< এজরা 10 >
1 ১ এইদৰে ঈশ্বৰৰ গৃহৰ আগত ইজ্ৰাই চকুলোৰে প্ৰাৰ্থনা কৰি পাপ স্বীকাৰ কৰিলে। ইস্ৰায়েলৰ সমবেত হোৱা পুৰুষ, মহিলা, সন্তান সকল আহি তেওঁৰ ওচৰত গোট খালে, কাৰণ লোকসকলে অতিশয়ৰূপে ক্ৰন্দন কৰিছিল।
Torej ko je Ezra molil in ko je priznaval, jokal in se metal dol pred Božjo hišo, se je tam k njemu iz Izraela zbrala zelo velika skupnost mož, žena in otrok, kajti ljudstvo je zelo hudo jokalo.
2 ২ এলমৰ বংশধৰ যিহীয়েলৰ পুত্ৰ চখনিয়াই ইজ্ৰাক ক’লে, “আমাৰ ঈশ্বৰৰ বিৰুদ্ধে আমি বিশ্ৱাসঘাতক কৰি অন্য জাতিৰ লোকসকলৰ পৰা ছোৱালী বিয়া কৰাই বসবাস কৰি আছোঁ। কিন্তু এই বিষয়ত এতিয়াও ইস্ৰায়েলৰ আশা আছে।
Jehiélov sin Šehanjája, eden izmed Elámovih sinov, je odgovoril in Ezru rekel: »Pregrešili smo se zoper svojega Boga in si jemali tuje žene izmed ljudstva dežele, vendar je sedaj v Izraelu upanje glede te stvari.
3 ৩ সেয়ে আহক, এতিয়া আমাৰ ঈশ্ৱৰৰ সৈতে প্রতিজ্ঞাবদ্ধ হওঁ, ঈশ্বৰৰ আজ্ঞা অনুসাৰে আৰু আমাৰ ঈশ্ৱৰৰ আজ্ঞাত যিসকল কম্পমান হৈছে তেওঁলোকৰ পৰামৰ্শ অনুসাৰে সকলো মহিলা আৰু তেওঁলোকৰ সন্তান সকলক বাহিৰ কৰি পঠাওঁ, আৰু এই সকলো বিধান অনুযায়ী হওঁক।
Sedaj torej sklenimo zavezo s svojim Bogom, da odslovimo vse žene in tiste, ki so se rodili od njih, glede na nasvet mojega gospoda in tistih, ki trepetajo ob zapovedi našega Boga. In to naj bo storjeno glede na postavo.
4 ৪ উঠক, কাৰণ এই সকলো কাৰ্য আপুনিয়েই কৰি যাব লাগিব, আৰু আমিও আপোনাৰ লগত আছোঁ; সাহিয়াল হওক আৰু এই কাৰ্য কৰক।”
Vstani, kajti ta zadeva pripada tebi. Tudi mi bomo s teboj. Bodi odločnega poguma in to naredi.«
5 ৫ তেতিয়া ইজ্ৰাই উঠিল আৰু সেই বাক্য অনুসাৰে কৰিবলৈ পুৰোহিত কৰ্মচাৰী, লেবীয়া, আৰু সকলো ইস্ৰায়েল লোকসকলক এইদৰে কৰ্য্য কৰিবলৈ শপত খুৱালে।
Potem je Ezra vstal in pripravil vodilne duhovnike, Lévijevce in ves Izrael, da prisežejo, da bodo storili glede na to besedo. In so prisegli.
6 ৬ তাৰ পাছত ইজ্ৰাই ঈশ্বৰৰ গৃহৰ পৰা উঠি আহিল আৰু ইলিয়াচীবৰ পুত্ৰ যিহোহাননৰ কোঁঠালিলৈ গ’ল। যিসকল লোক বন্দীত্বত আছিল তেওঁলোকে অবিশ্ৱাসী লোকৰ দৰে কৰা কাৰ্যৰ বাবে শোক কৰিলে আৰু তেওঁ একো ভোজন-পান নকৰিলে।
Potem je Ezra vstal izpred Božje hiše in odšel v sobo Eljašíbovega sina Johanána. Ko je prišel tja, ni jedel kruha niti pil vode, kajti žaloval je zaradi prestopka tistih, ki so bili odvedeni proč.
7 ৭ সেয়ে বন্দীত্বৰ পৰা ঘূৰি অহা সকলো লোকক যিৰূচালেমত গোট খাবলৈ যিহূদা আৰু যিৰূচালেমলৈ তেওঁলোকে বাৰ্ত্তা পঠিয়ালে।
Naredili so razglas po vsej Judeji in Jeruzalemu, vsem otrokom iz ujetništva, da naj se skupaj zberejo v Jeruzalemu.
8 ৮ যিসকল লোক কৰ্মচাৰী আৰু বৃদ্ধসকলৰ পৰামৰ্শ অনুযায়ী তিনি দিনৰ ভিতৰত নাহে, তেওঁলোকৰ সকলো সম্পত্তি বৰ্জিত কৰা হ’ব, আৰু বন্দীত্বৰ পৰা অহা লোকসকলৰ সমাজৰ পৰা তেওঁলোকক পৃথক কৰা যাব।
In da kdorkoli ne bo hotel priti v treh dneh, glede na nasvet princev in starešin, bo vse njegovo imetje zaseženo in on sam oddvojen od skupnosti tistih, ki so bili odvedeni proč.
9 ৯ সেয়ে যিহূদাৰ আৰু বিন্যামীনৰ সকলো লোকে তিন দিনৰ ভিতৰত যিৰূচালেমলৈ আহি গোট খালে। নৱম মাহৰ বিশ দিনৰ দিনা, ঈশ্বৰৰ গৃহৰ সন্মুখত সকলো লোক থিয় হ’ল। সেই বাক্য আৰু বৰষুণৰ কাৰণে লোকসকল কঁপিব ধৰিলে।
Potem so se v treh dneh vsi možje iz Juda in Benjamina zbrali skupaj v Jeruzalemu. To je bil deveti mesec, na dvanajsti dan meseca, in vse ljudstvo je sedelo na ulici Božje hiše in trepetalo zaradi te zadeve in zaradi velikega dežja.
10 ১০ তেতিয়া পুৰোহিত ইজ্ৰাই থিয় হৈ ক’লে, “তোমালোকে নিজেই নিজকে বিশ্ৱাসঘাত কৰিছা, তোমালোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰি, ইস্ৰায়েলৰ দোষ বৃদ্ধি কৰিলা।
Duhovnik Ezra je vstal in jim rekel: »Pregrešili ste se in si vzeli tuje ženske, da povečate Izraelov prekršek.
11 ১১ এতিয়া তোমালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ-প্রশংসা কৰা আৰু তেওঁৰ ইচ্ছা সিদ্ধ কৰা। দেশৰ লোকসকলৰ পৰা আৰু আন জাতিৰ মহিলাৰ পৰা নিজকে পৃথক কৰা।
Zdaj torej naredite priznanje Gospodu, Bogu svojih očetov in storite njegovo voljo in se ločite od ljudstva dežele in od tujih žena.«
12 ১২ গোটেই সমাজে বৰ মাতেৰে উত্তৰ দি ক’লে, “আপুনি কোৱাৰ দৰেই আমি কৰিম।
Potem je vsa skupnost odgovorila in z močnim glasom rekla: »Kakor si rekel, tako moramo storiti.«
13 ১৩ যদিও তাত অনেক লোক আছিল, আৰু বাৰিষা কাল আছিল। বাহিৰত থিয় হৈ থাকিবলৈ আমাৰ শক্তি নাই, আৰু এইটো এদিন বা দুদিনৰ কাম নহয়, আমি এই বিষয়ত অতিৰিক্তভাৱে অৱহেলা কৰি আহিছোঁ।
Toda ljudstva je mnogo in to je čas obilnega dežja in mi nismo zmožni stati zunaj niti to ni delo enega dne ali dveh, kajti mnogo nas je, ki smo se pregrešili v tej stvari.
14 ১৪ সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”
Naj sedaj naši voditelji vse skupnosti vstanejo in naj vsi, ki so si v naših mestih vzeli tuje žene, pridejo ob določenih časih in z njimi starešine iz vsakega mesta in njihovi sodniki, dokler kruti bes našega Boga zaradi te zadeve ne bo odvrnjen od nas.
15 ১৫ এই প্ৰস্তাব অচাহেলৰ পুত্ৰ যোনাথন আৰু তিকবাৰ পুত্ৰ যহজিয়াই বিৰোধিতা কৰিলে, আৰু মচুল্লম আৰু লেবীয়া চবথয়ে তেওঁলোকক সমৰ্থন কৰিলে।
Samo Asaélov sin Jonatan in Tikvájev sin Jahzejá sta bila zaposlena okoli te zadeve. Mešulám in Lévijevec Šabetáj pa sta jima pomagala.
16 ১৬ সেয়ে বন্দীত্বৰ পৰা অহা লোকসকলে এই কাৰ্য কৰিলে। নিৰ্বাচিত ব্যক্তি ইজ্ৰা পুৰোহিত, তেওঁলোকৰ বংশৰ জাতি আৰু গৃহত থকা মূখ্য লোকসকল, তেওঁলোকৰ নাম অনুযায়ী দশম মাহৰ প্ৰথম দিনা সেই বিষয়ে বিচাৰ কৰিবলৈ বহিল।
Otroci ujetništva so storili tako. Duhovnik Ezra z nekaterimi vodilnimi očeti, po hiši njihovih očetov in vsi izmed njih po njihovih imenih, so se oddvojili in se usedli na prvi dan desetega meseca, da preiščejo zadevo.
17 ১৭ প্ৰথম মাহৰ প্ৰথম দিনা তেওঁলোকে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰা লোকসকলৰ বিষয়ে অনুসন্ধান কৰি শেষ কৰিলে।
In z vsemi možmi, ki so si vzeli tuje žene, so zaključili do prvega dne prvega meseca.
18 ১৮ পুৰোহিতসকলৰ বংশৰ মাজত যি সকলে অন্য জাতিৰ মহিলাৰ সৈতে বসবাস কৰিছিল, তেওঁলোকৰ নাম হ’ল: যোচাদকৰ পুত্ৰ যেচুৱা আৰু তেওঁৰ ভায়েকসকলৰ মাজত মাচেয়া, ইলীয়েজৰ, যাৰীব, আৰু গদলিয়া।
Med sinovi duhovnikov so bili najdeni, da so si vzeli tuje žene, namreč od Ješúvovih sinov Jocadákov sin in njegovi bratje Maasejá, Eliézer, Jaríb in Gedaljá.
19 ১৯ সেই কাৰণে তেওঁলোকে নিজৰ ভাৰ্যাক পঠিয়াবলৈ প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোক দোষৰ বাবে জাকৰ পৰা এটা মতা মেৰ-ছাগ বলিদান কৰিলে।
Dali so svoje roke, da bodo odslovili svoje žene in ker so bili krivi, so darovali ovna od tropa za svoj prekršek.
20 ২০ ইম্মেৰৰ বংশধৰসকলৰ মাজত হনানী আৰু জবদিয়া।
Izmed Imêrjevih sinov Hananí in Zebadjá.
21 ২১ হাৰীমৰ বংশধৰসকলৰ মাজত মাচেয়া, এলিয়া, চময়িয়া, যিহীয়েল, আৰু উজ্জিয়া।
Izmed Harímovih sinov Maasejá, Elija, Šemajá, Jehiél in Uzíjah.
22 ২২ পচহুৰৰ বংশধৰসকলৰ মাজত ইলীয়োঐনয়, মাচেয়া, ইশ্মায়েল, নথনেল, যোজাবদ, আৰু ইলিয়াচা।
Izmed Pašhúrjevih sinov Eljoenáj, Maasejá, Jišmaél, Netanél, Jozabád in Elasá.
23 ২৩ লেবীয়াসকলৰ মাজত যোজাবদ, চিমিয়ী, কলায়া, তেওঁলোক কলীটা, পথহিয়া, যিহূদা আৰু ইলীয়েজৰ।
Tudi izmed Lévijevcev: Jozabád, Šimí, Kelajá (isti je Kelitá), Petahjá, Juda in Eliézer.
24 ২৪ গায়ক সকলৰ মাজত ইলীয়াচিব। দুৱৰীসকলৰ মাজত চল্লুম, টেলম আৰু উৰী।
Tudi izmed pevcev Eljašíb in izmed vratarjev Šalúm, Telem in Urí.
25 ২৫ ইস্ৰায়েলৰ অৱশিষ্ট লোক পৰিয়োচৰ বংশধৰসকলৰ মাজত ৰমিয়া, যিজ্জিয়া, মল্কিয়া, মিয়ামীন, ইলিয়াজৰ, মাল্কিয়া আৰু বনায়া।
Poleg tega od Izraela izmed Paróševih sinov Ramjá, Malkijá, Mijamín, Eleazar, Malkijá in Benajá.
26 ২৬ এলমৰ বংশধৰসকলৰ মাজত মত্তনীয়া, জখৰিয়া, যিহীয়েল, অব্দী, যিৰেমোৎ, আৰু এলিয়া।
Izmed Elámovih sinov Matanjá, Zeharjá, Jehiél, Abdí, Jeremót in Elijá.
27 ২৭ জত্তুৰ বংশধৰসকলৰ মাজত ইলিয়োঐনয়, ইলীয়াচিব, মত্তনীয়া, যিৰেমোৎ, জাবদ, আৰু অজীজা।
Izmed Zatújevih sinov Eljoenáj, Eljašíb, Matanjá, Jeremót, Zabád in Azizá.
28 ২৮ বেবয়ৰ বংশধৰসকলৰ মাজত যিহোহানন, হননিয়া, জব্বয়, আৰু অথলয়।
Tudi izmed Bebájevih sinov Johanán, Hananjá, Zabáj in Atláj.
29 ২৯ বাণীৰ বংশধৰসকলৰ মাজত মচুল্লম, মল্লূক, অদায়া, যাচূব, আৰু চাল যিৰেমোৎ।
Izmed Baníjevih sinov Mešulám, Malúh, Adajá, Jašúb, Šeál in Ramót.
30 ৩০ পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত অদনা, কলাল, বনায়া, মাচেয়া, মত্তনীয়া, বচলেল, বিন্নূই, আৰু মনচি।
Izmed Pahat Moábovih sinov Adná, Kelál, Benajá, Maasejá, Matanjá, Becalél, Binúj in Manáse.
31 ৩১ হাৰীমৰ বংশধৰসকলৰ মাজত ইলীয়েজৰ, যিচিয়া, মল্কিয়া, চময়িয়া, চিমিয়োন,
In izmed Harímovih sinov Eliézer, Jišijá, Malkijá, Šemajá, Šimón,
32 ৩২ বিন্যামীন, মল্লূক, আৰু চমৰিয়া।
Benjamin, Malúh in Šemarjá.
33 ৩৩ হাচুমৰ বংশধৰসকলৰ মাজত মত্তনয়, মত্ততা, জাবদ, ইলীফেলট, যিৰেময়, মনচি আৰু চিমিয়ী।
Izmed Hašúmovih sinov Matenáj, Matatá, Zabád, Elifélet, Jeremáj, Manáse in Šimí.
34 ৩৪ বাণীৰ বংশধৰসকলৰ মাজত মাদয়, অম্রম, ঊৱেল,
Izmed Baníjevih sinov Maadáj, Amrám, Uél,
35 ৩৫ বনায়া, বেদিয়া, কলূহী,
Benajá, Bedjá, Keluhí,
36 ৩৬ বনিয়া, মৰেমোৎ, ইলীয়াচিব,
Vanjá, Meremót, Eljašíb,
37 ৩৭ মত্তনীয়া, মত্তনয়, যাচু,
Matanjá, Matenáj, Jaasáj,
38 ৩৮ বাণী, বিন্নূই, চিমিয়ী,
Baní, Binúj, Šimí,
39 ৩৯ চেলেমিয়া, নাথন, অদায়া,
Šelemjá, Natána, Adajá,
40 ৪০ মকনদবয়, চাচয়, চাৰয়,
Mahnadbáj, Šašáj, Šaráj,
41 ৪১ অজৰেল, চেলেমিয়া, চমৰিয়া,
Azarél, Šelemjá, Šemarjá,
42 ৪২ চল্লুম, অমৰিয়া, যোচেফ,
Šalúm, Amarjá in Jožef.
43 ৪৩ আৰু নবোৰ বংশধৰসকলৰ মাজত যিয়ীয়েল, মিত্তিথিয়া, জাবদ, জবীনা, ইদ্দো, যোৱেল, আৰু বনায়া।
Izmed Nebójevih sinov Jeiél, Matitjá, Zabád, Zebiná, Jadáj, Joél in Benajá.
44 ৪৪ এই সকলো লোকৰ অন্য জাতিৰ মহিলা ভাৰ্যা আৰু তেওঁলোকৰ কিছুমানৰ সন্তান আছিল।
Vsi ti so si vzeli tuje žene in nekateri izmed njih so imeli žene, s katerimi so imeli otroke.