< কলচীয়া 2 >
1 ১ আপোনালোকক সহায় কৰাৰ কাৰণে মই কিমান কঠোৰ প্ৰতিকুল অৱস্থাৰ মূখা-মূখি হৈছোঁ, সেই বিষয়ে আপোনালোকে জনাটো মই বিচাৰো৷ যি সকল লায়দিকেয়াত আছে আৰু যিমান মানুহে মোৰ মাংসময় মুখ দেখা নাই, সেই সকলৰ বাবেও মোৰ যুজ হৈ আছে৷
யுஷ்மாகம்’ லாயதி³கேயாஸ்த²ப்⁴ராத்ரு’ணாஞ்ச க்ரு’தே யாவந்தோ ப்⁴ராதரஸ்²ச மம ஸா²ரீரிகமுக²ம்’ ந த்³ரு’ஷ்டவந்தஸ்தேஷாம்’ க்ரு’தே மம கியாந் யத்நோ ப⁴வதி தத்³ யுஷ்மாந் ஜ்ஞாபயிதும் இச்சா²மி|
2 ২ মই বিচাৰো তেখেত সকলৰ হৃদয়ে যেন আশ্বাস পায় আৰু তেখেত সকলে প্ৰেমত সংযুক্ত হৈ সম্পূৰ্ণ নিশ্চয়তাযুক্ত বুদ্ধিৰূপ সকলো ধনত ধনী হ’বৰ বাবে যেন ঈশ্বৰৰ নিগূঢ়-তত্ব জানে, সেই নিগূঢ় তত্বই হ’ল, খ্ৰীষ্ট৷
ப²லத: பூர்ணபு³த்³தி⁴ரூபத⁴நபோ⁴கா³ய ப்ரேம்நா ஸம்’யுக்தாநாம்’ தேஷாம்’ மநாம்’ஸி யத் பிதுரீஸ்²வரஸ்ய க்²ரீஷ்டஸ்ய ச நிகூ³ட⁴வாக்யஸ்ய ஜ்ஞாநார்த²ம்’ ஸாந்த்வநாம்’ ப்ராப்நுயுரித்யர்த²மஹம்’ யதே|
3 ৩ সেই খ্ৰীষ্টতেই জ্ঞান আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।
யதோ வித்³யாஜ்ஞாநயோ: ஸர்வ்வே நித⁴ய: க்²ரீஷ்டே கு³ப்தா: ஸந்தி|
4 ৪ কোনেও যেন আপোনালোকক প্ৰলোভন-বাক্যেৰে নুভুলায়, এই কাৰণে মই এইবোৰ কথা কৈছোঁ।
கோ(அ)பி யுஷ்மாந் விநயவாக்யேந யந்ந வஞ்சயேத் தத³ர்த²ம் ஏதாநி மயா கத்²யந்தே|
5 ৫ আৰু মই শাৰীৰিক ভাবে উপস্থিত নাথাকিলেও, আত্মাৰে আপোনালোকৰ লগত আছোঁ; আৰু আনন্দ কৰি আপোনালোকৰ সু-ৰীতি আৰু খ্ৰীষ্টত আপোনালোকৰ বিশ্বাসৰ যি অলৰতা, সেয়া চাই আছোঁ।
யுஷ்மத்ஸந்நிதௌ⁴ மம ஸ²ரீரே(அ)வர்த்தமாநே(அ)பி மமாத்மா வர்த்ததே தேந யுஷ்மாகம்’ ஸுரீதிம்’ க்²ரீஷ்டவிஸ்²வாஸே ஸ்தி²ரத்வஞ்ச த்³ரு’ஷ்ட்வாஹம் ஆநந்தா³மி|
6 ৬ এতেকে আপোনালোকে খ্রীষ্ট যীচুক যেনেকৈ গ্ৰহণ কৰিলে, তেনেকৈ তেওঁতেই জীৱন-যাপন কৰক৷
அதோ யூயம்’ ப்ரபு⁴ம்’ யீஸு²க்²ரீஷ்டம்’ யாத்³ரு’க்³ க்³ரு’ஹீதவந்தஸ்தாத்³ரு’க் தம் அநுசரத|
7 ৭ তেওঁতেই দৃঢ় ৰূপে শিপা ধৰি, তেওঁত গঁথা হৈ, যেনেকৈ শিক্ষা পাইছিল, তেনেকৈ বিশ্বাসত স্থিৰ হৈ থাকক, আৰু ধন্যবাদত উপচি পৰক।
தஸ்மிந் ப³த்³த⁴மூலா: ஸ்தா²பிதாஸ்²ச ப⁴வத யா ச ஸி²க்ஷா யுஷ்மாபி⁴ ர்லப்³தா⁴ தத³நுஸாராத்³ விஸ்²வாஸே ஸுஸ்தி²ரா: ஸந்தஸ்தேநைவ நித்யம்’ த⁴ந்யவாத³ம்’ குருத|
8 ৮ কোনোৱে যেন আপোনালোকক দৰ্শন-বিদ্যা আৰু প্ৰবঞ্চনাৰ দ্বাৰাই বন্দী কৰি নিনিয়ে, এই কাৰণে সাৱধান হব; সেইবোৰ মানুহ পুৰুষে পুৰুষে চলাই অহা বিধান আৰু জগতৰ প্ৰাথমিক বিধিৰ অনুৰূপ, খ্ৰীষ্টৰ অনুৰূপ নহয়।
ஸாவதா⁴நா ப⁴வத மாநுஷிகஸி²க்ஷாத இஹலோகஸ்ய வர்ணமாலாதஸ்²சோத்பந்நா க்²ரீஷ்டஸ்ய விபக்ஷா யா த³ர்ஸ²நவித்³யா மித்²யாப்ரதாரணா ச தயா கோ(அ)பி யுஷ்மாகம்’ க்ஷதிம்’ ந ஜநயது|
9 ৯ কিয়নো তেওঁত ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা শাৰীৰিক ৰূপে নিবাস কৰে।
யத ஈஸ்²வரஸ்ய க்ரு’த்ஸ்நா பூர்ணதா மூர்த்திமதீ க்²ரீஷ்டே வஸதி|
10 ১০ যি জন সকলো আধিপত্য আৰু ক্ষমতাৰ মূৰ, তেওঁতেই আপোনালোক সম্পূৰ্ণৰূপে পূৰ্ণ হৈ আছে৷
யூயஞ்ச தேந பூர்ணா ப⁴வத² யத: ஸ ஸர்வ்வேஷாம்’ ராஜத்வகர்த்த்ரு’த்வபதா³நாம்’ மூர்த்³தா⁴ஸ்தி,
11 ১১ তেওঁতেই আপোনালোক বিনাহাতে কৰা চুন্নৎ, মাংসময় শৰীৰ বস্ত্ৰ স্বৰূপে সোলোকাই পোলোৱাৰ দ্বাৰাই আপোনালোকে খ্ৰীষ্টৰ চুন্নতেৰে চুন্নৎ হ’ল৷
தேந ச யூயம் அஹஸ்தக்ரு’தத்வக்சே²தே³நார்த²தோ யேந ஸா²ரீரபாபாநாம்’ விக்³ரஸத்யஜ்யதே தேந க்²ரீஷ்டஸ்ய த்வக்சே²தே³ந சி²ந்நத்வசோ ஜாதா
12 ১২ বাপ্তিস্মত আপোনালোক তেওঁৰ সৈতে মৈদামত থোৱা হ’ল আৰু ঈশ্বৰৰ কাৰ্য সাধন শক্তিত বিশ্বাস কৰাৰ দ্বাৰাই তেওঁৰ সৈতে তোলাও হ’ল।
மஜ்ஜநே ச தேந ஸார்த்³த⁴ம்’ ஸ்²மஸா²நம்’ ப்ராப்தா: புந ர்ம்ரு’தாநாம்’ மத்⁴யாத் தஸ்யோத்தா²பயிதுரீஸ்²வரஸ்ய ஸ²க்தே: ப²லம்’ யோ விஸ்²வாஸஸ்தத்³வாரா தஸ்மிந்நேவ மஜ்ஜநே தேந ஸார்த்³த⁴ம் உத்தா²பிதா அப⁴வத|
13 ১৩ আৰু আপোনালোকে যেতিয়া অপৰাধত আৰু মাংসৰ অচুন্নতত মৃত আছিল, তেতিয়া ঈশ্বৰে তেওঁৰ সৈতে আপোনালোকক জীয়ালে আৰু বাস্তৱিক তেওঁ আমাৰ সকলো অপৰাধ ক্ষমা কৰিলে৷
ஸ ச யுஷ்மாந் அபராதை⁴: ஸா²ரீரிகாத்வக்சே²தே³ந ச ம்ரு’தாந் த்³ரு’ஷ்ட்வா தேந ஸார்த்³த⁴ம்’ ஜீவிதவாந் யுஷ்மாகம்’ ஸர்வ்வாந் அபராதா⁴ந் க்ஷமிதவாந்,
14 ১৪ আমাৰ বিৰুদ্ধে ধাৰৰ অভিযোগ থকা হাতে লিখা যি আজ্ঞাৰ প্ৰমাণ পত্ৰ খন আমাৰ বিপক্ষে আছিল, সেই খন তেওঁ মচি পেলালে আৰু গজাল মাৰি ক্ৰুচত লগাই, সেই খন দূৰ কৰিলে৷
யச்ச த³ண்டா³ஜ்ஞாரூபம்’ ரு’ணபத்ரம் அஸ்மாகம்’ விருத்³த⁴ம் ஆஸீத் தத் ப்ரமார்ஜ்ஜிதவாந் ஸ²லாகாபி⁴: க்ருஸே² ப³த்³த்⁴வா தூ³ரீக்ரு’தவாம்’ஸ்²ச|
15 ১৫ তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপসাৰিত কৰিলে, আৰু তেওঁলোকক মুকলিভাবে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি এটা বিজয়ৰ শোভাযাত্ৰাত তেওঁলোকক চালিত কৰিলে৷
கிஞ்ச தேந ராஜத்வகர்த்த்ரு’த்வபதா³நி நிஸ்தேஜாம்’ஸி க்ரு’த்வா பராஜிதாந் ரிபூநிவ ப்ரக³ல்ப⁴தயா ஸர்வ்வேஷாம்’ த்³ரு’ஷ்டிகோ³சரே ஹ்ரேபிதவாந்|
16 ১৬ এতেকে কোনেও আপোনালোকক ভোজনত বা পান কৰাত বা উৎসৱত বা ন জোনত বা বিশ্ৰামবাৰৰ কথাত, বিচাৰ নকৰক।
அதோ ஹேதோ: கா²த்³யாகா²த்³யே பேயாபேயே உத்ஸவ: ப்ரதிபத்³ விஸ்²ராமவாரஸ்²சைதேஷு ஸர்வ்வேஷு யுஷ்மாகம்’ ந்யாயாதி⁴பதிரூபம்’ கமபி மா க்³ரு’ஹ்லீத|
17 ১৭ এই সকলো ভাবী বিষয়ৰ ছাঁ মাথোন; কিন্তু প্ৰকৃত সত্য হৈছে খ্ৰীষ্ট।
யத ஏதாநி சா²யாஸ்வரூபாணி கிந்து ஸத்யா மூர்த்தி: க்²ரீஷ்ட: |
18 ১৮ কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।
அபரஞ்ச நம்ரதா ஸ்வர்க³தூ³தாநாம்’ ஸேவா சைதாத்³ரு’ஸ²ம் இஷ்டகர்ம்மாசரந் ய: கஸ்²சித் பரோக்ஷவிஷயாந் ப்ரவிஸ²தி ஸ்வகீயஸா²ரீரிகபா⁴வேந ச முதா⁴ க³ர்வ்வித: ஸந்
19 ১৯ কিন্তু সংস্পৰ্শ আৰু বন্ধনবোৰৰ দ্বাৰাই প্ৰতিপালিত আৰু দৃঢ়ৰূপে সংযুক্ত হোৱা গোটেই শৰীৰ যি জনৰ পৰা ঐশ্বৰিক বৃদ্ধি পাই বাঢ়িছে, সেই মূৰ স্বৰূপ খ্ৰীষ্টক অৱলম্বন নকৰে৷
ஸந்தி⁴பி⁴: ஸி²ராபி⁴ஸ்²சோபக்ரு’தம்’ ஸம்’யுக்தஞ்ச க்ரு’த்ஸ்நம்’ ஸ²ரீரம்’ யஸ்மாத் மூர்த்³த⁴த ஈஸ்²வரீயவ்ரு’த்³தி⁴ம்’ ப்ராப்நோதி தம்’ மூர்த்³தா⁴நம்’ ந தா⁴ரயதி தேந மாநவேந யுஷ்மத்த: ப²லாபஹரணம்’ நாநுஜாநீத|
20 ২০ যদি আপোনালোকে জগতৰ পাপপূৰ্ণ নিয়মবোৰৰ বিশ্বাসত খ্ৰীষ্টৰ সৈতে একেলগে মৰিল, তেনেহলে কিয় জগতৰ বিশ্বাসত জীৱন-যাপন কৰি বশীভূত হৈ আছে:
யதி³ யூயம்’ க்²ரீஷ்டேந ஸார்த்³த⁴ம்’ ஸம்’ஸாரஸ்ய வர்ணமாலாயை ம்ரு’தா அப⁴வத தர்ஹி யை ர்த்³ரவ்யை ர்போ⁴கே³ந க்ஷயம்’ க³ந்தவ்யம்’
21 ২১ “সেইবোৰক নধৰিবা, নাচাকিবা, নুচুবাও?”
தாநி மா ஸ்ப்ரு’ஸ² மா பு⁴ம்’க்ஷ்வ மா க்³ரு’ஹாணேதி மாநவைராதி³ஷ்டாந் ஸி²க்ஷிதாம்’ஸ்²ச விதீ⁴ந்
22 ২২ লোক সকলৰ বাবে এই আজ্ঞা আৰু শিক্ষা সকলো বস্তু ভোগ কৰাৰ দ্বাৰাই ক্ষয় পাবৰ কাৰেণেহে হৈছে৷
ஆசரந்தோ யூயம்’ குத: ஸம்’ஸாரே ஜீவந்த இவ ப⁴வத²?
23 ২৩ এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান, আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰিক দুখ দিয়া, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সাৰ্থক নহয়।
தே வித⁴ய: ஸ்வேச்சா²ப⁴க்த்யா நம்ரதயா ஸ²ரீரக்லேஸ²நேந ச ஜ்ஞாநவிதி⁴வத் ப்ரகாஸ²ந்தே ததா²பி தே(அ)க³ண்யா: ஸா²ரீரிகபா⁴வவர்த்³த⁴காஸ்²ச ஸந்தி|