< এস্থার 3 >

1 এই ঘটনাৰ পাছত, ৰজা অহচবেৰোচে অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক উন্নত কৰি উচ্চ পদত প্রতিষ্ঠিত কৰিলে, আৰু তেওঁৰ লগত থকা সকলো কৰ্মচাৰীৰ ওপৰত তেওঁক ক্ষমতা দিলে।
Poslije tih događaja kralj Ahasver promaknu Hamana, Hamdatina sina, Agađanina: uzvisi ga i njegovo prijestolje postavi iznad svih ostalih dostojanstvenika koji su bili s njim.
2 ৰাজ-দুৱাৰত থকা ৰজাৰ দাস সকলে হামনৰ আগত আঠুকাঢ়ি প্ৰণিপাত কৰিছিল; কাৰণ ৰজাই তেওঁলোকক সেইদৰে কৰিবলৈ আজ্ঞা দিছিল। কিন্তু মৰ্দখয়ে আঠু নাকাঢ়িছিল আৰু প্ৰণিপাতো নকৰিছিল।
Svi službenici kraljevi koji su se nalazili na kraljevim vratima prigibali bi koljena i padali ničice pred Hamanom, jer je tako zapovjedio kralj. Ali Mordokaj ne bi prignuo koljeno niti bi pao ničice.
3 তাৰ পাছত ৰাজদুৱাৰত থকা ৰজাৰ দাস সকলে মৰ্দখয়ক ক’লে, “আপুনি কিয় ৰজাৰ আজ্ঞা পালন কৰা নাই?”
Službenici kraljevi koji su se nalazili na vratima kraljevim rekoše Mordokaju: "Zašto prestupaš kraljevu zapovijed?"
4 এইদৰে প্রতিদিনে তেওঁক কোৱাৰ পাছতো তেওঁ তেওঁলোকৰ দাবী মানিবলৈ অমান্তি হ’ল। তাতে তেওঁলোকে মৰ্দখয়ৰ কথা একেদৰে থাকিব নে নাই সেই কথা জানিবলৈ তেওঁলোকে হামনক এই বিষয়ত জনালে। কাৰণ মৰ্দখয় যে এজন যিহুদী লোক, সেই বিষয়ে তেওঁ তেওঁলোকক কৈছিল।
Iako su mu oni to ponavljali svaki dan, on ih ne posluša. Onda oni to dojaviše Hamanu, da vide vrijedi li Mordokajevo opravdanje. Jer im bijaše rekao da je Židov.
5 হামনে যেতিয়া দেখিলে যে, মৰ্দখয়ে তেওঁৰ আগত আঠু লোৱা নাই আৰু প্ৰণিপাতো কৰা নাই, তেতিয়া তেওঁ ক্ৰোধেৰে পৰিপূৰ্ণ হ’ল।
Kad Haman utvrdi da Mordokaj niti prigiba koljeno niti pada ničice pred njim, jako se razljuti.
6 তেওঁ কেৱল মৰ্দখয়ক বধ কৰা কথাত অপমান বোধ কৰিলে। কাৰণ ৰজাৰ দাস সকলে মৰ্দখয় কোন লোক সকলৰ পৰা আহিছিল সেই কথা তেওঁক কৈছিল। সেয়ে হামনে ৰজা অহচবেৰোচৰ সমগ্র ৰাজ্যত থকা মৰ্দখয়ৰ যিহুদী লোকসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰিলে।
A kad dozna kojemu narodu pripada, učini mu se premalo podići ruke na samog Mordokaja nego naumi s njim pobiti i sve Židove koji su živjeli u svem kraljevstvu Ahasverovu.
7 প্রথম মাহত (নীচান মাহত) ৰজা অহচবেৰোচ ৰাজত্বৰ দ্বাদশ বছৰত, হামনৰ আগত দ্বাদশ মাহলৈকে (অদৰ মাহত) ক্ৰম অনুসাৰে প্ৰতিদিনৰ আৰু প্ৰত্যেক মাহৰ বাবে পুৰ অৰ্থাৎ চিঠি খেলোৱা হ’ল।
U prvom mjesecu, to jest u mjesecu Nisanu, dvanaeste godine Ahasverova kraljevanja u nazočnosti Hamana baciše "Pur", to jest ždrijeb, da utvrde dan i mjesec. Ždrijeb pade na trinaesti dan dvanaestoga mjeseca, to jest na mjeseca Adara.
8 তাৰ পাছত হামনে ৰজা অহচবেৰোচক ক’লে, “আপোনাৰ ৰাজ্যৰ সকলো প্ৰদেশৰ মাজত কিছুমান লোক ছিন্ন-ভিন্ন হৈ বিভিন্ন স্থানত আছে। তেওঁলোকৰ বিধি আন লোকসকলৰ পৰা পৃথক; আৰু তেওঁলোকে ৰজাৰ বিধি পালন নকৰে। সেয়ে তেওঁলোকক ৰজাই থাকিবলৈ দিয়া উচিত নহয়।
I Haman kaza kralju Ahasveru: "U svim pokrajinama tvoga kraljevstva ima jedan narod razasut među drugim narodima i od njih odvojen. Njegovi su zakoni drugačiji od zakona u svih ostalih naroda. Oni se ne drže kraljevskih odredaba. Kralj ih zato ne smije pustiti na miru.
9 যদি ৰজাৰ দৃষ্টিত ভাল দেখে, তেনেহলে তেওঁলোকক বধ কৰিবলৈ আদেশ দিয়া হওক; তাতে মই ৰাজ- ভঁৰালত ৰাখিবৰ অৰ্থে ৰজাৰ ব্যৱসায়ৰ তত্ত্বাৱধানত থকা ৰাজ-কৰ্মচাৰী সকলৰ হাতত দহ-হাজাৰ কিক্কৰ ৰূপ দিম।”
Ako je kralju po volji, neka se raspiše da se oni zatru; a ja ću izbrojiti deset tisuća srebrnih talenata na ruke povjerenika da ih pohrane u kraljevsku riznicu."
10 ১০ তেতিয়া ৰজাই নিজৰ হাতৰ পৰা মোহৰ মৰা আঙুঠি সোলাকাই যিহুদী সকলৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্ৰ হামনক দিলে।
Nakon toga kralj skinu pečatni prsten s ruke i preda ga Hamanu, sinu Hamdatinu, Agađaninu, neprijatelju Židova,
11 ১১ ৰজাই হামনক ক’লে, “আপোনাক আৰু আপোনাৰ লোকসকলক যাতে ধন ঘূৰাই দিয়া হয়, সেই বিষয়ে মই লক্ষ্য কৰিম। আপুনি যি ইচ্ছা কৰে, এই ধনেৰে কৰিব পাৰিব।”
i kaza mu: "Neka ti bude novac i narod, pa učini s njim što bude dobro u tvojim očima."
12 ১২ তাৰ পাছত প্ৰথম মাহৰ তেৰ দিনৰ দিনা ৰজাৰ লিখক সকলক মাতি পঠিওৱা হ’ল। সেই দিনা হামনে দিয়া আজ্ঞা অনুসাৰে যি সকল লোক সকলো প্রদেশৰ ওপৰত আৰু বিভিন্ন লোকৰ দেশাধ্যক্ষ, আৰু সকলো লোকৰ কৰ্মচাৰী সকলক, প্ৰত্যেক প্ৰদেশৰ নিজৰ আখৰ, আৰু প্ৰত্যেক লোকৰ নিজৰ ভাষা অনুসাৰে পত্ৰ লিখিবলৈ আৰু ৰজাৰ আঙুঠিৰে মোহৰ মাৰিবলৈ দিয়া হ’ল।
Trinaestoga dana prvoga mjeseca bijahu sazvani kraljevi pisari, pa o onome što je naložio Haman sastaviše pisma i upraviše ih kraljevskim namjesnicima, upraviteljima što stajahu na čelu pojedinih pokrajina, knezovima svakoga pojedinog naroda, svakoj pokrajini njezinim pismom i svakom narodu njegovim jezikom. Pisma su napisana u kraljevo ime i na njima je udaren kraljev pečat.
13 ১৩ একে দিনতে দ্বাদশ মাহৰ (অদৰ মাহত) তেৰ দিনৰ দিনা যুৱকৰ পৰা বৃদ্ধলৈকে, ল’ৰা-ছোৱালী আৰু মহিলাৰ সৈতে সকলো যিহুদী লোকক সংহাৰ, বধ, আৰু ধ্বংস কৰা হ’ব, আৰু তেওঁলোকৰ সম্পত্তি লুট কৰা হ’ব, এই বুলি লিখি পত্ৰখন ডাকোৱালৰ দ্বাৰাই ৰজাৰ সকলো প্ৰদেশলৈ পঠাই দিয়া হ’ল।
Po skorotečama razaslane su svim kraljevim pokrajinama poslanice da se svi Židovi, od dječaka do staraca, djeca i žene unište, pobiju, zatru, a njihova dobra da se zaplijene u jednom jedinom danu, i to trinaestog dana dvanaestog mjeseca, mjeseca Adara.
14 ১৪ সেই দিনৰ বাবে সকলো লোক যেন যুগুত হয়, সেয়ে প্ৰত্যেক প্ৰদেশত হুকুম জাৰি কৰিবলৈ আৰু সকলো লোকৰ আগত প্রচাৰ কৰিবলৈ, সেই পত্রৰ নকল যুগুত কৰা হ’ল।
Sadržaj ove naredbe, koja je imala postati zakonom u svakoj pokrajini, bio je objavljen svim narodima da bi bili spremni za taj dan.
15 ১৫ ৰজাৰ হুকুম মতে ডাকোৱাল সকল বেগাই ওলাই গ’ল, আৰু সেই পত্র বিলাই দিলে। সেই আজ্ঞা চুচন ৰাজপ্রসাদতো বিলোৱা হ’ল। তাৰ পাছত ৰজা আৰু হামনে দ্ৰাক্ষাৰস পান কৰিবলৈ বহিল, কিন্তু চুচন নগৰত হ’লে বিক্ষোভ হ’ল।
Skoroteče žurno potekoše s kraljevskom naredbom. Zakon bi objavljen i u tvrđavi Suze, pa dok su kralj i Haman sjedili i častili se, grad je Suza bio uznemiren.

< এস্থার 3 >