< এজরা 10 >
1 ১ এইদৰে ঈশ্বৰৰ গৃহৰ আগত ইজ্ৰাই চকুলোৰে প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰিলে। ইস্ৰায়েলৰ সমবেত হোৱা পুৰুষ, মহিলা, সন্তান সকল আহি তেওঁৰ ওচৰত গোট খালে, কাৰণ লোকসকলে অতিশয়ৰূপে ক্ৰন্দন কৰিছিল।
Əzra dua ⱪilip, gunaⱨini tonup yiƣlap Hudaning ɵyi aldida yiⱪilip düm yatⱪan qaƣda, Israillardin naⱨayiti qong bir jamaǝt, ǝr-ayallar wǝ balilar uning yeniƣa kelip yiƣildi; kɵpqilikmu ⱪattiⱪ yiƣlap ketixti.
2 ২ এলমৰ বংশধৰ যিহীয়েলৰ পুত্ৰ চখনিয়াই ইজ্ৰাক ক’লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্ৱাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছোঁ। কিন্তু এই বিষয়ত এতিয়াও ইস্ৰায়েলৰ আশা আছে।
Elamning ǝwladliridin, Yǝⱨiyǝlning oƣli Xekaniya ǝzraƣa: — Biz Hudayimizƣa sadaⱪǝtsizlik ⱪilip bu zemindiki yat taipilǝrdin hotun aptuⱪ. Ⱨalbuki, Israil üqün yǝnila ümid bar;
3 ৩ সেয়ে আহক, এতিয়া আমাৰ ঈশ্ৱৰৰ সৈতে প্রতিজ্ঞাবদ্ধ হওঁ, ঈশ্বৰৰ আজ্ঞা অনুসাৰে আৰু আমাৰ ঈশ্ৱৰৰ আজ্ঞাত যিসকল কম্পমান হৈছে তেওঁলোকৰ পৰামৰ্শ অনুসাৰে সকলো মহিলা আৰু তেওঁলোকৰ সন্তান সকলক বাহিৰ কৰি পঠাওঁ, আৰু এই সকলো বিধান অনুযায়ী হওঁক।
biz ǝmdi Hudayimiz bilǝn ǝⱨdilixǝyli, hojamning wǝ Hudayimizning ǝmrliridin ⱪorⱪup titrigǝnlǝrning nǝsiⱨitigǝ asasǝn bu hotunlarni wǝ ulardin tɵrǝlgǝn pǝrzǝntlǝrni yolƣa selip ⱪoyayli. Ⱨǝmmǝ ix Tǝwrat ⱪanuni boyiqǝ ⱪilinsun.
4 ৪ উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়েই কৰি যাব লাগিব, আৰু আমিও আপোনাৰ লগত আছোঁ; সাহিয়াল হওক আৰু এই কাৰ্য কৰক।”
Tur! Bu ix sanga baƣliⱪtur, biz seni ⱪollaymiz; jür’ǝtlik bolup ixni ada ⱪilƣin, — dedi.
5 ৫ তেতিয়া ইজ্ৰাই উঠিল আৰু সেই বাক্য অনুসাৰে কৰিবলৈ পুৰোহিত কৰ্মচাৰী, লেবীয়া, আৰু সকলো ইস্ৰায়েল লোকসকলক এইদৰে কৰ্য্য কৰিবলৈ শপত খুৱালে।
Xuning bilǝn Əzra ornidin ⱪopup, kaⱨinlarning Lawiylarning wǝ pütkül Israil jamaitining baxliⱪlirini xu sɵz boyiqǝ ix ⱪilimiz, dǝp ⱪǝsǝm iqixkǝ ündidi, ular ⱪǝsǝm iqti.
6 ৬ তাৰ পাছত ইজ্ৰাই ঈশ্বৰৰ গৃহৰ পৰা উঠি আহিল আৰু ইলিয়াচীবৰ পুত্ৰ যিহোহাননৰ কোঁঠালিলৈ গ’ল। যিসকল লোক বন্দীত্বত আছিল তেওঁলোকে অবিশ্ৱাসী লোকৰ দৰে কৰা কাৰ্যৰ বাবে শোক কৰিলে আৰু তেওঁ একো ভোজন-পান নকৰিলে।
Andin Əzra Hudaning ɵyi aldidin ⱪopup Əliyaxibning oƣli Yǝⱨoⱨananning ɵyigǝ kirdi; u u yǝrgǝ kǝlgǝndǝ ƣizamu yemidi, sumu iqmidi, qünki u sürgünlüktin ⱪaytip kǝlgǝnlǝrning sadaⱪǝtsizliki üqün eqinatti.
7 ৭ সেয়ে বন্দীত্বৰ পৰা ঘূৰি অহা সকলো লোকক যিৰূচালেমত গোট খাবলৈ যিহূদা আৰু যিৰূচালেমলৈ তেওঁলোকে বাৰ্ত্তা পঠিয়ালে।
Xuning bilǝn Yǝⱨudiyǝ wǝ Yerusalemda sürgünlüktin ⱪaytip kǝlgǝnlǝrning ⱨǝmmisigǝ jakarlinip, Yerusalemƣa yiƣilinglar,
8 ৮ যিসকল লোক কৰ্মচাৰী আৰু বৃদ্ধসকলৰ পৰামৰ্শ অনুযায়ী তিনি দিনৰ ভিতৰত নাহে, তেওঁলোকৰ সকলো সম্পত্তি বৰ্জিত কৰা হ’ব, আৰু বন্দীত্বৰ পৰা অহা লোকসকলৰ সমাজৰ পৰা তেওঁলোকক পৃথক কৰা যাব।
ǝmirlǝr wǝ aⱪsaⱪallarning nǝsiⱨiti boyiqǝ, kimki üq kün iqidǝ yetip kǝlmisǝ, uning pütün mal-mülki musadirǝ ⱪilinidu, sürgündin ⱪaytip kǝlgǝnlǝrning jamaitidinmu ayrilidu, dǝp, jakarnamǝ qiⱪirildi.
9 ৯ সেয়ে যিহূদাৰ আৰু বিন্যামীনৰ সকলো লোকে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে। নৱম মাহৰ বিশ দিনৰ দিনা, ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ’ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।
Xuning bilǝn Yǝⱨuda wǝ Binyamindiki barliⱪ ǝrlǝr üq küngiqǝ Yerusalemƣa yiƣilip boldi. U toⱪⱪuzinqi ayning yigirminqi küni idi; barliⱪ hǝlⱪ Hudaning ɵyining ⱨoylisidiki mǝydanƣa kelip olturdi, kɵpqilik bu ixtin ⱪorⱪaqⱪa, xuningdǝk ⱪattiⱪ yaƣⱪan yamƣur tüpǝylidin, titrǝp ketixti.
10 ১০ তেতিয়া পুৰোহিত ইজ্ৰাই থিয় হৈ ক’লে, “তোমালোকে নিজেই নিজকে বিশ্ৱাসঘাত কৰিছা, তোমালোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰি, ইস্ৰায়েলৰ দোষ বৃদ্ধি কৰিলা।
Kaⱨin Əzra ornidin ⱪopup ularƣa: — Silǝr Hudaƣa sadaⱪǝtsizlik ⱪilip yat taipilǝrning ⱪizlirini hotunluⱪⱪa elip Israillarning itaǝtsizlikini axurdunglar.
11 ১১ এতিয়া তোমালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ-প্রশংসা কৰা আৰু তেওঁৰ ইচ্ছা সিদ্ধ কৰা। দেশৰ লোকসকলৰ পৰা আৰু আন জাতিৰ মহিলাৰ পৰা নিজকে পৃথক কৰা।
Əmdi silǝr ata-bowanglarning Hudasi bolƣan Pǝrwǝrdigar aldida gunaⱨinglarni tonup, uning nǝziridǝ durus bolƣanni ⱪilip, ɵzünglarni bu zemindiki taipilǝrdin wǝ bu yat ǝllik hotunliringlardin arini oquⱪ ⱪilinglar, dedi.
12 ১২ গোটেই সমাজে বৰ মাতেৰে উত্তৰ দি ক’লে, “আপুনি কোৱাৰ দৰেই আমি কৰিম।
Pütün jamaǝt yuⱪiri awazda jawap berip: — Maⱪul, biz ɵzlirining xu gǝpliri boyiqǝ ix kɵrimiz.
13 ১৩ যদিও তাত অনেক লোক আছিল, আৰু বাৰিষা কাল আছিল। বাহিৰত থিয় হৈ থাকিবলৈ আমাৰ শক্তি নাই, আৰু এইটো এদিন বা দুদিনৰ কাম নহয়, আমি এই বিষয়ত অতিৰিক্তভাৱে অৱহেলা কৰি আহিছোঁ।
Biraⱪ adǝmlǝr bǝk kɵp, yǝnǝ kelip yamƣur pǝsli bolƣaqⱪa talada turalmaymiz; uning üstigǝ bu degǝn bir-ikki kündǝ pütidiƣan ix ǝmǝs, qünki bizdǝ bu ixta itaǝtsizlik ⱪilƣanlar naⱨayiti kɵptur!
14 ১৪ সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”
Hudaning muxu ix tüpǝyli kǝlgǝn ⱪattiⱪ ƣǝzipining bizdin kǝtküqǝ, baxliⱪlirimiz pütkül jamaǝtkǝ wǝkil bolup Pǝrwǝrdigarning aldida tursun; bizning ⱨǝrⱪaysi xǝⱨǝrlirimizdǝ yat ǝllǝrdin hotun alƣanlarmu bǝlgilǝngǝn waⱪitta xu xǝⱨǝrning aⱪsaⱪal wǝ ⱨakimliri bilǝn birliktǝ kelip bu ixni bir tǝrǝp ⱪilsun, — dedi.
15 ১৫ এই প্ৰস্তাব অচাহেলৰ পুত্ৰ যোনাথন আৰু তিকবাৰ পুত্ৰ যহজিয়াই বিৰোধিতা কৰিলে, আৰু মচুল্লম আৰু লেবীয়া চবথয়ে তেওঁলোকক সমৰ্থন কৰিলে।
Bu ixⱪa pǝⱪǝt Asaⱨǝlning oƣli Yonatan bilǝn Tiⱪwaⱨning oƣli Yaⱨziya ⱪarxi qiⱪti, Mǝxullam bilǝn Lawiy Xabbitay ularni ⱪollidi.
16 ১৬ সেয়ে বন্দীত্বৰ পৰা অহা লোকসকলে এই কাৰ্য কৰিলে। নিৰ্বাচিত ব্যক্তি ইজ্ৰা পুৰোহিত, তেওঁলোকৰ বংশৰ জাতি আৰু গৃহত থকা মূখ্য লোকসকল, তেওঁলোকৰ নাম অনুযায়ী দশম মাহৰ প্ৰথম দিনা সেই বিষয়ে বিচাৰ কৰিবলৈ বহিল।
Xuning bilǝn sürgündin ⱪaytip kǝlgǝnlǝr ǝnǝ xundaⱪ ⱪildi. Kaⱨin Əzra wǝ ata jǝmǝtlirining baxliⱪliri bolƣanlar jǝmǝti boyiqǝ bu ixⱪa ayrildi; ularning ⱨǝmmisi ismiliri boyiqǝ tizimlandi. Ular oninqi ayning birinqi küni bu ixni tǝkxürüp bir tǝrǝp ⱪilixⱪa kirixti.
17 ১৭ প্ৰথম মাহৰ প্ৰথম দিনা তেওঁলোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰা লোকসকলৰ বিষয়ে অনুসন্ধান কৰি শেষ কৰিলে।
Ular yat ǝllik hotunlarni alƣan ǝrlǝrning soriⱪini birinqi ayning birinqi küni tügǝtti.
18 ১৮ পুৰোহিতসকলৰ বংশৰ মাজত যি সকলে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰিছিল, তেওঁলোকৰ নাম হ’ল: যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ ভায়েকসকলৰ মাজত মাচেয়া, ইলীয়েজৰ, যাৰীব, আৰু গদলিয়া।
Kaⱨinlarning ǝwladliri iqidǝ yat ǝllik hotunlarni alƣanlardin muxular qiⱪti: — Yozadakning oƣli Yǝxuaning wǝ uning ⱪerindaxlirining ǝwladliridin: — Maaseyaⱨ, Əliezǝr, Yarib, Gǝdaliya.
19 ১৯ সেই কাৰণে তেওঁলোকে নিজৰ ভাৰ্যাক পঠিয়াবলৈ প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোক দোষৰ বাবে জাকৰ পৰা এটা মতা মেৰ-ছাগ বলিদান কৰিলে।
Ular hotunlirimizni yolƣa selip ⱪoyimiz dǝp [ⱪǝsǝm ⱪilip] ⱪol berixti wǝ gunaⱨi üqün itaǝtsizlik ⱪurbanliⱪi süpitidǝ ⱪoy padisidin bir ⱪoqⱪarni sundi.
20 ২০ ইম্মেৰৰ বংশধৰসকলৰ মাজত হনানী আৰু জবদিয়া।
Immǝrning ǝwladliridin Ⱨanani bilǝn Zǝbadiya;
21 ২১ হাৰীমৰ বংশধৰসকলৰ মাজত মাচেয়া, এলিয়া, চময়িয়া, যিহীয়েল, আৰু উজ্জিয়া।
Ⱨarimning ǝwladliri iqidǝ Maaseyaⱨ, Eliyaⱨ, Xemaya, Yǝⱨiyǝl wǝ Uzziya;
22 ২২ পচহুৰৰ বংশধৰসকলৰ মাজত ইলীয়োঐনয়, মাচেয়া, ইশ্মায়েল, নথনেল, যোজাবদ, আৰু ইলিয়াচা।
Paxhurning ǝwladliridin Əlyoyinay, Maaseyaⱨ, Ismail, Nǝtanǝl, Yozabad wǝ Əlasaⱨ.
23 ২৩ লেবীয়াসকলৰ মাজত যোজাবদ, চিমিয়ী, কলায়া, তেওঁলোক কলীটা, পথহিয়া, যিহূদা আৰু ইলীয়েজৰ।
Lawiylar iqidǝ Yozabad, Ximǝy, Kelaya (Kelita»mu deyilidu), Pitaⱨiya, Yǝⱨuda bilǝn Əliezǝr;
24 ২৪ গায়ক সকলৰ মাজত ইলীয়াচিব। দুৱৰীসকলৰ মাজত চল্লুম, টেলম আৰু উৰী।
ƣǝzǝlkǝxlǝr iqidǝ Əliyaxib; dǝrwaziwǝnlǝr iqidǝ Xallum, Tǝlǝm, Uri.
25 ২৫ ইস্ৰায়েলৰ অৱশিষ্ট লোক পৰিয়োচৰ বংশধৰসকলৰ মাজত ৰমিয়া, যিজ্জিয়া, মল্কিয়া, মিয়ামীন, ইলিয়াজৰ, মাল্কিয়া আৰু বনায়া।
Israillardin: — Paroxning ǝwladliridin Ramiya, Yizziya, Malkiya, Miyamin, Əliazar, Malkiya, Binaya;
26 ২৬ এলমৰ বংশধৰসকলৰ মাজত মত্তনীয়া, জখৰিয়া, যিহীয়েল, অব্দী, যিৰেমোৎ, আৰু এলিয়া।
Elamning ǝwladliridin Mattaniya, Zǝkǝriya, Yǝⱨiyǝl, Abdi, Yǝrimot bilǝn Eliyaⱨ;
27 ২৭ জত্তুৰ বংশধৰসকলৰ মাজত ইলিয়োঐনয়, ইলীয়াচিব, মত্তনীয়া, যিৰেমোৎ, জাবদ, আৰু অজীজা।
Zattuning ǝwladliridin Əlyoyinay, Əliyaxib, Mattaniya, Yǝrimot, Zabad bilǝn Aziza;
28 ২৮ বেবয়ৰ বংশধৰসকলৰ মাজত যিহোহানন, হননিয়া, জব্বয়, আৰু অথলয়।
Bibayning ǝwladliridin Yoⱨoⱨanan, Ⱨananiya, Zabbay bilǝn Atlay;
29 ২৯ বাণীৰ বংশধৰসকলৰ মাজত মচুল্লম, মল্লূক, অদায়া, যাচূব, আৰু চাল যিৰেমোৎ।
Banining ǝwladliridin Mǝxullam, Malluⱪ, Adaya, Yaxub, Xeal bilǝn Ramot;
30 ৩০ পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত অদনা, কলাল, বনায়া, মাচেয়া, মত্তনীয়া, বচলেল, বিন্নূই, আৰু মনচি।
Paⱨat-Moabning ǝwladliridin Adna, Jilal, Binaya, Maaseyaⱨ, Mattaniya, Bǝzalǝl, Binnuiy bilǝn Manassǝⱨ;
31 ৩১ হাৰীমৰ বংশধৰসকলৰ মাজত ইলীয়েজৰ, যিচিয়া, মল্কিয়া, চময়িয়া, চিমিয়োন,
Ⱨarimning ǝwladliridin Əliezǝr, Yixiya, Malkiya, Xemaya, Ximeon,
32 ৩২ বিন্যামীন, মল্লূক, আৰু চমৰিয়া।
Binyamin, Malluⱪ wǝ Xǝmariya;
33 ৩৩ হাচুমৰ বংশধৰসকলৰ মাজত মত্তনয়, মত্ততা, জাবদ, ইলীফেলট, যিৰেময়, মনচি আৰু চিমিয়ী।
Haxumning ǝwladliridin Mattinay, Mattataⱨ, Zabad, Əlifǝlǝt, Yǝrǝmay, Manassǝⱨ wǝ Ximǝy;
34 ৩৪ বাণীৰ বংশধৰসকলৰ মাজত মাদয়, অম্রম, ঊৱেল,
Banining ǝwladliridin Maday, Amram, Uǝl,
35 ৩৫ বনায়া, বেদিয়া, কলূহী,
Binaya, Bǝdiya, Keluⱨay,
36 ৩৬ বনিয়া, মৰেমোৎ, ইলীয়াচিব,
Waniya, Mǝrǝmot, Əliyaxib,
37 ৩৭ মত্তনীয়া, মত্তনয়, যাচু,
Mattaniyaⱨ, Mattinay, Yaasu,
38 ৩৮ বাণী, বিন্নূই, চিমিয়ী,
Bani, Binnuiy, Ximǝy,
39 ৩৯ চেলেমিয়া, নাথন, অদায়া,
Xǝlǝmiya, Natan, Adaya,
40 ৪০ মকনদবয়, চাচয়, চাৰয়,
Maknadibay, Xaxay, Xaray,
41 ৪১ অজৰেল, চেলেমিয়া, চমৰিয়া,
Azarǝl, Xǝlǝmiya, Xǝmariya,
42 ৪২ চল্লুম, অমৰিয়া, যোচেফ,
Xallum, Amariya, Yüsüp;
43 ৪৩ আৰু নবোৰ বংশধৰসকলৰ মাজত যিয়ীয়েল, মিত্তিথিয়া, জাবদ, জবীনা, ইদ্দো, যোৱেল, আৰু বনায়া।
Neboning ǝwladliridin Jǝiyǝl, Mattitiyaⱨ, Zabad, Zebina, Yadday, Yoel wǝ Binaya.
44 ৪৪ এই সকলো লোকৰ অন্য জাতিৰ মহিলা ভাৰ্যা আৰু তেওঁলোকৰ কিছুমানৰ সন্তান আছিল।
Bularning ⱨǝmmisi yat ǝllik hotunlarni alƣanlar idi, wǝ xuningdǝk ulardin bǝzilǝrning hotunliri pǝrzǝntmu kɵrgǝnidi.