< আমোস 8 >
1 ১ প্ৰভু যিহোৱাই, মোক পুনৰ এটা দর্শন দেখুৱালে: তেওঁ মোক এপাচি পকা ফল দেখুৱালে।
Följande syn lät Herren, HERREN mig se; Jag såg en korg med mogen frukt.
2 ২ তেওঁ ক’লে, “আমোচ তুমি কি দেখা পাইছা?” মই কলোঁ, “এপাচি পকা ফল।” তেতিয়া যিহোৱাই মোক ক’লে, “মোৰ প্ৰজা ইস্ৰায়েলৰ শেষ সময় উপস্থিত হৈছে: মই তেওঁলোকক কেতিয়াও পুনৰ ক্ষমা নকৰিম।
Och han sade: »Vad ser du, Amos?» Jag svarade: »En korg med mogen frukt.» Då sade HERREN till mig: »Mitt folk Israel är moget till undergång; jag kan icke vidare tillgiva dem.
3 ৩ প্ৰভু যিহোৱাই কৈছে, “সেইদিনা ৰাজকীয়-মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ’ব; মৰা-শৱ অনেক হ’ব; সেইবোৰ নীৰৱে পেলোৱা হ’ব। “মনে মনে থাকা!”
Och sångerna i palatset skola på den dagen förbytas i jämmer, säger Herren, HERREN; man skall få se lik i mängd, överallt skola de ligga kastade; ja, stillhet må råda!»
4 ৪ তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।
Hören detta, I som stån den fattige efter livet och viljen göra slut på de ödmjuka i landet,
5 ৫ তোমালোকে কোৱা যে, “ন-জোনৰ উৎসৱ কেতিয়া শেষ হ’ব? “আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে, বিশ্ৰাম-দিন কেতিয়া শেষ হ’ব? আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে, আমি ঐফা সৰু কৰিম, চেকেল বঢ়াম, আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম।
I som sägen: »När är då nymånadsdagen förbi, så att vi få sälja säd, och sabbaten, så att vi få öppna vårt sädesförråd? Då vilja vi göra efa-måttet mindre och priset högre och förfalska vågen, så att den visar orätt vikt.
6 ৬ ৰূপৰ বিনিময়ত দৰিদ্রক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল’ম। সাৰি পেলাই দিয়া ঘেহুঁ বিক্রী কৰিম।”
Då vilja vi köpa de arma för penningar och den fattige för ett par skor; och avfall av säden vilja vi då sälja såsom säd.»
7 ৭ যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, “মই নিশ্চয়ে তেওঁলোকে যি কাৰ্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।”
HERREN har svurit vid Jakobs stolthet: Aldrig skall jag förgäta detta allt som de hava gjort.
8 ৮ ইয়াৰ বাবে জানো দেশ নকঁপিব? তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব? গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে ওফন্দি উঠিব, অশান্ত হ’ব আৰু পুনৰ নামি যাব, ঠিক মিচৰৰ নদীখনৰ নিচিনাই হ’ব।
Skulle jorden icke darra, när sådant sker, och skulle icke alla dess inbyggare sörja? Skulle icke hela jorden höja sig såsom Nilen och röras upp och åter sjunka såsom Egyptens flod?
9 ৯ প্ৰভু যিহোৱাই এই কথা কৈছে: “সেই দিনা মই দুপৰীয়াতে সূৰ্যক অস্ত যাবলৈ দিম, দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম।
Och det skall ske på den dagen, säger Herren, HERREN, att jag skall låta solen gå ned i dess middagsglans och låta jorden sjunka i mörker mitt på ljusa dagen.
10 ১০ মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম; তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম, প্ৰত্যেকৰ মূৰ টকলা হ’ব; একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম, আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব।
Jag skall förvandla edra högtider till sorgetider och alla edra sånger till klagovisor. Jag skall hölja säcktyg kring allas länder och göra alla huvuden skalliga. Jag skall låta det bliva, såsom när man sörjer ende sonen, och låta det sluta med en bedrövelsens dag.
11 ১১ প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম; লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব। কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব।
Se dagar skola komma, säger Herren, HERREN, då jag skall sända hunger i landet: icke en hunger efter bröd, icke en törst efter vatten, utan efter att höra HERRENS ord.
12 ১২ লোকসকলে যিহোৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব। কিন্তু তাক নাপাব।
Då skall man driva omkring från hav till hav, och från norr till öster, och färdas hit och dit för att söka efter HERRENS ord, men man skall icke finna det.
13 ১৩ সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মূর্চ্ছা যাব।
På den dagen skola de försmäkta av törst, edra sköna jungfrur och edra unga män,
14 ১৪ যিসকলে চমৰিয়াৰ পাপৰ শপত খাই কয়, ‘হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত’ নাইবা কয়, ‘বেৰ-চেবাৰ দেৱতাৰ শপত’ তেওঁলোক পতিত হ’ব; পুনৰায় কেতিয়াও নুঠিব।
desamma som nu svärja vid Samariens syndaskuld och säga: »Så sant din gud lever, o Dan», och: »Så sant den lever, som man dyrkar i Beer-Seba.» De skola falla och icke mer stå upp.