< যাত্রাপুস্তক 33 >
1 ১ যিহোৱাই মোচিক ক’লে, “ইয়াৰ পৰা যোৱা, যি দেশ তোমাৰ বংশক দিম বুলি মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত শপত কৰিছিলোঁ, সেই দেশলৈ, মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা লোকসকলৰ সৈতে তুমি যোৱা।
И рече Господ Мојсију: Иди, дигни се одатле ти и народ, који си извео из земље мисирске, пут земље за коју се заклех Авраму, Исаку и Јакову говорећи: Семену твом даћу је.
2 ২ মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলক খেদিম।
И послаћу пред тобом анђела, и изагнаћу Хананеје, Амореје и Хетеје и Ферезеје и Јевеје и Јевусеје.
3 ৩ গাখীৰ আৰু মৌজোল বৈ থকা দেশলৈ যোৱা। কিন্তু মই তোমালোকৰ লগত নাযাওঁ; কাৰণ তোমালোক ঠৰডিঙীয়া লোক। মই হয়তো বাটতে তোমালোকক বিনষ্ট কৰিব পাৰোঁ।”
И одвешће вас у земљу где тече млеко и мед; јер нећу сам ићи с тобом зато што си народ тврдоврат, па бих те могао сатрти путем.
4 ৪ লোকসকলে যেতিয়া সেই সমস্যাৰ কথা শুনিলে, তেতিয়া তেওঁলোকে শোক কৰিলে; আৰু কোনো এজনেও অলঙ্কাৰ পৰিধান নকৰিলে।
А народ чувши ову злу реч ожалости се, и нико не метну на се свог накита.
5 ৫ যিহোৱাই মোচিক কৈছিল, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কোৱা, ‘তোমালোক ঠৰডিঙীয়া লোক। মই যদি তোমালোকৰ মাজলৈ এক মুহূৰ্তৰ বাবেও যাওঁ, তেনেহ’লে মই তোমালোকক বিনষ্ট কৰিম। সেয়ে তোমালোকৰ লগত মই কি কৰিব লাগে, সেই বিষয়ে যেতিয়ালৈকে মই সিদ্ধান্ত নলওঁ, তেতিয়ালৈকে তোমালোকে নিজৰ অলঙ্কাৰ খুলি ৰাখিব’।”
Јер Господ рече Мојсију: Кажи синовима Израиљевим: Ви сте народ тврдоврат; доћи ћу часом усред тебе, и истребићу те; а сада скини накит свој са себе, и знаћу шта ћу чинити с тобом.
6 ৬ তেতিয়া ইস্ৰায়েলী লোকসকলে হোৰেব পৰ্ব্বতৰ পৰাই নিজৰ অলঙ্কাৰবোৰ পৰিধান নকৰিলে।
И поскидаше са себе синови Израиљеви наките своје код горе Хорива.
7 ৭ মোচিয়ে তম্বুৰ কাপোৰ এটা লৈ, তম্বুৰ বাহিৰত কিছু দূৰত তৰিলে; আৰু তাৰ নাম সাক্ষাৎ কৰা তম্বু ৰাখিলে। যিহোৱাক বিচাৰা প্ৰতিজনে তম্বুৰ বাহিৰত থকা সেই সাক্ষাৎ কৰা তম্বুলৈ যায়।
А Мојсије узе шатор и разапе га себи иза логора далеко, и назва га шатор од састанка, и ко год тражаше Господа, долажаше к шатору од састанка иза логора.
8 ৮ মোচি যেতিয়া সেই তম্বুৰ ভিতৰলৈ যায়, তেতিয়া সকলো লোকে উঠি প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হয়। মোচিয়ে যেতিয়ালৈকে সেই তম্বুত নোসোমায়, তেতিয়ালৈকে লোকসকলে মোচিক চাই থাকে।
И кад Мојсије иђаше у шатор, сав народ устајаше, и свак стајаше на вратима свог шатора, и гледаху за Мојсијем док не уђе у шатор.
9 ৯ মোচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ-স্তম্ভ নামি আহি তম্বুৰ প্রবেশ দুৱাৰত স্থিতি লয়, আৰু যিহোৱাই মোচিৰে সৈতে কথা পাতে।
А кад Мојсије улажаше у шатор, спушташе се ступ од облака и устављаше се на вратима од шатора, и Господ говораше с Мојсијем.
10 ১০ লোকসকলে যেতিয়াই তম্বুৰ প্রবেশ দুৱাৰত মেঘ-স্তম্ভ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে।
И сав народ видећи ступ од облака где стоји на вратима од шатора, устајаше сав народ, и свак се клањаше на вратима од свог шатора.
11 ১১ যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।
И Господ говораше с Мојсијем лицем к лицу као што говори човек с пријатељем својим. Потом се враћаше Мојсије у логор, а слуга његов Исус син Навин, момак, не излажаше из шатора.
12 ১২ মোচিয়ে যিহোৱাক ক’লে, “চাওক, আপুনি এই লোকসকলক লৈ মোক যাত্রা কৰিব কৈছে; কিন্তু মোৰ লগত যি জনক পঠাব, তেওঁৰ বিষয়ে আপুনি মোক জানিব দিয়া নাই। আপুনি কৈছিল, মই নামৰ দ্বাৰাই তোমাক জানো, আৰু তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পালা।
И рече Мојсије Господу: Гледај, Ти ми кажеш: Води тај народ. А ниси ми казао кога ћеш послати са мном, а рекао си: Знам те по имену и нашао си милост преда мном.
13 ১৩ এতিয়া মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পালোঁ, তেনেহ’লে বিনয় কৰিছোঁ, মই যেন আপোনাক জানি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, সেই বাবে মোক আপোনাৰ পথ দেখাওক; আৰু এই লোকসকল যে আপোনাৰেই লোক ইয়াকো সোঁৱৰণ কৰক।”
Ако сам дакле нашао милост пред Тобом, покажи ми пут свој, да Те познам и нађем милост пред Тобом; и види да је овај народ Твој народ.
14 ১৪ তেতিয়া যিহোৱাই উত্তৰ দিলে, “মই স্বয়ং তোমাৰ লগত যাম, আৰু মই তোমাক বিশ্ৰাম দিম।”
И рече Господ: Моје ће лице ићи напред, и даћу ти одмор.
15 ১৫ মোচিয়ে তেওঁক ক’লে, “যদি আপুনি স্বয়ং মোৰ লগত নাযায়, তেনেহ’লে আমাক ইয়াৰ পৰা লৈ নাযাব।
А Мојсије му рече: Ако неће ићи напред лице Твоје, немој нас кретати одавде.
16 ১৬ নহ’লে আমি কি দৰে বুজি পাম যে, আপোনাৰ দৃষ্টিত মই আৰু আপোনাৰ লোকসকলে অনুগ্ৰহ পাইছো ইয়াক কিহৰ দ্বাৰাই জনা যাব? আপুনি আমাৰ লগত যোৱাৰ দ্বাৰায়েই মই আৰু আপোনাৰ লোকসকল পৃথিৱীত থকা সকলো জাতিৰ পৰা পার্থক্য হ’ব।”
Јер по чему ће се познати да смо нашли милост пред Тобом, ја и народ Твој? Зар не по томе што Ти идеш с нама? Тако ћемо се разликовати ја и народ Твој од сваког народа на земљи.
17 ১৭ যিহোৱাই মোচিক ক’লে, “এই যি কথা তুমি ক’লা, তাকো মই কৰিম। কিয়নো তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পাইছা, আৰু মই তোমাক তোমাৰ নামে সৈতে জানো।”
А Господ рече Мојсију: Учинићу и то што си казао, јер си нашао милост преда мном и знам те по имену.
18 ১৮ তেতিয়া মোচিয়ে ক’লে, “বিনয় কৰিছোঁ মোক আপোনাৰ প্ৰতাপ দেখাওক।”
Опет рече Мојсије: Молим Те, покажи ми славу своју.
19 ১৯ যিহোৱাই ক’লে, “মই তোমাৰ ওচৰেৰে মোৰ সকলো ধাৰ্মিকতা গমন কৰাম, আৰু তোমাৰ আগত মোৰ নাম ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজোঁ, তাক মই অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজোঁ, তাক মই দয়া কৰিম।”
А Господ му рече: Учинићу да прође све добро моје испред тебе, и повикаћу по имену: Господ пред тобом. Смиловаћу се коме се смилујем, и пожалићу кога пожалим.
20 ২০ কিন্তু যিহোৱাই পুনৰ ক’লে, “তুমি মোৰ চেহেৰা দেখা নোপোৱা; কাৰণ কোনো মানুহে মোক দেখাৰ পাছত জীয়াই নাথাকে।”
И рече: Али нећеш моћи видети лице моје, јер не може човек мене видети и остати жив.
21 ২১ যিহোৱাই ক’লে, “চোৱা, মোৰ ওচৰত এটা শিল আছে, আৰু তুমি সেই শিলটোৰ ওপৰত থিয় হ’বা।
И рече Господ: Ево место код мене, па стани на стену.
22 ২২ তোমাৰ আগেদি যেতিয়া মোৰ প্ৰতাপ গমন কৰিব, তেতিয়া মই তোমাক শিলটোৰ ফাটত থম, আৰু মোৰ গমন শেষ নোহোৱালৈকে মোৰ হাতেৰে তোমাক ঢাকি ধৰিম।
И кад стане пролазити слава моја, метнућу те у раселину камену, и заклонићу те руком својом док не прођем.
23 ২৩ তাৰ পাছত মই তোমাৰ ওপৰৰ পৰা হাত গুচাম, আৰু তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাপাবা।”
Потом ћу дигнути руку своју, и видећеш ме с леђа, а лице се моје не може видети.