< ২ তীমথিয় 2 >
1 ১ এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।
ओ मेरे पाऊ तीमुथियुस, तूँ तेसा कृपा ते, जो यीशु मसीह रे ए, तागतबर ऊई जा।
2 ২ আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পণ কৰা।
तैं मसीह रे बारे से शिक्षा मांते बऊत गवाओ रे सामणे सुणी राखिया। तेबेई आँऊ चाऊँआ कि सेई शिक्षा तिना विश्वासो जोगे लोका खे सखया जो ओरी खे बी सखयाणे जोगे ओ।
3 ৩ খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা।
यीशु मसीह रे खरे योद्धा जेड़े, मां साथे दु: ख ऊठा।
4 ৪ কোনো এজন লোক সৈনিকৰ কামত থাকোতে জীৱিকাৰ অর্থে অন্য কোনো ব্যবসায়ত নিজকে আৱদ্ধ হবলৈ নিদিয়ে কিন্তু যি জনে তেওঁক এই পদ দিলে, তেওঁকহে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।
जेबे कोई सिपाई लड़ाईया खे जाओआ, तो इजी री खातर जाओआ कि जिने से परती करी राखेया, तेसखे खुश करो और आपू खे दुनिया रे कामो रे नि फसांदा।
5 ৫ একেদৰে কোনো এজন খেলুৱৈয়ে যদিও জিকিবলৈ যত্ন কৰে, তথাপি তেওঁ যদি বিধান অনুসাৰে পালন নকৰে, তেনেহলে তেওঁক মুকুটেৰে বিভূষিত কৰা নহয়।
तेबे अखाड़े रे लड़ने वाल़ा जे नियमो रे मुताबिक नि लड़ो, तो मुकुट नि पाँदा।
6 ৬ পৰিশ্ৰমী খেতিয়কে প্ৰথমেই তেওঁৰ শস্যৰ ভাগ ভোগ কৰিব লাগে৷
जो जिम्मीदार मईणत करोआ, फलो रा पाअग पईले तेसखे मिलणा चाईयो।
7 ৭ মই যি যি কলোঁ সেই বিষয়ে বিবেচনা কৰিবা, কিয়নো প্ৰভুৱে সকলো বিষয় বুজিবলৈ তোমাক জ্ঞান দিব।
तूँ मेरी शिक्षा पाँदे बिचार कर। प्रभुए ताखे हर गल्ला री समज देणी।
8 ৮ মোৰ শুভবার্তাৰ দৰে, মৃত লোকৰ মাজৰ পৰা তোলা, দায়ুদৰ বংশৰ যীচু খ্ৰীষ্টক সোঁৱৰণ কৰা৷
यीशु मसीह खे याद राख, से दाऊदो रे वंशो ते ऊआ। परमेशरे से मरे रेया बीचा ते जिऊँदा कित्तेया और ये सेई सुसमाचार ए जो आँऊ लोका बीचे प्रचार करूँआ।
9 ৯ সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ’লে শিকলিৰ বন্ধন নাই।
तेसी सुसमाचारो खे प्रचार करने री खातर आऊँ कुकर्मियों जेड़ा दु: ख उठाऊँआ, एथो तक कि आँऊ कैद बीए। पर कोई बी केसी खे परमेशरो रा वचन प्रचार करने ते रोकी नि सकदा।
10 ১০ এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্রাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ। (aiōnios )
इजी बजअ ते आऊँ चूणे रे लोका रे फाईदे खे इतणा दुःख सईन करूँआ, ताकि सेयो बी तेस उद्धारो खे जो यीशु मसीह रे ए, अनन्त महिमा साथे पाओ। (aiōnios )
11 ১১ এই কথা বিশ্বাসযোগ্য: “আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেনেহলে তেওঁৰে সৈতে জীৱনৰো ভাগী হম।
ये गल्ल सच्ची ए कि जे आसे तेस साथे मरी गे रे, तो तेस साथे जिऊणे बी।
12 ১২ আমি যদি সহন কৰোঁ, তেনেহলে তেওঁৰ সৈতে ৰাজত্বও কৰিম৷ আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেনেহলে তেৱোঁ আমাক অস্বীকাৰ কৰিব৷
जे आसे सब्रो साथे दुःख सईन करदे रऊँगे, तो तेस साथे राज्य बी करूँगे, जे आसे तेसरा इन्कार करुँगे, तो तेस बी म्हारा इन्कार करना।
13 ১৩ আমি অবিশ্বাসী হলেও, তেওঁ বিশ্বাসী হৈ থাকে, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে।”
जे आसे मसीह साथे विश्वासघात करूँए, तेबे बी मसीह आसा खे विश्वासो जोगा बणे रा रओआ, कऊँकि से आपू ई आपू खे ना नि करी सकदा
14 ১৪ তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা, আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে।
सबी लोका खे इना ई गल्ला री याद दलांदा रओ। परमेशरो रे सामणे सबी लोका खे सावधान करी दे कि सेयो शब्दो पाँदे तर्क-वितर्क नि करेया करो। इना गल्ला साथे कुछ लाब नि ऊँदा, बल्कि इजी ते सुणने वाल़ेया रा नाश ऊई जाओए।
15 ১৫ তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুনহবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা।
आपणे आपू खे परमेशरो खे ग्रईण करने जोगा और एड़ा काम करने वाल़ा ठराणे री कोशिश कर, जो शर्मिंदा नि ओ और जो सच्चो रे वचनो खे ठीक टंगो रे कामो रे ल्याओआ।
16 ১৬ কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷
बेकारो री और मूर्खता री गल्ला ते बचे रा रओ, कऊँकि एड़े लोक ओर बी अभक्तिया रे बड़दे जाणे।
17 ১৭ এনে কথাবোৰ বিয়পি পৰে আৰু গেলা ঘাৰ দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে, এনে লোকবোৰৰ ভিতৰতে হুমিনায় আৰু ফিলীতো আছে,
एड़िया गल्ला सड़े रे जख्मो जेड़िया फैलदिया जाणिया। हुमिनयुस और फिलेतुस तिना बीचा तेई एक ए।
18 ১৮ তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা৷ তেওঁলোকে পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে।
इने लोके सच्चाईया पाँदे विश्वास करना छाडीता रा। सेयो बोलोए कि परमेशरे मरे रेया विश्वासिया खे अनन्त जिन्दगी देणे खे पईले ई जिऊँदा करी ता रा। नतीजन सेयो कुछ विश्वासिया खे मसीह पाँदे विश्वास करने ते रोकणे लगी रे।
19 ১৯ তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
पर परमेशरे जो पक्की निऊँ पाई राखी से मजबूत ए। तिजी पाँदे ये छाप लगी री, “प्रभु तिना लोका खे पछयाणोआ जो तिना रे आपणे ए,” और “जो कोई प्रभुए रा नाओं लओआ, से पापो ते दूर रओ।”
20 ২০ কিয়নো ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে৷ তাৰে কিছুমান সমাদৰৰ কাৰণে আৰু কিছুমান অনাদৰৰ কাৰণে।
केसी बी बड़े कअरो रे ना सिर्फ सुईने-चाँदिए रेई, पर लकड़ी और माट्टिया रे बी पांडे ओए। कोई-कोई पांडे खास मकसदो खे और कोई-कोई आम इस्तेमालो खे ओए।
21 ২১ এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে শুচি কৰি ৰাখে, তেনেহলে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কার্যৰ বাবে উপযোগী আৰু সকলো সৎ কর্মৰ বাবে প্ৰস্তুত থাকিব।
ईंयां ई विश्वासी बी जो आपणे आपू खे तिना सारी बुरिया गल्ला ते लग राखोगा तो से बी तेस किमती पांडे जेड़ा ठईरना जो खास मकसदो खे इस्तेमाल ओआ। तेसरी जिन्दगी पवित्र और आपणे मालको खे हर पले कामो रे इस्तेमाल ऊणी।
22 ২২ কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷
ओ तीमुथियुस, जवानिया री बुरी इच्छा ते नठ। बल्कि तिना सबी लोका साथे धार्मिकता, विश्वास, प्यार और मेल-जोलो रा पीछा कर जो साफ दिलो ते प्रभुए रा नाओं लओए।
23 ২৩ কিন্তু মূৰ্খতা আৰু অযথা কথাবোৰৰ পৰা দূৰত থাকা৷ কিয়নো এইবোৰে বিৰোধ জন্মায় কাজিয়া সৃষ্টি কৰে৷
आँऊ फेर बोलूँआ मूर्खता और अनपढ़ता री बईसी ते दूर रओ, कऊँकि तूँ जाणेया कि तिना ते चगड़े ओए।
24 ২৪ প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ,
और प्रभुए रे दासो खे चगड़ालु नि ऊणा चाईयो, बल्कि सबी साथे मिलणसार, सईनशील और शिक्षा देणे रे निपुण ऊणा चाईयो।
25 ২৫ বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেই সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব
और बिरोदिया खे नरमाईया रे समजयाओ, क्या पता परमेशर तिना खे मन फिराणे रा मन देओ कि सेयो बी सच्चो खे पछयाणो।
26 ২৬ আৰু চয়তানৰ ইচ্ছা সাধনৰ অর্থে তাৰ ফান্দত বন্দী হৈ থাকিলেও তেওঁলোকে চেতনা পাব।
सेयो सचेत ऊई जाओ और शैतानो रे तेस फंदे ते छूटी जाओ जिदे शैताने तिना खे आपणी इच्छा पूरी करने खे जकड़ी राखेया।