< এজেকিয়েল 48 >
1 ১ ফৈদবোৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব।
Tato jsou pak jména pokolení: V končinách na půlnoční stranu podlé cesty Chetlon, kudyž se vchází do Emat, Azar Enan, ku pomezí Damašskému na půlnoční stranu, podlé Emat, od východní strany až do západní, osadí se pokolení jedno, totiž Dan,
2 ২ আৰু দানৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আচেৰে এক অংশ পাব।
A při pomezí Dan, od strany východní až k straně západní jedno, totiž Asser,
3 ৩ আৰু আচেৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ নপ্তালীয়ে এক অংশ পাব।
A při pomezí Asser, od strany východní až do strany západní jedno, totiž Neftalím,
4 ৪ আৰু নপ্তালীৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ মনচিয়ে এক অংশ পাব।
A při pomezí Neftalím, od strany východní až do strany západní jedno, totiž Manasses,
5 ৫ আৰু মনচিৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইফ্ৰয়িমে এক অংশ পাব।
A při pomezí Manasses, od strany východní až do strany západní jedno, totiž Efraim,
6 ৬ আৰু ইফ্ৰয়িমৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ৰূবেণে এক অংশ পাব।
A při pomezí Efraim, od strany východní až k straně západní jedno, totiž Ruben,
7 ৭ আৰু ৰূবেণৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ যিহূদাই এক অংশ পাব।
A při pomezí Ruben, od strany východní až k straně západní jedno, totiž Juda.
8 ৮ আৰু যিহূদাৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ, পঁচিশ হাজাৰ হাত বহল আৰু দীঘলে পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আন অংশবোৰৰ এক অংশ সমান তোমালোকে দিব লগা উপহাৰ ভূমি হ’ব; আৰু ধৰ্মধাম তাৰ মাজত হ’ব।
A při pomezí Juda, od strany východní až k straně západní bude obět, kterouž obětovati budete, pětmecítma tisíc loket zšíří, zdélí pak zaroveň s jedním z jiných dílů, od strany východní až k straně západní, a bude svatyně u prostřed něho.
9 ৯ যিহোৱাৰ উদ্দেশ্যে তোমালোকে দিব লগা উপহাৰ ভূমি পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল হ’ব।
Ta obět, kterouž obětovati máte Hospodinu, bude zdélí pětmecítma tisíc loket, zšíří pak deset tisíc.
10 ১০ আৰু সেই পবিত্ৰ উপহাৰ ভূমি পুৰোহিতসকলৰ কাৰণে হ’ব। সেয়ে উত্তৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিম ফালে দহ হাজাৰ হাত বহল, পূৱ ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হ’ব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্মধাম থাকিব।
Těmto pak se dostane ta obět svatá, totiž kněžím, na půlnoci pětmecítma tisíc loket, k západu pak zšíří desíti tisíc, a na východ zšíří desíti tisíc, na poledne též zdélí pětmecítma tisíc, a bude svatyně Hospodinova u prostřed něho,
11 ১১ ইস্ৰায়েলৰ সন্তান সকল বিপথে যোৱা সময়ত লেবীয়াসকলে বিপথে যোৱাৰ দৰে বিপথে নোযোৱা মোৰ ৰক্ষমীয় ৰক্ষা কৰা চাদোকৰ সন্তান সকলৰ মাজৰ পবিত্ৰীকৃত পুৰোহিতসকলৰ কাৰণে সেয়ে হ’ব।
Kněžím, posvěcenému každému z synů Sádochových, kteříž drží stráž mou, kteříž nebloudili, když bloudili synové Izraelští, jako bloudili Levítové.
12 ১২ সেয়ে তেওঁলোকৰ পক্ষে, দেশৰ উপহাৰ ভূমিৰ পৰা লোৱা, লেবীয়াসকলৰ সীমাৰ কাষত এক অতি পবিত্ৰ উপহাৰ হ’ব।
I bude díl jejich obětovaný z oběti té země, věc nejsvětější při pomezí Levítů.
13 ১৩ আৰু লেবীয়াসকলে পুৰোহিতসকলৰ সীমাৰ সন্মুখত দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে দহ হাজাৰ হাত এডোখৰ ভূমি পাব; তাৰ গোটেই দৈৰ্ঘ্য পঁচিশ হাজাৰ হাত আৰু প্ৰস্থ দহ হাজাৰ হাত।
Levítů pak díl bude naproti pomezí kněžskému, pětmecítma tisíc loket zdélí, a zšíří deset tisíc; každá dlouhost pětmecítma tisíc, a širokost deset tisíc.
14 ১৪ তেওঁলোকে ইয়াৰ অলপো সলনি নকৰিব, নাইবা দেশৰ প্ৰথম ফল হস্তান্তৰ নকৰিব; কিয়নো এয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
A nebudou ho uprodávati, ani směňovati, ani přenášeti prvotin země, proto že jest posvěcená Hospodinu.
15 ১৫ আৰু পঁচিশ হাজাৰ হাতৰ সন্মুখৰ বহলৰ বাকী পাঁচ হাজাৰ হাত সাধাৰণ হ’ব; সেয়ে নগৰখন বসতিস্থান আৰু চাৰিওফালৰ মুকলি ঠাইৰ কাৰণে হ’ব; নগৰখন তাৰ মাজ ঠাইত হ’ব।
Pět pak tisíc loket pozůstalých na šíř, proti těm pětmecítma tisícům, bude místo obecné, pro město k bydlení a k předměstí, i bude město u prostřed něho.
16 ১৬ তাৰ পৰিমাণ এইবোৰ; উত্তৰফাল চাৰি হাজাৰ পাঁচশ হাত, দক্ষিণ ফাল চাৰি হাজাৰ পাঁচশ হাত, পূৱ ফাল চাৰি হাজাৰ পাঁচ শ হাত আৰু পশ্চিম ফাল চাৰি হাজাৰ পাঁচ শ হাত।
Tyto pak jsou míry jeho: Strana půlnoční na čtyři tisíce a pět set loket, též strana polední na čtyři tisíce a pět set, od strany též východní čtyři tisíce a pět set, takž strana západní na čtyři tisíce a pět set.
17 ১৭ আৰু নগৰখনৰ চাৰিওফালে মুকলি ঠাই থাকিব; উত্তৰ দিশে দুশ পঞ্চাশ হাত, দক্ষিণ দিশে দুশ পঞ্চাশ হাত পূৱ দিশে দুশ পঞ্চাশ হাত আৰু পশ্চিম দিশে দুশ পঞ্চাশ হাত।
Bude i předměstí při městě k půlnoci na dvě stě a padesáte loket, a ku poledni na dvě stě a padesáte, takž na východ na dvě stě a padesáte, též k západu na dvě stě a padesáte.
18 ১৮ আৰু পবিত্ৰ উপহাৰ ভূমিৰ সন্মুখৰ দীঘলৰ বাকী ভাগ পূৱ দিশে দহ হাজাৰ হাত আৰু পশ্চিম দিশে দহ হাজাৰ হাত হ’ব আৰু এয়ে পবিত্ৰ উপহাৰ ভূমিৰ আগত হ’ব; আৰু তাৰ উৎপন্ন শস্য নগৰখনত কাম কৰোঁতা লোকসকলৰ আহাৰৰ কাৰণে হ’ব।
Ostatek pak na dél, naproti oběti svaté, deset tisíc loket k východu, a deset tisíc k západu; a z toho, což bude naproti té oběti svaté, budou míti důchody ku pokrmu služebníci města.
19 ১৯ আৰু ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ যি লোকসকলে নগৰখনত কাম কৰে, তেওঁলোকে তাক চহাব।
A ti služebníci města sloužiti budou Izraelovi ze všech pokolení Izraelských.
20 ২০ গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা।
Všecku tuto oběť, pětmecítma tisíc loket, podlé těch pětmecítma tisíc, čtverhranou obětovati budete v obět svatou k vládařství městu.
21 ২১ পবিত্ৰ উপহাৰ ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইফালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ কাৰণে হ’ব; পূৱ সীমাৰ ফালে উপহাৰ ভূমিৰ পঁচিশ হাজাৰ হাতৰ সন্মুখৰ আৰু পশ্চিম দিশে পশ্চিম সীমাৰ ফাললৈ পঁচিশ হাজাৰ হাতৰ সন্মূখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ কাৰণে হ’ব; আৰু পবিত্ৰ উপহাৰ ভূমি ও গৃহটিৰ ধৰ্মধাম তাৰ মাজ ঠাইত হ’ব।
Což pak pozůstane, knížeti, s obou stran oběti svaté a vládařství města, před těmi pětmecítma tisíci loket oběti, až ku pomezí východnímu, a od západu proti týmž pětmecítma tisíc loket, podlé pomezí západního naproti těm dílům, knížeti bude. A to bude obět svatá, a svatyně domu u prostřed něho.
22 ২২ অধিপতিজনৰ অংশৰ মাজ ঠাইত থকা যি ভাগ লেবীয়াসকলৰ অধিকৃত অংশৰ আৰু নগৰ খনৰ অধিকৃত অংশৰ বাহিৰে যিহূদা আৰু বিন্যামীনৰ সীমাৰ মাজত হ’ব সেয়ে অধিপতিজনৰ হ’ব।
Od vládařství pak Levítů a od vládařství města, u prostřed toho, což jest knížecího, mezi pomezím Judovým a mezi pomezím Beniaminovým, knížecí bude.
23 ২৩ আৰু অৱশিষ্ট ফৈদবোৰৰ এই এই অংশ হ’ব; পূৱ ফালৰ পৰা পশ্চিম ফাললৈ বিন্যামীনে এক অংশ পাব।
Ostatní pak pokolení, od strany východní až k straně západní, osadí se pokolení jedno, totiž Beniamin.
24 ২৪ আৰু বিন্যামীনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ চিমিয়োনে এক অংশ পাব।
A při pomezí Beniamin, od strany východní až k straně západní jedno, totiž Simeon,
25 ২৫ আৰু চিমিয়োনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইচাখৰে এক অংশ পাব।
A při pomezí Simeon, od strany východní až k straně západní jedno, totiž Izachar,
26 ২৬ আৰু ইচাখৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ জবূলূনে এক অংশ পাব।
A při pomezí Izachar, od strany východní až k straně západní jedno, totiž Zabulon,
27 ২৭ আৰু জবূলূনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ গাদে এক অংশ পাব।
A při pomezí Zabulon, od strany východní až k straně západní jedno, totiž Gád.
28 ২৮ গাদৰ সীমাৰ কাষেদি দক্ষিণ ফালে দক্ষিণ দিশে তামৰৰ পৰা মৰীবোৎ কাদেচৰ জল সমূহৰ মাজেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈ সীমা হ’ব।
A při pomezí Gád, k straně polední na poledne, tu bude pomezí od Támar až k vodám sváru v Kádes, ku potoku při moři velikém.
29 ২৯ প্ৰভু যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবোৰ কাৰণে তোমালোকে চিঠি-খেলৰে ভাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁলোকৰ অংশ।
Toť jest ta země, kterouž ujmete hned od potoka, po pokoleních Izraelských, a ti dílové jejich, praví Panovník Hospodin.
30 ৩০ আৰু নগৰখন, চাৰিওফালৰ সীমা এইবোৰ। উত্তৰ ফালে চাৰিহাজাৰ পাঁচশ হাত। আৰু
Tato pak jsou vymezení města: Od strany půlnoční čtyř tisíc a pět set loket míra.
31 ৩১ নগৰখনৰ দুৱাৰবোৰ ইস্ৰায়েলৰ ফৈদৰ নাম অনুসাৰে হ’ব; উত্তৰ ফালে তিনিখন দুৱাৰ, ৰূবেণৰ এখন, যিহূদাৰ এখন আৰু লেবীৰ এখন।
Brány pak města podlé jmen pokolení Izraelských, brány tři na půlnoci, brána Rubenova jedna, brána Judova jedna, brána Léví jedna.
32 ৩২ আৰু পূৱ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, যোচেফৰ এখন, বিন্যামীনৰ এখন আৰু দানৰ এখন।
A od strany východní čtyř tisíc a pět set, a brány tři, totiž brána Jozefova jedna, brána Beniaminova jedna, brána Danova jedna.
33 ৩৩ আৰু দক্ষিণ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, চিমিয়োনৰ এখন, ইচাখৰৰ এখন, আৰু জবূলূনৰ এখন।
Též od strany polední čtyř tisíc a pět set loket míra, a brány tři, brána Simeonova jedna, brána Izacharova jedna, brána Zabulonova jedna.
34 ৩৪ আৰু পশ্চিম ফালে চাৰি হাজাৰ পাঁচ শ হাত আৰু তাৰ তিনিখন দুৱাৰ, গাদৰ এখন, আচেৰৰ এখন, আৰু নপ্তালীৰ এখন।
Od strany západní čtyř tisíc a pět set, brány jejich tři, brána Gádova jedna, brána Asserova jedna, brána Neftalímova jedna.
35 ৩৫ চাৰিওফালে ওঠৰ হাজাৰ হাত হ’ব; আৰু সেই দিনৰ পৰা নগৰখন “যিহোৱা চাম্মা”, এই নামেৰে প্ৰখ্যাত হ’ব।
Okolek osmnácti tisíc loket, jméno pak města od dnešního dne bude: Hospodin tam přebývá.