাবে ওলাই গৈছে। আপুনি দুষ্টলোকৰ ঘৰৰ মূৰব্বীক গুড়ি কৰি ডিঙিৰ পৰা ভিত্তিমূললৈকে অনাবৃত কৰিলে। (চেলা)
I puta koe ki te whakaora i tau iwi, ae ra, ki te whakaora i tau i whakawahi ai; pakaru ana i a koe te upoko i roto o te whare o te hunga kino, takoto kau ana te turanga, a taea noatia te kaki. (Hera)
14 ১৪ আপুনি যুদ্ধাৰুসকলৰ সেনাপতিসকলক তেওঁলোকৰ নিজৰ কাঁড়েৰে মুৰবোৰ খুচিলে; তেওঁলোকে ধুমুহাৰ দৰে আমাক ছিন্ন-ভিন্ন কৰিবলৈ আহিছিল, তেওঁলোকে দুখীয়াক গুপুত স্থানত ৰখাৰ দৰে গ্ৰাস কৰিছিল।
Werohia ana e koe te upoko o ona ariki ki ana tokotoko ano: ano he paroro ratou e aki mai ana ki te titaritari i ahau; ko to ratou koanga ngakau he kai puku i te rawakore.
15 ১৫ আপুনি ঘোঁৰাবোৰে সৈতে সাগৰৰ ওপৰেৰে যাত্রা কৰিলে, আৰু মহাজলৰাশিক স্তূপকৃত কৰিলে।
Takahia ana e koe te moana ki au hoiho, te kaupuranga o nga wai nunui.
16 ১৬ মই শুনিলোঁ আৰু মোৰ ভিতৰ অংশ কঁপি উঠিল! শব্দত মোৰ ওঁঠ কঁপি উঠিছে! মোৰ হাড়বোৰ ক্ষয় হ’ব ধৰিছে, আৰু মোৰ ভিতৰ অংশ কঁপি উঠিছে তথাপি যি সকলে আমাক আক্রমণ কৰিলে, তেওঁলোকৰ ওপৰলৈ সঙ্কটৰ দিন অহাৰ বাবে মই নিৰৱে অপেক্ষা কৰি আছোঁ।
I toku rongonga, wiri ana toku kopu, oraora ana oku ngutu i te reo: ngoto ana te pirau ki roto ki oku whenua, a wiri ana ahau i toku wahi; he mea ia e whai okiokinga ai ahau i te ra o te raru, i te haerenga ake ki te iwi e kokiri ana mai ki a ia me ana kaieke hoiho.
17 ১৭ যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই,
Ahakoa kore te piki e kopuku, kore nga waina e whai hua; ka he te mahi oriwa, kahore hoki nga mara e whai kai; ko nga hipi poto ake i roto i nga taiepa, kahore hoki he kau i roto i nga taiepa kau:
18 ১৮ তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।
Otiia ka koa ahau ki a Ihowa, ka whakamanamana ki te Atua o toku whakaoranga.
19 ১৯ প্ৰভু যিহোৱা মোৰ বল; আৰু তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ দৰে কৰিছে, আৰু মোৰ ওখ ঠাইবোৰত মোক চলাই লৈ যাব। সংগীত পৰিচালকলৈ; মোৰ তাৰযুক্ত বাদ্যেৰে।
Ko Ihowa, ko toku Ariki, toku kaha, ka meinga e ia oku waewae kia rite ki o te hata, ka meinga ano ahau e ia kia takahi i runga i oku wahi tiketike. Ki te tino kaiwaiata i runga i aku mea whakatangi.