< ২ থিচলনীকীয়া 2 >
1 ১ হে ভাইসকল, এতিয়া আমি আপোনালোকক অনুৰোধ কৰোঁ যে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণ আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে আপোনালোকে জানি লওক,
Bhai, ga kwiya kwabho Bhakulungwa bhetu a Yeshu Kilishitu na imana kwetu nkupinga tutame nabho, ashaalongo tunakunshondelesheyanga,
2 ২ আমি অাপোনালোকক কওঁ, ‘প্ৰভুৰ দিন ইতিমধ্যে আহিল’ এই বুলি আপোনালোকৰ মন সহজতে অস্থিৰ নহওক নাইবা ব্যাকুল নহওক; কিয়নো কোনো কোনোৱে হয়তো আত্মাৰ দ্বাৰাই বা অন্য কাৰোবাৰ কথাৰ দ্বাৰাই অথবা আমি লিখা কোনো চিঠিৰ দ্বাৰাই এই বুলি ক’ব পাৰে।
nnapuganywanje na wala nnakolanje lipamba eu kwaapilikanishianga bhaabheleketanga kuti lyubha lya Bhakulungwa liishe. Nnapuganywanje kwa londola, eu kwa lunguya, eu kwa bhaluwa jiiganishiywa kuti kujikopweshe kwetu uwe.
3 ৩ আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব।
Nnakundanje kutembwa naka mundu jojowe kwa shoshowe shila, pabha lyene lyubhalyo likaika mpaka ukoposhele Ungakunda Gwankulungwa na jwene Nkutemba jula akoposhele, na mpelo gwakwe kuobha.
4 ৪ ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।
Pabha anakwikuya nnyene kwa indu yowe ishemwa na bhandunji kuti nnungu, eu kila shindu shitindibhalilwa. Shajinjile nkali Nniekalu lya a Nnungu, nikwiitenda kuti jwalakwe Nnungu.
5 ৫ এইবোৰ যে ঘটিব সেই কথা মই আপোনালোকৰ লগত থাকোতেই আপোনালোকক কৈছিলোঁ; সেই বিষয়ে আপোনালোকৰ মনত নপৰে নে?
Bhuli, nkakumbushilanga kuti nashinkummalanjilanga gene gowega mobha punaliji na mmanganya?
6 ৬ সেই অবাধ্যতাৰ পুৰুষক কেৱল তাৰ নিৰূপিত কালতহে প্ৰকাশিত হবলৈ কিহে বাধা দি ৰাখিছে, সেয়া আপোনালোকে জানে।
Ikabheje shipali shindu shikunng'ibhilila nnaino, mmanganya nshimanyinji shene shindusho. Bhai, jwene jwangali jwa mmbone jula, shalangulwe malanga gakwe gaishilaga.
7 ৭ কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন তত্ত্বই ইতিমধ্যে কাৰ্য সাধন কৰি আছে; কেৱল এজন আছে যি জনে বর্তমান তাক প্রকাশ হোৱাত বাধা দি ৰাখিছে; তাক দূৰ নকৰা পর্যন্ত বাধা দিয়ে থাকিব।
Nkali nneyo, Jwangali jwa Mmbonejo aiishiye, anakamula liengo nnaino, ikabheje akabhoneka mpaka pushashoywe aibhilila jula.
8 ৮ তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষ জন প্ৰকাশিত হ’ব আৰু প্ৰভু যীচুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰাই তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমণৰ আবিৰ্ভাৱৰ দ্বাৰাই তাক শেষ কৰিব।
Penepo Jwangali jwa Mmbone jula pushakoposhele, ikabheje Bhakulungwa a Yeshu pushibhaishe shibhammulaje kwa mbumu ya nkang'wa jabho, kwa ukonjelo gwa kwiya kwabho.
9 ৯ চয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
Jwangali jwa Mmbone shaishe na mashili gaka Lishetani na tenda ilapo ya unami,
10 ১০ বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে।
na kwaatembanga bhowe bhalinginji munkumbi gwa bhaobhanga. Bhanganyabho shibhaobhanje, pabha bhangakundanga nkupinga bhatapulwanje.
11 ১১ সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।
Kwa nneyo a Nnungu bhanakwaalekanga bhaobhanje, bhaukulupalilanje unami.
12 ১২ যি সকলে সত্যক বিশ্বাস নকৰিলে কিন্তু অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ বিচাৰ হ’ব।
Nkupinga bhaukumulwanje bhowe bhaakakulipalilanga, ikabhe inakwaanonyelanga ilebho.
13 ১৩ প্ৰভুৰ প্ৰিয় ভাইসকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো আপোনালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকক প্রথম ফলৰূপে মনোনীত কৰিলে।
Ikabheje tunaapinjikwa kwaatendela eja a Nnungu mobha gowe kwa ligongo lyenunji, mmanganya nkupingwanga na Bhakulungwa. Pabha a Nnungu bhashinkunng'agulanga kuumila kundandubho nkupinga ntapulwanje kwa mashili gaka Mbumu, mmanganje bhandu bhabho bha ukonjelo, kwa ngulupai yenunji.
14 ১৪ আমাৰ শুভবার্তাৰ দ্বাৰাই পৰিত্রাণ পাবলৈ তেওঁ আপোনালোকক আমন্ত্রণ কৰিলে যাতে আপোনালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমাৰ ভাগী হয়।
A Nnungu bhashinkunshemelanga yenei kupitila Ngani ja Mmbone jitwannungushiyenje, mposhelanje upo yenunji Muukonjelo gwa Bhakulungwa bhetu a Yeshu Kilishitu.
15 ১৫ এই হেতুকে, হে ভাই সকল, থিৰে থাকক; পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি আপোনালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখক।
Bhai, ashaalongo, muishimilikanje ukoto na kugabhika mmitima jenunji, majiganyo gutunnjigenyenje kwa lunguya kwetu, na kwa bhaluwa yetu.
16 ১৬ এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক; (aiōnios )
Tunakwaajuga Bhakulungwa bhetu a Yeshu Kilishitu na a Nnungu ainabhetu bhakutupinga, na kwa nema jabho gubhatupele kuangalala pitipiti na kulupalila kuli kwa mmbone, (aiōnios )
17 ১৭ আৰু সকলো সৎ কৰ্ম আৰু সদবাক্যত আপোনালোকৰ মন সুস্থিৰ কৰক।
bhaangalalaye mitima jenunji na kunshimilikanga nkupinga nkombolanje mobha gowe tenda na bheleketa gali ga mmbone.