< যাত্রাপুস্তক 7 >
1 ১ তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৰৌণৰ আগত মই তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায়েৰা হাৰোণ তোমাৰ ভাববাদী হ’ব।
És mondta az Örökkévaló Mózesnek: Lásd, én tettelek téged Istenévé Fáraónak, Áron pedig, a te testvéred lesz a prófétád.
2 ২ মই তোমাক যি আজ্ঞা দিওঁ, সেই সকলোকে তুমি ক’বা; তাতে ফৰৌণে ইস্ৰায়েলী লোক সকলক নিজৰ দেশৰ পৰা যাবৰ বাবে এৰি দিবলৈ, তোমাৰ ককায়েৰ হাৰোণে সেই সকলো কথা ফৰৌণক ক’ব।
Te mondd el mindazt, amit én parancsolok neked; Áron pedig, a te testvéred szóljon Fáraóhoz, hogy bocsássa el Izrael fiait az országából.
3 ৩ কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম।
Én pedig megkeményítem Fáraó szívét és megsokasítom jeleimet és csodáimat Egyiptom országában.
4 ৪ তথাপিও ফৰৌণে তোমালোকৰ কথা নুশুনিব। সেয়ে মই মিচৰৰ ওপৰত আঘাত কৰিম, আৰু মোৰ ইস্ৰায়েলী লোকসকল, যুদ্ধাৰু দল, ইস্রায়েলৰ বংশধৰ সকলক দণ্ডৰ পৰাক্রমী কাৰ্য কৰি মিচৰ দেশৰ পৰা উলিয়াই আনিম।
De majd nem hallgat rátok Fáraó és én teszem kezemet Egyiptomra; és kivezetem seregeimet, az én népemet, Izrael fiait Egyiptom országából nagy ítéletekkel.
5 ৫ মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে মিচৰীয়া সকলে জানিব পাৰিব।”
És megtudják az egyiptomiak, hogy én vagyok az Örökkévaló, midőn kinyújtom kezemet Egyiptomra, és kivezetem Izrael fiait közülük.
6 ৬ মোচি আৰু হাৰোণে সেইদৰে কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কাৰ্য কৰিলে।
És cselekedett Mózes meg Áron, amint megparancsolta nekik az Örökkévaló, úgy cselekedtek.
7 ৭ তেওঁলোকে যেতিয়া ফৰৌণৰ লগত কথা পাতিছিল, তেতিয়া মোচিৰ আশী বছৰ আৰু হাৰোণৰ তিৰাশী বছৰ বয়স হৈছিল।
Mózes nyolcvan éves volt, Áron pedig nyolcvanhárom éves, midőn szóltak Fáraóhoz.
8 ৮ যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
És szólt az Örökkévaló Mózeshez meg Áronhoz, mondván:
9 ৯ “যেতিয়া ফৰৌণে তোমালোকক ক’ব, তোমালোকে কোনো এটা আচৰিত কাৰ্য কৰি দেখুউৱা, তেতিয়া তুমি হাৰোণক ক’বা যে, তোমাৰ লাখুটি সাপ হ’বৰ বাবে, লাখুটিডাল ফৌৰণৰ সন্মুখত পেলোৱা।”
Ha szól hozzátok Fáraó, mondván: Tegyetek csodát! akkor mondd Áronnak: Vedd botodat és dobd le Fáraó előtt, hogy legyen kígyóvá.
10 ১০ তাৰ পাছত মোচি আৰু হাৰোণে ফৰৌণৰ ওচৰলৈ গ’ল, আৰু যিহোৱাই আজ্ঞা দিয়াৰ দৰেই কাৰ্য কৰিলে। হাৰোণে নিজৰ লাখুটি ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত পেলাই দিলে; আৰু সেই লাখুটিডাল সাপ হ’ল।
És bement Mózes meg Áron Fáraóhoz és úgy cselekedtek, amint az Örökkévaló parancsolta; Áron ledobta botját Fáraó előtt és szolgái előtt és kígyóvá lett.
11 ১১ তেতিয়া ফৰৌণে তেওঁৰ জ্ঞানী আৰু মায়া-কৰ্ম জনা লোক সকলক মাতি পঠিয়ালে; তেতিয়া সেই মিচৰীয়া শাস্ত্ৰজ্ঞ সকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে।
De Fáraó is hivatta a bölcseket és varázslókat és cselekedtek azok is, Egyiptom írástudói az ő bűvészetük által akképpen.
12 ১২ তেওঁলোকৰ প্ৰতিজনে নিজৰ নিজৰ লাখুটি তলত পেলাই দিলে, আৰু সেইবোৰো সাপ হ’ল। কিন্তু হাৰোণৰ লাখুটিয়ে তেওঁলোকৰ সাপবোৰ গিলি পেলালে।
Ledobta mindegyik az ő botját és kígyókká lettek; de elnyelte Áron botja az ő botjaikat.
13 ১৩ তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
És erős volt Fáraó szíve és nem hallgatott rájuk, amint szólt az Örökkévaló.
14 ১৪ যিহোৱাই মোচিক ক’লে, “ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ লোকসকলক এৰি দিবলৈ অমান্তি হৈছে।
És mondta az Örökkévaló Mózesnek: Konok Fáraó szíve, vonakodik a népet elbocsátani.
15 ১৫ ৰাতিপুৱা যেতিয়া ফৰৌণে পানীৰ ওচৰলৈ যায়, সেই সময়ত তুমি তেওঁৰ ওচৰলৈ যাবা। তুমি তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ নদীৰ পাৰত থিয় হৈ থাকিবা; আৰু যি লাখুটিডাল সাপ হৈছিল, সেই লাখুটি ডালো তোমাৰ হাতত ল’বা।
Menj el Fáraóhoz reggel, íme, ő kimegy a vízhez, állj elébe a folyam partján; a botot pedig, mely átváltozott kígyóvá, vedd kezedbe.
16 ১৬ তুমি তেওঁক ক’বা, ‘ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই আপোনাৰ ওচৰলৈ মোক ক’বলৈ পঠিয়াইছে, “মৰুভূমিত ঈশ্বৰৰ আৰধনা কৰিবৰ অৰ্থে ঈশ্বৰৰ লোক সকলক যাবলৈ দিয়ক। কিন্তু আপুনি এতিয়ালৈকে শুনা নাই।”
És mondd neki: Az Örökkévaló, a héberek Istene küldött engem hozzád, mondván: Bocsásd el népemet, hogy szolgáljanak engem a pusztában; és íme, te nem hallgattál rám eddig.
17 ১৭ যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব।
Így szól az Örökkévaló: Ezáltal tudod meg, hogy én vagyok az Örökkévaló; íme, én rávágok a bottal, mely kezemben van, a vízre, mely a folyamban van és az átvéltozik vérré.
18 ১৮ তেতিয়া নদীত থকা মাছবোৰ মৰিব, আৰু নদী দুৰ্গন্ধময় হ’ব। দুৰ্গন্ধময় পানী হোৱাৰ বাবে মিচৰীয়া সকলে নদীৰ পানী খাব নোৱাৰিব’।”
A hal pedig, mely a folyamban van; elvész és megbűzhödik a folyam; és az egyiptomiak undorodni fognak vizet inni a folyamból.
19 ১৯ তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।”
És mondta az Örökkévaló Mózesnek: Mondd Áronnak, vedd botodat és nyújtsd ki kezedet Egyiptom vizeire, folyóira, folyamaira, tavaira és minden vízgyüleményére, hogy vérré legyenek; és legyen vér Egyiptom egész országában, úgy a fa-, mint a kőedényekben.
20 ২০ তেতিয়া মোচি আৰু হাৰোণে যিহোৱাই আজ্ঞা দিয়াৰ দৰেই সেই কাৰ্য কৰিলে। হাৰোণে ফৰৌণ আৰু তেওঁৰ দাস সকলৰ সন্মুখত নদীৰ পানীত লাখুটি দাঙি প্ৰহাৰ কৰিলে; তেতিয়া নদীৰ সকলো পানী তেজ হ’ল।
És úgy cselekedtek Mózes meg Áron, amint parancsolta az Örökkévaló; felemelte a botot, rávágott a vízre, mely a folyamban volt, Fáraó szeme láttára és az ő szolgáinak szeme láttára és átváltozott mind a víz, mely a folyamban volt, vérré.
21 ২১ নদীৰ মাছবোৰ মৰিল, আৰু নদী দুৰ্গন্ধময় হ’ল। মিচৰীয়া লোক সকলে নদীৰ পানী খাব নোৱাৰিলে; আৰু সেই তেজ মিচৰ দেশৰ সকলো ঠাইতে হ’ল।
A hal pedig, mely a folyamban volt, elveszett és megbűzhödött a folyam, úgy, hogy nem tudtak az egyiptomiak vizet inni a folyamból; és volt a vér Egyiptom egész országában.
22 ২২ কিন্তু মিচৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে সেইদৰেই কৰিলে। সেয়ে যিহোৱাই কোৱাৰ দৰে ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
De így cselekedtek Egyiptom írástudói az ő bűvészetükkel; és erős volt Fáraó szíve és nem hallgatott rájuk, amint szólt az Örökkévaló.
23 ২৩ তাৰ পাছত ফৰৌণে সেই আচৰিত কাৰ্যলৈ মনযোগ নিদি, নিজৰ ঘৰলৈ উভটি গ’ল।
Fáraó pedig megfordult és bement házába és nem hajlította szívét erre sem.
24 ২৪ সকলো মিচৰীয়া লোকে খোৱা পানীৰ বাবে নদীৰ চাৰিওফালে গাত খানিলে; কিন্তু সেই পানীও নদীৰ পানী দৰে হোৱা বাবে তেওঁলোকে খাব নোৱাৰিলে।
És ástak mind az egyiptomiak a folyam körül vízért, hogy ihassanak; mert nem tudtak inni a folyam vizéből.
25 ২৫ যিহোৱাই নদী প্ৰহাৰ কৰা সাত দিন পূৰ হ’ল।
És eltelt hét nap, miután megverte az Örökkévaló a folyamot.