< আদিপুস্তক 5 >
1 ১ এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা, ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে;
Ово је племе Адамово. Кад Бог створи човека по обличју свом створи га.
2 ২ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে; সৃষ্টিৰ সময়ত তেওঁলোকক আশীৰ্ব্বাদ কৰি “মানুহ” নাম দিলে।
Мушко и женско створи их, и благослови их, и назва их човек, кад бише створени.
3 ৩ এশ ত্ৰিশ বছৰ বয়সত নিজৰ সাদৃশ্যেৰে আদমৰ এটি পুত্ৰ জন্মিল আৰু তেওঁৰ নাম চেথ ৰাখিলে।
И поживе Адам сто тридесет година, и роди сина по обличју свом, као што је он, и надеде му име Сит.
4 ৪ চেথৰ জন্মৰ পাছত আদম আঠশ বছৰ জীয়াই থাকিল। ইতিমধ্যে তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
А родив Сита поживе Адам осам стотина година, рађајући синове и кћери;
5 ৫ সৰ্ব্বমুঠ ন শ ত্রিশ বছৰ জীয়াই থকাৰ পাছত আদমৰ মৃত্যু হ’ল।
Тако поживе Адам свега девет стотина тридесет година; и умре.
6 ৬ চেথৰ যেতিয়া এশ পাঁচ বছৰ বয়স হ’ল, তেতিয়া তেওঁৰ পুত্ৰ ইনোচৰ জন্ম হ’ল।
А Сит поживе сто пет година, и роди Еноса;
7 ৭ ইনোচৰ জন্মৰ পাছত চেথ আঠ শ সাত বছৰ কাল জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
А родив Еноса поживе Сит осам стотина седам година, рађајући синове и кћери;
8 ৮ মুঠ ন শ বাৰ বছৰ জীয়াই থকাৰ পাছত চেথৰ মৃত্যু হ’ল।
Тако поживе Сит свега девет стотина дванаест година; и умре.
9 ৯ ইনোচৰ নব্বই বছৰ বয়সত তেওঁৰ পুতেক কৈনন জন্মিল।
А Енос поживе деведесет година, и роди Кајинана;
10 ১০ কৈননৰ জন্মৰ পাছত ইনোচ আঠ শ পোন্ধৰ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
А родив Кајинана поживе Енос осам стотина петнаест година, рађајући синове и кћери;
11 ১১ সৰ্ব্বমুঠ ন শ পাঁচ বছৰ জীয়াই থকাৰ পাছত ইনোচৰ মৃত্যু হ’ল।
Тако поживе Енос свега девет стотина пет година; и умре.
12 ১২ কৈননৰ সত্তৰ বছৰ বয়সত তেওঁৰ পুতেক মহললেল জন্মিল।
А Кајинан поживе седамдесет година, и роди Малелеила;
13 ১৩ মহললেলৰ জন্মৰ পাছত কৈনন আঠ শ চল্লিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুতেক জীয়েক জন্মিল।
А родив Малелеила поживе Кајинан осам стотина и четрдесет година, рађајући синове и кћери;
14 ১৪ সৰ্ব্বমুঠ ন শ দহ বছৰ জীয়াই থকাৰ পাছত কৈননৰ মৃত্যু হ’ল।
Тако поживе Кајинан свега девет стотина десет година; и умре.
15 ১৫ মহললেলৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুত্র যেৰদ জন্মিল।
А Малелеило поживе шездесет пет година, и роди Јареда;
16 ১৬ যেৰদৰ জন্মৰ পাছত মহললেল আঠশ ত্রিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
А родив Јареда поживе Малелеило осам стотина тридесет година, рађајући синове и кћери;
17 ১৭ সৰ্ব্বমুঠ আঠ শ পঞ্চানব্বৈ বছৰ জীয়াই থকাৰ পাছত মহললেলৰ মৃত্যু হ’ল।
Тако поживе Малелеило свега осам стотина деведесет пет година; и умре.
18 ১৮ যেৰদৰ এশ বাষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক হনোক জন্মিল।
А Јаред поживе сто и шездесет и две године, и роди Еноха;
19 ১৯ হনোকৰ জন্মৰ পাছত যেৰদ আঠ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
А родив Еноха поживе Јаред осам стотина година, рађајући синове и кћери;
20 ২০ সৰ্ব্বমুঠ ন শ বাষষ্ঠি বছৰ জীয়াই থকাৰ পাছত যেৰদৰ মৃত্যু হ’ল।
Тако поживе Јаред свега девет стотина шездесет две године, и умре.
21 ২১ হনোকৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক মথুচেলহ জন্মিল।
А Енох поживе шездесет пет година, и роди Матусала;
22 ২২ মথুচেলহৰ জন্মৰ পাছত তিনি শ বছৰ পর্যন্ত ঈশ্বৰৰ লগত হনোকৰ অহা-যোৱাৰ সম্বন্ধ আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
А родив Матусала поживе Енох једнако по вољи Божјој триста година, рађајући синове и кћери;
23 ২৩ হনোক সৰ্ব্বমুঠ তিনি শ পয়ষষ্ঠি বছৰ কাল আছিল।
Тако поживе Енох свега триста шездесет пет година;
24 ২৪ তাৰ পাছত তেওঁক পুনৰ দেখা নগ’ল; ঈশ্বৰৰ লগত অহা-যোৱাৰ সম্বন্ধ আছিল বাবেই ঈশ্বৰে তেওঁক লৈ গ’ল।
И живећи Енох једнако по вољи Божјој, нестаде га јер га узе Бог.
25 ২৫ মথুচেলহৰ এশ সাতাশী বছৰ বয়সত তেওঁৰ পুতেক লেমক জন্মিল।
А Матусал поживе сто осамдесет седам година, и роди Ламеха;
26 ২৬ লেমকৰ জন্মৰ পাছত মথুচেলহ সাত শ বিৰাশী বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল।
А родив Ламеха поживе Матусал седам стотина осамдесет две године, рађајући синове и кћери;
27 ২৭ সৰ্ব্বমুঠ ন শ উনসত্তৰ বছৰ জীয়াই থকাৰ পাছত মথুচেলহৰ মৃত্যু হ’ল।
Тако поживе Матусал свега девет стотина и шездесет и девет година; и умре.
28 ২৮ লেমকৰ এশ বিৰাশী বছৰ বয়সত এটি পুত্ৰ জন্মিল;
А Ламех поживе сто осамдесет и две године, и роди сина,
29 ২৯ তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব।” এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে।
И надеде му име Ноје говорећи: Овај ће нас одморити од послова наших и од труда руку наших на земљи, коју прокле Господ.
30 ৩০ নোহৰ জন্মৰ পাছত লেমক পাঁচ শ পঞ্চানব্বৈ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক আৰু জীয়েক জন্মিল।
А родив Ноја поживе Ламех пет стотина деведесет пет година, рађајући синове и кћери;
31 ৩১ সৰ্ব্বমুঠ সাত শ সাতসত্তৰ বছৰ জীয়াই থকাৰ পাছত লেমকৰ মৃত্যু হ’ল।
Тако поживе Ламех свега седам стотина седамдесет седам година; и умре.
32 ৩২ নোহ পাঁচ শ বছৰ জীয়াই থকাত তেওঁৰ চেম, হাম আৰু যেফৎ এই তিনিজন পুত্ৰৰ জন্ম হ’ল।
А Ноју кад би пет стотина година, роди Ноје Сима, Хама и Јафета.