< পাঁচনি 25 >
1 ১ ফীষ্ট সেই প্ৰদেশলৈ আহি, তিন দিনৰ পাছত চীজাৰিয়াৰ পৰা যিৰূচালেমলৈ গ’ল।
ପର୍କିଅ ପେସ୍ଟସ୍ ରାଜ୍ୟପାଡ଼ ଡେଏନ୍ କି ୟାଗି ଡିନ୍ନା ଆଡ୍ରେଏନ୍ ସିଲଡ୍ଲ୍ଲନ୍ କାଇସରିଆ ଗଡ଼ାନ୍ ସିଲଡ୍ ଜିରୁସାଲମନ୍ ଜିରେନ୍ ।
2 ২ তাতে প্ৰধান পুৰোহিত সকলে আৰু ইহুদী সকলৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে দৃঢ়ভাৱে জনালে৷
ଆରି ତେତ୍ତେ ସୋଡ଼ା ରାଓଡ଼ାଞ୍ଜି ଡ ଜିଉଦିମରଞ୍ଜି ଆ ସୋଡ଼ାମର୍ଜି ପାଓଲନ୍ ଆ ବିରୁଦଲୋଙ୍ ପର୍କିଅ ପେସ୍ଟସ୍ ଆମଙ୍ କାୟ୍କାୟେଞ୍ଜି ।
3 ৩ এনে উদ্দেশ্যেৰে ফীষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে, যাতে তেওঁ মানুহ পঠাই পৌলক যিৰূচালেমলৈ লৈ আহে, আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে।
ପାଓଲନ୍ଆଡଙ୍ କାଇସରିଆ ଗଡ଼ାନ୍ ସିଲଡ୍ ଓଡ୍ଡେଡାଲେ ଜିରୁସାଲମନ୍ ଅନୋରୋଙନ୍ ଆସନ୍ ଆନିଞ୍ଜି ରାଜ୍ୟପାଡ଼ନ୍ ଆମଙ୍ କାକୁର୍ତିଲଞ୍ଜି, ଆରି ତଙରନ୍ ଜିର୍ରାୟ୍ ଆଡିଡ୍ ପାଓଲନ୍ଆଡଙ୍ ରନବ୍ବୁନ୍ ଆସନ୍ କଡାଡ଼ିଲଞ୍ଜି ।
4 ৪ কিন্তু ফীষ্ট তেওঁলোকক উত্তৰ দিলে, যে পৌলক চীজাৰিয়াত বন্দী কৰি ৰখা হৈছে আৰু সেয়েহে সোনকালে তেওঁ নিজে তালৈকে যাব।
ପର୍କିଅ ପେସ୍ଟସ୍ ଆନିଞ୍ଜିଆଡଙ୍ ଜାଲଙେଞ୍ଜି, “କାଇସରିଆ ଗଡ଼ାଲୋଙନ୍ ପାଓଲନ୍ ବଣ୍ଡିଲେ ଆଡକ୍କୋ, ଆରି ଞେନ୍ ତେତ୍ତେ ଲଜିର୍ତେ ।
5 ৫ গতিকে, তেওঁ ক’লে, “যদি সেই মানুহৰ কোনো দোষ আছে, তেনেহলে তোমালোকৰ মাজৰ কেইজনমান শক্তিমন্ত লোকে মোৰে সৈতে গৈ, তেওঁৰ ওপৰত গোচৰ কৰক৷”
ତିଆସନ୍, ଆନିନ୍ ଇନ୍ନିଙ୍ ଆ ଡୋସା ଲୁମେନ୍ ଡେନ୍, ଏତ୍ତେଲ୍ଡେନ୍ ସୋଡ଼ାମର୍ବେଞ୍ଜି ଞେନ୍ ସରିନ୍ କାଇସରିଆ ଗଡ଼ାନ୍ ଇଆୟ୍ତଜି ଆରି ଆ ବିରୁଦଲୋଙନ୍ ଇଆୟ୍ତୋ କାୟ୍କାୟେଜି ।”
6 ৬ পাছত তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ চীজাৰিয়ালৈ গুচি গ’ল৷ পাছদিনা তেওঁ বিচাৰৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে।
ସିଲଡ୍ଲ୍ଲନ୍ ଆନିନ୍ ଆନିଞ୍ଜି ସରିନ୍ ଆଟ ଡିନ୍ନା ଅଡ଼େ ଦସ ଡିନ୍ନା ଡକୋଡାଲନ୍ କାଇସରିଆନ୍ ୟର୍ରନେ, ତି ଆବାର୍ତାନ୍ ପନସୁଆତି କୁର୍ସିଲୋଙନ୍ ତଙ୍କୁମ୍ଡାଲେ ପାଓଲନ୍ଆଡଙ୍ ଓଡ୍ଡେଲେ ଓରୋଙାୟ୍ବା ଗାମେନ୍ ।
7 ৭ পাছত তেওঁ উপস্থিত হোৱাত যিৰূচালেমৰ পৰা অহা ইহুদী সকলে তেওঁৰ চাৰিওফালে থিয় হৈ, তেওঁক অনেক বিষয়ত গুৰুতৰ দোষ দিব ধৰিলে, কিন্তু তেওঁলোকে একো প্ৰমাণ দেখুৱাব নোৱাৰিলে।
ପାଓଲନ୍ ଆଜିର୍ରାଞନ୍ ସିଲଡ୍ଲ୍ଲନ୍ ଜିରୁସାଲମନ୍ ସିଲଡ୍ ଆରିୟ୍ଲାଞଞ୍ଜି ଆ ଜିଉଦିମର୍ଜି ଆନିନ୍ଆଡଙ୍ ଉଞ୍ଜିମନେଙ୍ ଗେରେଲେ ତନଙେଞ୍ଜି କି ଆ ବିରୁଦଲୋଙନ୍ କନାୟ୍କାୟ୍ବରଞ୍ଜି ବର୍ରଞ୍ଜି, ବନ୍ଡ ଆନିଞ୍ଜି କେନ୍ଆତେଜି ଆସନ୍ ସାକିନ୍ ତିୟ୍ଲେ ଅଃର୍ରପ୍ତିଲଜି ।
8 ৮ তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি ক’ব ধৰিলে, “ইহুদী সকলৰ বিধানৰ, বা মন্দিৰৰ, বা চীজাৰৰ বিৰুদ্ধ মই একো পাপ কৰা নাই।”
ସିଲତ୍ତେ ପାଓଲନ୍ ଗାମେନ୍, “ଜିଉଦିମରଞ୍ଜି ଆ ବନାଁୟ୍ବର୍ ଆ ବିରୁଦଲୋଙ୍ ଅଡ଼େ ସରେବାସିଙନ୍ ଆ ବିରୁଦଲୋଙ୍ ଅଡ଼େ କାଇସରନ୍ ଆ ବିରୁଦଲୋଙ୍ ଞେନ୍ ଇନ୍ନିଙ୍ ଇର୍ସେନ୍ ଅଃଲ୍ଲୁମ୍ଲାୟ୍ ।”
9 ৯ কিন্তু ফীষ্টে ইহুদীসকলৰ প্ৰিয়পাত্ৰ হোৱাৰ ইচ্ছা কৰিলে। তেওঁ উত্তৰ দি পৌলক ক’লে, “তুমি যিৰূচালেমলৈ গৈ, তাতে মোৰ আগত এইবোৰৰ বিষয়ে, তোমাৰ সোধ-বিচাৰ হবলৈ ইচ্ছা কৰা নে?”
ବନ୍ଡ ପେସ୍ଟସ୍ ରାଜ୍ୟପାଡ଼ନ୍ ଜିଉଦିମରଞ୍ଜି ଞେନ୍ଆଡଙ୍ ଡୁଙ୍ୟମିଁୟ୍ତଜି ଗାମ୍ଲେ ପାଓଲନ୍ଆଡଙ୍ ବରେନ୍, “ଜିରୁସାଲମନ୍ ଜିର୍ରେ ତେତ୍ତେ ତେମଡ୍ଞେନ୍ କେନ୍ ଆ କଡାଡ଼ିଜି ଆସନ୍ ପନ୍ସୁଆତିନ୍ ଏତଙ୍କୁମ୍ନାୟ୍ବା, ଆମନ୍ ଅଡ଼େତେ ପଙ୍?”
10 ১০ পৌলে ক’লে, “মই চীজাৰৰ বিচাৰৰ আসনৰ আগত থিয় হৈ আছোঁ; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যে ইহুদীসকলৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালদৰে জানি আছে।
ସିଲତ୍ତେ ପାଓଲନ୍ ଗାମେନ୍, “ଞେନ୍ କାଇସରନ୍ ଆ ମୁକ୍କାବା ପନ୍ସୁଆତିଲୋଙନ୍ ଆତନଙ୍, ତେତ୍ତେ ମା ଞେନ୍ ଆସନ୍ ପନ୍ସୁଆତିନ୍ ଡେଏତୋ । ଞେନ୍ ଜିଉଦିମରଞ୍ଜି ଆ ବିରୁଦଲୋଙ୍ ଇନ୍ନିଙ୍ ଡୋସାନ୍ ଅଃଲ୍ଲୁମ୍ଲାୟ୍, ତିଆତେ ଆମନ୍ ନିୟ୍ ଜନା ।
11 ১১ এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰিলোঁ, তেনেহলে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেখেতসকলে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেনেহলে তেখেত সকলৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই চীজাৰক আপীল কৰোঁ।”
ଞେନ୍ ବନାଁୟ୍ବରନ୍ ଆଲ୍ଲେଡାଲେ ରନବୁ ପନବ୍ରଡନ୍ ଆଞନାଙ୍ ଅନ୍ତମ୍ ଇନ୍ନିଙ୍ ଆ ଡୋସା ଲୁମ୍ଲାୟ୍ ଡେନ୍, ଏତ୍ତେଲ୍ଡେନ୍ ରନବୁନ୍ ଆସନ୍ ଞେନ୍ ଇଜ୍ଜା ଅଃଗାମାୟ୍; ବନ୍ଡ କେନ୍ ଆନିଞ୍ଜି ବିରୁଦଲୋଙ୍ଞେନ୍ ଆବର୍ତନେଞ୍ଜି ଆ କନାୟ୍କାୟ୍ବର୍ଜି ଆଜାଡ଼ିନ୍ ତଡ୍ ଡେନ୍, ଏତ୍ତେଲ୍ଡେନ୍ ଆନ୍ନିଙ୍ ଞେନ୍ଆଡଙ୍ କେନ୍ ଆସିଲୋଙଞ୍ଜି ସୋରୋପ୍ପାୟ୍ଲେ ଅଃର୍ରପ୍ତିଇଁୟ୍ଜି; ଞେନ୍ କାଇସରନ୍ ଆମଙ୍ କେନ୍ ଆ ବର୍ନେ ବର୍ତନାୟ୍ ।”
12 ১২ তেতিয়া ফীষ্টে মন্ত্ৰী সকলৰ সৈতে পৰামৰ্শ কৰি পৌলক ক’লে, “তুমি চীজাৰত আপীল কৰিলা; এতিয়া তোমাক চীজাৰৰ আগলৈ লৈ যোৱা হ’ব৷”
ସିଲତ୍ତେ ପେସ୍ଟସ୍ ରାଜ୍ୟପାଡ଼ନ୍ ମନ୍ତ୍ରିଞ୍ଜି ବୟନ୍ କଡାଡ଼ିଲନ୍ କି ବର୍ରନେ, “ଆମନ୍ କାଇସରନ୍ ଆମଙ୍ ଅନବ୍ପନ୍ସୁଆତିନ୍ ଆସନ୍ ବର୍ରନେ, ତିଆସନ୍ ଆମନ୍ କାଇସରନ୍ ଆମଙ୍ ଜିରା ।”
13 ১৩ কিছুদিনৰ পাছত ৰজা আগ্ৰিপ্প আৰু বৰ্ণীকী চীজাৰিয়ালৈ আহি ফীষ্টক মঙ্গলবাদ কৰিলে।
ଡିଅଙ୍ଗା ଡିନ୍ନା ଜିରେନ୍ କି ଆଗ୍ରିପା ରାଜାନ୍ ଡ ବର୍ନିକିନ୍, ପର୍କିଅ ପେସ୍ଟସ୍ ରାଜ୍ୟପାଡ଼ନ୍ ଆମଙ୍ କାଇସରିଆ ଗଡ଼ାନ୍ ଇୟ୍ଲାଜି ।
14 ১৪ তেওঁ তাত বহু দিন থকাত, ফীষ্টে ৰজাৰ আগত পৌলৰ বিষয়ে জনালে; তেওঁ ক’লে, “ফীলিক্সে বন্দী কৰি ৰখা এজন বন্দীয়াৰ ইয়াত আছে।
ଆନିଞ୍ଜି ତେତ୍ତେ ଜବ୍ର ଡିନ୍ନା ଡକୋଲଞ୍ଜି, ପେସ୍ଟସ୍ ରାଜ୍ୟପାଡ଼ନ୍ ପାଓଲନ୍ ଆ ବର୍ନେ ଆଗ୍ରିପା ରାଜାନ୍ ଆମଙ୍ ବର୍ରନେ, “ପେଲିକ୍ସନ୍ ଅବୟ୍ ମନ୍ରାନ୍ ବଣ୍ଡିଲେ ଜିରେନ୍;
15 ১৫ যেতিয়া মই যিৰূচালেমত আছিলোঁ, তেতিয়া ইহুদী সকলৰ প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁৰ বিষয়ে মোক জনাই, বিচাৰ আৰু দণ্ডাজ্ঞা যাচনা কৰিছিল।
ଞେନ୍ ଜିରୁସାଲମନ୍ ଆରିୟେନ୍ ଆଡିଡ୍ ଜିଉଦିମରଞ୍ଜି ଆ ସୋଡ଼ା ରାଓଡ଼ାଜି ଡ ପାପୁର୍ମରଞ୍ଜି ତି ଆ ମନ୍ରା ଆ ବିରୁଦଲୋଙ୍ ଅମଙ୍ଞେନ୍ କାୟ୍କାୟ୍ଲିଁୟ୍ଜି, ଆରି ଆନିନ୍ଆଡଙ୍ ଅବ୍ଡୋସାଡାଲେ ପନବ୍ରଡନ୍ ଆସନ୍ ବର୍ରିଁୟ୍ଜି ।
16 ১৬ তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।
ବନ୍ଡ ଞେନ୍ ଆନିଞ୍ଜି ବର୍ରାଜି, ପନ୍ସୁଆତିଲୋଙନ୍ କନାୟ୍କାୟ୍ମରଞ୍ଜି ଆ ମୁକ୍କାଲୋଙ୍ ଅବୟ୍ ଡୋସାମରନ୍ ଆନିନ୍ଡମ୍ ଡନେଲନ୍ ବର୍ନେନ୍ ଆସନ୍ ରୟଙନ୍ ଅଣ୍ଡ୍ରଙ୍ ଞାଙେନ୍ ଜାୟ୍ ଆନିନ୍ଆଡଙ୍ ଅବ୍ଡୋସାଡାଲେ ସନୋରୋପ୍ପାୟନ୍ ଆସନ୍ ରୋମିଅମରଞ୍ଜି ଆସନ୍ ଅନୋକ୍କାନ୍ ଏତ୍ତେଲେ ତଡ୍ ।
17 ১৭ তেতিয়া তেখেতসকলে আহি ইয়াতে গোট খোৱাত, অলপো পলম নকৰি, পাছ দিনাই মই বিচাৰৰ আসনত বহিলোঁ, আৰু বন্দী কৰি ৰাখি থোৱা মানুহ জনক আনিবলৈ আজ্ঞা দিলোঁ।
ତିଆସନ୍ କେନ୍ ଆନିଞ୍ଜି ଞେନ୍ ସରିନ୍ ମାୟ୍ଲନ୍ ତେନ୍ନେ ଜିର୍ରାଜି, ଆରି ଞେନ୍ ଅବ୍ତାଡ଼ନ୍ ତି ଆବାର୍ତାନ୍ ପନ୍ସୁଆତିନ୍ ତଙ୍କୁମ୍ଡାଲେ ତି ଆ ମନ୍ରା ଓଡ୍ଡେଲେ ଓରୋଙାୟ୍ବା ଗାମ୍ଲେ ବର୍ରାଜି ।
18 ১৮ পাছত গুচৰীয়াবোৰে তেওঁৰ চাৰিওফালে থিয় হৈ, যি দুষ্কৰ্মৰ অপবাদ তেখেত সকলে দিব বুলি মই ভাবিছিলো, এনে একো অপবাদ নিদিলে৷
ସିଲତ୍ତେ କନାୟ୍କାୟ୍ମରଞ୍ଜି ଡୋଲନ୍ ବର୍ରଞ୍ଜି, ଆରି ଇନ୍ନିଙ୍ ଜାଆରୋ କେନ୍ ଆ ମନ୍ରା ଆ ଡୋସା ଡୁଙ୍ତନାୟ୍ ଗାମ୍ଲାୟ୍, ବନ୍ଡ ଇନ୍ନିଙ୍ ଡୋସାନ୍ ଅଃଡ୍ଡୁଙ୍ଲନାୟ୍ ।
19 ১৯ কিন্তু তেখেত সকলে নিজৰ ধৰ্মৰ বিষয়ে আৰু পৌলে যি জনক জীয়াই উঠা বুলি কৈছিল, এনে যীচু নামৰ কোনো মৃত এজনৰ বিষয়কলৈহে তেখেত সকলৰ মত-পাৰ্থক্য আছিল।
ଆନିଞ୍ଜି ଆ ଡରମ୍ମଞ୍ଜି ଆ ବର୍ନେ ଡ ଜିସୁ ଗାମ୍ଲେ ଅବୟ୍ ଆରବୁମରନ୍ ଆମେଙ୍ ଗାମ୍ଲେ ପାଓଲନ୍ ବର୍ରନେ, ତି ଆ ବର୍ନେଲୋଙ୍ ଆନିଞ୍ଜି ଗୋଡ଼େଲଞ୍ଜି ।
20 ২০ তাতে এনেকুৱা বাদ-বিচাৰৰ বিষয়বোৰত সংশয় কৰি মই তেওঁক সুধিলো, তুমি যিৰূচালেমলৈ গৈ, এইবোৰৰ বিষয়ে তোমাৰ সোধ-বিচাৰ হবলৈ মন কৰা নে?
କେନ୍ ଅଡ଼୍କୋନ୍ ଆ କଡାଡ଼ିଜି ଏଙ୍ଗାଲେ ସେକ୍କୁଲାୟ୍ ଡେନ୍ ଜନାଆୟ୍ ଗାମ୍ଲେ ଞେନ୍ ଆରି ବୁଡ୍ଡିଜା ଅଃଞାଙ୍ଲାୟ୍, ତିଆସନ୍ ଜିରୁସାଲମନ୍ ଜିର୍ରେ ପନ୍ସୁଆତିନ୍ ଏତଙ୍କୁମ୍ନାୟ୍ବା, ଆମନ୍ ଅଡ଼େତେ ପଙ୍, ଗାମ୍ଲେ ଞେନ୍ ପାଓଲନ୍ଆଡଙ୍ ବର୍ରାୟ୍ ।
21 ২১ কিন্তু পৌলে ৰাজাধিৰাজৰ ওচৰত সোধ-বিচাৰৰ পৰা নিস্পত্তি পাবৰ বাবে ৰক্ষিত থাকিবলৈ আপীল কৰাত, মই চীজাৰিয়ালৈ নপঠিওঁৱালৈকে, তেওঁক ৰাখিবলৈ আজ্ঞা দিলোঁ।”
ବନ୍ଡ ପାଓଲନ୍, ରାଜାନ୍ କେନ୍ ଆ ପନ୍ସୁଆତି ଗବ୍ରିଏତୋ ଗାମ୍ଲେ ବର୍ରନେ, ତିଆସନ୍ ଆନିନ୍ଆଡଙ୍ କାଇସରନ୍ ଆମଙ୍ ଅଣ୍ଡ୍ରଙ୍ ଆପ୍ପାୟାଞନ୍ ଜାୟ୍ ଆନିନ୍ ବଣ୍ଡିଲେ ଡକ୍କୋବା ଗାମ୍ଲାୟ୍ ।”
22 ২২ তেতিয়া আগ্ৰিপ্পই ফীষ্টক ক’লে, “সেই মানুহ জনৰ কথা শুনিবলৈ মোৰ মন গৈছে৷” ফীষ্টে ক’লে, “কালিলৈ তেওঁৰ কথা শুনিবলৈ পাব৷”
ସିଲତ୍ତେ ଆଗ୍ରିପାନ୍ ପେସ୍ଟସନ୍ଆଡଙ୍ ବରେନ୍, “ଞେନ୍ ନିୟ୍ ତି ଆ ମନ୍ରା ଆ ବର୍ନେ ଅନମ୍ଡଙନ୍ ସାୟ୍ତାୟ୍ ।” ପେସ୍ଟସନ୍ ଗାମେନ୍, “ବିଅଡ଼େଃ ଆମନ୍ ତି ଆ ମନ୍ରା ଆ ବର୍ନେ ଅମ୍ଡଙ୍ତେ ।”
23 ২৩ পাছদিনা আগ্ৰিপ্প আৰু বৰ্ণীকী বৰ প্ৰতাপেৰে আহি, হাজাৰৰ সেনাপতি সকলক আৰু নগৰৰ মানুহবোৰৰ সৈতে ৰাজদৰবাৰত সোমাল আৰু ফীষ্টৰ আজ্ঞাৰে পৌলক তেওঁলোকৰ আগলৈ নিয়া হ’ল।
ତି ଆବାର୍ତାନ୍ ଆଗ୍ରିପାନ୍ ଡ ବର୍ନିକିନ୍ ମୁଡ଼ ସିପ୍ପାୟନ୍ ଡ ଗଡ଼ାନ୍ ଆ ସୋଡ଼ାମର୍ଜି ବୟନ୍ ପନ୍ସୁଆତିସିଙନ୍ ଗନ୍ଲନାଜି, ଆରି ପେସ୍ଟସ୍ ରାଜ୍ୟପାଡ଼ନ୍ ଆ ବର୍ନେ ଅମ୍ମେଲେ ପାଓଲନ୍ଆଡଙ୍ ଓରୋଙ୍ଲାଜି ।
24 ২৪ তেতিয়া ফীষ্টে ক’লে, “হে ৰজা আগ্ৰিপ্প আৰু আমাৰ সৈতে ইয়াত উপস্থিত থকা লোক সমূহ৷ আপোনালোকে এই মানুহ জনক যে দেখিছে, এই জনেই সেই ব্যক্তি; যি জনৰ বিষয়ে যিৰূচালেমৰ আৰু ইয়াত থকা ইহুদী লোক সকলেও মোৰ আগত আবেদন কৰি আটাহ পাৰি কৈছিল, ই আৰু জীয়াই থকা উচিত নহয়।
ପେସ୍ଟସ୍ ରାଜ୍ୟପାଡ଼ନ୍ ବର୍ରନେ, “ଏ ଆଗ୍ରିପା ରାଜା, ଆରି ଇନ୍ଲେନ୍ ସରିନ୍ ତେନ୍ନେ ଆତଙ୍କୁମନ୍ ଆ ସୋଡ଼ାମର୍ଜି, ଆମ୍ୱେଞ୍ଜି କେନ୍ ଆ ମନ୍ରାଆଡଙ୍ ଏଗିୟ୍ତେ; ତେନ୍ନେ ଆ ଜିଉଦିମର୍ଜି ଡ ଜିରୁସାଲମନ୍ ଆ ଜିଉଦିମର୍ଜି ଅମଙ୍ଞେନ୍ ଜିର୍ରେ କେନ୍ ଆ ମନ୍ରା ଆ ବିରୁଦଲୋଙ୍ ଇୟ୍ଲାୟ୍ କାୟ୍କାୟିୟ୍ଜି, ଆନିନ୍ଆଡଙ୍ ରନବ୍ବୁନ୍ ଆସନ୍ ଆନିଞ୍ଜି ବାବ୍ବାବ୍ଲେ ବର୍ତଞ୍ଜି ।
25 ২৫ কিন্তু মই জানিব পাৰিলোঁ, এওঁ প্ৰাণদণ্ডৰ যোগ্য একো কৰা নাই; আৰু এওঁ নিজে ৰাজাধিৰাজৰ ওচৰত আপীল কৰাৰ বাবে মই পঠাবলৈ নিশ্চয় কৰিলোঁ৷
ବନ୍ଡ ଆନିନ୍ ରନବୁ ପନବ୍ରଡନ୍ ଆଞନାଙ୍ ଅନ୍ତମ୍ ଇନ୍ନିଙ୍ ଆ ଡୋସା ଅଃଲ୍ଲୁମ୍ଲୋ, ଆରି ରାଜାନ୍ ଞେନ୍ଆଡଙ୍ ବିସାରଇଁୟ୍ତୋ ଗାମ୍ଲେ ଆନିନ୍ଡମ୍ ବର୍ରନେ, ତିଆସନ୍ ଆନିନ୍ଆଡଙ୍ ତେତ୍ତେ ଆପ୍ପାୟ୍ତାୟ୍ ଗାମ୍ଲାୟ୍ ।
26 ২৬ কিন্তু আমাৰ ৰাজাধিৰাজলৈ ইয়াৰ বিষয়ে লিখিবলৈ একো নিশ্চয়তা নাপালোঁ। এই কাৰণে এওঁক আপোনালোকৰ আগলৈ আনিলো৷ এতেকে সোধ-বিচাৰ কৰাৰ পাছত, মই যাতে লিখিবৰ বাবে কোনো কথা পাওঁ, হে আগ্ৰিপ্প ৰজা, সেয়েহে বিশেষকৈ আপোনাৰ আগলৈ ইয়াক আনিলো।
କେନ୍ ଆ ମନ୍ରା ଆ ବର୍ନେ ଇଡ୍ଲେ ରାଜାନ୍ ଆମଙ୍ ଅନାପ୍ପାୟନ୍ ଆସନ୍ ଅମଙ୍ଞେନ୍ ଇନ୍ନିଙ୍ ତଡ୍ । ତିଆସନ୍ କେନ୍ ଆ ମନ୍ରା ଆ ବର୍ନେଜି ମନଙ୍ ସେକ୍କୁଡାଲେ ଇଡିଡନ୍ ଆସନ୍, ଅମଙ୍ବେନ୍ ଆରି ଏ ଆଗ୍ରିପା ରାଜା ମୁକ୍କାବାନମ୍ କେନ୍ ଆ ମନ୍ରାଆଡଙ୍ ଓରୋଙ୍ଲାୟ୍ ।
27 ২৭ কিয়নো কোনো বন্দীয়াৰক পঠাওঁতে, তেওঁৰ অহিতে দিয়া অপবাদ নজনোৱাতো, মই অযুক্তিকৰ যেন দেখো।”
ଇନିଆସନ୍ଗାମେଣ୍ଡେନ୍ ଅବୟ୍ ବଣ୍ତିମରନ୍ ଆ ବିରୁଦଲୋଙ୍ କନାୟ୍କାୟ୍ବରଞ୍ଜି ଏର୍ନିଡନ୍ ଆନିନ୍ଆଡଙ୍ ରାଜାନ୍ ଆମଙ୍ ଆପ୍ପାୟ୍ଲବୋ ଡେନ୍, ତିଆତେ ମନଙ୍ ଅଃଡ୍ଡେଏ ଗାମ୍ଲେ ଞେନ୍ ଅବ୍ଡିସୟ୍ତାୟ୍ ।”