< আদিপুস্তক 5 >
1 ১ এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা, ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে;
Adamumpinti'ma vahe'ma fore'ma hu'za e'naza nanekea amanahu hu'ne. Anumzamo'ma vahe'ma trohu'neana, Agra'agna huno trohu'ne.
2 ২ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে; সৃষ্টিৰ সময়ত তেওঁলোকক আশীৰ্ব্বাদ কৰি “মানুহ” নাম দিলে।
Agra vene, a'ene tro huzanante'ne. Ana nehuno asomu ke huzmanteno, vahere huno hu'ne.
3 ৩ এশ ত্ৰিশ বছৰ বয়সত নিজৰ সাদৃশ্যেৰে আদমৰ এটি পুত্ৰ জন্মিল আৰু তেওঁৰ নাম চেথ ৰাখিলে।
Adamu'a 130'a Zagegafu nehuno agra avugosagna ne'mofavre kasenteno, agi'a Seti'e hu'ne.
4 ৪ চেথৰ জন্মৰ পাছত আদম আঠশ বছৰ জীয়াই থাকিল। ইতিমধ্যে তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
Ananteti 800'a zagegafu agatereno mani'neno, ne' mofara mago'a kasezamante'ne.
5 ৫ সৰ্ব্বমুঠ ন শ ত্রিশ বছৰ জীয়াই থকাৰ পাছত আদমৰ মৃত্যু হ’ল।
Hagi Adamu'a 930'a zagegafu maniteno fri'ne.
6 ৬ চেথৰ যেতিয়া এশ পাঁচ বছৰ বয়স হ’ল, তেতিয়া তেওঁৰ পুত্ৰ ইনোচৰ জন্ম হ’ল।
Hagi Seti'a 105fu'a zagegafu nehuno, ne' mofavre eri fore huno agi'a Enosi'e huno antemi'ne.
7 ৭ ইনোচৰ জন্মৰ পাছত চেথ আঠ শ সাত বছৰ কাল জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
Hagi Enosima kasenteteno'a, ananteti Seti'a 807ni'a zagegafu nemanino, mago'a ne'mofara kasezamante'ne.
8 ৮ মুঠ ন শ বাৰ বছৰ জীয়াই থকাৰ পাছত চেথৰ মৃত্যু হ’ল।
Ana huteno 912fu'a zagegafu Seti'a maniteno fri'ne.
9 ৯ ইনোচৰ নব্বই বছৰ বয়সত তেওঁৰ পুতেক কৈনন জন্মিল।
Enosi'a 60'a zagegafu nehuno ne' mofavre eri fore huno, agi'a Kenani'e huno antemi'ne.
10 ১০ কৈননৰ জন্মৰ পাছত ইনোচ আঠ শ পোন্ধৰ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
Kenanima kasenteteno'a Enosi'a 815ni'a zagegafu maniteno mago'a ne'mofara zamante'ne.
11 ১১ সৰ্ব্বমুঠ ন শ পাঁচ বছৰ জীয়াই থকাৰ পাছত ইনোচৰ মৃত্যু হ’ল।
Enosi'a 905fu'a zagegafu maniteno fri'ne.
12 ১২ কৈননৰ সত্তৰ বছৰ বয়সত তেওঁৰ পুতেক মহললেল জন্মিল।
Kenani'a 70'a zagegafu nehuno, ne'mofavre eri fore huno agi'a Mahalari'e huno antemi'ne.
13 ১৩ মহললেলৰ জন্মৰ পাছত কৈনন আঠ শ চল্লিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুতেক জীয়েক জন্মিল।
Mahalarima fore'ma hutegeno'a Kenani'a 840'a zagegafu nehuno, mago'a ne'mofara kasezmantene.
14 ১৪ সৰ্ব্বমুঠ ন শ দহ বছৰ জীয়াই থকাৰ পাছত কৈননৰ মৃত্যু হ’ল।
Kenani'a 910ni'a zagegafu maniteno fri'ne.
15 ১৫ মহললেলৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুত্র যেৰদ জন্মিল।
Mahalari'a 65'a zagegafu nehuno, ne' mofavre anteno agi'a Jareti'e huno antemi'ne.
16 ১৬ যেৰদৰ জন্মৰ পাছত মহললেল আঠশ ত্রিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
Jaretima kasenteteno, Mahalari'a 830'a zagegafu nehuno mago'a ne'mofara kasezmante'ne.
17 ১৭ সৰ্ব্বমুঠ আঠ শ পঞ্চানব্বৈ বছৰ জীয়াই থকাৰ পাছত মহললেলৰ মৃত্যু হ’ল।
Hanki Mahalari'a 895fu'a zagegafu maniteno fri'ne.
18 ১৮ যেৰদৰ এশ বাষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক হনোক জন্মিল।
Jareti'a 162tu'a zagegafu nehuno ne' anteno agi'a Inoku'e huno antemi'ne.
19 ১৯ হনোকৰ জন্মৰ পাছত যেৰদ আঠ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
Enokuma kasenteteno Jareti'a 800'a zagegafu nehuno mago'a ne' mofara kasezmante'ne.
20 ২০ সৰ্ব্বমুঠ ন শ বাষষ্ঠি বছৰ জীয়াই থকাৰ পাছত যেৰদৰ মৃত্যু হ’ল।
Jareti'a 962'a zagegafu maniteno fri'ne.
21 ২১ হনোকৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক মথুচেলহ জন্মিল।
Inoku'a 65'a zagegafu maniteno, ne' mofavre Metusera kasente'ne.
22 ২২ মথুচেলহৰ জন্মৰ পাছত তিনি শ বছৰ পর্যন্ত ঈশ্বৰৰ লগত হনোকৰ অহা-যোৱাৰ সম্বন্ধ আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
Ananteti Metuserama kasenteteno'a Inoku'a 300'a zagegafufina knare huno Anumzane tragoteno mani'neno mago'a ne' mofara kase zamante'ne.
23 ২৩ হনোক সৰ্ব্বমুঠ তিনি শ পয়ষষ্ঠি বছৰ কাল আছিল।
Hagi ana makara 365'a zagegafu Inoku'a mani'ne.
24 ২৪ তাৰ পাছত তেওঁক পুনৰ দেখা নগ’ল; ঈশ্বৰৰ লগত অহা-যোৱাৰ সম্বন্ধ আছিল বাবেই ঈশ্বৰে তেওঁক লৈ গ’ল।
Inoku'a Anumzane tragoteno mani'negu, Anumzamo'a avre'ne.
25 ২৫ মথুচেলহৰ এশ সাতাশী বছৰ বয়সত তেওঁৰ পুতেক লেমক জন্মিল।
Metusera'a 187ni'a zagegafu maniteno, ne'mofavre Lemeki kasente'ne.
26 ২৬ লেমকৰ জন্মৰ পাছত মথুচেলহ সাত শ বিৰাশী বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল।
Metusera'a Lemekima kasenteteno'a, 782'a zagegafu maniteno, mago'a ne'mofara kase zamante'ne.
27 ২৭ সৰ্ব্বমুঠ ন শ উনসত্তৰ বছৰ জীয়াই থকাৰ পাছত মথুচেলহৰ মৃত্যু হ’ল।
Hagi Metusera'ma manino'ma e'nea kna'a, 969ni'a zagegafu huteno fri'ne.
28 ২৮ লেমকৰ এশ বিৰাশী বছৰ বয়সত এটি পুত্ৰ জন্মিল;
Lemeki'a 182'a zagegafu nehuno ne' mofavre kasente'ne.
29 ২৯ তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব।” এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে।
Lemeki'a Noa'e huno agi'a antemi'ne. Ra Anumzamo'a mopamofona tusi hunte'negeta tusi'a eri'za erita nevunkeno tagri taza hanigu ama mofavre agi'a, mani fruhu nere nehuno, zamagra kefina Noa'e huno antemi'ne.
30 ৩০ নোহৰ জন্মৰ পাছত লেমক পাঁচ শ পঞ্চানব্বৈ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক আৰু জীয়েক জন্মিল।
Hanki Noama kasenteteno'a Lemeki'a 595fu'a zagegafu maniteno, mago'ane ne' mofara kasezmante'ne.
31 ৩১ সৰ্ব্বমুঠ সাত শ সাতসত্তৰ বছৰ জীয়াই থকাৰ পাছত লেমকৰ মৃত্যু হ’ল।
Lemeki'a ana maka kna'a, 777ni'a zagegafu maniteno fri'ne.
32 ৩২ নোহ পাঁচ শ বছৰ জীয়াই থকাত তেওঁৰ চেম, হাম আৰু যেফৎ এই তিনিজন পুত্ৰৰ জন্ম হ’ল।
Noa'a 500'a zagegafu maniteno, ne'mofavrea tagufa zamanteno zamagi'a Semi'e, Hamu'e, Jafeti'e huno zamante'ne.