< এস্থার 10 >
1 ১ তাৰ পাছত ৰজা অহচবেৰোচে দেশত, আৰু সমুদ্ৰৰ পাৰত থকা দেশবোৰত কৰ ধাৰ্য্য কৰিলে।
Ruoth Ahasuerus noketo osuru e lochne duto nyaka e dho nembe man mabor.
2 ২ তেওঁৰ ক্ষমতা আৰু পৰাক্ৰমৰ সকলো কথা, ৰজাই মৰ্দখয়ক যি মহত্ত্ব দি ওখ পদত তুলিছিল, তাৰ সম্পূৰ্ণ বৃত্তান্ত মাদিয়া আৰু পাৰস্যৰ ৰজা সকলৰ ইতিহাস পুস্তকত লিখা আছে।
Weche duto mag ruoth gi tekone kod timbene madongo kaachiel gi duongʼ mane omiyo Modekai ondiki e kitabu mag loch mag ruodhi Media gi Pasia.
3 ৩ যিহুদী মৰ্দখয় ৰজা অহচবেৰোচ দ্বিতীয় স্থানত আছিল। যিহুদী লোক সকলৰ মাজত তেওঁ মহৎ আছিল, আৰু তেওঁৰ অনেক যিহুদী ভাই সকলৰ মাজত জনাজাত আছিল। কিয়নো তেওঁ নিজৰ লোক সকলৰ হিত চিন্তা কৰিছিল; আৰু তেওঁলোকৰ শান্তিৰ বাবে কথা কৈছিল।
Modekai ma ja-Yahudi ne en jalup ruoth Ahasuerus, noyudo duongʼ mongʼere e kind jo-Yahudi; kendo ogandane mangʼeny nohere, nikech notiyo matek mondo jo-Yahudi duto odag maber.