< আদিপুস্তক 6 >
1 ১ এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল।
Osobo bagadega dunu fi idi da bagade heda: i. Uda mano da ilima lalelegeloba,
2 ২ ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।
Gode egefelali da dunu fi ilia uda manolali hahawane ba: loba, ilia hanaiga amo uda mano lasu.
3 ৩ এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”
Amalalu Hina Gode da amane sia: i, “Na A: silibu da dunu ilima eso huluane hame gegenanumu. Bau osobo bagade dunu ilia bogosu dawa: Ilia da wali ode 120 fawane esalumu.
4 ৪ সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল।
Amo esoga, amola fa: no, dunu bagade amo ilia dio da Nefilime da osobo bagadega esalu. Gode egefelali amola osobo bagade dunu ilia uda manolali da gilisili golaiba: le, amo dunu bagade da lalelegei. Amo dunu da gasa bagade hamobeba: le, dunu huluane da ilia hou nabi dagoi.
5 ৫ যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
Hina Gode da osobo bagade dunu ilia wadela: i hou bagade amo ba: lalu. Ilia asigi dawa: su da wadela: lesi dagoi. Ilia dogo ganodini wadela: i hou fawane dawa: lalu. Amo Gode da ba: i dagoi.
6 ৬ পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে।
Hina Gode da Ea musa: hou amo E da osobo bagadega esaloma: ne dunu fi hamoi, amo E da higale ba: i. Ea dogo ganodini se bagade nabi.
7 ৭ সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।”
Amaiba: le Gode da amane sia: i. “Na da dunu fi hamoi dagoi be wali Na da huluane medole legemu. Dunu huluane, ohe fi, sania fi amola sio fi huluane Na da hamoiba: le hahawane hame gala. Amaiba: le, Na da huluane fane legemu.”
8 ৮ কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল।
Be Hina Gode da dunu afae amo Nowa: , hahawane ba: i. (Amabela: ? Sede egefelali - ilia da lafidili Gode dawa: i udigili sia: bela: ?)
9 ৯ এয়া হৈছে নোহৰ বিৱৰণ। নোহ এজন ধাৰ্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল।
Nowa: ea sia: dedei da agoane. Nowa: da hou moloidafa dunu, e da wadela: i hame dawa: i. Ea fi amo ganodini, e da ida: iwane Gode amola gilisili lalu.
10 ১০ চেম, হাম আৰু যেফৎ নামৰ নোহৰ তিনিজন পুত্ৰ আছিল।
Nowa: da dunu mano udiana esalu amo Sieme, Ha: me amola Ya: ifede.
11 ১১ সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিৱী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
Be osobo bagadega dunu fi huluane ilia hou da wadela: lesi dagoi. Gegene nimi dasu bagade fawane ba: i.
12 ১২ ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে।
Dunu huluane da ilia hou wadela: lesiba: le, Gode da osobo bagade gugunufinisi dagoi ba: i.
13 ১৩ ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম।
Amaiba: le, Gode da Nowa: ma amane sia: i, “Na da dunu fi huluane ebelema: ne medole legemu. Ilia hamobeba: le, osobo bagade da nimi bagade hou amola gegesu, amoga nabai gala. Amaiba: le, na da dunu fi amola osobo bagade gilisili gugunufinisimu.
14 ১৪ তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে লিপি দিবা।
Amaiba: le, di dusagai bagade amo ‘saibalase’ ifa amoga hamoma. Amo ganodini sesei hamoma. Ganodini amola gadili ea gadofo amoga edele agoai legema.
15 ১৫ জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত।
Dia dusagai agoane hiougima. Ea afo sedade defei da 133 mida amola ea da: iyamogoa dunumuni defei da 22 mida amola ea da: iyamogoa gado defei 13 mida.
16 ১৬ জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিড়িকি কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা;
Gadodili figisu hamoma! Dusagai ea dobea fesa heda: le, figisu mae doaga: le dibi 44 sedamida agoane yolesima. Dusagai la: idi logo ga: su hamoma amola hada: i fa: i udiana agoane hamoma.
17 ১৭ আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব।
Na da esalebe liligi mu hagudu esala amo huluane mifo labe liligi wadela: ma: ne, hano bagade osobo bagadega iasimu. Osobo bagadega esalebe liligi huluane da bogogia: mu.
18 ১৮ কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব।
Be Na da dima gousa: su hamomu. Amalalu, di, dia manolali, dia uda, amola dia mano ilia uda da dusagai bagade ganodini golili sa: ima: mu.
19 ১৯ তোমাৰ লগত জীয়াই ৰাখিবলৈ প্রত্যেকবিধ প্রাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা।
Di esalebe liligi hisu hisu amo aduna - gawali amola aseme, amo esaloma: ne dusagai ganodini oule masa.
20 ২০ বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা।
Sio fi hisu hisu aduna aduna, ohe fi huluane aduna aduna, amola fi huluane da osoboga sugi ahoabe, amo huluane da aduna aduna di ouligima: ne, dima doaga: mu.
21 ২১ তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।”
Ha: i manu liligi huluane amola, di amola osobo bagade ohe fi huluane moma: ne, amo gilisima.
22 ২২ তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।
Nowa: da Gode Ea hamoma: ne sia: i defele, huluane hamoi dagoi.