< এজেকিয়েল 31 >
1 ১ তেতিয়া আমাৰ নিৰ্বাসনৰ একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Aa tamy taom-paha-folo-raik’ambiy amy andro valoham-bolam-paha-teloy, le niheo amako ty tsara’ Iehovà nanao ty hoe:
2 ২ “হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা, ‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
O ana’ ondatio, saontsio t’i Paro mpanjaka’ i Mitsraime naho i volobohò’ey: Mañirinkiriñ’ama’ ia irehe amo fitoabora’oo?
3 ৩ চোৱা! অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছৰ দৰে আছিল; আৰু তাৰ ওপৰ ভাগ মেঘস্পৰ্শী যেন হৈছিল।
Hehe ty mpanjaka’ i Asore ie ni-mendoraveñe e Libanone añe aman-tsampa’e fanjaka, amañ’aloke mangonkoñe, niningoningo nañambone; nitiotiotse amo tsampañe boda’eo o lengo’eo.
4 ৪ জল সমূহে তাক ডাঙৰ-দীঘল কৰিছিল; অগাধ জলে তাক বঢ়াইছিল। তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল, আৰু সি নিজৰ সুঁতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল।
Namahañe aze o ranoo; nampandigiligy aze mañambone i lalekey; niariary am-pandia’eo o saka’eo, nahitri’e mb’amo hene hatae an-kivokeo o fikararaha’eo.
5 ৫ এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু প্রচুৰ জল পোৱাত তাৰ শাখাবোৰ দীঘল আৰু অনেক হৈছিল।
Aa le fonga niandikera’ ze hatae an-kivokey ty haabo’e, nihamaro o tsampa’eo, nihalava o tora’eo ty amo rano’e maroo, le nampitakare’e mb’eo.
6 ৬ তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল। আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল।
Rinare’ o hene voron-dikerañeo amo tsampa’eo o traño’eo, naho añ’alo’ o tora’eo te niteraha’ o bibin-kivokeo o ana’eo, vaho nitsolok’ ambane talinjo’e eo ty valobohò’ o fifeheañe iabio.
7 ৭ এইদৰে, তাৰ শিপা অনেক জল সমূহৰ কাষত থকাত, সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল।
Nihamim-batan-dre amy hara’elahi’ey, ami’ty fandrevaha’ o tsampa’eo, amy te nahatakatse rano maro o vaha’eo.
8 ৮ ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল! দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল; আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল।
Tsy nanaroñe aze o mendorave an-golobon’ Añahareo, tsy nanahake o tora’eo o akaoo, vaho tsy nañirinkiriñe o tora’eo ty nonoke; leo hatae raik’ an-golobon’Añahare ao tsy nihambañe amy ha’fanjàka’ey.
9 ৯ মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ; যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!”
Izaho ty nampitsomerentsereñ’ aze, ami’ty fandrevaha’ o ra’eo; vaho sindre nitsikirìk’ aze ze hatae Edene ao, an-golobon’ Añahare ao.
10 ১০ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে,
Aa le hoe ty nafè’ Iehovà Talè: amy t’ie nañonjom-batañe añ’abo ey naho nampiningonigoetse mb’an-drahoñe ey ty lengo’e, vaho nirengevoke ty arofo’e ami’ty fitoabora’e;
11 ১১ মই তাক জাতিবোৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ! এই শাসনকৰ্ত্তাই তেওঁৰ বিৰুদ্ধে উচিত কাৰ্য কৰিলে আৰু তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিয়া হ’ল!
le fa natoloko am-pità’ i maozatse amo kilakila’ ndatioy; ie ty hiatreatre aze; amy t’ie fa finirako ambane ty amo haloloa’eo.
12 ১২ আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁক কাটি এৰি থৈ গ’ল। পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগি গ’ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ’ল আৰু এৰি গুচি গ’ল।
O ambahinio, ty maozatse amo kilakila’ndatio, ty hañatsak’ aze naho hapo’e eo; hideboñe amo vohitseo o tora’eo, naho amo vavataneo, naho hipozake marine o saka’ i taneio o ra’eo; le hisitak’ amy talinjo’ey ze hene ondati’ ty tane toy, vaho haforintseñe.
13 ১৩ পৰি থকা সেই গছডালত আকাশৰ আটাই পক্ষীবোৰে তাত বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু বহি আছে।
Hidoñe amy firotsaha’ey ze kila voron-dikerañe, vaho ho amo tsampa’eo ze hene bibin-kivoke,
14 ১৪ জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”
soa te tsy ho amo hatae añ’olon-dranoo ty hionjom-batañe ty amy haandikera’ey, ndra hampitiotiotse o tsampa’eo ambone’ o bodan-tora’eo, naho tsy hitroatse hijoalajoala añivo’ o ra’eo ze hene mpikama rano; fonga hatolotse am-pihomahañe iereo, pak’an-tsikeokeo’ ty tane toy añivo’ o ana’ondaty fa nigodañe an-kiborio.
15 ১৫ প্ৰভু যিহোৱাই এই কথা কৈছে: “সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজল সমূহক স্থগিত কৰা হ’ল; মই তাৰ বাবে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ বাবে জঁয় পৰিল। (Sheol )
Aa hoe t’Iehovà Talè; Amy andro nizotsoa’e mb’an-tsikeokeok’ aoy, le nampandalako; nakopoko ho aze i lalekey, naho sinebako o fisorotombaha’eo, le hene nijihetse o ranoo; le nihontoke ho aze t’i Libanone, vaho fonga nitoirañe o hatae an-kivokeo. (Sheol )
16 ১৬ গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত শান্তনা পালে। (Sheol )
Nampihondrahondraeko o kilakila’ ndatio ami’ty feom-pideboña’e, ie navokovokoko an-tsikeokeok’ ao hitraofa’e amo mizotso mb’an-koboñeo; naho nohòñeñe o hene hatae Edeneo, naho o fanjàka amo hatae e Libanoneo; ze hene mpisì-drano, an-tsikeokeo’ ty tane toy ao. (Sheol )
17 ১৭ যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল। (Sheol )
Nitrao-pizotso ama’e mb’an-tsikeokeoke mb’eo o zinamam-pibarao; naho o nimpitàm-pialia’eo, o nimoneñe ambane’ i talinjo’ey añivo’ o kilakila’ ndatioo. (Sheol )
18 ১৮ এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!
Ia arè ty añirinkiriña’o an-drenge naho ami’ty hajabahina’o añivo’ o hatae Edeneo? F’ihe ho firaeñe rekets’ o hatae Edeneo, homb’ an-tsikeokeo-ty tane toy ao; hàndre añivo’ o tsy sinavatseo, mindre amo zinamam-pibarao. Izay ty amy Parò naho ondati’e iabio, hoe t’Iehovà Talè.