< যাত্রাপুস্তক 38 >
1 ১ বচলেলে চিটীম কাঠেৰে পাঁচ হাত দীঘল, পাঁচ হাত বহল, আৰু তিনি হাত ওখকৈ চাৰিওদিশ আৰু চাৰিওটা চুক সমানকৈ হোমবলিৰ অৰ্থে বেদি সাজিলে।
Ja hän teki polttouhrialttarin akasiapuusta, neliskulmaisen, viittä kyynärää pitkän, viittä kyynärää leveän ja kolmea kyynärää korkean.
2 ২ তেওঁ তাৰ চাৰিওটা চুক ষাঁড় গৰুৰ শিঙৰ আকৃতিত সাজিলে। সেই শিংবোৰ বেদিৰ সৈতে একে ডোখৰ কাঠেৰেই সাজিলে; আৰু তাত পিতলৰ পতা মাৰিলে।
Ja hän teki siihen sarvet, sen neljään kulmaan, niin että sarvet olivat samaa kappaletta kuin se. Ja hän päällysti sen vaskella.
3 ৩ তেওঁ বেদিৰ সকলো সামগ্রী যেনে, ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা, চৰিয়া, মাংস খোঁচ যাঠি, আৰু জুই ধৰা পাত্ৰ, এই সকলো সামগ্রী পিতলেৰে গঢ়ালে।
Ja hän teki kaikki alttarin kalut: kattilat, lapiot, maljat, haarukat ja hiilipannut. Kaikki sen kalut hän teki vaskesta.
4 ৪ তেওঁ বেদিৰ বাবে পিতলৰ জালি গঢ়ালে, আৰু বেদিৰ তলৰ পৰা ওপৰলৈকে আধা অংশত সেই জাল লগালে।
Ja hän teki alttariin verkonkaltaisen ristikkokehyksen vaskesta, alttarin välireunuksen alle, maahan kiinni, niin että se ulottui puolitiehen alttaria.
5 ৫ কানমাৰি সুমুৱাবলৈ, চাৰিটা আঙঠি সাঁচত ঢালিলে, আৰু পিতলৰ সেই জালিৰ চাৰি চুকত লগালে।
Ja hän valoi neljä rengasta vaskiristikon neljään kulmaan, korentojen pitimiksi.
6 ৬ বচলেলে চিটীম কাঠেৰে মাৰি সাজিলে, আৰু তাত পিতলৰ পতা মাৰিলে।
Ja korennot hän teki akasiapuusta ja päällysti ne vaskella.
7 ৭ বেদি বৈ নিবৰ বাবে, তেওঁ তাৰ কাষত থকা আঙঠিত কানমাৰি সুমুৱালে; তেওঁ সেই বেদি তক্তাৰে ফোঁপোলাকৈ নিৰ্মান কৰিলে।
Ja hän pisti alttarin sivuilla oleviin renkaisiin korennot, joilla se oli kannettava. Ja hän teki sen laudoista, ontoksi.
8 ৮ যি মহিলাসকলে সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰত সেৱা কৰিছিল, সেই মহিলাসকলৰ পিতলৰ দৰ্পণেৰে বচলেলে ডাঙৰ প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুঁটা গঢ়ালে।
Ja hän teki vaskialtaan vaskijalustoineen niiden naisten kuvastimista, jotka toimittivat palvelusta ilmestysmajan ovella.
9 ৯ তেওঁ চোতালখনো যুগুত কৰিলে। চোতালৰ দক্ষিণ দিশে পকোৱা মিহি শণ সূতাৰে এশ হাত দীঘল পৰ্দা যুগুত কৰিলে।
Sitten hän teki esipihan. Etelän puolella olivat esipihan ympärysverhot kerratuista valkoisista pellavalangoista, sadan kyynärän pituiset;
10 ১০ বিশটা খুটাৰ পৰা পৰ্দাবোৰ ওলমোৱা হৈছিল, আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল। খুটাবোৰৰ হাঁকোটা আৰু শলি ৰূপৰ আছিল।
niiden pylväitä oli kaksikymmentä ja näiden vaskijalustoja kaksikymmentä, mutta pylväiden koukut ja niiden koristepienat olivat hopeata.
11 ১১ একেদৰেই উত্তৰদিশৰ বাবেও পৰ্দা যুগুত কৰিলে। সেইবোৰো এশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা বিশটা; আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল, আৰু সেই খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
Samoin olivat ympärysverhot myös pohjoisen puolella sadan kyynärän pituiset; niiden pylväitä oli kaksikymmentä ja näiden vaskijalustoja kaksikymmentä, mutta pylväiden koukut ja niiden koristepienat olivat hopeata.
12 ১২ আৰু পশ্চিম দিশৰ পৰ্দা পঞ্চাশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা দহটা, আৰু খুটাবোৰৰ চুঙী দহটা আছিল; আৰু খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
Mutta lännen puolella olivat ympärysverhot viidenkymmenen kyynärän pituiset; niiden pylväitä oli kymmenen ja näiden jalustoja kymmenen, ja pylväiden koukut ja niiden koristepienat olivat hopeata.
13 ১৩ চোতালখনৰ পূৱদিশও পঞ্চাশ হাত দীঘল আছিল।
Ja etupuolella, itään päin, olivat ympärysverhot viidenkymmenen kyynärän pituiset.
14 ১৪ প্রবেশ দুৱাৰৰ এটা কাষৰ পৰ্দা পোন্ধৰ হাত দীঘল আছিল; আৰু সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
Ympärysverhot olivat portin toisella sivulla viidentoista kyynärän pituiset, ja niiden pylväitä oli kolme ja näiden jalustoja kolme.
15 ১৫ চোতালৰ প্রবেশ দুৱাৰৰ আন কাষতো একেদৰে পোন্ধৰ হাত দীঘল পৰ্দা আছিল। সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
Samoin olivat ympärysverhot toisellakin sivulla, siis esipihan portin kummallakin puolella, viidentoista kyynärän pituiset; niiden pylväitä oli kolme ja näiden jalustoja kolme.
16 ১৬ চোতালৰ চাৰিওদিশৰ পৰ্দাবোৰ পকোৱা মিহি শণ সূতাৰে তৈয়াৰী আছিল।
Kaikki esipihan ympärysverhot yltympäri olivat kerratuista valkoisista pellavalangoista,
17 ১৭ খুটাবোৰৰ চুঙীবোৰ পিতলেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ বাবে হাঁকোটা আৰু মাৰিবোৰ ৰূপেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ মুৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল; আৰু চোতালৰ আটাইবোৰ খুটাতে ৰূপৰ মাৰি লগোৱা হৈছিল।
ja pylväiden jalustat olivat vaskea, mutta pylväiden koukut ja niiden koristepienat olivat hopeata, ja niiden päiden päällystys oli hopeata; kaikki esipihan pylväät olivat ympäröidyt hopeaisilla koristepienoilla.
18 ১৮ চোতালৰ দুৱাৰৰ পৰ্দাবোৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে বোৱা, আৰু শিল্পকাৰে ফুল বাছি তৈয়াৰ কৰিছিল। পৰ্দাখন আছিল দীঘলে বিশ হাত, আৰু ওখই পাঁচ হাত, চোতালৰ বাকী পৰ্দাবোৰৰ জোখৰ আছিল।
Ja esipihan portin uudin oli kirjaellen kudottu punasinisistä, purppuranpunaisista ja helakanpunaisista langoista ja kerratuista valkoisista pellavalangoista, kahdenkymmenen kyynärän pituinen ja niinkuin esipihan ympärysverhotkin viiden kyynärän korkuinen, vaatteen leveyden mukaan;
19 ১৯ পৰ্দাৰ বাবে চাৰিটা খুঁটা; আৰু চাৰিটা পিতলৰ চুঙী; আৰু সেইবোৰৰ হাঁকোটা ৰূপৰ আছিল। খুটাৰ ওপৰভাগ আৰু মাৰী বোৰ ৰূপেৰে তৈয়াৰী।
ja sen pylväitä oli neljä ja näiden vaskijalustoja neljä, mutta niiden koukut olivat hopeata, ja niiden päiden päällystys ja niiden koristepienat olivat hopeata.
20 ২০ আবাসৰ আৰু চোতালৰ চাৰিওফালৰ খুটাবোৰ পিতলৰ আছিল।
Ja kaikki asumuksen ja ympärillä olevan esipihan vaarnat olivat vaskea.
21 ২১ মোচিৰ নিৰ্দেশ অনুসাৰে, সাক্ষ্য ফলি থকা আবাসৰ সকলো বস্তুৰ সংখ্যাৰ বৃত্তান্ত লিখিবলৈ পুৰোহিত হাৰোণৰ পুত্ৰ ঈথামৰে লেবীয়া সকলক আদেশ দিলে।
Näin paljon lasketaan menneen asumuksen, lain asumuksen, kustannuksiin, joka lasku tehtiin Mooseksen käskyn mukaan leeviläisten toimesta, Iitamarin, pappi Aaronin pojan, johdolla.
22 ২২ যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলে, যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে সকলোকে কৰিলে।
Ja Besalel, Uurin poika, Huurin pojanpoika, Juudan sukukunnasta, oli tehnyt kaikki, mistä Herra oli Moosekselle käskyn antanut,
23 ২৩ দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াব তেওঁৰ সহায়কাৰী আছিল, তেওঁ এজন দক্ষতাসম্পন্ন লোক আৰু নিপুণ শিল্পকাৰ আছিল। তেওঁ নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বাছিব জনা লোক আছিল।
ja hänellä oli apulaisena Oholiab, Ahisamakin poika, Daanin sukukunnasta, seppä ja kuvakudosten tekijä; tämä valmisti kirjokankaita punasinisistä, purppuranpunaisista ja helakanpunaisista langoista ja valkoisista pellavalangoista.
24 ২৪ পবিত্র স্থানৰ প্রকল্পৰ বাবে ব্যৱহাৰ হোৱা সকলো উপহাৰৰ সোণ পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে ঊনত্ৰিশ কিক্কৰ আৰু সাত শ ত্ৰিশ চেকল আছিল।
Kultaa, joka käytettiin siihen työhön, kaikkeen työhön pyhäkössä, oli heilutusuhrina tuotu kaikkiaan kaksikymmentä yhdeksän talenttia, seitsemänsataa kolmekymmentä sekeliä, pyhäkkösekelin painon mukaan.
25 ২৫ সমাজৰ দ্বাৰাই দিয়া ৰূপৰ ওজন পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে এশ কিক্কৰ আৰু এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল আছিল।
Ja hopeata, joka kansalta katselmusta pidettäessä kerääntyi, oli sata talenttia ja tuhat seitsemänsataa seitsemänkymmentä viisi sekeliä, pyhäkkösekelin painon mukaan,
26 ২৬ বা বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকপিয়ল অনুসাৰে ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন লোকৰ প্ৰতিজনে এক এক বেকা, অৰ্থাৎ পবিত্ৰ স্থানৰ চেকল অনুসাৰে আধা চেকলকৈ ৰূপ দিছিল।
puolikas, puoli sekeliä, henkeä kohti, pyhäkkösekelin painon mukaan, jokaiselta katselmuksessa olleelta kaksikymmenvuotiaalta ja sitä vanhemmalta, kaikkiaan kuudeltasadalta kolmelta tuhannelta viideltäsadalta viideltäkymmeneltä.
27 ২৭ এশ কিক্কৰ ৰূপ পবিত্ৰ স্থান আৰু পৰ্দাৰ চুঙীৰ বাবে খৰচ কৰা হ’ল। প্ৰত্যেক চুঙীত এক কিক্কৰকৈ এশ চুঙীৰ বাবে এশ কিক্কৰ ৰূপ খৰচ কৰা হ’ল।
Ja ne sata talenttia hopeata käytettiin pyhäkön jalustain ja esiripun jalustain valamiseen: sata talenttia sataan jalustaan, talentti jalustaa kohti.
28 ২৮ এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল ৰূপেৰে তেওঁ খুটাবোৰৰ হাঁকোটা তৈয়াৰ কৰিছিল। সেইবোৰৰ মুৰত, ৰূপৰ পতা মাৰিছিল, আৰু সেইবোৰৰ বাবে মাৰী তৈয়াৰ কৰা হৈছিল।
Ja niistä tuhannesta seitsemästäsadasta seitsemästäkymmenestä viidestä sekelistä tehtiin koukut pylväisiin ja päällystettiin hopealla niiden päät ja tehtiin niihin koristepienat.
29 ২৯ উপহাৰৰ পৰা পোৱা পিতলৰ ওজন সত্তৰ কিক্কৰ দুই হাজাৰ চাৰিশ চেকল আছিল।
Ja heilutusuhri-vaskea oli seitsemänkymmentä talenttia, kaksituhatta neljäsataa sekeliä.
30 ৩০ এইবোৰেৰে তেওঁ সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, পিতলৰ বেদি, পিতলৰ জালিকটা, আৰু বেদিৰ সকলো সামগ্রী তৈয়াৰ কৰিছিল।
Siitä tehtiin jalustat ilmestysmajan oveen, vaskialttari ja siihen kuuluva vaskinen ristikkokehys ja kaikki alttarin kalut
31 ৩১ চোতালৰ বাবে চুঙী, চোতালৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, আবাসৰ বাবে সকলো খুঁটা, আৰু চোতালৰ বাবে সকলো খুঁটা গঢ়ালে।
sekä jalustat ympärillä olevaan esipihaan ja jalustat esipihan porttiin ja kaikki asumuksen vaarnat ja kaikki vaarnat ympärillä olevaan esipihaan.