< পাঁচনি 24 >
1 ১ পাঁচ দিনৰ মূৰত, মহা-পুৰোহিত অননিয়ই কেইজনমান পৰিচাৰক আৰু তৰ্ত্তুল্ল নামেৰে এজন উকীলে সৈতে আহি দেশাধিপতিৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে।
Nazyashila ensiku zisanu, Anania ugosi we shibhanza, nazee nu wayanje itawa lyakwe Tertulo, bhabhala pala. Abhantu ebha bhaletila amashitaka gabha hushitaki u Paulo hwa gavana.
2 ২ তাৰ পাছত পৌল দেশাধিপতিৰ আগত অাহি থিয় হ’ল, তৰ্ত্তুল্লই তেওঁক দোষাৰোপ কৰিবলৈ ধৰিলে আৰু দেশাধিপতিক ক’লে, “হে মহামহিম ফীলিক্স, আপোনাৰ দ্বাৰাই আমি মহাশান্তি ভোগ কৰিছোঁ আৰু আপোনাৰ দুৰদর্শিতাই আমাৰ জাতিলৈ অনেক উন্নতি সাধন কৰিছে,
Paulo nawimilila hwa gavana, Tertulo wanda hushitaki nayanje hwa gavana, “ate tilinulutengano nawe uletile enyizya ezyalinganye ensi yetu;
3 ৩ সকলোৱে ইয়াক সম্পূৰ্ণ কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ।
eshi hulusalifyo lwonti tiposhela shila hantu hubhomba, tihuposhela shila hantu hubhomba, tihulamuha, Wugosi Feliki.
4 ৪ গতিকে আপোনাৰ অধিক সময় আমি যেন নলওঁ, এই কাৰণে নিবেদন কৰোঁ, আপুনি অনুগ্ৰহ কৰি নম্ৰ হৈ আমাৰ অলপ কথা শুনক।
Lelo insahalisye, elabha untejelezye enongwa endodo wene.
5 ৫ কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ অগ্ৰণী৷
Timwajile umuntu unu korofi, yasababisya Ayahudi bhonti bhabhe bhakorofi nasinte nahwumvwanwe munsi. Nantele longozi we mathehebu ga Nazarayo.
6 ৬ ইয়াৰ বাহিৰেও, ই মন্দিৰ অশুচি কৰিবলৈ চেষ্টা কৰিছিল; সেই বাবে আমি তাক আটক কৰি ৰাখিলোঁ।
Nantele alinjile ananganye eshibhanza shetu, ate takhata
7 ৭ কিন্তু প্ৰধান সেনাপতি লুচিয় আহি বৰ বলেৰে আমাৰ হাতৰ পৰা পৌলক কাঢ়ি আনিলে৷
8 ৮ আপুনি যেতিয়া সোধ-বিচাৰত পৌলক প্ৰশ্ন কৰিব, তেতিয়া আমি যি যি অপবাদ এওঁক দিছোঁ, সেই বিষয়ে সকলো বুজিব পাৰিব৷”
Nkashele ubhuzye uPaulo yuyo ubhamanye zyatishitakiye.”
9 ৯ তাতে ইহুদী সকলেও একেলগ হৈ পৌলক দোষাৰোপ কৰিলে আৰু এইবোৰ কথা সঁচা বুলি ক’লে।
Ayahudi bhope bhashitaki u Paulo, bhaga ezyo zililyoli.
10 ১০ পাছত দেশাধিপতিয়ে পৌলক ক’বলৈ সঙ্কেত দিয়াত, পৌলে ক’বলৈ আৰম্ভ কৰিলে, “আপুনি অনেক বছৰৰ পৰা এই জাতিৰ বিচাৰকৰ্তা হৈ আছে, ইয়াকে জানি মই হৰ্ষিত মনেৰে নিজৰ পক্ষে উত্তৰ দিব খুজিছোঁ৷
U Liwali nawasontela ukhono uPaulo aje ayanje, u Paulo ahagamula, “Ane imenye huje amaha minji uligamulanyi wi taifa eli, nantele ensungwilwe ayanje huliwe.
11 ১১ কাৰণ অনুসন্ধান কৰিলে আপুনি জানিব পাৰিব যে, মই ভজনা কৰিবলৈ যিৰূচালেমলৈ যোৱা আজি বাৰ দিন মাথোন হৈছে;
Ubhajiye ahakikisye wewe huje sigazishilile ensiku ilongo ne zibhili ahwande panabhaliye apuute hu Yerusalemu.
12 ১২ তাত এওঁলোকে মন্দিৰত বা নাম-ঘৰত বা নগৰতেই হওক, কোনো ব্যক্তিৰ সৈতে মোক বাদ-বিচাৰ বা লোক সকলক উচটাই উত্তেজিত কৰি অশান্তি সৃষ্টি কৰাও কোনেও দেখা নাই;
Nabhanajile mushibhanza, ane siganadalisinye nu muntu yayonti nantele siganaletile yayonti, nantele siganaletile efujo yayonti mubhungano wala mwisinagogi wala pamuji;
13 ১৩ আৰু এতিয়া যি যি অপবাদ মোক দিছে, এই বিষয়ে একো প্ৰমাণ আপোনাৰ আগত দিব নোৱাৰে।
na sigabhabhajiye ahakikisye zyabhanshiyakila ane.
14 ১৪ কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷
Ila iyanga ezyelyoli huliwe huje hwidala lila abhene lyabhaiga lidhehebu, hwilyo nane ihubhombela imbombo Ungulubhi waise bhetu. Ane endi mwaminifu hunsimbozye sheria wakuwe.
15 ১৫ আৰু ধাৰ্মিক, অধার্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হ’ব বুলি এখেত সকলে যি আশাৰে বাট চাই আছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ।
Endi nu oujasiri wulawula, abhene wabhangula bhope, uluzyuho lwa bhafwe abinza na bhasigabhinza;
16 ১৬ এই কাৰণে ঈশ্বৰলৈ আৰু মানুহলৈ নির্ব্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছোঁ।
hweli ibhomba imbombo iya huje embe nu mwoyo gwasiga gwalongwe hwa Ngulubhi na hwa bhantu ashilile hu mambo gonti.
17 ১৭ এতিয়া কিছু বছৰৰ মূৰত মই নিজৰ জাতিৰ মানুহক দান আনি দিবৰ বাবে আৰু নৈবেদ্য উৎসর্গ কৰিবলৈ আহিছিলো।
Eshi nagashila amaha gaminji ane enenzele alete umusaada hwitaifa lyane ne zawadi eye hela.
18 ১৮ এতিয়া সেই কার্যতেই এচিয়াৰ কিছুমান ইহুদী লোকেহে মোক যিৰূচালেম মন্দিৰত শুচিকৃত উৎসৱত পালে; মোৰ লগত আন কোনো ব্যক্তিও নাই, কিন্তু এখেত সকলেহে হুৰামুৰা লগালে।
Nanabhombaga isho Ayahudi bhabhafumila hu Asia bhanaga musikulukulu ye lwozyo mushibhanza, bila efuj yayonti nantele bila lipuga lyabhantu.
19 ১৯ ইয়াৰ উপৰি মোৰ অহিতে যদি এখেত সকলৰ কোনো কথা আছিল, তেনেহলে আপোনাৰ ওচৰত ব্যক্তি সমূহে নিজে আহি গোচৰ দিব লাগিছিল।
Abhantu ebha bhahwanziwa aje bhenze epa bhayanje nkashele bhali ne nongwa zyazyonti nane.
20 ২০ নতুবা, মই মহাসভাৰ আগত থিয় হৈ থাকোঁতে, এই একেই লোক সমূহে মোৰ কি দোষ পালে, সেই বিষয়ে এখেত সকলে নিজেই কোৱা উচিত আছিল;
Bhayanje bhibho nabhandolile nihimiliye pibaraza lya bhayahudi embibhi zyabhazilolile;
21 ২১ নহলে এতিয়া যি বিষয়ৰ কথা মই আপোনালোকৰ আগত চিঞৰি কৈছোঁ, তেনেদৰে, ‘মৃতসকলৰ পুনৰুত্থান’ৰ বিষয়ে আজি আপোনালোকৰ আগত মোৰ সোধ-বিচাৰ হৈছে৷”
ila ahantu hamo hamayanjile panahimiliye pahati yabho, najile hunongwa ye luzyuho lwabhafwe mundonga.”
22 ২২ ফীলিক্সে সেই পথৰ বিষয়ে ভালকৈ জনা বাবে, সোধ-বিচাৰ স্থগিত ৰাখি তেওঁলোকক ক’লে, “লুচিয় হাজাৰৰ সেনাপতি যিৰূচালেমৰ পৰা আহিলে আপোনালোকৰ কথা সম্পূর্ণকৈ জানিব পাৰিম।”
U Feliki abhulilwe ahusu idala lila na akhomola ubungano. Waga, “Lisia jemedari nayenza afume hu Yerusalemu ane yaamula amashitaka genyu.”
23 ২৩ পাছত পৌলক পহৰা দিবলৈ, কিন্তু মৰমেৰে আৰু সেৱা কৰিবলৈ অহা তেওঁৰ আত্মীয় সকলক নিষেধ নকৰিবলৈ তেওঁ এশৰ সেনাপতিক আজ্ঞা দিলে৷
Epo wamula huje uakida uPaulo, na huje asahabhe umuntu uwabhakhane aholo bhakwe humwavwe na hujendele.
24 ২৪ কিছুদিনৰ পাছত ফীলিক্সে, দ্ৰুচিলা নামৰ তেওঁৰ ইহুদী ভার্যাৰ সৈতে আহি, পৌলক মতাই আনি, খ্ৰীষ্ট যীচুত যি বিশ্বাস, সেই বিষয়ে তেওঁৰ পৰা শুনিলে।
Ensiku nazyashila, uFeliki wawela nu Drusila ushi wakwe yaahali Muyahudi watuma abhantu hukwizye uPaulo watejelezya enongwa zya lutengano lwalufuma hwa Yesu Kristi.
25 ২৫ তেওঁ ধাৰ্মিকতা, ইন্দ্ৰিয়-দমন, আৰু ভবিষ্যত সোধ-বিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে, ফীলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে; “এতিয়া সম্প্ৰতি যোৱা; মই আজৰি পালে পাছত তোমাক মতাই আনিম৷”
U Paulo nahayagaga nawo amambo ge ulonzi wa Ngulubhi hwa bhantu uFeliki wogopa waga bhalaga nana ipate enafasi naihukwizya nantele.”
26 ২৬ আৰু পৌলে তেওঁক ধন দিব বুলি তেওঁ আশা কৰি, ঘনে ঘনে তেওঁক মতাই কথোপকথন কৰিলে।
Omuda gwugwo apambamiye huje uPaulo abhahupele ihela, akwizyaga wilawila ayanje nawo.
27 ২৭ কিন্তু দুবছৰৰ মূৰত পৰ্কিয় ফীষ্টে ফীলিক্সৰ পদ পালে, তাতে ফীলিক্সে ইহুদী সকলৰ প্ৰিয়পাত্ৰ হবলৈ ইচ্ছা কৰি, তেওঁ পৌলক ৰখীয়াৰ অধীনত থৈ গ’ল৷
Amaha gabhili nagashila u Porkio Festo ahabha Liwali pyanili wa Feliki, u Feliki umwene ahanzaga ahwipendehezye hwa Yahudi, aleshile uPaulo hwa abhlinzi.